Video není dostupné.
Omlouváme se.
Sikha sharma| Nivir sharma|Husband interview| marriage
Sdílet
Vložit
Velikost videa:
- čas přidán 28. 01. 2023
- Instagram -shemim-siddikii
Komentáře • 153
Další v pořadí
Automatické přehrávání
HATREDS CANNOT MAKE US UNSTOPPABLE | AN INSPIRATIONAL STORY OF A LADY | ASSAM FLASHAssamFlash
zhlédnutí 65K
প্ৰথম বাৰৰ বাবে খুলাখুলিকৈ কলে বিবাহ বিচ্ছেদৰ কথা,আমাৰ সন্তানৰ গাত কোনো দোষ নাছিল, Reba phukanShemim Ahmed ssiddiki
zhlédnutí 177K
মোৰ ঘৰৰ মানুহক সন্তুষ্ট কৰিবলৈ স্বামীয়ে দুয়োখন বিয়াৰ খৰচ দিছিল Silpi sikha ActressShemim Ahmed ssiddiki
zhlédnutí 239K
VAŠE DÁVKA USPOKOJENÍ #74 😍HouseBox
zhlédnutí 141K
JO PARIS 2024 - Céline Dion chante "L'hymne à l'amour" sur la Tour Eiffel à la cérémonie d'ouvertureEurosport France
zhlédnutí 6M
A little girl was shy at her first ballet lesson #shortsFabiosa Animated
zhlédnutí 17M
Who is Assamese Famous Actor Brajen Borah? family, Education full Biography .by Bhukhan pathakAssamese Mixture
zhlédnutí 245K
Почему 08.08.2024 - день, который нельзя пропустить | НумерологНумеролог Андрей Ткаленко
zhlédnutí 747K
দেউতাৰ কষ্ট দেখি বহুত কষ্ট পাওঁ,১০০ টকাৰ কাৰণে তবলা বজাইছিলো Mira Borthakur interview #viralShemim Ahmed ssiddiki
zhlédnutí 201K
Transwomanয়ে সন্তান জন্ম দিব পাৰে নে ? লৰাৰ পৰা ছোৱালীলৈ পৰিৱৰ্তন হবলৈ কিমান খৰচ হ'ল Maya Kalita ৰ ?Chifung Suriya Jatra
zhlédnutí 129K
অভিনয় এৰি দিয়াটো মোৰ বাবে ভাতৰ লগত পানী খোৱা নিচিনা ||Assamese PODCAST Ft.Geetawali RajkumariKotha Studio কথা ( Pallabi Hazarika )
zhlédnutí 146K
Vitali Das' Daughter for the FIRST-TIME || Mother's Day Special || Assamese PODCAST - 110UNTOLD by Aboyob Bhuyan
zhlédnutí 129K
ভাড়াঘৰৰ পৰা মালিকে উলিয়াই দিছিল, মানুহৰ আশীৰ্বাদত মই আছো Manjyotsna Mahanta InterviewShemim Ahmed ssiddiki
zhlédnutí 96K
গিৰিয়েকক হাতত ৰখাৰ উপায়,বিচনাৰ তলত বাটি থৈ দিয়ক Mandira Barkotoki interview#viral#actress#youtubeShemim Ahmed ssiddiki
zhlédnutí 313K
সেনাপ্ৰধানৰ পত্নী-সন্তানৰ পলায়ন বাহৰেইনলৈNews 13
zhlédnutí 5K
CHURAQ CLIQUE - STRÁŽEMilujeme Párno
zhlédnutí 193K
Her Survival skills will Fry 🔪 #camping #survival #bushcraft #outdoors #lifehackMarusya Outdoors
zhlédnutí 46M
Cane salvato grazie alla prontezza di riflessi dei bambini e all'abilità del veterinario #shortsI migliori trucchetti di Fabiosa
zhlédnutí 2,9M
Mama vs Son vs Daddy 😭🤣DADDYSON SHOW
zhlédnutí 51M
A teacher captured the cutest moment at the nursery #shortsFabiosa Stories
zhlédnutí 56M
I CAN'T BELIEVE THIS HAPPEND!Zhong
zhlédnutí 31M
Symmetrical face⁉️🤔 #beautySwasti Ji
zhlédnutí 4,3M
World’s Largest Jello PoolMark Rober
zhlédnutí 113M
শিখা বাঈ আৰু আমাৰ দাদা মাজত থকা সম্প্ৰীতিৰ বোৰ নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ থলী হওক।,এনে আদৰ্শ দম্পতীৰ জীৱন মধুময় কৰি দিয়ক হে
পৰম পিতা পৰমেশ্বৰ (মাজুলী)
বাইদেউ আপুনি প্ৰগতিশীল চিন্তাৰ এজন দেৱতা সদৃশ স্বামী পাইছে আপোনাসৱক শতকোতি ধন্যবাদ ।
ইমান ভাল মানুহ লগত থাকিলে একো নালাগে জীৱনত॥ সদায়ে সুখী হৈ থাকক আপোনালোক ভগৱানে সহায় কৰক সদায়ে॥
আপুনি বহুত সাহসী বাবেহে এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিলে বাইদেউ। নহ'লে আপোনাৰ দৰে কিছুমান মহিলাই মৰি মৰি জীয়াই আছে মানুহক দেখাইহে মানে জীয়াই থাকিব লগা হৈছে । আৰু আপোনাৰ interview টোৰ পৰা বহুত সাহস পালোঁ বাইদেউ 🙏🙏🙏🙏🙏🙏
পলম কৈ হলেও video টো চালোঁ ,আৰু ভাল লাগিল । শিখা বাইদেউ জীৱন কাহিনী শুনিলোঁ । বৰ্তমান তেওঁ পাৰিবাৰিক সুখী । ভাল লাগিল । সুস্থ হৈ থাকক তাৰেই কামনা কৰিলোঁ
ভন্তী শিখাৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাই মানসিক ভাৱে হতাশ হোৱা বহুতো মহিলাক প্ৰেৰণা যোগাব বুলি মোৰ দৃঢ়বিশ্বাস।
মানুহজন সচাঁকৈ এজন ভাল মানুহ।
Salute nidhi Sara. You are a real he
May God bless you I like your novel
Wow! Wonderful personality 💕☺️ Go ahead mam,how bold and beautiful you are both physically and mentally as well! 👌👌🙏🙏
Great couple of Assam.
Really great..bhal lagil manuh jon
Iman val husband pale life tu hundor koi soli jai...understanding n supportive
চিনৰিতা খন পঢ়িয়ে আপোনাক ভাল লাগিছে। আপোনাৰ প্ৰতিটো কথাকে সমৰ্থন কৰোঁ।
সুখী পৰিয়াল। ভাল লাগিল 👍🙏
চেমিম বা নমস্কাৰ । আপোনাৰ অতিথি চিনাক্তকৰণ সচাঁই প্ৰশংসনীয় ।
আৰু আপোনাৰ অতিথিক প্ৰশ্ন সুধাৰ শৈলীটো সচাঁই মানিব লাগিব , কাৰণ আপুনি প্ৰশ্নবোৰ ঘৰুৱাভাৱে সোধে লগতে আপোনাৰ হাঁহিটো মনজুৰুৱা এছাটি মলয়া বা .....👌 আগবাঢ়ি যাওঁক
Wow wonderful husbend God bless u both
শিখা শৰ্মাৰ "চিন'ৰিটা" পঢ়িলো। ভাল লাগিল।
He is a good person........
Great video for the year of the 2024 .
Thanks Nivr sharma
I respect your sur thinking
Nice video ❤️ happy family 🥰
Very simple couple but perfect and very talented family.
শিখা শৰ্মা ধনী মানুহ । বাপেক চিকিৎসক । গিৰিয়েক ইনজিনীয়াৰ ।
বহুত বহুত ভাল লাগিল ইশ্বেৰ সদায়েই সুখত ৰাখক 🙏👌❤👍
Be happy always nd smile. ❤
I am very happy to your good decision ❤❤❤.
সুন্দৰ,,,, কথোপ কঠন। বহুত২🙏 আশীৰ্বাদ ও শুভকামনা থাকিল তোমালৈ🙏
God bless you .
মানুহজন ভগৱান ৰুপি ঈশ্বৰ সেই কাৰণে । সংখাৰ খন মধুৰ নিভাজ
Val lagil bohut besi....bhogobane khodai kukhole rakhok duyuke🙏🙏🙏🥰🥰
Sikha ba a great writer,Novalist,poet,social worker,singer,and a braini politican of entire Assam.acctually teo ajani great mainority netri o. adin teo Assam r Cabinet minister ba C.M. je hab 100 persent sure.
বহুত বহুত ভাল লাগিল।
সচা কথা কৈছে বাইদেউয়ে মৰম অবিহনে জীয়াই থকা বহুত কষ্ট হয়
আপোনালোকে talent ক গুৰুত্ব দি বিয়া পতাৰ কাৰণে আপোনাৰলোকৰ জীৱন সুখী হোৱাতো স্বাভাৱিক৷
Aapuni bohut xoru n. Preme boykh namane❤
Husbandjon iman bhal manoh.kotha botorate gom pua jai.sikha sarmah bohut lucky dei
Duyojaneajir samajkhanar babe prenadayak dhanyabad
বহুত বহুত ভাল ❤
Khuub bhal lagil
Semim baa 2mi j jubin daar lgt j photo upld dsa imn cute lga hoise.....
Nice video keep it up
vl lagil baideo kothabur jani
Kothabilak bohut vl lagil Thank you baideu
আপুনি এজন মহান ব্যক্তি।
বাইদেউ আপোনী কন্দুৱাই দিলে আজি। ভগৱানে বহুত সুখী কৰি ৰাখক।
Thank you. ❤️❤️
Bahut222 Thanks
ভাল লাগিলে কথাখিনি শিখা বহুত ভাল কৰিলা জীৱন তু নিজৰ সছা কথা ভগৱানে সহায় কৰিব আশীৰ্বাদ কৰিছো
Sikha Darma AJoni udioman great politician
Very very good video,.
Nice happy famile.
ভাল লাগিল বহুত ।
বহুত ভাল লাগিল
নিবিড় এজন মহান ব্যক্তি
বুলি ক'লোঁ।
❤❤❤
বিয়াৰ আগতে প্ৰেম কৰিব নোপোৱা বাবে বিয়াৰ পিছত প্ৰেম কৰি ডাবল এক্টিং কৰি দিলা না !এই নতুন গিৰিয়েক ললা ন ! সেইজনক এৰাৰ কাৰণটো উপাৰ্জন কম এইটোৱে ন ? বিবাহ কেলেঙ্কাৰীৰে জেইল খোৱা এই অবৈধ দম্পত্তীৰ দ্বিতীয় বিবাহৰ কথা প্ৰচাৰ কৰি কাৰ কি লাভ হ'ব বাৰু ?
Aponalokr khahok dekhi moi emanei emanei anupranot hoisu moi vavibo nowaru ..sem moru jibon to anekowae soli ase ...moi Bohot bohotei aponaloko dhoinyabado disu .mor jibonto agowai jabole apolokor xaitkar to pora moi anupranot hoisu....
Happy family
❤❤❤😂❤👌
চিনতাবোৰ বৰ ভাল লাগিল।
সুখেৰে থাকক দুয়ো।
Nice
Good
শিখা শৰ্মা বাইদেউৰ (চিন'ৰিটা) কিতাপ খন পঢ়ি বহুত অভিজ্ঞতা হ'ল। বাইদেউ বহুত কষ্ট কৰি ইমান খিনি পাইছেহি। বাইদেউ আৰু তেওঁৰ স্বামীৰ আহিব লগীয়া দিনবোৰ সুখেৰে ভৰি পৰক
😊a😊😊😊
May He makes a safe shadow over you.
Aapnalok.duye.hukhey.hantit.thakok.
Thank.
Thank you Sikha ba.
Very nice and uninic Video. Bohut bohut xuvokamona jonaloo Duyu jonoke. Go ahead way to your journey. Always be positive and happiness
God bless you
I had read her novel “Senorita” & now it’s one of my favourite ❤
সচাকে বিশ্বাস কৰা মোৰ তোমালোকৰ প্ৰেম দেখি হিংসা হয়। মানে শ্ৰদ্ধা ভক্তি আছে
ভাল লাগিল সাক্ষাৎকাৰটো চাই
দাদা jজন বৰ গহিন আৰু সুন্দৰ
ভাল লাগিল।
Bohot val lagel ba uponar kothabor
শিখা আৰু নিবিড় দুয়োকো "চিন'ৰিটা"ৰ যোগেদি জানিলো। এই অন্তৰংগ আলাপেও মোক দুয়োৰে প্ৰতি মোহাচ্ছন্ন কৰিলে । দুয়ো সন্তানকেইটিৰ সৈতে সুখেৰে থাকক __এয়ে কামনা । এই আলাপৰ শেষৰফালে দুয়োৱে দিয়া প্ৰশ্নোত্তৰে নিশ্চয় সকলোকে অভিভূত কৰিব ।
শিখা বাইদেও আপোনাক বহুত ধন্যবাদ যাজিলো
ভাল লাগিল।ভগবানে মংগল কৰক।
প্ৰথম বিবাহ কত হৈছিল
MP nhl nki
Bohut bhal lagil hakhyat kartu. Sikha sharmar dore hajargoraki Akhomot jonmo houk.
Sikha sharma gol na char anchal square km ulal kiman km hawi revenue kiman ahe mati r khajawna hisabe
Congratulations🎉🎉🎉
Nice video
পুৰুষ জন লৈ মানে, নিবিড় বাপ 🙏জন লৈ বহুত২ ধন্যবাদ। শট কোটি প্ৰণাম জনালো
Sikha ba Mur lgtu same hoise
ল'ৰা-ছোৱালী, মতা থকা মাকৰ নিচিনা বয়সৰ অচিনাকি পৰৰ তিৰোতাজনীক support দিবলৈ যোৱাৰ আগত নিজৰ ঘৰ খনৰ কথাহে এবাৰ ভাবি চোৱা উচিত আছিল। বৰ জনা-শুনা, কথা চহকী জনীয়ে দেখুন দুখনকৈ ঘৰ ভাঙিলে।
Apuni ekfam faltuonor manuj
Apunar nisina saru sinta.magajir manuhe anekua interview saboi nalage.
@@DikshaBorah-zg5sk আপুনি শিখা শৰ্মাৰ নিচিনা মতা সলোৱা, মিঞাৰ দালাল কৰি ফুৰা মিছলীয়া এজনীক অনুসৰণ কৰি বহল মনৰ মানুহ হওঁক। মোৰ ক'ব লগা নাই। কিন্তু টকা দি recharge কৰা মোৰ ফৌনত অহা ভিডিঅ' চাই মই মোৰ comment box ত মোৰ মতামত দৰ্শাইছো যিটো মোৰ অধিকাৰ আছে। আপোনাৰ যি ক'ব লগা আছে নিজৰ box ত গৈ নকয় কিয় মোৰ box ত আহি যে ভুক ভুকাইছেহি।
মই টকা দি recharge কৰা ফৌনত অহা ভিডিঅ'ৰ মোৰ comment box ত মই মোৰ মন্তব্য প্ৰকাশ কৰিছো। যিটো মোৰ অধিকাৰ আছে। আপুনি mor box ত আহি কিয় ভুক ভোকাইছে ? নিজৰ box ত গৈ কওঁক কি ক'ব লগা আছে। আৰু যদি আপুনি বিবাহিত, আপোনাৰ ল'ৰা- ছোৱালী আছে তেনেহ'লে শিখা শৰ্মাৰ দৰে মতা সলোৱা, বহুৰূপী, মিঞাৰ দালাল কৰা মিছলীয়া এজনীক অনুসৰণ কৰি বহল মনৰ পৰিচয় দিয়ক। হিন্দুক জ্বলাই মিঞাৰ লগত কৰা আপোনাৰ বাইদেউৰ নাটক বোৰ হিন্দু মানুহে পাহৰা নাই। শিখা শৰ্মাক আপুনি অনুসৰণ কৰক আপোনাৰ অনাগত দিনৰ ভালৰ লগতে আপোনাৰ সন্তানো সংস্কাৰী হ'ব।
Happy famili
Perfect Couple 🙏🙏🙏👍👍👍
🙏🏻🙏🏻🙏🏻👍🏼👍🏼👍🏼
ভাল লাগিল, ভালে থাকক সদায়!
🙏🙏🙏
ভাল লাগিল বাইদেউৰ বিষয়ে জানি ।
♥️
Hosai sikha baidew apuni thik kothai kuise... Apunar nisina Hahokhi nari hub komei.... Dadajon hub val manuh.... Apunalok hodai hukhi thakok.....
Husbend jonor manokhikota pronam jonaisu hosakoi apunar dore manuhr aru jonmo houk..
Nice couple
Nibir Sharma dadak thanks
মোৰো তোমাৰ নিচিনাই ফিল, শিখা। কিন্তু আমাৰ সংসাৰত🙏 ইমান দুখ,,, স্বামী ৰ পৰা একো চাপ'ৰ্ত নাপাওঁ।
Xsa k
Bor bhal lagil interview
Khikkha baa apuni akebare khasa. Kotha koise
Well