আঁতৰি দিয়ক ডাঙৰীয়া আহিছে, আচল ঘটনাটো কি আছিল চাওঁক.. সবিশেষ ভিডিঅ'টি, atorai diok dangoriya ahise

Sdílet
Vložit
  • čas přidán 15. 06. 2024
  • আচল ৰহস্য কি আচিল এই ঘটনাৰ..??
    সকলো ক'লে কেমেৰাৰ আগত, চাওঁক শেষলৈ।
    ধন্যবাদ 🙏🏻
    #atoraidiokdangoriyaahise #assam
  • Zábava

Komentáře • 437

  • @user-sx5tk5hw6r
    @user-sx5tk5hw6r Před 15 dny +41

    ধন্যবাদ ময়ুৰ মানুহ জেনীয়ে মনৰ কথা ব্যক্ত কৰিব পাৰিছে। তেওঁ চাগে তেনেকৈ ভগৱানক পাইছে।

  • @DebojitDebojitsaikia
    @DebojitDebojitsaikia Před 15 dny +26

    ভগৱানক লৈ বেপাৰ কৰিব নাপাই আমিওঁ ভগৱানক বিশ্বাস কৰো কিন্তু নাটক বোৰ দেখিলে বহুত দুখ লাগে আমাক ভগৱানেই চলাই আছে নাপাই দেই হে ভগৱান দাই দোষ নধৰিব

  • @manabkumarkalita732
    @manabkumarkalita732 Před 15 dny +30

    ৰাতি ঘোঁৰা কেইটা কিয় খেদি আনিছে । ভন্দামিৰো এটা সীমা থাকে ।

  • @user-mq1fx7zl8r
    @user-mq1fx7zl8r Před 16 dny +45

    গৰু গছত উঠা কথা কৈছে

  • @Danirojasfc6
    @Danirojasfc6 Před 16 dny +102

    অসমৰ অসমীয়া ৰাইজ এই অন্ধভক্ত স্বাভাৱ বোৰ এৰক।
    ইমান যুক্তি দি দি কথা কব নালাগে। 😔 😟
    ভগৱানক সকলোৱেই বিশ্বাস কৰে কাৰণেই দেশখন চলি আছে।
    আপোনালোকৰ নিচিনা মানুহেই নবপ্ৰজন্মক ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে।
    ঘোঁৰা এটা জন্ত , জন্তুক মৰম কৰিব লাগে খাবলৈ দিব লাগে সেইবোৰ কৰকঁ। উল্টা পুল্টা কাম কৰিলে সমালোচনাৰ সন্মুখীন হবই লাগিব।
    ধন্যবাদ।

    • @jayantahazarika6024
      @jayantahazarika6024 Před 15 dny +6

      মানুহে টোৰ ধান খেৰ মূৰ্তি পূজা কৰে মোৰ মতে ভগৱান সকলোতেই আছে।

    • @user-eg6zg6mx7g
      @user-eg6zg6mx7g Před 15 dny +5

      Right

    • @DolinMoran-kp6wm
      @DolinMoran-kp6wm Před 15 dny +1

      Belegok kio homalusona koribo lage.hihote kiba dekhise babe pujise karuba force Kora nai. Kheror murti tu bonai Puja Kora ba vogobanor photo akhon Puja koratu homalusona koriba neki?

    • @anshug214
      @anshug214 Před 14 dny +3

      Hosa kotha koisa op

    • @user-ig3zz8vg7w
      @user-ig3zz8vg7w Před 6 dny

      Atia dangria kot gol

  • @mitalinath6601
    @mitalinath6601 Před 14 dny +15

    ইমান সহজ নহয় যে কলিৰ যুগৰ মহা পাপী মানুহক ভগৱানে এনেকৈ দেখা দিব , আৰু দিবও পাৰে যি শুদ্ধ ভকত কিন্তু চবকে দেখা নিদিয়ে

  • @lakhimaniborah2878
    @lakhimaniborah2878 Před 17 dny +21

    অতি সুন্দৰ ভিডিঅ ❤❤

  • @hemandutta4091
    @hemandutta4091 Před 15 dny +28

    কি গম পোৱা নাই, ৰাতি লোকৰ পথাৰৰ পৰা ঘোৰা খেদি আনি, এজন লোকৰ ঘৰৰ পিছফালে ৰাখি, পিছদিনা, কিহৰ নাটক, কৰিছিলে, দাঙৰীয়া আহিছে আতৰি দিয়ক,,, ধৰাপৰিলে ভালে হল, নাইবা, সেই থাইত, আই, থান এখন হল হেতেন, আৰু সেই থানৰ হৰতা, কৰ্তা, সেই ৭ গৰাকী হল হেতেন,

    • @ghanashyamborah1063
      @ghanashyamborah1063 Před 12 dny

      These persons are very superstitious.

    • @muninoza4944
      @muninoza4944 Před 12 dny

      একেবাৰে শুদ্ধ কথা উত্তৰ দিলে দেই আপোনালৈ ধন্যবাদ।

  • @paparitamuli4621
    @paparitamuli4621 Před 16 dny +55

    পথাৰত ঘাঁহ খাই থকা ঘোঁৰা ৰাতি কিয় খেদি আনি এজনৰ ঘৰত সোমোৱাব লগিয়া হৈছিল।

    • @Gitu502
      @Gitu502 Před 16 dny +2

      Oh hy tu kio xudha ni moyur mixe ..

    • @DolinMoran-kp6wm
      @DolinMoran-kp6wm Před 15 dny

      Hihote nije khedi nai ana nije aahise.hihote kiba dekhise babe pujise aane kio homalusona koribo Lage.aapuna Luke srikrishna photo khon kio puje hei khontu photo hoi?Tak loi aaan dhormo manuhe homalusona korile bea nalage kintu nij dhormor manuhe kio homalusona kore.

  • @surajitvlogs22
    @surajitvlogs22 Před 17 dny +52

    অ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আতৰি দিয়ক 😅

  • @khaninsingha7937
    @khaninsingha7937 Před 17 dny +26

    আতৰি দিয়ক ডাঙৰীয়া আহিছে

  • @bika19292
    @bika19292 Před 14 dny +11

    আইতা গৰাকী গাত আই লম্বিচে ঠিকেই আছে, বিশ্বাস কৰিছোঁ , আৰু ঘোঁৰা দুটা ক ডাঙৰীয়া বুলি পূজা -পাত কৰিছে মানিছোঁ কিন্তু ঘোঁৰা কেইটাৰ মালিক ওলোৱা পাছত অৰ্থাৎ আই গা পৰা ওলাই গ'ল যে _____?🤔😁বাকি যিয়ে নহক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক 🙏🤣😂🤣😂🤣

  • @pranitamalakar6783
    @pranitamalakar6783 Před dnem

    Bhal lagil sai❤❤❤

  • @kanakadevi780
    @kanakadevi780 Před 16 dny +6

    Mayur da gun gunot apunar acting bohut bohut val lagise

  • @karsangpegu7900
    @karsangpegu7900 Před 15 dny +13

    মোৰ ভুল নহয় যদি এইজনী কালি মা জনী নহয় জানো। যে জিভা উলিয়াই হাতেদি সাপৰ পচ লোৱা জনী 😅😅

  • @LakhyaDharKalita-rr2kz

    সুদৃঢ় বিশ্বাসে মিলয় হৰি🙏🏻🙏🏻

  • @glowshine241
    @glowshine241 Před 12 dny +7

    আমাৰ অসমৰ নাৰীক ভগৱানে ইমানেই পছন্দ কৰে যে সকলো ভগৱান আমাৰ মহিলাৰ গাত হে আহি লম্ভে 😂😂

  • @assamhknart8924
    @assamhknart8924 Před 17 dny +7

    Mjja❤dada

  • @bhaskarborah7873
    @bhaskarborah7873 Před 16 dny +28

    আঁতৰি দিয়ক।😂😂😂 মোৰ বগা ঘোঁৰা ৰং লগাই ৰঙা কৰি দিলে😂😂😂😂

  • @LilkalyanjyotiBarman-pc4mc

    Mayur Daa Good information..keep it Up
    👍

  • @manashsaikia9926
    @manashsaikia9926 Před 16 dny +4

    Love from Gohpur ❤️❤️

  • @rijuborah6053
    @rijuborah6053 Před 13 dny +3

    এই জনী মহা ধুৰন্দৰ মহিলা ।

  • @ritikakalita7708
    @ritikakalita7708 Před 17 dny +7

    Nice video dada ❤❤

  • @user-kx2nq4ni9v
    @user-kx2nq4ni9v Před 17 dny +7

    Mayur Da apunak mor bhut Val lage ❤ so handsome❤

  • @user-st3sc3fg1g
    @user-st3sc3fg1g Před 17 dny +6

    Tumar acting bor Val laga. gungun ot bor dhuniya acting korisa dada

  • @pankajkonwar9940
    @pankajkonwar9940 Před 10 dny +2

    এই বছৰৰ শ্ৰেষ্ঠ কৌতুক ---- "ডাঙৰীয়া আহিছে আঁতৰি দিয়ক...."

  • @jitusaikia331
    @jitusaikia331 Před 14 dny +2

    অ তাৰ মানে চিনেমা খন হৈ উঠিব নিদিলে এতিয়া চাগে ঘৰৰ লৰা ছোৱালী বোৰে লাজত বজাই ছে সেই হে মেদিয়াৰ আগত এয়া নাতক

  • @PadmaGogogoi
    @PadmaGogogoi Před 13 dny +2

    যদি ঘোঁৰা নহৈ বাঘ দুটা আহা হলে হানিখুচি ৰঙা কৰিল হয়। ডাঙৰিয়া নহৈ যমদূত হল হয়। আঁতৰি দিয়কআঁতৰি দিয়ক যমৰ দূত আহিচে ।

  • @ramenbaishya7029
    @ramenbaishya7029 Před 12 dny +4

    এইবোৰ কামত বেয়া comment নকৰি উৎসাহ দিব লাগিছিল নেকি

  • @pegurock421
    @pegurock421 Před 15 dny +18

    যাৰ ঘৰত বিপদ আহে এই সকল লোকে গম পাই ডাঙৰীয়া কি ।যি সকলৰ এতিয়াও বিপদ দেখা পোৱা নাই এদিন আহিব।

  • @krishnagogoi1657
    @krishnagogoi1657 Před 15 dny +7

    অন্ধ বিশ্বাস | নিশা ঘোঁৰা দুটা কিয় খেদি আনিছিল?

  • @user-gb5vf2th2i
    @user-gb5vf2th2i Před 14 dny +3

    এতিয়াও এনে অশিক্ষিত আৰু অন্ধ বিশ্বাসী থকাটো দুৰ্ভাগ্যজনক। আইজুৰোৱা কাহিনী টো সছানে??

  • @pragyan-ff20
    @pragyan-ff20 Před 13 dny +1

    Ai kosa ami hokolua mani bo lega❤

  • @AjantaBaruah-kj4mp
    @AjantaBaruah-kj4mp Před 17 dny +12

    ভাল লাগিল তোমাৰ কথা শুনি। তোমাক ভগৱানে কোশলে ?রাখক

  • @SUNU_PALLABI_LOVE
    @SUNU_PALLABI_LOVE Před 6 dny

    Video too চাই বহুত বহুত ভাল‌ লাগিল দেই ❤❤❤❤❤😊😊😊😊

  • @user-of4ig9hb3p
    @user-of4ig9hb3p Před 13 dny

    Thanks God bless you

  • @BikiRay8928
    @BikiRay8928 Před 15 dny

    Love From Sorbhog Dada ❤

  • @Sidanandakalita-ko6hj
    @Sidanandakalita-ko6hj Před 14 dny +2

    পৃথিৱীত ভগৱান আছে কিন্তু তঁহতৰ নিচিনা ভন্দামি নাই । ভগৱান পৃথিৱীত আছে বোলি মানিলেই তঁহতৰ ভন্দামি মানিব লাগিব নেকি ? বদমাচি কাম কৰি সস্তিয়া উদাহৰণ দিব আহিছে ।পইচা ঘটিম বোলি ভাবিছিল কিন্তো নোবাৰিলে ।আৰু এই ঘৈনীৰ মেখেলা পিন্ধা মতাতো ২নম্বৰ বদমাচ।ওচৰত পোৱা হলে কাণৰ তলত ২চৰ মান দিলো হয়।

  • @robinchandrakalita6271
    @robinchandrakalita6271 Před 15 dny +6

    এই বিষয়টো কোনোমতে ৰাইজে পাহৰিবলৈ লৈছে।পুণৰ নতুনকৈ চৰ্চা কৰি মানুহক অন্ধবিশ্বাসত ডুবাবলৈ চেষ্টা নকৰিবচোন।

  • @Bulbulmusic-cx2yu
    @Bulbulmusic-cx2yu Před 17 dny +6

    Moyur da prank call lage ❤❤❤

  • @SopunMili
    @SopunMili Před 15 dny +3

    চব এইবোৰ মিছা কথা কাম বন নাই চালা . আমাৰ গাঁৱত হোৱা হলে মাৰি মাৰি চেচ কৰি দিলো হয় চালা

  • @dhansirivlogs1427
    @dhansirivlogs1427 Před 4 dny +4

    বঢ়িয়া,, অন্ধবিশ্বাসৰো এটা সীমা থকা ভাল।

  • @BibakGogoi
    @BibakGogoi Před 10 dny +1

    কৃষ্ণ প্রভু 🙏🏻

  • @dchetia6429
    @dchetia6429 Před 14 dny +1

    এটো টকা ঘটা সহজ পদ্ধতি
    আছিল। কিন্তু অভিনয়টো বেচি হোৱাৰ বাবে হে ফ্লপ মাৰিলি, আকৌ এৰি নিদিব।

  • @abhiaxom8823
    @abhiaxom8823 Před 17 dny +9

    ভাল লাগিছে তোমাৰ ভিডিঅ'টো পাই বুজি পোৱা বাবে তোমাৰ মঙল হক

  • @kinkuboruah75
    @kinkuboruah75 Před 17 dny +9

    Manuh Goraki gat ai thokatu hosa.taur gat jatiya ai asil manuh goriyakir Mukher inspection blg asil.vl manuha nuwara ako tnkuwa koribo

  • @t.c.gaming2255
    @t.c.gaming2255 Před 17 dny +3

    ভাইটি তোমালোক আহি ভাল কৰিলা সকলো খিনি বোজাই দিলা তথাপি ও কিছুমান মানুহ আছে এতিয়াও বুজি নাপাই। তুমি অহাৰ বাবে ভাল লাগিল।

  • @jonakorpohor
    @jonakorpohor Před 2 dny

    Good

  • @user-uy3pi4nh3z
    @user-uy3pi4nh3z Před 4 dny

    ধেৎ!!!!!!!

  • @mitalinath6601
    @mitalinath6601 Před 14 dny +2

    ভগৱানক খেদি আনে নেকি নে ভগৱানক খেদি খেদি বিদাই দিয়ে 😮

  • @molinadas9009
    @molinadas9009 Před 15 dny +4

    Ghura keitak dhori Aanile kiyo..
    Hati ba goru Dutak puja kora holeu to hoi..lukor ghura duta dhori aani ki mane

  • @bipuldoley1906
    @bipuldoley1906 Před 15 dny +3

    পইচা লোবত নাঠক কৰিচিল । ৰাতিত কেদি হনাটো নিউছত দেকিছো আমি !

  • @assamesefunni7522
    @assamesefunni7522 Před 15 dny +4

    আঁতৰি দিয়ক আঁতৰি দিয়ক সাংবাদিক আহিছে

  • @muninoza4944
    @muninoza4944 Před 15 dny +4

    হয় হয় , ঘোঁৰা কেইটাই ভগৱান অসমৰ মানুহৰ কাৰণে , বান্ধি থব লাগিছিল। টকা ঘটাটো পিচতহে হব এতিয়াই নহয় ।

  • @dhkpatir1483
    @dhkpatir1483 Před 15 dny +3

    প্ৰথমে ইয়াক সুধক মিচিং মানুহ ঘৰক কিয় এনে ‌ব্যৱহাৰ কৰিছিল | আৰু ৰাতি টৰ্চ লৈ ঘোঁৰা খেদা দৃশ্যটো কি আছিল |

  • @BipulKachari-ov8hp
    @BipulKachari-ov8hp Před 13 dny +1

    গাত অলপ গৰম পানী ঢালি চাব লাগিছিল তেতিয়া গম পোৱা গল হয়।

  • @Dineshkaman
    @Dineshkaman Před 15 dny +1

    আই লম্বিছে বুলি কিয় মানুহক কামুৰি হাৰা শাস্তি কৰিলে? আয়ে কমুৰিব কৈছিলেনেকি?

    • @sochirampadun4307
      @sochirampadun4307 Před 14 dny

      একদম জেগাত দিছা । পিছে আজি কালি আপোনাক বহুত কমকে চোচিয়েল মেদিয়াত দেখা পাইছো।

  • @PonaliNath
    @PonaliNath Před 16 dny +7

    Atori diyok atori diyok xurideu ahise axomiya raijok kiba bujaboloi😂😂😅

    • @mdgamer3547
      @mdgamer3547 Před 15 dny

      Tur maa baper or lgt hole gom pabi ....toi sai thak tur lgt ki ki hbo

    • @KakoliGayan-xg4gj
      @KakoliGayan-xg4gj Před 15 dny

      😂😂😂😂😂😅😅😅😅🤣🤣🤣❤❤❤❤

  • @muninoza4944
    @muninoza4944 Před 13 dny +2

    সঁচা কথাৰে কমেনট দিয়া কাৰণে লাজ লাগিছে নেকি?

  • @najirulhaque6777
    @najirulhaque6777 Před 14 dny +2

    হাতী আহিলে আদৰি আনিলে হেঁতেন নে।

  • @user-ri9bd4wj1r
    @user-ri9bd4wj1r Před 7 dny

    Missa kotha😮😮😮

  • @Jiten-or3ep
    @Jiten-or3ep Před 16 dny

    Val lage sai sari

  • @RAnjitapatgiri
    @RAnjitapatgiri Před 15 dny +1

    Sure ketiyau hocha kotha nkoi ai kathakar sobe vhal koi jane.. Kunu ai nhoi

  • @user-lq5lw8ni7n
    @user-lq5lw8ni7n Před 9 dny

    চুৰ আই

  • @hadhu20
    @hadhu20 Před 14 dny

    Bhogobanok Hokolua Manok🙏🙏

  • @parthablog5313
    @parthablog5313 Před 17 dny +1

    Fst

  • @BijitNata
    @BijitNata Před 16 dny +6

    যদি ভগৱান আছে বুলি বাবে তেন্তে এইটো বিচ্চা কৰিৱ লাগিব কাৰন সকলো বোৰ আমি বিচ্চা কৰিয়েই জিয়াই আছো 😢😢😢

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 16 dny +3

    যি হল হল কাপোৰে কানিয়ে গল।আই উঠাটো সচা হবও পাৰে;কিছু কিছু ক্ষেত্ৰত অলপ বেছি দেখোৱাও হল মানে"অতি ৰঞ্জিত কিছুমান হল!নকৰিব লগীয়া কিছুমান কৰিলে। বেছিকৈ দেব দেবী পূজা কৰিলে এনেকাণ্ড হবই।

  • @dwikota75
    @dwikota75 Před 11 dny +1

    Comment কৰিবলৈ আহিছোঁ। আঁতৰি দিয়ক।
    ভগৱান কিয় নামানিম। কিন্তু আপোনালোকৰ দৰে ভণ্ড সকলক মুঠেও নামানো। আপোনালোকৰ দৰে ভণ্ডই সমালোচনা শুনিবই লাগিব। একো হোৱা নাই। ভণ্ডামি আপোনালোক। সুস্থ মগজু নাছিল হেনো আপোনালোকৰ। আচলতে চিকিৎসাৰ প্ৰয়োজন আছিল। অসুস্থ মজুৰে কৰা কামক সুস্থ মগজুৰ মানুহে গ্ৰহণ নকৰে।

  • @bhaskarmohan4040
    @bhaskarmohan4040 Před 6 dny

    jai aimatti jai ho ma

  • @PrasantaBhuyan-gj6lo
    @PrasantaBhuyan-gj6lo Před 6 dny

    Kiba ata holei bohut besi kori dia amar manuh bure.karu jibonor kotha nevabi bohut kiba kibi koi dia

  • @Jaibajrangbali-se7yk
    @Jaibajrangbali-se7yk Před 13 dny +1

    অন্ধ বিশ্বাস এইবোৰ মানু্হ 👍

  • @pjb1990m
    @pjb1990m Před 17 dny +2

    🙏 ভাল লাগিল ভিডিঅ'টো

  • @labagogoi3561
    @labagogoi3561 Před 4 dny

    আই ডাঙৰীয়া সকলো বিশ্বাস কৰো 🙏

  • @miduldutta8798
    @miduldutta8798 Před 15 dny +5

    ইহঁতৰ নিচিনা মানুহ জীয়াই থাকি লাভ নাই,
    আৰু জীয়াই থাকিলে সমাজৰ কল্যাণ নহয় ধ্বংস হে হ'ব ,
    ইহঁতৰ গাত আই লম্ভিব কাৰোবাৰ গাত মহাদেৱ লম্ভিব কাৰোবাৰ গাত কৃষ্ণৰ লম্ভিব বাপেৰ মূৰটো নি ইহতি,
    মৰি যা বে কেলা মৰি যা তহত বোৰ ,
    প্ৰেমৰ বাবে ভাল ভাল মানুহ মৰি গৈছে ,
    তহত বোৰ ধ্বংস বাবে মৰি যোৱা ভাল,
    জীয়াই থাকি একো সমাজ কল্যাণ নহয় ,
    চিধা কথা
    আঁতৰি দিয়ক ৰাইজ আতৰি দিয়ক ডাঙৰীয়া আহিছে 😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀

  • @asbgamer8823
    @asbgamer8823 Před 6 dny

    Aai parnam

  • @user-rf6xm1dk7j
    @user-rf6xm1dk7j Před 5 hodinami

    Video2 sai hahi uthise 😅😂

  • @kuleswarmoran4753
    @kuleswarmoran4753 Před 12 dny

    কিমান ধন ঘতিব পাৰিলে

  • @myyoutube5267
    @myyoutube5267 Před 6 dny

    Easy income process

  • @crazyraj8542
    @crazyraj8542 Před 16 dny +5

    Video tu sowar para atori dilo

  • @BhabeshBora-tc3yl
    @BhabeshBora-tc3yl Před 17 dny +2

    ❤❤❤

  • @Puspanjoli741
    @Puspanjoli741 Před 16 dny

    ❤💫

  • @KumoliDas-eu1bw
    @KumoliDas-eu1bw Před 16 dny +2

    অতি সুন্দৰ ময়ূৰ দা❤

  • @gamepaglafanpagla4215
    @gamepaglafanpagla4215 Před 10 dny

    Missa kotha

  • @pradipkalita3161
    @pradipkalita3161 Před 13 dny +1

    কথাটো হ'ল ডাঙৰীয়া কোন?

  • @RabinKaman-qm6md
    @RabinKaman-qm6md Před 12 dny

    আই ঘাহ খায়নে

  • @MANJIT_87
    @MANJIT_87 Před 16 dny +1

    Dada gun gun end date tu ki❤❤❤❤

  • @arupbora2442
    @arupbora2442 Před 15 dny

    Kbi lge

  • @promilachiring2535
    @promilachiring2535 Před 14 dny +1

    ভগৱানক উপাসনা কৰিব কিন্তু এনেদৰে নহয়

  • @user-zh2sk1kk3d
    @user-zh2sk1kk3d Před 17 dny +2

    Muga kenekoi hol

  • @dharmendradoley2446
    @dharmendradoley2446 Před 14 dny +2

    Ki karonot manuhor ghorot goi marpit Korisil.

  • @majnurali8452
    @majnurali8452 Před 15 dny +1

    Kiman posa pali

  • @akramhussain1735
    @akramhussain1735 Před dnem

    hihihihi.....

  • @pallabsaikia1941
    @pallabsaikia1941 Před 13 dny

    Mur first comment ডাঙৰীয়া আহিছে আঁতৰি দিয়ক😁

  • @DebanandaKaman
    @DebanandaKaman Před 15 dny +1

    ৰতিত ঘোঁৰা খেদি লৈ যোৱা পৰ্যন্ত দেখুৱাই ছে দেখোন

  • @LalitaRabha-fr5qj
    @LalitaRabha-fr5qj Před 11 dny

    Ami Bisha Koru Ai Ba Bhogoban Ase

  • @user-kk7ly8th4g
    @user-kk7ly8th4g Před 9 dny

    আপোনালোকৰ লাজ নাই আৰু ন

  • @akashboraassam2169
    @akashboraassam2169 Před 12 dny

    Hiii ময়ুৰ দা❤❤❤

  • @user-xy7oy1mv6m
    @user-xy7oy1mv6m Před 4 dny

    তহঁতে ডাঙৰ ডাঙৰ মন্দিৰ বনাই পূজা কৰক।

  • @JitenPameh
    @JitenPameh Před 15 dny +1

    ভগৱানে মানুহক কামোৰে নেকি ? অন্য আই লমবাই যদি আপোনালোকৰ দৰে আপোনাকো কামুৰি মাৰধৰ কৰে তেতিয়া আপুনি নিজকে কি ক'ব?