Video není dostupné.
Omlouváme se.
খণ্ড ৪ || চিত্ত মানে কি || ঈশ্বৰ ওচৰত চিত্তটো কেনেকৈ অৰ্পণ কৰিব পাৰি || ব্যাখ্যাকাৰ চন্দন কোঁৱৰ ||
Vložit
- čas přidán 23. 03. 2024
- চিত্ত মানে কি
ঈশ্বৰ ওচৰত চিত্তটো কেনেকৈ অৰ্পণ কৰিব পাৰি ব্যাখ্যাকাৰ চন্দন কোঁৱৰ
chandan konwar
chandon konwar
rontu saikia bhagawat path
#rontu saikia bhagawat path
rontusaikia
#mondira bhorali
bhagawat path
pranjit gogoi
pranjit gogoi bhagawat path
bhagawat
ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
স্থান খুটিকটীয়া নামঘৰ হাৱাজান
pranjit gogoibhagawat ptha
pranjit gogoi
ভাগৱত পাঠ
#ভক্তিৰ সাগৰ
#voktir sagor
bhaktir sagor
#bhakti Sagar
#pranjit gogoi bhagawat path
Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হব
Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত শত কৌতি কৌতি প্ৰনাম জনালো। প্ৰভূ জনাৰ চৰণ এটি নিবেদন আছিল। নিবেদন টি হল কল্প তৰু ভাগবত পুথি ভাগিৰ একাধিক ক্ৰমে শুনাব নোৱাৰে নে বাপ।কাৰন বহু জন বাপে বাখ্যা কৰে । পিছে আমি আপোনাৰ বাখ্যা ভাগি শুনি মধুৰ আন্দ পাও কৃষ্ণ।
কৃষ্ণ কৃষ্ণ সেৱা জনালো
ৰাম কৃষ্ণ হৰি প্ৰণাম জনাইছোঁ
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।
কৃষ্ণ প্ৰভূ ভক্তি ভৰা সেৱা জনাইছো🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedilu.
কৃষ্ণ কৃষ্ণ ভকত ভগৱন্তৰ শ্ৰীচৰণত শত সহস্ৰ বাৰ প্ৰণাম জনালো।
।।কৃষ্ণ ।।🙏🙏🙏
Krishna bap bor hundor baykhya val lagil
sunddar explain krishnsa 🙏
কৃষ্ণ কৃষ্ণ , আজি পৰম সোভাগ্য হ'ল ।ভাগৱত শ্ৰৱণে মনক আনন্দ দিলে ।কৃষ্ণ ।
Krishna Krishna Krishna 🙏🙏🙏 Bap
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বৰ ভাল লাগিল বাপজনা।আশিবাদ থাকিল।
Krishna krishna krishna bap krishna
Krishna, oti Sundar biyakha.🙏🙏🙏
বাস্তৱ বাদী যুক্তিৰ দৃষ্টিৰে ভাগৱত ব্যাখ্যা । কৃষ্ণ - কৃষ্ণ ।
Krishana bapjon apunar bhagobot bakhaya suni Moi anondit.
Krishna Krishna krishna bor bhal lagil . Anonya apurba sawalil Bhagawate tatta byakhya
Krishna krishna krishna ❤❤❤🙏🙏🙏
krisno krisno ❤❤❤
Krishna Krishna pravu.
Krishna krishna
Krishna krishna probhu bapjna val lagil🙏🙏🙏🙏🙏🙏🙏❤
krishna
Krishna bap dhany. Bad
Krishna, bor Sundar biyakha. 🙏🙏🙏
Ram Krishna
Krishna Krishna 🙏🙏🙏
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏
Krishna Krishna ❤❤
Krishna bap iswar dakhiye bhakti bhara sewar janalu
Krishna
Krishna 🙏
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ 🙏
Krishna Krishna namaste 🙏 ♥️
প্ৰণাম প্ৰভু
Krishna Krishna bap jonak bhoktipurna hewa nibediso.
Krishna. Krishna 🙏🏼
কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
সুন্দৰ 🙏🙏
জয় গুৰু শংকৰ❤
কৃষ্ণ প্ৰভু ঈশ্বৰ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ
l
😊A
999999999999999
99999
Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏🙏🙏
Krishna 🙏🙏
Krishna krihna
কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ বাপ
Krishna Krishna Krishna baap shwy nebadulu krishna Joy guru Shankar krishna
Krishnapravusewajanalu
Krishna Krishna Krishna
Ram.ram.ram.ram.ram.krishna.
কৃষ্ণ
জয় শ্ৰী ভাগৱত জয় শ্ৰী কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু ৷ সুন্দৰ ব্যাখ্যা ৷
Suni val lagise
😊
কৃষ্ণ, কৃষ্ণ
🙏🙏🙏🙏
🙏
🙏🙏🙏
🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
Nice
Krishna Krishna. Bap. Apunar coronot. Hewa. Jonisu
প্রভু আপোনাক কোটি কোটি প্রণাম🙏🙏 আপোনাৰ সুন্দৰ বাখ্যা শুনি বহুত ভাল লাগিল।
Krishna Krishna Krishna pahbu
❤😂 কৃষ্ণ কৃষ্ণ।
🙏 কৃষ্ণ ।অতি সুন্দৰকৈ ব্যাখাৰ বাবে সেৱা নিবেদিলো।
কৃষ্ণ
আপোনাৰ মুখ পদ্মৰ পৰা ভাগৱতৰ সাৰ মৰ্ম জানিব পাৰি বহুত ভাল লাগে
কৃষ্ণ কৃষ্ণ
হে মহাপ্রভু বাপজনা আন্ধাৰৰ বন্তি গছি জ্বলাই মইহেন মহাপাপীক যি জ্ঞিয়ান দিলে প্ৰভু আপোনালৈ শত কুতী প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ
Joi Shri Krishna 🙏🙏🙏🙏🙏🙏
কৃষ্ণ বৰ সুন্দৰ লাগিল। বাপজনাৰ মুখপদ্মহন্তে কৰুণাময় ভগৱন্তৰ চৰণ কমলত কিদৰে নিজকে অৰ্পণ কৰিব লাগে, ভকত সেৱাৰ যোগে দিয়েই যে ভগৱন্তক পাব পাৰি, ভকতেই যে শ্ৰেষ্ঠ, জীৱন তাৰণৰ উপায় একমাত্র হৰি নাম ইত্যাদি বহু ৰসাল সাৰুৱা কথা শ্ৰৱণ কৰিব পাৰি নিজকে ধন্য মানিলো আৰু শ্ৰদ্ধাৰ ভকত জনাৰ শ্ৰীচৰণলৈ সেৱা নিবেদিলো। কৃষ্ণ
7
Krishna Krishna bap hatakuti pranipat janalu.
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চনত শত শত সেৱা জনালো আপোনাৰ কন্ঠ টি খুব সুন্দৰ খগেন মহন্তৰ দৰে । প্ৰভূয় আপোনাক কৃপা কৰক কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত কৌতি কৌতি সেৱা জনলো ৰঙিয়া ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত শত সহস্ৰ কুটি প্ৰণিপাত জনাইছো কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Kisna kisna
কৃষ্ণ কৃষ্ণৰ চৰণে লৈইলো শৰণ ধন্যবাদ
কৃষ্ণ কৃষ্ণ বহত বহত ধন্যবাদ
Krishna 🙏🙏🙏
Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ভাগৱত পাঠ বাখ্যা হলে এখেতে কৰাৰ দৰে কৰিব লাগে যাতে বাখ্যা আৰু পাঠ সমানে চলে আৰু ৰাইজেও আমনি নাপাই শুনি!
Krishna Krishna bap
Krishna Krishna
Ram krishna pravo sipajhar
Krishna krishna provu 🙏🙏🙏🙏❤️
Krishna baap
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দর বাখ্যা সেবা জনাইছো কৃষ্ণ।
Krishna Krishna 🙏🙏
বাপ ঈশ্বৰৰ আশীৰ্বাদ শিৰুধ্যায্য কৰি আকৌ এষাৰ পাতনি মেলিলো। ভূল হ'লে ক্ষমা কৰিব। এই বিচিত্ৰতময় সৌন্দৰ্য্যময় মাধুয্যময় মায়াময় মোহময় প্ৰকূতিৰ শিলাময় অনন্ত কোটি ব্ৰহ্মাণ্ডখনিৰ অধিকাৰী ব্ৰহ্ম বা আত্মা আৰু ব্ৰহ্মৰ পৰাই উদ্ভৱ হোৱা অপৰাৰ নৰম শক্তিৰ পৰাই পঞ্চ ভৌতিক পদাৰ্থৰে গঠিত মায়াৰ ভ্ৰমৰে হোৱা এই প্ৰকূতিৰ জগত খন। এই অমূল্য জগত খন মায়াময় আৰু বিনাশশীল মিথ্যা । এই আছে এই নাই। ব্ৰহ্মৰ ওপৰত কোনো ভগৱান নাই। ব্ৰহ্মৰ পৰাই উদ্ভৱ হোৱা পৰা প্ৰকৃতিৰ চেতনা শক্তি বা আত্মাৰ প্ৰতিবিম্ব বিলাকেই জগতৰ উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ আত্মা বা ব্ৰহ্ম নিজৰ কৰ্ম ফলে প্ৰাপ্ত হৈছে নিজ নিজ দেহৰ। কাৰণ আত্মা বা ব্ৰহ্ম সত্য আৰু এক। গতিকে ব্ৰহ্ম এজনে চাৰি মুঠি দেহত কেনেকৈ সোমাই থাকিব? ব্ৰহ্মৰেই প্ৰতিবিম্ব চাৰি মুঠি দেহত আত্মা স্বৰূপে প্ৰতিবিম্ব প্ৰক্ষেপিত হৈ আছে। কাৰণ ব্ৰহ্ম এজনে চাৰি মুঠি দেহত থকা অসম্ভৱ। গতিকে ব্ৰহ্মৰ প্ৰতিবিম্ব প্ৰতি টো ঘটতেই বা দেহত সুমাই থাকে। সেই হে ব্ৰহ্ম সত্য জগৎ মিথ্যা। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'ল পূৰ্ণ ব্ৰহ্ম । ব্ৰহ্ম সত্য অচল অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত নিগূন নিস্কাম অভেদ্য অদাহ্য অদ্ৰৱনীয় অসীম সবব্যাপী সবাৰো উদ্ধত কালৰ অতীত চৈতন্য সনাতন কল্পনাতীত সৰ্ববৃহৎ অকত্তা অকম্মা অদূশ্য সববিহৎ চিৰন্তন আদি। ব্ৰহ্মক চিনিব লৈ অহম ভাৱনা ত্যাগ কৰি অহ্ঙকাৰ শূন্য হৈ পৱিত্ৰ আৰু শুদ্ধ চেতনা আহিব লাগিব। পৱিত্ৰ আৰু শুদ্ধ অহ্ঙকাৰ শূন্য চেতনাই আত্মা বা ব্ৰহ্মৰ প্ৰতিবিম্ব। ব্ৰহ্মক জানিলে সকলো জনা হয়। জন্ম মৃত্যু বন্ধনৰ পৰা আত্মা মুক্ত হয়। ব্ৰহ্মক জানিবলৈ সৎ আৰু সদাচাৰী হ'ব লাগিব।মন আৰু হ্নদয়ৰৰ পৰা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল অহ্ঙকাৰ শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ শোষণ নিস্পেষন কুৎনীতি অমানুষিক কাৰ্যকলাপ ৰোধ কৰিব লাগিব। তাৰ বিপৰীতে সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তিৰ ক্ষুধা আৰু তূপ্তিৰ মাদকতা এৰিব লাগিব। সৎ চিন্তা ভাৱনা বিবেচনা আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ আদি বিভিন্ন দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি হ'ব লাগিব। সকলো আত্মা কেই সম জ্ঞান সম দূষ্টি মৰম স্নেহ প্ৰেম ভক্তি বিশ্বাস আদৰ সমাদৰ মানৱ কল্যাণ জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে কাম কৰা আধ্যাত্মিক শ্ৰদ্ধা নিবেদন কৰা ইত্যাদি। প্ৰদীপ গগৈ গুৱাহাটী।
Vallagilsune
Kerisan kerisan
চিএ মানে মনৰ ছায়া
অতি চঞ্চল। কৈছে তুমি চিএ বূতি মোৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ(গৰাকী)ম ই অনাথৰ অন্ত (অধীন) 😮 প্ৰদীপ গগৈ।
Krishna Krishna Krishna Krishna Ram Ram Ram Ram