সতী জয়মতী | হাজো বিহুমঞ্চত কল্পনা পাটোৱাৰী জনপ্ৰিয় বিহুগীত

Sdílet
Vložit
  • čas přidán 18. 04. 2022
  • SUBSCRIBE ‪@MusicBoxLatest‬
    Kalpana Patowary Live Show
  • Hudba

Komentáře • 201

  • @MusicBoxLatest
    @MusicBoxLatest  Před 2 lety +23

    সতী জয়মতী ♪ Full Song Available on czcams.com/video/pOTeuJV0q8k/video.html
    সতী জয়মতী ♪ Full Song Available on czcams.com/video/pOTeuJV0q8k/video.html
    সতী জয়মতী ♪ Full Song Available on czcams.com/video/pOTeuJV0q8k/video.html
    সতী জয়মতী ♪ Full Song Available on czcams.com/video/pOTeuJV0q8k/video.html

  • @runudevi588
    @runudevi588 Před 2 lety +56

    এয়াহে অসমীয়া বিহু । য'ত নেকি অসমীয়া সমাজৰ জাতীয় গৌৰৱৰ বাবে সতী জয়মতী ৰ কাহিনী অলপ হ'লেও নতুন প্ৰজন্মই জানিব পাৰিলে । এনেকুৱা ধৰনৰ বিহু গীত সময়োপযোগী হৈছে । অসমত এই বিহুৰ বতৰত বহু নামী দামী বিখ্যাত শিল্পী গায়ক গায়িকা সকলে দৰ্শকে ভাল পাব বুলি হিট হোৱা কেইটামান গীতকেই আওৰাই গাই থাকে । এই ক্ষেত্ৰত মাননীয়া আইদেউ কল্পনা পাটোৱাৰী যথেষ্ট ব্যতিক্ৰম । তেখেতৰ পৰিয়াল সহ জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলো । ভগৱন্তই তেখেতক পৰমায়ু কৰক । সদায় যেন সুললিত কণ্ঠ আৰু সুস্বাস্থ্য তথা হাঁহিমুখীয়া হৈ থাকক ।
    ওম্ শান্তি । ওম্ শান্তি। ওম্ শান্তি ।

  • @satyabatidas2756
    @satyabatidas2756 Před 2 lety +18

    কল্পনা পাটোৱাৰী মোৰ এগৰাকী প্ৰিয় শিল্পী, তেওঁ প্ৰায় ভাগ অনুষ্ঠান তে অসমৰ কলা-সংস্কৃতিক লৈ গীত পৰিবেশন কৰে , এই যিটো জয়মতী মুলাগাভৰুক লৈ গীত গালে সেইটো অনন্য ,ইয়ে নিশ্চয় শ্ৰোতা আৰু দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে , তেওঁ ভালে থাকি আমাক সুন্দৰ সুন্দৰ গীতবোৰ উপহাৰ দিয়ক এই কামনা কৰিলো

    • @ajitakalita782
      @ajitakalita782 Před 2 lety +2

      অতি সুন্দৰ, ভাল লাগিল শুনি।

  • @antudas501
    @antudas501 Před 2 lety +25

    অতি সুন্দৰ! ভগৱানে আপোনাক সুস্থ শাৰিৰীক আৰু মানসিক জীৱন দি দীৰ্ঘ আয়ুস কৰক

  • @moina2160
    @moina2160 Před 2 lety +27

    এযোৰ সুন্দৰ সন্মানীয় চাদৰ মেখেলা লগতে খুপাৰ উৰনি তিৰে সুন্দৰ সংলাপ আৰু সংগীত বহু ওপৰত অতুলনীয় ❤️🙏

    • @madhabtamuli9771
      @madhabtamuli9771 Před 2 lety +2

      বাইদেউক সেই কাৰণে ভাল লাগে

    • @madhabtamuli9771
      @madhabtamuli9771 Před 2 lety +2

      আপোনাৰ কণ্ঠ ত কি আছে। সঁচাকে শত কোটি প্ৰণাম আপোনালৈ।

  • @chetiarajen176
    @chetiarajen176 Před 2 lety +31

    ইতিহাসক উপস্থাপন কৰি গীত পৰিবেশন কৰা বাবে বাইদেউলৈ শত কোটি কৃতজ্ঞতা জনালোঁ।

  • @rupaliphukon7111
    @rupaliphukon7111 Před 2 lety +21

    সহস্র কোটি প্রনাম বাইদেউ লৈ। বাৰে বাৰে শুনিও আমনি লগা নাই। ভৱিষ্যত আৰু পুৰণি ইতিহাস গান শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Před 2 lety +23

    আদৰণীয় ও অতুলনীয় ।বৰ ভাল লাগিল ।ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

  • @dds9590
    @dds9590 Před 2 lety +16

    বাইদেউ আপোনাৰ বিহু বেলেগতকৈ বহুত পৃথক। কিছুমানে বাহিৰত গৈ অসমীয়া বুলি চিনাকি দিব লাজ কৰে। কিন্ত বাহিৰত থকাৰ পাছতো অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ ওপৰত ইমান জ্ঞান আছে আপোনাৰ। আচৰিত

  • @eeshankalita377
    @eeshankalita377 Před 2 lety +14

    বাইদেউ আপোনাক শতকোটি প্ৰণাম জনালোঁ । আপোনাৰ গানে অন্তৰ চুই গৈছে । বহুত ভাল লাগিল । শেষত ধন্যবাদ থাকিল ।

  • @nirodakalita7455
    @nirodakalita7455 Před 2 lety +14

    সচাকে গানটো বৰ ভাল লাগিল।নৱপজ্জ্বৰ আইদেউ সকলেউ জানিলে আহোম ৰমনী সকলৰ মহান ত্যাগৰ কথা।🙏🙏

    • @deepjyotibora3804
      @deepjyotibora3804 Před 2 lety

      Kolpona mam hazarbar swagot apunaloi apunar asomor otit smritir sadhona sosai mohan apunar babe bhogobanor osorot dirghayou parthona jonalu punor apunar konthot gan sunim

  • @hiteshkalita2265
    @hiteshkalita2265 Před 2 lety +5

    Asolote aikhon he bihu function anekua bihu geet he lage amar bihu r anustanot. Aru kalpana baa r kapur jure bihu pandel2 r kiba ata blg xoundorjo anise.. bht Val lage apunak....

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 2 lety +19

    মোৰ অতি প্ৰিয় শিল্পী। বহুত ভাল পাওঁ।❤️❤️❤️🙏🙏

  • @handique6888
    @handique6888 Před 2 lety +8

    সুন্দৰ আৰু বাৰ্তাবহনকাৰী অনুস্থান পৰিবেশন কৰিলে।ভাল লাগিল।

  • @pyalidas9616
    @pyalidas9616 Před 2 lety +7

    বাইদেউ সুন্দৰ গীতৰ কথাই মন আপ্লুত কৰিলে, আৰু এনেকুৱা বিহু শুনিবলৈ পাম বুলি আশা কৰিলো

  • @minudey7657
    @minudey7657 Před 2 lety +10

    সঁচাকৈয়ে আপোনাৰ গীত বিলাক ৰাইজে শুনিলে শুনি থাকিব বিচাৰে আপুনি আৰু আগুৱাই যাওঁক

  • @padminikonwar34
    @padminikonwar34 Před 2 lety +26

    কল্পনা অতি শক্তিশালী প্ৰচেষ্টা তোমাৰ।সফল হোৱা। ভগৱান তোমাৰ সহায় হওক।

  • @priyankasaikia5302
    @priyankasaikia5302 Před 2 lety +40

    কি নো কম,,,,ভাষা নাই,,,,,, অনুস্থান বোৰ এনেকুৱা হব লাগে যত ৰাইজৰ দুই এটা জ্ঞান হয়,,,,,,এনেই গাই থৈ চেৰা বলীয়া হৈ কি লাভ,,,,,, পাটোৱাৰী বা আপুনি 🔥🔥🔥🔥🔥🔥🔥🙏🙏🙏🙏🙏🙏🙏🙏

  • @mridulbharali7284
    @mridulbharali7284 Před 2 lety +17

    ভাল লাগিল, বিহুত যে কেৱল ডেকা গাভৰুৰ প্ৰেমৰ কথাই নাই বিহুত দেশপ্ৰেমৰ কথা আছে,আমাৰ ইতিহাসৰ কথা আছে ,প্ৰকৃতিক ভাল পাবলৈ শিকাৰ কথা আছে। এই কথাবোৰ নতুন প্ৰজন্মক সোঁৱৰাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।

  • @babuldas7254
    @babuldas7254 Před 2 lety +6

    ঠিক এনেকৈয়ে জগত সভালৈ অসমক আগবঢ়ায় লৈ গৈ থাকক। আমাৰ শুভেচ্ছা,শুভকামনা সদায় আছে।

  • @rimjhimneog713
    @rimjhimneog713 Před 2 lety +3

    বৰ ভাল লাগিল বিহু গীতটো বাইদেউ । খোপাৰ ওৰণীৰ সৈতে আপোনাকো সুন্দৰ লাগিছে ।

  • @girishbania8260
    @girishbania8260 Před 2 lety +5

    বলিষ্ঠ সুললিত কন্ঠই অন্তৰ চুই যায় ।বহু যুগ জীৱাই থাকা আইজনী ।

  • @nabajyotisarrma4372
    @nabajyotisarrma4372 Před 2 lety +6

    বাইদেউ আপোনাৰ গানৰ মই এজন নিয়মীয়া শ্ৰোতা, এনেকুৱা ধুনীয়া উপহাৰ বোৰ সদায় দি যাওক তাৰে কামনাৰে🙏

  • @kolpanaboruah1835
    @kolpanaboruah1835 Před 2 lety +22

    অসমীয়াৰ ইতিহাসৰ সুন্দৰ গীত ৷ভবিষ্যতে বাইদেউৰপৰা আৰু আশা কৰিলোঁ৷বৰ ভাল লাগিল

  • @riktadey6835
    @riktadey6835 Před 2 lety +6

    কল্পনা বাইদেউ বৰ ভাল লাগিল,মই আপোনাৰ গীত বৰ ভাল পাওঁ ,এই গীত টো মন চুই গল !

  • @joonmonidas7119
    @joonmonidas7119 Před 2 lety +2

    Bohriya baideu , ayahe akhomiya bihu . Jot neki khoti joymoti, kononoklota totha mula gavorur kotha khonnibristo korise . Khosa atuloniyo .👌👌🙏🙏❤️❤️❤️

  • @syedaelinabegum4122
    @syedaelinabegum4122 Před 2 lety +2

    Baider kotha aru bihu git khuni bohut val lagil. Mon sui jua git gai diyar babe bohut bohut dhoniyabad.

  • @sakuntaladevi2075
    @sakuntaladevi2075 Před 2 lety +3

    অতি সুন্দৰ নিদৰ্শন দেখুওৱ বিচাৰি ছে ভাল লাগিছে।

  • @dipikaphukan7387
    @dipikaphukan7387 Před 2 lety +2

    কল্পনা পাটোৱাৰী লৈ মৰম মিহলি ‌শুভাৰ্ষীশ‌ যাচিলো,

  • @monimaladeka1164
    @monimaladeka1164 Před 2 lety +3

    Thanks ur attitude for won Assamese History

  • @daduhazarika9002
    @daduhazarika9002 Před 2 lety +2

    Bihu geet anekuwa he hobo lage.. proud of you Kalpona baidew..

  • @pradipbora6360
    @pradipbora6360 Před 2 lety +4

    বহুত ভাল লাগিল বা ।

  • @satayaranjansarmah7729
    @satayaranjansarmah7729 Před 2 lety +1

    ভাল লাগিল বাইদেউ। আপোনাক অশেষ ধন্যবাদ। এনে প্ৰচেষ্টা অব্যাহত ৰাখক। অসমীয়া ঐতিহ্যসমৃদ্ধ এনে বিহু আপোনাৰ পৰা আৰু আশা কৰিলোঁ।

  • @dhanjitpatgiri4396
    @dhanjitpatgiri4396 Před 2 lety +4

    অতি সুন্দৰকৈ উপস্হাপন কৰিলে সতী জয়মতীৰ গাথা। বিহুগীতত এনেকৈ অসমীয়া বুৰঞ্জীৰ কথা উল্লেখ থকাটো নিতান্তই প্ৰয়োজনীয়।

  • @lakhyadharbarman6961
    @lakhyadharbarman6961 Před 2 lety +2

    Xosakoi bohut dhuniya gaise baideu Bohut val lagil xuni

  • @JuliDevi-xe5bj
    @JuliDevi-xe5bj Před 2 měsíci +1

    Baideu. Aponar. Gaan. To. Khobei. Bhal lagil kinto

  • @hemkantaborah7434
    @hemkantaborah7434 Před 2 lety +4

    ঐতিহ্যমণ্ডিত অসমৰ সুন্দৰ গীত।

  • @gautamkamakhyadas4499
    @gautamkamakhyadas4499 Před 2 lety +2

    বহুত সুন্দৰ বা

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v Před 2 měsíci +4

    কল্পনা পাটোৱাৰীৰ নিচিনা এগৰাকী আদৰ্শ বোৱাৰী অসমৰ গৌৰৱ ।
    এগৰাকী অসমীয়া বোৱাৰী হিচাপে লোৱা মূঢ়ৰ ওৰণিখন আন অসমীয়া
    বোৱাৰী সকলে লবলৈ শিকক। বহুত
    ধন্যবাদ শিল্পী গৰাকীলৈ

  • @debenkonwar8367
    @debenkonwar8367 Před 2 lety +20

    বিহুগীতত বুৰঞ্জীৰ অবলোকন । শুনিবলগীয়া । আজিৰচামে সতী জয়মতী বলিদানৰ কথাবোৰ জনা উচিত । বৰ ভাল লাগিল ।

  • @rupjyotikonwar1347
    @rupjyotikonwar1347 Před 2 lety +3

    সঁচাকৈ ভাল লাগিল

  • @urmotheree
    @urmotheree Před 2 lety +4

    বৰ ভাল লাগিছে ❤️

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 Před 2 lety +5

    She always performed differently . Her performances are heart touching and she presents our folk songs, Bargeet, Banageet, jyouti sangeet, Ravageet etc. all most everything in bihu stage every year. Which is appreciable.

  • @probodhmedhi6219
    @probodhmedhi6219 Před 2 lety +3

    Mor bohut vll lage kalpana baa apunak.prroti to gaan a bohut vll pawo xuni

  • @pranjalsaikia7971
    @pranjalsaikia7971 Před 2 lety +2

    Khub val lagil huni baa❤❤❤❤

  • @nikumaninath4268
    @nikumaninath4268 Před 2 lety +1

    Xub dhunya kotha koise ...val lagil ..bihu manchot enekwa geet huni...

  • @akandas5879
    @akandas5879 Před 2 lety +2

    Kalpana বাইদেউ🙏🙏

  • @Assam-uk5nt
    @Assam-uk5nt Před 2 lety

    U r Real Singer...jot ji2 koribo lage apuni buji pai...Axomot axomia,Biharot bhojpuri...apuni Joimoti...Salute

  • @pkalita5227
    @pkalita5227 Před 2 lety +3

    Ki voice apunar apunar পঢ়া বহুত শিকিব আছে আমি ❤️❤️❤️

  • @brddddd
    @brddddd Před 2 lety

    Vl lagil. Geetor majere otit huori olop etihakh auruar hujug dile. Dhonyabad kalpana

  • @hemashriskitchen
    @hemashriskitchen Před 2 lety +4

    Outstanding🥰🥰 performance.... Best bihu ever, God bless you Madam 🙏🙏🙏
    Jai Aai Axom

  • @brojenkhargharia15
    @brojenkhargharia15 Před měsícem

    Kalpana baedao Soto koote pronam god bless you

  • @mridulkumarborah4181
    @mridulkumarborah4181 Před 2 lety +3

    Evergreen Kalpana.

  • @rakhalmonibaruah1233
    @rakhalmonibaruah1233 Před 2 lety +1

    খুব সুন্দৰ। বহুত ভাল লাগিল

  • @binaborgohain3623
    @binaborgohain3623 Před 2 lety

    Baideu apunar kontho vogobanor dan, apunar kontho otike hundor, bolistha

  • @bubulboruah1123
    @bubulboruah1123 Před 2 lety +6

    কল্পনা বাইদেক মুগা কাপোৰযোৰে ইমাম ভাল লাগিছে।
    বহুত ভাল বিহু কৰিছে।
    বিহুৰ গান কিছু গাইছে।
    ভাল বুজনি দি দি বিহু মাৰিলে , ধন্যবাদ
    🍀🍀 🌱 🍀🍀
    🍀🍥🍥😋🍥🍥🍀
    🍀🍥 🌕 🍥🍀
    🍀 🌕 🍀
    🍀🍥 🌕 🍥🍀
    🍀🍥🍥🌕🍥🍥🍀
    🍀🍥🍀 🍀🍥🍀
    🍀🍀 🍀🍀

  • @dr.major.djborah1783
    @dr.major.djborah1783 Před 2 lety +3

    Truly inspiring and very appropriate. Your contribution to the society is priceless. It will definitely create an atmosphere among all specially the youth to know about our rich culture, patriotism of Assamese people.
    Many many thanks from core of my heart Baidew. All the best wishes always

  • @shilpikalita6287
    @shilpikalita6287 Před 2 lety +2

    Dhuniya❣️

  • @utpalmedhi7795
    @utpalmedhi7795 Před 2 lety +5

    Wonderful....you are legendary singer....

  • @archanahazarika3025
    @archanahazarika3025 Před 2 lety +3

    বহুত ভাল লাগিলে।

  • @prafulladasno2109
    @prafulladasno2109 Před 3 měsíci

    কবলৈ ভাষা নাই। বহুত ভাল লাগিল আপোনাৰ গান শুনি।

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 Před 2 měsíci

    Bohut bhal lagile, kukhole thakok❤

  • @barakhachoudhury903
    @barakhachoudhury903 Před 2 lety +1

    Bohut dhuniya performance.gaan xuni xosai gar noom hihori hoise👏

  • @anildeka1594
    @anildeka1594 Před 2 lety +1

    Bahut Val lagil baidio gunto khuni thanks

  • @nabulbg6246
    @nabulbg6246 Před 2 lety +2

    জাতিৰ অতীত গৌৰৱ গাঁথা এইদৰে নতুন প্ৰজন্মলৈ প্ৰবাহিত কৰিব পৰাতো এগৰাকী প্ৰকৃত শিল্পীৰ চিন। আপোনাৰ এই প্ৰচেষ্টা অব্যাহত থকাৰ কামনাৰে---🙏🙏🙏

  • @Mukti283
    @Mukti283 Před 2 lety +1

    সুন্দৰ হৈছে ।

  • @76no.nizsarihabajaliicds78

    কল্পনা বাইদেউৰ সতী জয়মতী কনক লতা মূলা গাভৰুৰ কথা সুৱৰি গেৱা গান সচাকৈ ভাল লাগিল আমি য়ো তেজ দিম দেশ নিদিউ

  • @dimpusarma334
    @dimpusarma334 Před 2 lety +3

    সুন্দৰ উপস্থাপন।

  • @pineapple4041
    @pineapple4041 Před 2 měsíci

    অতি সুন্দৰ 👌🏻 ❤

  • @hemkantaborah7434
    @hemkantaborah7434 Před 2 lety +1

    অসমৰ অতীতক লৈ গোৱা সুন্দৰ গীত।

  • @1mikon
    @1mikon Před 2 lety +3

    বৰ ভাল লাগিল।

  • @dwipenhuzuri2764
    @dwipenhuzuri2764 Před 2 lety +1

    Apunak bahut bahut suvksmona jonalu bideow

  • @uditahazarika9258
    @uditahazarika9258 Před 2 lety

    Excellent baidew..apuni asol axomia👌👌

  • @dimbeswarpatowary1265
    @dimbeswarpatowary1265 Před 2 lety +3

    সচাকৈ ভাল লাগিল

  • @nirupamadohutia8540
    @nirupamadohutia8540 Před 2 lety +1

    Best singar 👍👍👍

  • @bhanudas9737
    @bhanudas9737 Před 2 lety +3

    Excellent baidew . 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @asthajitadeka4290
    @asthajitadeka4290 Před 2 lety +2

    বৰ ভাল লাগিল

  • @pranjalmoran4812
    @pranjalmoran4812 Před 2 lety

    বহুত ভাল লাগিল আগলৈ এনে দৰে ...................

  • @gitikakalita4444
    @gitikakalita4444 Před 2 lety +2

    সঁচাই অতুলনীয়।

  • @dipankarray9653
    @dipankarray9653 Před 2 lety +3

    বহুত ধুনীয়া গান বাই

  • @padmasaikia4296
    @padmasaikia4296 Před 2 lety +2

    বাইদেউ গান সোনি বৰ ভাল লাগে

  • @assameseandhindistauts1532

    অতি সুন্দৰ❤️❤️

  • @anandaramborah6442
    @anandaramborah6442 Před 2 lety +4

    I appreciate kalpana Patowary for this kind of activities.

  • @dilipdas9924
    @dilipdas9924 Před 2 lety +1

    মজা

  • @sayanikaphukon5909
    @sayanikaphukon5909 Před 2 lety +1

    Bor val lagil

  • @jagadishsaikia6293
    @jagadishsaikia6293 Před 2 lety +1

    Kalpana Baideur extra quality ase

  • @bhakatibhandar6780
    @bhakatibhandar6780 Před 2 lety +4

    Kalpana Patuwari is a genius

  • @darshankrishnabora5495
    @darshankrishnabora5495 Před 2 lety +1

    Bahut hundor . Vakha ni .

  • @kalpananath3301
    @kalpananath3301 Před 2 lety +1

    ভাল লাগিল

  • @goutamdas5348
    @goutamdas5348 Před 2 lety +5

    কণ্ঠ অতি সুন্দৰ I

    • @sakuntaladevi2075
      @sakuntaladevi2075 Před 2 lety

      অতি সুন্দৰ নিদৰ্শন দেখুওৱ বিচাৰি ছে

    • @niranjanborah828
      @niranjanborah828 Před 2 lety

      কল্পনা বাইদেউৱৰ বলিষ্ঠ কন্ঠ , সুন্দৰ উপস্থাপন অতীতৰ জয়মতীক লৈ ৰচা বিহুগীত টি 👍👍

  • @mamitasaikia6194
    @mamitasaikia6194 Před 2 měsíci

    বহুত ভাল লাগে আপোনাৰ গীতবোৰ

  • @manojkalita8501
    @manojkalita8501 Před 2 lety

    Aponar geet xamuh khubei strong.

  • @BinayKrishnaTamuliPhukan
    @BinayKrishnaTamuliPhukan Před 2 lety +1

    বৰ ধুনীয়া

  • @jahnabineog7990
    @jahnabineog7990 Před 2 lety +1

    Agi haj jure ru dhunia korise kolpana ba moi apunar kontho khub val paw .. Hundor geet

  • @ranjitgogoi362
    @ranjitgogoi362 Před 2 lety +1

    ভাল লাগিল বাইদেউ

  • @champakdas7799
    @champakdas7799 Před 2 lety

    অতি সুন্দৰ

  • @AnurupaGogoi-wl9fs
    @AnurupaGogoi-wl9fs Před 2 měsíci

    Baidaw apuner gunbur bohut val laga

  • @prodipgogoi3430
    @prodipgogoi3430 Před 2 lety +2

    সুন্দৰ ।

  • @gajenborah-ee8yl
    @gajenborah-ee8yl Před 2 měsíci

    Baidu behu geet bor Val lageel ❤

  • @SabinaAhmed-vp2jy
    @SabinaAhmed-vp2jy Před 2 měsíci

    Real Akhomiabuwari ,dress & honmanor uroni khon ,logotay strong dailoug