বিহু নাচি ভাইৰেল হোৱা এজন শিক্ষক
Vložit
- čas přidán 2. 04. 2022
- শ্ৰেণীকোঠাত শিক্ষাৰ্থীক বিহু নাচ শিকাই ভাইৰেল হোৱা শিক্ষকজনক বিচাৰি উলিয়ালে DY365এ। ঢোলৰ চেৱত কলেজ শিক্ষকজনৰ নাচ দেখিলে আপোনাৰো গা-মন নাচি উঠিব। চাওঁ আহক ভাইৰেল হোৱা শিক্ষকজনৰ বিহু নাচ।
#BihuDance
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
ইমান সুন্দৰকৈ নাচিছে ছাৰ জনে।আমাৰ জাতীয় সংস্কৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰাৰ বাবে অশেষ ধন্যবাদ ছাৰ। ভগবানৰ ওচৰত আপোনাৰ সুবাস্থ্য কামনা কৰিলোঁ।
প্ৰকৃত অসমীয়া হয় চাৰ । নমস্কাৰ আপোনাক । জাতিতোক আগুৱাই নিবলৈ চাৰৰ দৰে আদৰ্শৰ বহুত প্ৰয়োজন ।
অসমৰ শিক্ষকৰ প্ৰতিভা এনেধৰণৰ হব লাগে ধ্যনয়বাদ চাৰ। 🙏🙏🙏
Xosake
ইমান ধুনীয়া নাছিছে ছাৰ আপোনালৈ অশেষ ধন্যবাদ 🙏❤️❤️❤️❤️❤️
Sir thanks
চাৰক মানিব লাগিব , ধন্যবাদ জ্ঞাপন কৰিলো ।
কিছুমান ছাৰ বেলেগ ধৰনেহে ভাইৰেল হয় ।এখেতক ওচৰত পোৱা হ'লে আদৰিলো হয় ।
ধন্যবাদ চাৰ। অসমৰ লোকসংস্কৃতিত আপোনাৰ নিচিনা মানুহৰ খুব প্ৰয়োজন। সুন্দৰ বিহুনৃত্য
ছাৰ জন লৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
ছাৰক ধন্যবাদ দিবলৈ ভাষা নাই।তথাপিও ধন্যবাদ ছাৰ।
Proud feel কৰো মই তেখেতৰ ছাত্ৰ
Hoi nki
You are so Lucky
বহুত ভাল লাগিছে ছাৰ আপোনি অসমীয়া বাপতিসাসুন বিহু পৰম্পৰা ৰক্ষা কৰিছে
Salute for the great Teacher
বৰ সুন্দৰকৈ নাছিছে সচাই তেখেতৰ উজ্জ্বল জীৱনৰ কামনা কৰিলো
বহুত ধুনিয়াকৈ জানে চাৰে ছোৱালীৰ নিচিনাকৈ নাছিছে ভাল লাগিল ছাৰ
শিক্ষকজনলৈ শতকোটি ধন্যবাদ।
ইমান ধুনীয়া লাগিছে ❤️ সচাঁকৈ বৰ ভাল কৰিছে 🙏🏿🙏🏿🙏🏿
তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিলো 🙏🙏🙏🙏
অৱশেষত নিউচেনল পালে ভিডিওটো। ভিডিওটো বহুত লাগিছিল।
ভাল লাগিল, ছাৰক লগ পোৱাৰ আশা থাকিল ,,,, 👍👍👍👍
বহুত ভাল লাগিল ছাৰ আপোনাক এনেকৈ দেখি 😍😍😍
ধন্যবাদ ছাৰ আপোনাক লগতে বিহু নাচ শিকা বাইদেউ আপোনাৰ টপ তোৰ আৰু অলপ পৰা হ'লে ভাল লাগিল হয় আপোনাৰ তপিনা দুখন ভালদৰে ৰাইজে দেখাই নাপালে
Bohut val lagil ebam dhuniya bihu dance Tu dekhi tq DY Dance Tu amaloi aagborowar babe God bless you sir
Agoloy বিহু নাচ শিকাই জোৱা ছাৰ্ আমাৰ আশিৰবাদ থাকিল
A Culture is a Soul of a Nation. Very good sir. Proud to you.
ছাৰলৈ বহুত বহুত ধন্যবাদ
আপোনালৈ অশেষ ধন্যবাদ ছাৰ।
Xosakoi bohut val lagil.. Eman dhuniake bihu nosa dekhi ♥️
ইমান ধুনীয়াকৈ নাচিছে ছাৰ জনে
খুব সুন্দৰ
Sir jone kintu mjja nasise,,,suali burot koi mast hoise 😍😎
Bohut Val lagil sir....thanks
চাৰলৈ অশেষ ধন্যবাদ
প্ৰণাম জনালোঁ ছাৰ ☺️🤗👍🏻👈🏻🙏🏼🙏🙏🏿🙏🏾🙏🏽
Hsakoi bor hundor..
সুন্দৰ দেই ছাৰ বৰ ভাল লাগিল👌👌
Selute sir bohute vl lagise ❤️❤️❤️ lovely aru aguwai jowa ❤️❤️🙏🙏🙏
ধুনীয়া❤
সুন্দৰ
অসমীয়া জাতিৰ গৌৰব হয় তেখেত , আপোনাক নমস্কাৰ জনালো চাৰ 🙏
এনেকুৱা হব লাগে শিক্ষা গুৰু সকল।
বহুত ভাল লাগিল
Dhuniya lagise aneka sir paboloi
অতি সুন্দৰ
Khub dhuniya sir
Bohut protibhaban de sir jon,amarei sir hoy
অপূৰ্ব
ভাল লাগিল।
Bohut xundr hosai sir
ছোৱালী য়েও নোৱাৰিব এওৰ লগত
Nice🙏🙏🙏🙏🙏
Very good Thanks
Khub sundor
Akhetor dore manuhok amar sorkare ako pod dib nuware.. Kintu ako gyan nohowa sokolok dangor dangor podot bohuwai thoise
Great sir🙏🙏🙏
Dhonyabad sir🙏🏼🙏🏼
dhuniya sar ....
Iam proud of you mama / dada 😁
Bohut vl lgil sai.
Hasai hundor hoise
বহুত ভাল লাগিল চাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ
বহুত ভাল লাগিল। ধন্যবাদ জনালো ছাৰক
Anakua hbo laga sir !!!
apunak proud koru
Great Sirji.
bahut thanks
Good very good
এইবোৰেই হৈছে আমাৰ অসমীয়াৰ গৌৰৱ 😌❤️
Thank you sir.
খুবেই সুন্দৰ নিদৰ্শন 🙏
Vl lagise bihu bihu lagise
Wow bhut dhunua nasise sirok 🙏🙏
Sundor.
Mzah🔥😌
Salute for the great teacher
Vall hoy SAS
ধন্যবাদ ছাৰ
এই চাৰ জনক মই আঁতৰৰ পৰাই সেৱা আগবঢ়ায় ছো
Bondhu ahiba amr tat . Amr ghr or xonmukht ashini dar ghr
🙏🙏🙏🙏🙏
Aswini sir Mushalpurot o ahi thake.
Bahut val sir a
Very good sir
Sir r bihu dance to bohut majo lagise
Mojaa,
Bor sundor sir... 🙏
Very nice sir
Sir you are great god bless you
Bhut val lagil sir
Bhal lagil proud of you sir❤️
Great contribution sir
Heads off sir
Nice 👍👍👍
Val lagil sirk
Thank you sir
সুন্দৰ 👍
mojja sir
Val lagel
Gd job
মজা
Thanks very good
Great sir.
Very nice
Thanks sir sweet dance
Good Idia
Great sir..
God bless you sir
Thanks. Sir
Val sar