অসমৰ এখন ব্যতিক্ৰমী বিদ্যালয় - calcutta doctor case

Sdílet
Vložit
  • čas přidán 11. 09. 2024
  • assamese new vlog
    new assamese vlog
    vlog assamese
    prince bharali's vlog
    an exceptional school of assam
    amazing school
    school vlog
    calcutta doctor case
    doctor r*pe calcutta
    doctor case calcutta

Komentáře • 351

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee Před 21 dnem +52

    আধ্যাত্মিক ভাৱ হল জীৱৰ জীৱনৰ মুলমন্ত্ৰ। যেনেকৈ মোবাইল ফোনত চিম খন নাথাকিলে , মোবাইল টোৱে কথা কব নোৱাৰে ঠিক তেনেকুৱা বুলিব পাৰি।ৰাছিয়া এখন বহুত ধনী ও সমৃদ্ধিশালী দেশ। তাত বিজ্ঞান, ব্যৱসায়, আদি উভৈনদী আছিল। কিন্তু মহাত্মা গান্ধীয়ে কৈছিল যে ৰাছিয়া এক দিন ভাগি পাৰিব, কাৰণ তাত আধ্যাত্মিক ভাৱ ধাৰা নাই। সঁচাকৈ 1992 চনত ৰাছিয়া ভাগি 15 খন মান দেশলৈ বিভক্ত হৈছিল আৰু দুৰ্ভিক্ষই দেখা দিছিল। বৰ্তমান পৃথিৱীত যি দুখন যুদ্ধ চলি আছে সেই দেশ বিলাকতো আধ্যাত্মিকতাৰ অভাৱ। দুজন সহোদৰ ভাইও যুদ্ধ কৰা দেখা যায়। কাৰণ আধ্যাত্মিক ভাৱৰ অভাৱ। যুদ্ধৰ বিৰুদ্ধে শান্তি আনিব লাগিলে, এখন সমাজক ধনে ধানে শিক্ষাৰে যদি প্ৰত্যেক জন মানুহক চহকী কৰিব লাগে আধ্যাত্মিকতাৰ বাহিৰে বিকল্প নাই। কাৰণ ই আমাক সত মানুহ কৰে আৰু এজনৰ সমস্যা হলে আন জনে নিজৰ সমস্যা বুলি ভাবিবলৈ বাধ্য হয়। যদি পৃথিৱীৰ পৰা দৰিদ্ৰতা, অশিক্ষা, বেমাৰ, শত্ৰুতা, আদি ধাংশ কৰি বিশ্ব ভতৃত্ত আনিব লাগে অধ্যত্মিকাতৰ বিকল্প নাই। প্ৰথম কথা সত honest হব লাগিব। সত হবলৈ হলে আধ্যাত্মিকতাৰ অতিকৈ প্ৰয়োজন।

    • @lakhimiborthakur7893
      @lakhimiborthakur7893 Před 20 dny +2

      শিশুৰ শাৰীৰিক , মানসিক আৰু আধ্যাত্মিক দিশৰ বিকাশ সাধনেই শিক্ষা৷

  • @manjudaschoudhury2224
    @manjudaschoudhury2224 Před 22 dny +58

    সুন্দৰ আধ্যাত্মিক জ্ঞান দিছে স্কুল খনে।এনেকুৱা শিক্ষা সকলো স্কুল তে থকতো দৰকাৰ🙏🙏🙏

  • @mukutborah4081
    @mukutborah4081 Před 22 dny +10

    সুন্দৰ আদৰ্শ, এনে কোৱা শিক্ষা অসম প্রতিখন বিদ্যালয়ত হওঁক 🙏🙏🙏

  • @M17-f5l
    @M17-f5l Před 21 dnem +6

    অতি সুন্দৰ পদক্ষেপ৷ মানৱ সম্পদ কেৱল পুঠিগত শিক্ষাই নহয়৷ তাৰ উপৰিও যে আধ্যাত্মিক মানসিক ইত্যাদি শিক্ষাৰ প্ৰয়োজন ৷ ভাল লাগিল৷

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 Před 22 dny +32

    খুউব সুন্দৰ পদক্ষেপ , সকলো শিক্ষাগুৰুলৈ আন্তৰিক ধন্যবাদ জনালোঁ ৷ কিন্তু বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ লগতে শ্ৰেণীকোঠাৰ উন্নয়ন কামনাৰে চৰকাৰৰ সহায় সহযোগ আশা কৰিলোঁ ৷

  • @krishnagogoi1657
    @krishnagogoi1657 Před 22 dny +21

    সুন্দৰ পদক্ষেপ | ছাত্র ছাত্রী সকললৈ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ |

  • @hazarikamunindra9839
    @hazarikamunindra9839 Před 22 dny +59

    Moja lagil right 👍👍👍

  • @anupchetia1542
    @anupchetia1542 Před 22 dny +15

    ককাইদেউ আপোনাৰ সুন্দৰ উপস্থাপন শৈলীয়ে আমাৰ আপোন বিদ্যালয়খনৰ প্ৰকৃত স্বৰূপ প্ৰকাশত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিলে৷ আপোনাৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ ৰ’ম৷

  • @bhabasart7665
    @bhabasart7665 Před 22 dny +17

    ভাল লাগিল। সুন্দৰ উপস্থাপন।

  • @dambaru660
    @dambaru660 Před 22 dny +4

    বহুত ভাল লাগিল, উদ্দেশ্য মহান। অসমৰ সকলো বিদ্যা লয়তে (চৰকাৰী-বেচৰকাৰী) এনে ব্যৱ
    স্থা কৰিব পাৰিলে বহুত ভাল হলহেতেন।

  • @mamoniborgohain
    @mamoniborgohain Před 19 dny +3

    Hundor vl lagil

  • @ToraliBoruah-c5v
    @ToraliBoruah-c5v Před 22 dny +3

    ভবিষ্যতলৈ এনেকুৱা শিক্ষা বিদ্যালয়খনত প্ৰদান কৰি গৈ থাকিব বুলি মই আশা কৰিছোঁ।মইও এই বিদ্যালয় খনতে পঢ়িছিলো।বিদ্যালয়খনত পঢ়ি মোৰ বহুত ভাল লাগিল।🥰❤💓😍 বিদ্যালয় খন জাকত জিলিকি ৰওক তাৰে কামনা কৰিলোঁ🙏🙏

  • @JadobDutta-d6o
    @JadobDutta-d6o Před 22 dny +15

    Bohut bhal lagile.

  • @user-ug6dl4gm6w
    @user-ug6dl4gm6w Před 13 dny

    ভাল লাগিল ভিডীঅ টো ছাই এনে কোৱা আধ্যাত্মিক শিক্ষা প্ৰয়তেক স্কুলতে হৱ লাগে। আৰু শিক্ষা গুৰু লৈ অশেষ ধন্যবাদ থাকিল।🙏🙏🙏

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Před 22 dny +16

    খুউব ভাল লাগিল। এইসকল বিদ্যাৰ্থীৰ সৰ্বতোপ্ৰকাৰে মংগল হওক।

  • @ushadas1841
    @ushadas1841 Před 22 dny +5

    বহুত বহুত ধ্যন্যবাদ এনেকুৱা এটা দৃশ্য পৰিবেশন কৰা বাবে 👍

  • @ArunaSarmah-r4f
    @ArunaSarmah-r4f Před 18 dny +1

    News tu sae bhal lagile montu xat pori gol 🙏👍👍👏

  • @prosenjitgogoi
    @prosenjitgogoi Před 22 dny +3

    Being a retired soldier I am very excited for their education system many many thanks for Principal sir and Sradhar Sir Baideo hokol Namaskar r

  • @meghnadutta6648
    @meghnadutta6648 Před 14 dny

    Bhal lagil apanor video sai anoka sikhakotnubaru manuha sontanok diea sai bohut bhall lagil bhal thakok❤❤❤❤

  • @ruponphukon650
    @ruponphukon650 Před 22 dny +1

    ধন্যবাদ একলব্য বিদ্যাপীঠৰ শিক্ষক সকললৈ ইমান সুন্দৰ শিক্ষা প্ৰদান কৰাৰ বাবে

  • @dipalisonowal2432
    @dipalisonowal2432 Před 22 dny +6

    সুন্দৰ পদক্ষেপ। বহুত ভাল লাগিল।

  • @Kiran-g8z
    @Kiran-g8z Před 21 dnem +1

    ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক শিক্ষা গ্ৰহণ ৰ উপৰিও আধ্যাত্মিক শিক্ষাই সুন্দৰ বাতাবৰণ সৃষ্টি কৰে। এইখন বিদ্যালয়ক মোৰ ফালৰ শত কৌটি ধন্যবাদ জ্ঞাপন কৰিলো।

  • @suranjitsaha9455
    @suranjitsaha9455 Před 15 dny +1

    Bohut bhal lagil video tu dada

  • @pritamroy12345
    @pritamroy12345 Před 21 dnem +1

    বহুত ভাল লাগিল। সঁচাকৈ এক আবেগিক মুহুৰ্ত। ধন্যবাদ।

  • @tulshigogoi7019
    @tulshigogoi7019 Před 22 dny +1

    Really good telling🤔🙏 brother🙏. You are correct✅.

  • @probirkumardey3457
    @probirkumardey3457 Před 22 dny +1

    Salute to you the anchor, salute to all teachers , students, guardians of Assam school, that you have shown a basic way to built a good human being, this is not necessary to become a doctor , engineer, this is necessary to become good and honest man, this is a great example of ideology, i feel proud that i was born just 50 kms far from this holy school of Assam, though right now I am living in Kolkata i love assam

  • @nirudoley5886
    @nirudoley5886 Před 22 dny +7

    সকলো school niym thakib lage

  • @MonNilim-xm7fq
    @MonNilim-xm7fq Před 21 dnem +1

    সুন্দৰ প্ৰতিভা দিছে লৰা ছোৱালী সকলক একলৈব্য বিদ্যাপীঠে ❤❤🙏

  • @manjulaborah1351
    @manjulaborah1351 Před 19 dny

    প্ৰথম বাৰ চালোঁ, ইমান সুন্দৰ প্ৰতিভা সকলোৰে ও পদক্ষেপ, সকলো বিদ্যালয়ত এই শিক্ষা দিব লাগে, শিক্ষা গুৰু আৰু ছাত্ৰ ছাত্ৰীলৈ অশেষ শুভ কামনা জনালোঁ আপোনালোক সকলোৰে আদৰ্শ হওক ।জয় অসম❤🎉🎉

  • @rajugogoi3494
    @rajugogoi3494 Před 18 dny +1

    Bohut val lagile thanku .

  • @ApurbaNath-i8h
    @ApurbaNath-i8h Před 14 dny

    বহুত ভাল লাগিল ভিডিওটো চাই ❤️❤️❤️

  • @kalpanamahanta1812
    @kalpanamahanta1812 Před 21 dnem

    Oti sundor podokhep bor bhal lagil sai bohut bohut dhaynabad aapunaloi bhogonane xolkolure mongol korok 🎉🎉🎉

  • @saraswatichaliha5773
    @saraswatichaliha5773 Před 22 dny +4

    সুন্দৰ পদক্ষেপ ভাল লাগিচে

  • @Niharikasonowal-jv9sp
    @Niharikasonowal-jv9sp Před 22 dny +4

    Bohut vl lgil❤❤

  • @jadabkakati9325
    @jadabkakati9325 Před 22 dny +4

    সুন্দৰ অনুভূতিৰ উপস্হাপন।

  • @bkp9774
    @bkp9774 Před 22 dny +5

    মোৰ লৰাই এইবাৰ CUET স্কৰে পৰা Delhi ইউনিভাৰ্চিটিৰ ৰামjas কলেজত নাম ভৰ্তি কৰিছে BSC পঢ়িব ।
    যিটো লৰাই মাকৰ পৰা এক মূহুৰ্তও আঁতৰি নেথাকে, তাক কেনেকৈ দিল্লীত এৰি থই আহিম, তাকেহে ভাবিছোঁ।
    মাক বাপেক সকলক ভাল পোৱা লৰা ছোৱালী এ কেতিয়াও বেয়া ফালে নেযায়। ❤ U মা দেউতা ।

    • @sonowalhomen
      @sonowalhomen Před 17 dny

      সঁচা। মাক-দেউতাকৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা-ভক্তি থকা সন্তান কেতিয়াও বিফল নহয়। আপোনাৰ সন্তান ভৱিষ্যত আমাৰ সম্পদ হওক।

  • @ranjukakati3683
    @ranjukakati3683 Před 22 dny +2

    Xosake bohut bhal lagil.
    Hridoi sui goise

  • @jibanbarman4631
    @jibanbarman4631 Před 19 dny

    🙏🌼🇮🇳🌿🏹🌺🕉️🔱 নম সুন্দৰ জয় আই অসম আৰু ভাৰত মাতা কী হিন্দ জয় মা কামাখা মা কী হিন্দ জয় মা কী হিন্দ জয় 🙏🔱🕉️🌺🏹🌿🇮🇳🌼🙏জয় শ্ৰী ৰাম জী জয়

  • @SunsunTai-kn3jb
    @SunsunTai-kn3jb Před 18 dny

    সঁচাই বহুত ভাল লাগিল❤

  • @ManiPhukan-os6hy
    @ManiPhukan-os6hy Před 20 dny

    Dada bahut emotional hoi su Thank,s God bless you student

  • @rubigogoi2299
    @rubigogoi2299 Před 22 dny +2

    বহুত সুন্দৰ শিক্ষা দিছে ❤❤❤

  • @jyotigogoi3852
    @jyotigogoi3852 Před 17 dny

    বহত ভাল সংস্কাৰ দেখুৱাছে৷ভাল বাত্তা পেৰণ কৰিছেম৷ধন্যবাদ৷

  • @rajentirkey1843
    @rajentirkey1843 Před 22 dny +1

    Very good step this is very important thing that is in fact needed for every school

  • @tileswaryein1295
    @tileswaryein1295 Před 22 dny +3

    অনুষ্ঠানতি মোক কন্দোৱাই দিলে। লেখত লবলগীয়া কাৰ্যসূচী লৈছে।ছাত্ৰ-ছাত্ৰী সকললৈ শুভেচ্ছা জনালো।শিক্ষকসকললৈ অভিনন্দন আৰু সেৱা জনালো।🎉🎉🎉।

  • @AnilPatgiri-xz8vz
    @AnilPatgiri-xz8vz Před 20 dny

    Basa hot tumalok sokoloke asore mongol koribo konok lotar dore aaguwai jowa.❤❤❤❤

  • @ronjitboro4411
    @ronjitboro4411 Před 14 dny

    Dekhi bor bhal lagaise moeyu soku pani ulaese❤❤❤❤❤

  • @user-jd9ed3xn7p
    @user-jd9ed3xn7p Před 12 dny

    Bohut val lagil dada

  • @user-fw8kh6be7w
    @user-fw8kh6be7w Před 19 dny

    Bohut val lagile👍

  • @tapangain9819
    @tapangain9819 Před 22 dny +1

    Shuwali jani kabita tu eman dhuna babe abriti korele ❤❤❤❤❤montu valagil i from Kolkata i love Assam

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Před 22 dny +6

    বিদ্যা লয়খনিয়ে নবপজনমক শক্তি বৃদ্ধি কৰিছে।ছাত্র ছাত্রীসকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো। 🎉🎉🎉🎉🎉

  • @dilipsarmah3428
    @dilipsarmah3428 Před 22 dny

    Such teaching and learning will help the children in making a real man ,thanks to the teachers many times

  • @NripenDas-w5g
    @NripenDas-w5g Před 22 dny +1

    Anekua news pabor babe agoloy aakha korilu.. ❤❤❤

  • @rowdyff9177
    @rowdyff9177 Před 15 dny

    Khub.bhal.lagil.ane.poribesh

  • @mauzadarchuba5187
    @mauzadarchuba5187 Před 21 dnem

    বহুত ধুনীয়া পৰিৱেশত আপোনাৰ জ্ঞানবৰ্ধক ভিডিঅ' চাই ভাল লাগিছে ❤❤❤।

  • @rishiidas4213
    @rishiidas4213 Před 22 dny +4

    Mojja

  • @utpalnath4876
    @utpalnath4876 Před 21 dnem

    সুন্দৰ নিদশৰ্ন আধ্যাত্মিক শিক্ষা অবিহনে জীৱন মিছা ৷

  • @bobitasaikia6714
    @bobitasaikia6714 Před 21 dnem

    Bor xundar kotha koise❤❤❤

  • @debajanikalita1461
    @debajanikalita1461 Před 22 dny +1

    ভিডিঅ'টো দেখি মোৰ সৰু কালৰ কথা মনলৈ আহিছে, আমিও বজাৰত ঘৰত হোৱা শাক-পাচলি, বগৰি,অমিতা আদি বিক্ৰী কৰিবলৈ লৈ গৈছিলো।

  • @bantidutta5365
    @bantidutta5365 Před 21 dnem

    বৰ ভাল লাগিল। চব এনেকুৱাই হলে

  • @munuboruah1540
    @munuboruah1540 Před 21 dnem

    বৰ সুন্দৰ ভিডিও। ❤❤❤❤❤❤

  • @satisdas8746
    @satisdas8746 Před 22 dny +1

    অতি সুন্দৰ পদক্ষেপ। নমস্কাৰ আপোনালোকক।

  • @puspalatadihingia7048
    @puspalatadihingia7048 Před 17 dny

    Ati hundor

  • @BasantaBhuyan-qo7mx
    @BasantaBhuyan-qo7mx Před 22 dny +1

    Bohut val hikhya dise schoolot thanks

  • @user-rx5cd3mj1v
    @user-rx5cd3mj1v Před 21 dnem

    Val lagil .logote kobita to huni bohut val lagil

  • @jarinahussain6460
    @jarinahussain6460 Před 21 dnem

    Bohut val lagil

  • @puntinath3833
    @puntinath3833 Před 21 dnem

    Val lagil❤

  • @aparnadevigoswami7599
    @aparnadevigoswami7599 Před 22 dny +1

    Bor vl lagil.

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 Před 20 dny

    ধন্যবাদ শিক্ষা গুৰু বকুলনি ঢালি আলি❤❤❤❤

  • @Danirojasfc6
    @Danirojasfc6 Před 21 dnem

    কি সুন্দৰ কবিতা ফাকি। মন চুই গৈছে।💚

  • @user-rd2gx8kz2p
    @user-rd2gx8kz2p Před 21 dnem

    Bor bhal lagil sonder podokhap

  • @user-xl4od6um7r
    @user-xl4od6um7r Před 22 dny +2

    Bhal upodekh dise.bohut bhal lagil anekuwa hikhya aru monubritibilak dekhi.😊👍

  • @rekhagogoi4193
    @rekhagogoi4193 Před 22 dny +1

    সুন্দৰ।

  • @user-hh7jw9rh5s
    @user-hh7jw9rh5s Před dnem

    দাদাবহুতভাললাগিল

  • @Artbyabdus9898
    @Artbyabdus9898 Před 21 dnem

    সুন্দৰ অতি সুন্দৰ

  • @smitabaishya8122
    @smitabaishya8122 Před 21 dnem

    Vl lgil video tu ❣️

  • @dhondeep3377
    @dhondeep3377 Před 22 dny +3

    Mojahhh

  • @gitashreedas5803
    @gitashreedas5803 Před 22 dny

    Apuni samay upojugi vdo anise, bohut val lagise, Sai kobo nuwarake sokupani ulaise, shosai khub Val sikkha d se, ene bilak sikkhai vobishot su nagorik gorhi tulibo Ru acholote sakalu sikkha onisthanot ene sikkha satro satro sokolk sikabo la ge khubei joruri ajir dinot.🙏🙏🙏

  • @nikiditisvlogs476
    @nikiditisvlogs476 Před 22 dny +1

    Bhout val lagise

  • @Pinuri2222
    @Pinuri2222 Před 22 dny +1

    Xakalu vidyalayat Anekua naitik khikha dibo Lage👌👍vaal lagil

  • @HajongBoys-sc8tk
    @HajongBoys-sc8tk Před 21 dnem +1

    Very good sir❤❤❤

  • @indrajitbaruah1676
    @indrajitbaruah1676 Před 22 dny

    উচ্চাৰণ উচ্চাৰণ শুদ্ধ উদাহৰণ
    অধ্যক্ষ চাৰ , ব্যৱহাৰিক শুদ্ধ প্ৰয়োগৰ কথা চিন্তা কৰি চাবচোন ,
    বাকী অতি সুন্দৰ প্ৰশংনীয় ক'তো ভূল নাই ।
    ধন্যবাদ

  • @BipulDas-vv5yw
    @BipulDas-vv5yw Před 20 dny

    Apunar video vaal Lagil.

  • @user-dx1hs1mg8k
    @user-dx1hs1mg8k Před 22 dny

    অতি সুন্দৰ ❤

  • @kamalrocks7898
    @kamalrocks7898 Před 22 dny

    সূন্দৰ উপস্থাপন।।।জয়তো একলব্য বিদ্যাপীঠ

  • @ThengalAssam
    @ThengalAssam Před 22 dny

    ধন্যবাদ দিলো এই খন বিদ্যালয় আছে নে আৰু এনে বিদ্যালয় লাগে নে অসমত জয় আই অসম

  • @anjanagogoi6105
    @anjanagogoi6105 Před 21 dnem

    বহুত ভাল লাগিল ,শ্বেয়াৰ কৰিলোঁ 🙏🙏

  • @rafikakhanam2295
    @rafikakhanam2295 Před 22 dny +1

    Khub val lagil

  • @PankajHazarikaPankaj
    @PankajHazarikaPankaj Před 22 dny

    অতি সুন্দৰ পদক্ষেপ, ভিদিঅ চাই বহুত আবেগিক সলো ,❤❤❤

  • @yohenbadailychannel7933
    @yohenbadailychannel7933 Před 22 dny +1

    Moja lagise❤

  • @sacindradeka8192
    @sacindradeka8192 Před 22 dny +1

    শ্ৰদ্ধা ভক্তি কেৱল কেমেৰাৰ আগত হ'লে নহ'ব।অন্তৰত থকা উচিত।

  • @AmiyaSaikia-hv3wf
    @AmiyaSaikia-hv3wf Před 22 dny +1

    সকলো বিদ্যালয়ত বাধ্যতামূলক কৰিব
    নোৱাৰিনে!
    এনে আদৰ্শৰ বাবে বিদ্যালয়ৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।❤

  • @monikablog3498
    @monikablog3498 Před 22 dny

    সুন্দৰ পৰিবেশ ❤❤❤ ইমান সুন্দৰ আধ্যাত্মিক পৰিবেশ

  • @SewaliDeka-g7n
    @SewaliDeka-g7n Před 22 dny +1

    খুব ভাল লাগিল ,

  • @user-sf9yz7bq8i
    @user-sf9yz7bq8i Před 22 dny +1

    Moja right

  • @S.M.8439
    @S.M.8439 Před 20 dny

    নিসন্তান মহিলা সকলক এই ভিডিঅটোৱে বহুত দুখ দিছে।

  • @puspitaroy
    @puspitaroy Před 22 dny +1

    সুন্দৰ❤

  • @lolmanchoudhury4730
    @lolmanchoudhury4730 Před 22 dny +1

    MasahaAllah. Bahut vala updekh haise

  • @dpuzari664
    @dpuzari664 Před 20 dny

    অতি সুন্দৰ পদক্ষেপ

  • @MitaliHazarika-xj3pc
    @MitaliHazarika-xj3pc Před 22 dny +3

    Bhal lagil

  • @tulshigogoi7019
    @tulshigogoi7019 Před 22 dny

    😮Lucky students with Lucky's Teaching Teachers👩‍🏫‍ staff in the world in the Assam.