এগৰাকী মাতৃৰ জীৱন কাহিনী

Sdílet
Vložit
  • čas přidán 8. 06. 2024
  • এগৰাকী মাতৃৰ জীৱন কাহিনী#পুত্ৰ SP, কি কথাই কষ্ট দিয়ে মাতৃক
    • এজন পিতামহৰ অমৃত বাণী,...

Komentáře • 93

  • @runuchutia4464
    @runuchutia4464 Před dnem +2

    বহুত ভাল লাগিল উঠি অহা প্ৰজন্মই নিশ্চয় আদৰি লৈ আগুৱাই যাব

  • @parismitabordoloi754
    @parismitabordoloi754 Před 21 dnem +7

    ভাল লাগিল । আইগৰাকীলে প্ৰণাম জনাইছোঁ 🙏

  • @sharmisthagogoi9411
    @sharmisthagogoi9411 Před 28 dny +5

    মোৰ মৰমৰ আইতা❤ আইতাৰ নীতি আৰু আদৰ্শ সদায় অনুকৰণীয়। সদায় ভালে থাকক আইতা😘🙏

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 Před 21 dnem +3

    এগৰাকী হফল মাতৃ সাক্ষাৎকাৰ শুনি বৰ ভাল লাগিল। বৰ্ত্তমান সময় বোৱাৰী সকলে অনুকৰণ কৰা বৰ দৰকাৰ বুলি মই ভাবো।

  • @rumidutta146
    @rumidutta146 Před 21 dnem +2

    আপোনাৰ অনুস্থানটো চাই বহুত ভাল লাগিল। আগলৈও এনেকুৱা সুন্দৰ সুন্দৰ অনুস্থান চাবলৈ বাটৰ চাই ৰলো।

  • @chinukataki4419
    @chinukataki4419 Před 21 dnem

    সু যোগ্য পিতৃ-মাতৃৰ সু যোগ্য সন্তান ।ঘৰৰ সংস্কাৰ মুখী হ'লে সন্তানৰ ফল এনেকুৱা দিব ঈশ্বৰে ।সচাকৈয়ে সংস্কাৰ আৰু আধ্যাত্মিকতাই সু সন্তান গঢ় দিবলৈ সক্ষম হব ।ঈশ্বৰ নিৰাকাৰ কিন্তু মানুহৰ কৰ্মই ঈশ্বৰে দেখা দিয়ে বেলেগ ৰুপত ।খুউব ভাল লাগিল ।❤

  • @sikharaniborgohain2337
    @sikharaniborgohain2337 Před 28 dny +3

    বাইদেউ বহুত দিনৰ বিৰতিত আপোনাক দেখা পায় লগতে সকলো কথা আপোনাৰ মুখেৰে জানিব পাৰি অত্যন্ত ভাল লাগিল।কুশলে ৰাখক ভগৱন্তই। কৃষ্ণ।

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 Před 21 dnem +1

    এই মাতৃগৰাকীৰ গৃহলৈ ভাগৱত চৰ্চাৰ সম্পৰ্কতে বহুকেইবাৰ যোৱাৰ সৌভাগ্য হৈছ।কিন্তু ইচ্ছা থাকিলেও জানিব নোৱাৰা কথাখিনি জানি বহুত ভাল লাগিল।সঁচাকৈয়ে এখন আদৰ্শপূৰ্ণ গৃহ।

  • @joyaborgohain892
    @joyaborgohain892 Před 21 dnem +7

    মাতৃ গৰাকীয়ে ল’ৰা ছোৱালীৰ কেইটাক ইমান সুন্দৰ নীতি শিক্ষা দিছে আৰু আগবাঢ়ি যাওঁক ৷

  • @DipaBorah-nq1vj
    @DipaBorah-nq1vj Před 28 dny +6

    , আইগৰাকীৰ চৰণ যুগলত সেৱা জনাইছো লগতে আপোনাকো আগলৈ এনেকোৱা ‌video পাই যাম বুলি আশা থাকিল

  • @ramayaprasadbordoloi1379
    @ramayaprasadbordoloi1379 Před 21 dnem +2

    Bhal lagil program chai,

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u Před 21 dnem

    সুন্দৰ মনোগ্ৰাহী আলোচনা বহুত ভাল লাগিল। আদৰ্শ পৰিয়াল এগৰাকী আদৰ্শ মাতৃ । এখেতৰ পৰা বহু শিকিব লগা আছে।

  • @BijuBorah-yn4iw
    @BijuBorah-yn4iw Před 21 dnem +2

    Bor bhal lagil

  • @dalimiboruah4100
    @dalimiboruah4100 Před dnem

    বৰ ভাল লাগিল

  • @JowadurRahman
    @JowadurRahman Před dnem

    Bhal lagil

  • @tileswaryein1295
    @tileswaryein1295 Před 14 dny

    আইতাৰ কথাবোৰ সঁচাকৈ বহুত ভাল লাগিল। আমিও এচাৰিৰ কোব খাই তৃতীয় শ্ৰেণী উত্তীৰ্ণ হৈছিলো। এঢাৰিৰ কোব খাই শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছিলো।

  • @shubhadradas919
    @shubhadradas919 Před 21 dnem +2

    Bahut val loga Adarkha

  • @reemaahamed9228
    @reemaahamed9228 Před 21 dnem +2

    Madhusmrita tur maak dekhi kotha khini xuni bohut bhal lagil🙏🙏🙏

  • @debikaborpujari6748
    @debikaborpujari6748 Před 21 dnem

    সকলোৱে এই ভিদিও চোৱা দৰকাৰ, কি সুন্দৰ কথা বতৰা আৰু সন্তানক সু শিক্ষা দিয়াৰ বাবেই আজি তেখেত সুখী।

  • @munmisdailyvlogs797
    @munmisdailyvlogs797 Před 28 dny +1

    মাতৃ গৰাকীলৈ প্ৰণাম🙏 কথাখিনি শুনি ভাল লাগিল।