অম্বুবাচীলৈ অহা সাধু-সন্ন্যাসীসকল ভণ্ড!

Sdílet
Vložit
  • čas přidán 24. 06. 2024
  • অম্বুবাচীলৈ অহা সাধু-সন্ন্যাসীসকল আচল নহয়, সকলো ভণ্ড!
    #nbnews #nbnewsdigital #ambubachi #AmbubachiMela #kamakhya #kamakhyatemple
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 41

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh Před 29 dny +18

    মন্দিৰৰ পুজাৰী, পুৰোহিত আৰু পৰিচালনা কমিটিৰ কেৱল টকা লাগে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 28 dny +10

    কলিযুগত সাধু -সন্যাসীৰ গাত একো গুণ নাই।সুবিধা পালে চোৰ -ডকাইতো কৰিব। আচলতে পৃথিবীত মানুহ বেছিহল। আনকি অভাব নহলেও পৰগতি লৰিল। কৰবাত দুই এজন সাধু থাকিবও পাৰে;কিন্তু তেওক চিনা টান।সেইজনে নিজক সাধু"বুলি চিনাকীও নিদিয়ে;হয়তো তেও নিজেও নাজানে নিজক সাধু বুলি। এই যুগত কেৱল ধনৰ প্ৰতি লালসা বেছি।

  • @user-mg2bm6hi4n
    @user-mg2bm6hi4n Před 29 dny +14

    ধৰ্মৰ নামত বেপাৰ চলে ইয়াত।সাধু সন্যাসীবোৰে ধনৰ লোভত আহে।

    • @user-qg6te4xn5x
      @user-qg6te4xn5x Před 28 dny +1

      ঠিক কথা কৈছে একদম সচা কথা মোৰ মনৰ কথাটো কৈছে।

  • @user-te7cu1qp8n
    @user-te7cu1qp8n Před 28 dny +7

    জয় মা কামাখ্যা 🙏 এই কেইদিন কামাখ্যা ধাম বেচ হিন্দী ময় হৈছে ।

  • @bhaskarphukan5077
    @bhaskarphukan5077 Před 29 dny +10

    Karon yat asomiyai pujar namot bazar khuliba najai , kewal Assam r bahiror khini bepar koriba ahe , ru amar sorkare hdy hubidha d rakhise . Nijor asomiya k hokolu nirapottare kori jaba diba hubidha koriba lagisil 😔😊

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l Před 28 dny +3

    কৃষ্ণ সুখ দুখ শীত উষ্ণ সহ্য কৰিব পৰাজন হৈছে সাধু সন্ত যাৰ নাই লোভ মোহ কথা সংযত ধীৰ স্থিৰ নম্ৰ স্বভাৱ ইত্যাদি।কৃষ্ণ 🙏

  • @basantidutta8038
    @basantidutta8038 Před 29 dny +5

    ভাও ধৰে এইবোৰে ।

  • @Sunsuni785
    @Sunsuni785 Před 29 dny +7

    Chocolate বাবা 🙄🙄🙄

  • @dwipenbarman1313
    @dwipenbarman1313 Před 28 dny +3

    যতে ততে ডাঙৰ ডাঙৰ বিডিং বনাই মা কামাখ্যা মন্দিৰৰ পৰা ওলোৱা বাট সৰু আৰু ঠেক কৰি পেলাইছে।এই বিষয়ে মুল দলৈয়ে কি কয় ?

  • @biswajitdey1767
    @biswajitdey1767 Před 28 dny +1

    Moi Maja no eta kotha but koi deo..eei je ma kamakhya.. - nohoy.. Amar maa.. Amar kamakhya🙏 joi maa kamakhya

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k Před 28 dny +2

    চৰকাৰে দিয়া টকা সদ ব্যব হাৰ হলে এইপৰিষ্ঠিতি নহল হেঁতেন নেকি নে পৰিচালনাৰ নিউজীিত কৰ্ম কৰ্তৰকিবা বেমেজালি।কোনো দিন নুহুৱাঘটনা পৰিলক্ষিত দুৰ্ভাগ্য জ্জনক।।ভাল সংগঠনত থাকিও ভণ্ড কৰ্ম কৰোঁতা ৰ বাবে বদনাম বৰ দুখ জনক ভাবে বদনাম হয়।।সুৰে নেৰে চুৰ প্ৰকৃতি কুকুৰে নেৰে চাই।। বৈষ্ণব শাক্ত বিভিন্ন সংগঠনৰ উদ্দেশ্য নিজ। কোনোবাই মুক্তিৰ উপাসক কোনো কামনা বাসনা কোনোৱে দুয়ো ভাবে সেৱা কৰ্মৰ দ্বাৰা গৃ হ স্থী ধৰ্ম পালি আচাৰ নীতিৰ দ্বাৰা মুক্তি পাই ।।মহামায়া আদ্য শক্তিক উপলো নগা কৰা টো 18 পূৰাণ অধ্যয়ন নকৰাকৈ সমাজ ব্যবস্থা খণ্ড কৰাতো কেন কৰ্ম।।সূৰ্য্য পূবৰ পৰা ওলাই।পালি অহা নীতি মানি চলা তে ই নিজ ধৰ্মৰ প্ৰতিকত্যইব্য।

  • @muninoza4944
    @muninoza4944 Před 26 dny

    মা কামাখ্যাও ভগৱন্তৰ নামেই লয় । নালাগে ভক্তিত দেৱ দিজ ঋষি হুইব , নালাগে সমভৃত শাস্ত্ৰ বিস্তৰ জানিব , তপ জপ জাগ যজ্ঞ সৱে বিৰমবন কেৱলে ভক্তিত তুষট হুন্ত নাৰায়ণ বুলিহে গুৰুজনাই উল্লেখ কৰিছে।‌ কলি যুগত গৃহতে থাকিয়া দেখিলো তযু চৰণ বুলি কৈছে। আৰু সত্য় যুগে ধ‌ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্ৱাপৰত পূজা কলিত হৰি নাম বুলিহে ভগৱন্তই কৈছে বুলি আমি পাইছো । গতিকে কামাখ্যালৈ অহা সেই সোপাই এতিয়া যুগটো কি তাকে নেজানে।

  • @gameisover934
    @gameisover934 Před 28 dny +2

    Thik koise Manu jon😂😂😂😂

  • @HimaniRajbangshi-to3bf

    কিয়নো এই বাবা সকলোৱে অসুবিধা দূৰ কৰিবলৈ পৰানাই এইবোৰ হিন্দু ধৰ্ম বিশ্ব দৰবাৰলৈ নিয়াৰ সহায়ক নহব নেকি কিন্তু ৰাজনীতি প্ৰতি নিধি আহিলে যেনে ধৰক প্ৰধানমন্ত্ৰী আহিলে চৰকাৰে কিমান সুবিধা কৰিলে হয় খোৱা লোৱা পুলিচ প্ৰশাসন শৌচ পেচাব সকলো ব্যৱস্থা সুকীয়া সুকীয়া হল হৈ যিকি নহওক এইবোৰ আমাৰ আলহী সদৃশ ইহঁতে মনত বেজাৰ নোপোৱা বিচাৰে ধন্যবাদ

  • @anukulrabha5766
    @anukulrabha5766 Před 29 dny +2

    মন্ত্ৰী জন্তু মলুৱাৰ কামাইবা কি?

  • @biswajitdey1767
    @biswajitdey1767 Před 28 dny

    Nohoi nohoi... Jee hoiche bhal hoiche aruu jee hobo he yao bhal hobo.. Dukh lgiche ketiao enekua hobo nalage.. Joi maa kamakhya🙏

  • @bontisarmah7541
    @bontisarmah7541 Před 28 dny

    তিতা কেৰেলা বাবাক ভাল লাগিল ।জয় তিতাবৰলৈ বাবা

  • @putusvlog5178
    @putusvlog5178 Před 29 dny +2

    চুমা বাবা নাহিল নেকি। 😊

  • @debendrabarman2272
    @debendrabarman2272 Před 27 dny

    Sorkare Bhokto hokolok Bohut Kosto dise ,Khali Vorire Rodot Gorom hoi thoka rastat di khuj kari Pahar bogai Mandirot jabo dise .
    uparot Bhokto hokolor Alop Jironi luware kunu Hubidha nai .
    Rati 8 pm ot Tolot Get Bondho kori di Bhokto hokolok Bohot Kosto dise .

  • @7gc970
    @7gc970 Před 28 dny +2

    সকলো উপৰ্ৱালাই বিছাৰ কৰিব । ভগৱানৰ নামত নাটক কৰাৰ সকলক বিছাৰ কৰিব নেদেখা জনে ।

  • @hamantagogoi8904
    @hamantagogoi8904 Před 28 dny

    Ping pong Baba k vaal lage 🤣🤣

  • @pranoysharma5275
    @pranoysharma5275 Před 29 dny +1

    JMB Hol Circus r Minister.

  • @heninsharma
    @heninsharma Před 27 dny

    Iman easy nahai Tantrik huaa... Ataitkoi tan marg

  • @utpalboro7427
    @utpalboro7427 Před 28 dny

    AMBUBASI kytiar pora MELA rup dia hol.

  • @JyotismanHazarika-qd5jc
    @JyotismanHazarika-qd5jc Před 29 dny +1

    Kissing baba 😂😂😂

  • @user-vw9gs1yk3e
    @user-vw9gs1yk3e Před 28 dny

    কিচুমান ভন্দ বাবা আছে😊

  • @maheswarborah5387
    @maheswarborah5387 Před 26 dny

    আপোনালোকৰনো কাম কি? ধৰ্মৰ নামত পশুধন বলি,নৰ বলি এইয়া কি ধৰ্ম?লাখ লাখ ভক্তই অসমতে কামাখ্যাৰ নামত খাই আৰু বদনামো অসমৰে। ফলত খাদ্যৰ দাম বাঢ়ি আকাশ পালে যে ডলৈবাবু আপুনি গম পাই নে?

  • @dipakdebnath6019
    @dipakdebnath6019 Před 28 dny

    Ekh angool dushray por utanaychay baki char angool apnay apko dekhata hay..ashat hay tho shat ithna mulyabaan prakrita shadu kishikaa ninda nehi korthe hay.

  • @prasantakrmech3612
    @prasantakrmech3612 Před 28 dny

    Molloi hindi kobo noware neki dekha nai je

  • @assam8744
    @assam8744 Před 28 dny

    Malla failure hol neki

  • @NumalKhongiadigital
    @NumalKhongiadigital Před 28 dny

    অহা বছৰলৈ নাহিব ,, আচল হওঁক বা নকল হওঁক,,,,,,

  • @user-kf6sm4rn8q
    @user-kf6sm4rn8q Před 28 dny

    Ai burok pitibo laga

  • @heninsharma
    @heninsharma Před 27 dny

    Iman easy nahai Tantrik huaa... Ataitkoi tan marg