বীৰ লাচিত সেনাই ২০২৫ বৰ্ষৰ খুলিব নতুন ৰাজনৈতিক দল...
Vložit
- čas přidán 7. 09. 2024
- বীৰ লাচিত সেনাই ২০২৫ বৰ্ষৰ খুলিব নতুন ৰাজনৈতিক দল। লক্ষ্য হ’ব অখিল গগৈক পৰাভূত কৰা। ৰাইজৰ দল আৰু অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। পিছে অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত বৃদ্ধি পোৱা দূৰত্বৰ কাৰণ কি?
#pratidintime #assam
বিজেপিৰ সহায় হোৱাকৈ দল গঠন কৰক,নহলে জাতিপ্ৰেম কেনেকৈ দেখুৱাব!!
মাৰামাৰি কৰক অসমৰ ৰাইজে প্ৰশংসা কৰিব আপোনালোকক ।
শৃংখলে তাকেই বিছাৰে । নহলে বিজেপিৰ লাভ কেনেকৈ হব আৰু লাচিত সেনাৰ সাংগোপাংগই আৰু বাচ কেনেকৈ কিনিব ?
গগৈ ডাঙৰীয়া,নিজৰ মান সন্মান সকলো হানি কৰি এই বোৰৰ লগত কিয় লাগি থাকে ।আপোনাক অসন্মান কৰিলে আমাৰ নিজৰে দুখ লাগি যায় ।আপোনী দুৰ্নীতি, অপশাসনৰ বিৰুদ্বে আগবাঢ়ি আহিছে,গতিকে সেইখিনি চম্ভালাটোৱে আমি আপোনাৰ কাম্য বুলি ভাবো ।জয় আই অসম ।
নেতা হলি তই সেইকাৰনে আইন হাতত তুলিবলে কোন বে😃
ভৰিতলৰ মাটি কন নেহেৰুৱাব, অখিল গগৈ।
Welcome... নতুন দলটো সোনকালে খোলক নহলে শিৱসাগৰত লাল চালামৰ উৎপাত বেছি হৈছে...
কাজিয়া নকৰিবি জাতি মাটি ভেটিৰ ৰখীয়া হত, এৰা ধৰা কৰ ঐ ভাই ভতিজা হত। নহলে দেখিবি জয় আই অসম গৈ যায় আই অসম হব!আৰু এদিন হয়টো অসম খনেই ভাগি চিগী হায় হায় অসম হব । (বহু আক্ষেপেৰে লিখিলোঁ , ভুল হলে ক্ষেমিব)। জয় আই অসম 👋👋👋👋
Miya bangladesh ja
এই শৃঙ্খল চলিহাই জাতিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাজত বুজাবুজিহে কৰাব লাগিছিল কিন্তু খিলঞ্জীয়াই খিলঞ্জীয়াৰ লগত কাজিয়া কৰাবলৈ ককালত টঙালী বন্ধা দেখা গ"ল । এইয়া জাতিৰ স্বাৰ্থ নে দলৰ নেতাৰ ব্যক্তিগত স্বাৰ্থত কৰা সংগঠন । শৃংখলৰ এই কথাত নিজকে সমাজত অৱনমিত কৰিলে । ঠেক চিন্তাধাৰাৰ ব্যক্তিযেন লাগিল ।
ভাল হৈছে ভাল হৈছে অখিল আৰু শৃঙ্খলৰ কাজিয়া চাবলৈহে অসমীয়া ৰাইজৰ বাকী আছিল, আৰু কাম নাই ! চিন্তা কৰ ঐ বুপাইহত .....
Nijor Majot Kazia Nkoribo........ 🙏🙏
লাচিতৰ চেহেৰা মাত কথা একেবাৰে অসভ্য
Ona Axomia bure Eibur Dekhile bht Mzzaaa Pabo.......😌😌
লাচিত সেনাঈ ৫০০ পৰা ১০০০ভোট পাই বি জে পি সহায় কৰিব বিচাৰিছে।
Apuni Mane akhilr manuah
নিজৰ ভিতৰত সংঘাতৰ বা মতবিৰোধ ৰ বাবে ৰাজনীতিলৈ আগমণ হোৱাটো দূৰ্ভাগ্যজনক। ৰাজনীতি পাকচক্ৰত আৰু বা কি হয় । ৰাজনীতি কৰা সকলোৰে অধিকাৰ আছে । কিন্তু এনেকৈ ?
কোনো এটা সংগঠণৰ লগত যোগাযোগ নাই সেইবোৰে কি কৰিৱ এইবোৰ কবলৈ গলে পাৱত গজা সংগঠণ ?
আৰু খুলি থাক দল বিজেপিক সহায় কৰিবলৈ । 100 মান ভোট পাই নে নাপাই সন্দেহ আছে
Krishno , mamai kiman toka dile
Lachit khena jindabad....
নিজৰ মাজতে কাজিয়া কৰি থাকক বহুত ভাল দেখিছে। লোকে আনন্দ মনে চাই হাঁহি আছে। অসমীয়া জাতি এনেকুৱাই নিজৰ মাজত খুৱা কামোৰা কৰি থাকোতেই বণিয়াই সুবিধা লৈ আছে।
Miya e subidha luwa nai neki
ফটুৱা, কথা কোৱা, শিক্ষা একো নাই যেন লাগে, তেনেই আৰু নকও, আমি অসমৰ ৰাইজে সকলো কথা ধৰিব পাৰো ,কোন কিমানৰ,
Kun hoi sringkol solisha
এই দুটা দলে অসমখনক বৰৱাদ কৰি দিলে
অসমীয়া সকল নিজৰ মাজতে কাজিয়া কৰি মৰিব আৰু বহিৰাগত মানুহে অসমখন দখল কৰি গৈ থাকিব । চৰকাৰেও সেইটোকে বিছাৰি আছে যাতে চৰকাৰৰ বিৰুদ্ধে কোনেও প্ৰতিবাদ নকৰে ।
কথাই প্ৰতি কাজিয়া পেছাল কৰি চৰ্ত টেম্পাৰ মনৰ এটা অপ ইনৈতিক সিদ্ধনন্তৰে ৰাজনৈতিক দল গঠন কৰাটো বিজেপিক সহায় কৰা হব
ধন্যবাদ লাচিত সেনা/ এতিয়া গম পালে?? এইটো ছাগলী গগৈৰ লগত চুপতি মাৰি কিয় নিজৰ সন্মান হানি কৰিছে। ই চল চাই কঠিয়া পাৰা জিনিচ / ১৭ বাৰ যুঁজত পৰিচয় থকা লাচিতে দেখুওৱা আদৰ্শ ইয়াৰ গাত নাই সাৱধান ইয়াক শপত লৈ আজিয়ে ত্যাগ কৰক/ জয় আই অসম/ নমস্কাৰ
ami akhomiya j
লাচিত সেনাই কি কৰিব অখিল দাৰ লগত এনেই যুদ্ধ নকৰিব।
Ahomor nam loi ona Ahoma dangor dangor kotha koise.
Amar okhomiya bur nijor majot juji hekh hbo..
বান্দৰে পিঠা ভগোৱাৰ সাধুটো মনত কৰক বন্ধ হত।
MP election ৰ Congress পৰা power....
পাইছে
Finally someone have spoken. Jatiyotabadi ketiao communist hobo nuare.
Akhil gogoi jikisile ek matra lachit khenar karone...
নিজৰ মাজত যুঁজ কৰি লাভ নাই
আপোনালোকে ককাইভাইৰ মাজত কাজিযা লাগি বি জে পি ৰ সেবা কৰিব ।
Eee aghom hoi janu ..kotha koi e
অখিল গগৈৰ কিবা ৰাইজৰ দল আছে নেকি ।
Akhil Gogoi khai patfola
BJP kimn dile
ফিৰিঙতিকে জুইলৈ ৰূপান্তৰ কৰিআছে।
Heitu hosa kotha power besi use kora tu beya
Lajnaikia Akhomiya Sringkhol Utsringkhol Chaliha
Hai balar putek hai bapeku ka
M nuhua moril mamar samsa hai.....
অখিল এইবোৰ ভালহোৱা নাই অতপালি ভাল নহয়
Ekhon busor karone eta party jonmo hol😅
😅😅
ধুই 😂😂😂
Raije jikaise burbok tumi jika nai
এনেকৈ নিজৰ মাজত খোৱা কামুৰা কৰি থাক আকৌ পাৰ্টি খোল
শেষত বিজেপি a lav হব 😅😅
Birthday lachit for Bjp
Singkhal solihai julunga bhorabo napale haibabe utpat kori ase singkhol solehar aku kaam nii
Kiman taka dise
Mamai
Hru hura kthat aibur ki hru lora suali nsina lagise aisb kori karu lb nhoi
😢
Atiya bata karon jab khali singlo soliyar voridiyok gogoi val nai diya ja baya
আহোমৰ শিঙত বি জে পি নমৰে ।মৰিব নিজৰ মানুহ ।
Bap ray. Ki issue????
0:50 0:50
Mass dhoribo nuari pani ghula kora.. besi eitur .. okol gundagiri .. Aadak dekhil uthil gaa
Aaikhon Sivasagar hoi eat bohut poha Huna hikkhito manuh aasa kotha kolai buji pai. Fotua kotha koi aaku lava naai eat
😂😂 atau je vote pabi jen loga nai..Hexot mane kewl election khelai aim loi thako mane
Shringkhol solihai olop besi korise
Umm dol kom hoise aru 10 taman khulok…opposition party r aru vote komibo
বীৰ লাচিত সেনা জিন্দাবাদ।অখিল এটা পগলা মানুহ তেওঁ নিজে ভাল সকলোৱে বেয়া।ইমান খঙাল মানুহে কেতিয়াও ৰাজনীতি কৰিব নোৱাৰে ।তেওক সকলোৱে অখিল ঊদদিন বুলি কয়।😂😂😂😂
বীৰ লাচিত সেনা জিন্দাবাদ🤘🤘🤘
Akhil gogoi soki gol
ৰাজনীতি মাঠু
Khulok khulok political party,zero seat pabo 110 percent
Tur matei sivsagar solene ki
Jatiyatabadi hokole juji mor....
KALANKAR
😂
Dal bonai thakok😂
Aru 20 ta dol khuli BJP dolok sohay korok
Kam balag nai nikki
Assam t kiman dol banai
Atu dalal kela
Ehot bor adin mla hb mantri hb .. alop taka kharash koribo lagibo 😂😂😂.nohale ...
ঘেন্তা বকিছ, তোমাৰ কাম নাই । জাতীয়তাবাদ কৰা 😂😂😂😂😂😂
Kam nai kukurhot
Faltu .
অখিল গগৈ অকৃতজ্ঞ।
Ai bilak ki hoise doui dolor majot
Jar mata bhangib Bichingkale dibo
Laal selam keita jote tote
বেয়া কথা এইবোৰ | ইমান সৰু সৰু কথাৰ বাবে এনেকুৱা কৰে নে ? এয়া কিবা ষড়যন্ত্র নহয়তো |
বেয়া লাগিল দেই
Patta nepaw
Pagol ai2
Power nopowa te ei obostha 😂😂😂😂😂😂
Toi tu eta mokkel… tuk sibsagar kunubai patta diye niki