Adarar Achore [ আদৰৰ আঁচোৰ ] || Ep 133 || 08.07.2024 ||
Vložit
- čas přidán 7. 07. 2024
- Shame, blame, disrespect, betrayal, and the withholding of affection damage the roots from which love grows. Love can only survive these injuries if they are acknowledged and healed . We cultivate love when we allow our most vulnerable and powerful selves to be deeply seen and known, and when we honor the spiritual connection that grows from that offering with trust, respect, kindness and affection. And ADARAR ACHORE is one such saga of love wherein we will find everything from family drama to love , hatred, conspiracy and lots more
Follow Rengoni TV :-
Facebook: / rengonitv
CZcams: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #adararachore #entertainment#RENGONITV #ENTERTAINMENT #RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT - Zábava
আদিত্য আগৰ অৱস্থালৈ ঘুৰি অহাটো কোনে কোনে বিচৰা।
Moi besaru
Moi besaru❤❤
ঘৰ জোঁৱাই হৈ আত্মসন্মানৰ কথা কয়। লাজ নাই
নিজৰেই একো আত্মসন্মান বোলা একো নাই সম্পত্তি লোভত ঘৰ জোৱাঁই চাপি আছে,আনৰ বিষয়ে কবলৈ আহিছে।
সমুদ্ৰ তোৰ আত্ম- সন্মান থকা হলে ঘৰ-জোৱাই হৈ নাথাকিলা হেতেন আৰু কৈছা মনৰ আত্ম-সন্মানৰ কথা
ঘৰ জোঁৱাই ৰ দপ দপনি চাবলৈ মন নাযায়, বেছি কৰিব গৈছে তাৰ কিহৰ আত্ম সন্মান আছে চপনীয়া ৰ কিহৰ সন্মান আছে নিধক কৰবাৰ। দুবৰী মনৰ সুখ দেখাব লাগে বুলি ভাবো
Maini gali
হয় ইমান বেছি কৰিলে ভাল নালাগে
লোকৰ ঘৰত চপনিয়া হৈ আছে সি আকৌ আত্মসন্মানৰ কথা কৈ😂😂
ঘৰ জোৱাই টোক দেখিব মন নাযায় 😡 কাৰ কাৰ দেখিব মন নাযায় like কৰা 🙂
আত্ম সন্মান চিনিপাই কাৰণে ঘৰ জোৱাই হৈ আছে
আদৰৰ আঁচোৰ চাবলৈ অপেক্ষা কৰি থকা সকলে...Like kori jua👍👍👍👍
Ghor juair Atmo honman ghin lage.....
অঁ
Noise ❤ 😂 🎉 😢 😮 😅 😊
আত্মসন্মান থকা মানুহ ঘৰজোঁৱাই হৈ নাথাকে।
চপনিয়া সম্পত্তি লোভিয়া টোক চাবলৈ মন নাজাই
ঘৰজোৱাই ঘৰজোৱাই হয় থকাই ভাল।ই বেছি ওপৰত ওঠিছে কোম্পানীটো শেষ কৰিম বুলি লাগিছে ।এইটো সম্পতি লোভত হে আছে ঘৰজোৱাই চৰু চেলেকা হয়।
ঘৰ জোৱাই কুকুৰৰ দৰে চোৱা চেলেকা ।
দুবৰিক কাৰ কাৰ কইনা সাজত
চাবলৈ মন আছে
চপনীয়াটোৱে আত্মসন্মান চিনি পায়,নিলাজটো।
মনৰ বন্ধু নিলামে ঠিকে কৈছে আনৰ কথা ভাবি একো লাভ নাই চপনীযাক দুই ছৰ দিব হল হয়েনে ৰাইজ সকল
ঘৰ জোৱাঁই হৈ থাকে, কিন্তু ইয়াৰ বেছি ওপৰত উঠিছে কোম্পানী ও শেষ কৰিব সম্পত্তি লোভত হে ঘৰজোঁৱাই চৰু চেলেকা হয়।
চপনীয়া জোৱাইৰ আত্ম সন্মান বহুত বেছি
কোনে কোনে এই siriyel টো ভাল like কৰা
ঘৰ জোৱাঁই টো বেছি হৈছে 😅
সকলোৱে ধুনীয়া অভিনয় কৰিছে....... Nice....... My favourite sirial ❤❤❤❤
আদৰৰ আঁচোৰ চাবলৈ ৰৈ আছোঁ 😊ভাত পানী লৰা লৰিকৈ খাই ....😱
Roi asuu tumar babee😅kune kune roi asa like kora❤
আদিত্যক,ফাইলতো,দিব,লাগে
এই ঘৰ জোঁৱাই টোৱে মনৰ ফাইল টো যে ঘূৰাই দিছে ,আচল document নে দুবলিকেট document ঠিক নাই ,,,,,❤❤❤❤❤❤
Janu pai
আত্মসম্মান থকা হ'লে ঘৰজোঁৱাই হ'বলৈ নাহিলাহেতেন জোৱাঁই।নিজৰতু একোডাল নাই তাতে আকৌ আনক আত্মসম্মানৰ পাঠ পঢ়োৱাই। এইবোৰকে কয় নিলাজৰ লাজ নাই কেঁকোৰাৰ মূৰ নাই।
Wow atia ghoror Malik somudro he tarmane ane atmosonman thoka 2 maikir ghorot choponia thokatu 😊
Monor bondhu like👍👍👍👍👍👍
চপনীয়াৰ আকৌ কিহৰ আত্মসন্মান ? আত্মসন্মানবোধ থকা কোনো মানুহ ঘৰ জোৱাঁই থাকিবলৈ নাহে । 😂
My 💟 favourite 💙 serial 💟💙💟🧡💟💙💟
আদিত্যৰ মাকে বহুত ভূল কৰিছে চপনীয়াটোক বিশ্বাস কৰি,পিছত বহুত ভুগিব লাগিব।
Ghor jowai bohut beya aru ghoror pora khedi dile bohut vhal lagibo 🎉💔💔💔
Saponia dekhun bohut muroror uporot uthil.ketiya namibo heitu sabolehe roi asu
অলপ মান খাতা হৈছে অলপমান আৰু দীঘল কৰি দিবা 😢😢😢😢
Aditya ru Duborik akeloge Kune Kune sabo bisare 1 - 👍. Kori diba 🌺
ঘৰ জোৱাই সকলৰ গাত লাগিছে ছাগে।❤❤❤❤ঠিক কথা কৈছে খুৰী কিন্ত ঘৰ জোৱাইটোক চিনি নেপালে খুৰী
চপনিয়া মানুহৰ তেল বেছি হয় এই।😅😅
Waiting ❣️ for 💚 next ❣️ episode ❣️💚❣️
আছে কাৰণে ধোকা আছে
Hai babe ghor juyai hoi ase
Oo juwai tumi hoisa kabar putek jiman holeu mon aikhn ghrr lora, srel krone basi gola aji xsa jdi hol hoi n kunu lorai anekoi Ari nidile hoi
My favourite serieal ❤🎉
Waiting for today episode😢😊
Kar kar ai serial khon piyo ata like kora🥰😍😍
Kamor xoru dañgor ñai mon tumi hahimukhe kori juwa mon
Ghor juwai leval besi.
ঘৰ জোৱাঁই ইমান দম দম কথা কলে শুভা নাপাই,,,এই চপনিয়া হালক সোনকালে ঘৰৰ পৰা খেদা ব্যৱস্থা কৰক🙄🙄
নিলাজ ঘৰ জোৱাঁইৰ মুখত এই কথা শোভা নাপায়
My favorite serial❤❤❤
আদিত্য লগৰ জনে থিক কথা কৈছে ❤❤❤❤
𝙎𝙤𝙥𝙤𝙣𝙞𝙮𝙖 𝙠𝙪𝙠𝙪𝙧𝙩𝙪𝙠 𝙠𝙝𝙪𝙣𝙠𝙖𝙡𝙚 𝙠𝙝𝙚𝙙𝙞𝙗𝙤 𝙡𝙖𝙜𝙚
My favorite seril. ❤❤❤
চপনীয়া তেল বেচি হৈছে নেকি অলপ 😢😢
Waiting 💞 for 💙 today 💞 episode 💞💙💞
নিজৰ ছোৱালী যদি এনেকুৱা বেলেগ মানুহ আৰু কেনেকুৱা হ'ব
চপনিয়াটোক খেদি দিব লাগে
ধুকাক খেদি দিয়া😅
Aditya Adin xfl hboi❤
Miss u duburi ❤
Hii😊
সচাঁ কথা কিয় খুৰীয়ে ঘৰ জোৱাই তলতীয়া হল ।নিজৰ ঘৰতেই নিজৰে অধিকাৰ নাই কিয় নিজৰ লৰা পৰ হল❤
Waiting
Maa hodai maiii♥️♥️♥️
👍
Adityar bondhu Nilime kintu akdom thik kotha koise 👍
My favourite seriel ♥️♥️
Sapaniya tur jy katha
সমুদ্ৰ এটা সাপ
Good night all friends 🌃
Vhal lagise sai 🎉🎉🎉❤❤
Good night
দুবৰীক নেদেখোৱা হ'ল যে
M C হ'ল
Soponiar ru atmasonman thakene😂😂😂😂😂😂😂
ঘৰজোঁৱাইৰ আকৌ আত্মসন্মান ক'ত থাকে ।
ভাল লাগিছে
Somudro tumi kintu akdom thik kotha koisa - Prithibit Bhogoban naikia hoi jua nai 🙏. -- ru adin ai kotha sar nijor logotu hobo goi ai khon ghoror karone Adityai aku bea kora nai bea koriso toi nije he 😊
Soponiyaturhe besi Honman ase
Ghar juai tu,nije ase Sahurar ghrt,tau akw atmasanmanr kotha Kai...sih
Mon tumar Val din nohob makok kosto diyar fol vogib lagib
চপাই লোৱা মানুহ এনেকুৱা ই
Ghar joai 2k sulit dhari olai dibo lage, Samudra 1ta kerahi seleka ghar joai, tar babei ghar khon dhangha hoise
Ghr jowai tok dekhibr mn najay .alp beshi krei jowai to
Adityai Documents khini pale nisoi ata val kam koribo paribo 😊
Ghor Juyai kotha manuha ketiyau xunibo nalaga . Ghor Juyai hodai lukor .
ঘৰৰ জোৱাই খেদাই দিব লাগে।নহ'লে শেষ কৰিব।
bayek vinihiyek tuk dekhibo mon nejai.
❤❤❤my favorite serial
Bondhu jone thik koise
Batoe val avinoi korise thnks
Nice❤❤
ঘৰ জোৱাই মা কওতে গৰু এটাই চিৱাৰা যেনে লাগিলে😂😂😂😂😂
বপ্পা ও চপনিয়াৰ আত্মসন্মান😅😅😅😅
❤❤❤
My favourite serial
Dubore aru Adtya is best❤
Atmakhotman thoka manuhe ghor juwai nathake
এই খন বেছি আমনিদায়ক হৈছেগৈ আৰু একেখিনিকে পেনপেনাই আছে
সমুদ্ৰ ক খেদি দিয়ক সোনকালে
Hoi hosake😊😊
ffukutia soponia juai
ঘৰ জোৱাঁই অলপ বেছি হৈছে
❤❤😊😊🎉🎉🎉
মনৰ মাকে ঘৰ জোৱাঁইৰ হাতৰ পুতলা কিয় হ'ল। মনৰ ওপৰত ইমান কথা কবলৈ সাহক ক'ত পালে।
Aditya aru dubori sabo bisare 💖💖💖❤️❤️