Bahut Bahut Val Lagil Sai,Dhnyabad Janaiso
She was our teacher in school. actually the most favourite teacher of us.. we really respect her ❤️🔥.... Keep going Acharyaa 🔥❤️
গোটেইখিনি শুনিলোঁ বৰ ভাল লাগিল। শেষত আমাৰ কষ্টৰ কাহিনীটো শুনি আৰু সুখী হ'লো❤️
Hundor val lagi sum
Bahut val lagile.. Jai Wariors 🙏🙏🙏❤️🥰❤️
বহুত ভাল লাগিল ৰিঙ্কু , তোমাক বৰ্তালাপত দেখা পাই! জয় ৱাৰিয়ৰ্চ
প্ৰথমৰ পৰা শেষলৈ চালোঁ খুব সুন্দৰকৈ উপস্থাপন কৰিছে ৰিংকু বা কথাখিনি। wariors ৰ মজিয়াত কৰা কামৰ গোটেই কথাখিনি স্পষ্টকৈ বিৱৰী কৈছে বুজি পোৱাকৈ। আমাৰ তিনিচুকীয়া জিলাখনৰ কথা শুনি ভাল লাগিল । ৰিংকু বা আমাৰ সকলোৰে প্রিয় সহজ সৰল ছোৱালী।
ইমান ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিলে ,বহুত বহুত ভাল লাগিল। তিনিচুকীয়া জিলাৰ নাম শুনি আৰু ভাল লাগিল। সঁচাকৈ বাঘিনি নামটো অধ্যক্ষ মহুদয়ে সঠিক মানুহক দিলে।বহুত মৰম দিলোঁ❤❤❤ চাৰিওফালে ৱাৰিঅৰ্ছ ৰ গুণ গান বিয়পি পৰক ইয়াৰ দ্বাৰাই।
জন্মৰ পৰা সদায় আছো আৰু আগলৈও Wariors হে থাকিম । Wariors হিচাপে আমি সচাই গৌৰাম্বিত 🙏🙏
ৰিংকু তোক লৈ গৌৰৱ কৰো । বয়সত সৰু কিন্তু কথা কামত সদায়ে ডাঙৰ জনী তই । ঈশ্বৰ সহায় হওক
You are an inspiration to us... Acharya❤
Val lagile
এনে এটা সংস্থাৰ সদস্য বুলি গৌৰৱ অনুভৱ কৰোঁ 🙏❤️❤️❤️ জয় WARIORS
Wariors আমাৰ গৌৰৱ✊
ৰিংকু বা মৰম❤ভাল লাগে অ টোক দেখি❤
ধন্যবাদ দাদা আমাৰ সংস্থা টো বিষয়ে ৰাইজৰ আগত দাঙি ধৰাৰ বাবে।
জন্ম লগ্নৰে পৰাই জড়িত হৈ আছোঁ যদিও এৰাব নোৱাৰা কিছুমান ঘৰুৱা সমস্যাত পৰি সক্ৰিয় হৈ থাকিব পৰা নাই তাৰ বাবে দুঃখিত । ভাল লাগিল সংস্থাৰ প্ৰচাৰ বাৰ্তালাপৰ জৰিয়তে হৈছে লগতে চক্ৰপাণি দাদাই আমাৰ সৈতে জড়িত হ'বলৈ ইচ্ছা প্ৰকাশ কৰাৰ বাবে ।
যথেষ্ট ভাল লাগিল। ভাল কামসমূহ কৰি যাওক। পাৰিলে কেতিয়াবা সহায়-সহযোগ কৰিম। ৰক্তদান, বস্ত্ৰদানৰ দৰে গ্ৰন্থদানো কৰিব পাৰে। বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ প্ৰয়োজনীয় গ্ৰন্থ নাপায়।
Wariors সদস্যা হিচাপে গৌৰৱান্বিত❤️ ৰিংকু বা মৰম😘
Bahut bhal lagil. God bless you.
দাদা WARRIORS বানানটো ভুল হৈছে, হ'ব লাগে WARIORS: Women Awareness and Rural Invigorate Organization cum Radiant Society .
এজন wariorsৰ সদস্য হিচাপে বহুত ভাল লাগিল।
Rinku my darling ❤ so proud of you..✨✨ lastor fale kandi golu.. 🥺🥺
Thankyou for giving opportunity to share our aims and objectives
Bahut gourab anuvob koru WARIORS r member Hoi ✊
Wariors ৰ সদস্য হিচাপে সদায় গৌৰাম্বিত🙏
Bhal lagil progamto ❤❤
Wariors ৰ এগৰাকী সতীৰ্থ হিচাপে আজি মই বহুত সুখী। Wariors আমাৰ বাবে গৌৰৱ। জয় ৱাৰিৱচ।
বহুত ভাল লাগিল বা ❤ গৌৰব কৰো warriors ৰ member ❤jidina gom paisu bartalapt baa goise hodai check koru dise ne nai buli ❤
Bhut val lgil❤️ proud of you Rinku baa😍
বহুত ভাল লাগিল |
ৰিংকু বা ❤❤ Long live Wariors,, Wariors member Hisape nijok Xukhi buli vabu ,
Proud of all members of warriors ❤
জয় WARIORS✊🏻 🙏
jai wariors✊ proud to be a member or wariors
❤ভাল লাগিল
সুন্দৰ
Great job
Rinku ba ❤
We support warriors 👍👍
Rinku ba❤❤❤
❤
Wariors ৰ এগৰাকী সতীথ হিচাপে আজি মই বহুত সুখী warios আমাৰ গৌৰৱ।
ইমান ডাঙৰ কাম কৰি আছে আজিহে গম পাইছো।
জয় ৱাৰিঅৰচৰ 🤝
আমি হাতে হাত ধৰি আগুৱাই যাম 🤝🤝🤝🤝🤝🤝
জয় WARIORS
Proud of you dr❤
Keep up the good work ❤
Proud to be a warior.❤
Wariors ৰ এগৰাকী সতীৰ্থ হিচাপে গৌৰৱ হয় 🙏🙏🙏
Joi Wariors ❤❤❤
Proud
Jai Wariors🙏🙏🙏
বহুত গৌৰৱ অনুভৱ কৰোঁ wariors অংশ হৈ কাম কৰিব পাই ,আজি তিনি বছৰে সমাজৰ বাবে আমি কাম কৰি আছোঁ আৰু তেজ থকা লৈকে সমাজৰ বাবে কাম কৰি যাম।
So proud you 😍😍😍❤️😍😍❤️😍❤️
Rinku ❤
Jai Wariors 🙏
Jai warriors 🙏
জয় ৱাৰিয়ৰ্ছ ✊❤️❤️❤️🙏
Rinku Ragini ❤
Bhal lagil 😍❤
Proud of you Rinku Baa❤
জয় ৱাৰিঅৰচৰ 🙏🙏❤️❤️
গৰ্ব অনুভব কৰো এনে এটা সংস্থা ৰ সদস্য হোৱা বাবে।
Jai warriors
Jai WARIORS ✌️✌️✌️
জয় ৱাৰিয়ৰছ ✊✊✊
জয় ৱাৰিৱৰ্ছ 🙏🙏🙏
Jai wariors❤❤❤
Our pride rinku🌸🌸🌸
জয় ৱাৰিঅৰচ🙏
val lagise
Warrior❤️
চুম বা,❤❤❤❤
Jai wariors ✊✊✊
✊✊✊
❤❤❤
❤❤
Jai Wariors
🤝❤
Wariors Member habar babe ki kariba lagiba
ৰিংকু বা তই সেইবাবেইটো আনতকৈ পৃথক
Rinku Ragini ❤️ jay warriors
Rinku 👍
ধুবুৰী জিলাৰ বিলাসীপাৰাত কাপোৰৰ ভৰাল কত আছে জনাবচোন
আমাৰ ছোৱালী 😊❤
কাপোৰ সঙৰহৰ বাবে কিছুমান ঠাইত কেম্প পাতক
Rinkubaa sn😍
Rinku এটা পোষ্ট পাই wariors জৈন হৈছিলোঁ আৰু আজি তাই বিশ্বাসত এটা দায়িত্ব কাম কৰি goisu তিনি বছৰে এই দৰে সদাই কাম কৰি যাম
Proud to be a Warior❤
1:27
দাদা আমাৰ সংস্থা ৰ spelling টো Warior হয় ।
Warrior নহয়
Kenekoi contact korim apunalokok mor osarat olop batchar gorom kapur asil
WARIORS ৰ হৈ সোনাৰু কৃষ্ণচূড়াৰ দ্বিতীয় বৰ্ষপুতি অনুষ্ঠানত ডাষ্টবিন্ বনাই চফা কাম কৰি থকা সময়ত আপোনাক ওচৰ পৰা চোৱাৰ সৌভাগ্য কণ হৈছিল কিন্তু আপোনাক মাত এষাৰ দিয়াৰ মন থাকি ও দিয়া নহল। 😢
Wariors t thaki nijoke gourab anuvob koro.
দাদা Wariors হয়, warriors নহয়
❤❤
Spoiling 2 warrior nohi wariors hoi dada
You are an inspiration to us ..
Acharya❤
❤
❤❤
❤❤❤
You are an inspiration to us... Acharya❤
❤
জন্ম লগ্নৰ পৰা বহুত কষ্ট কৰিলোঁ । অন্তত কেতিয়াবা এনেকৈ নামটো শুনিলে আবেগিক হওঁ ।
অসহায় জনৰ কাষত সদায় থিয় হওক wariors এ 💞🙏