বহুত গুৰুত্বপূৰ্ণ উপদেশ জানিব পাৰি বহুত ভাল লাগিল।ভগৱানে কুশলে ৰাখক দীৰ্ঘায়ু কৰক লগতে কৰ্ম্মময় জীৱনটোক আগুৱাই নিয়ক। 🙏🙏
বহুত গুৰুত্বপূৰ্ণ উপদেশ খুউব ভাল লাগিল জানিব পাৰি।ভগৱানে কুশলে ৰাখক দীৰ্ঘায়ু কৰক লগতে কৰ্ম্মময় জীৱনটোক আগুৱাই নিয়ক। 🙏🙏
বহুত গুৰুত্বপূৰ্ণ দিহা আগবঢ়ালে অশেষ ধন্যবাদ 🙏 বহুতলৈ পঠিয়ালো ......
অত্যন্ত গুৰুত্বপূৰ্ণ message.ধন্যবাদ
বহুত বহুত ধন্যবাদ থাকিল ছাৰ । ইমান এটা গুৰুত্বপূৰ্ণ কথা সকলোকে জানিবলৈ দিয়াৰ কাৰণে । ভাল লাগে আপোনাৰ ভিদিঅ বোৰ চাই । বহুত নজনা কথা জানিব পাৰি পুনৰবাৰ ধন্যবাদ ছাৰ সদায় আমাৰ দৰে সাধাৰণ মানুহবোৰক এনেকৈ সহায় কৰি যাবলৈ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাক সদায় ঈশ্বৰে কুশলে ৰাখক । ধন্যবাদ
Very much useful information... Thank you sir🙏
বহুত বহুত ধন্যবাদ জনালোঁ ছাৰ, ভিডিঅ'টো ভাগ-বতৰা কৰিছোঁ।
বৰ গুৰুত্বপূৰ্ণ কথা ছাৰ। ধন্যবাদ।
বহুত ভাল লাগিল ছাৰ।অতি গুৰুত্বপূৰ্ণ জানিব লগিয়া কথা। আপোনাক বহু ধন্যবাদ জনাইছো।
Oh my God
বহুত বহুত সন্মান আপোনালৈ আৰু জন্ম পালে মোৰ অন্তৰত
thank you sir
বহুত ভাল লাগিল। যদিও দেৰি কৈ চালো। আমি সৰুৰে পৰা চৰ্চৰনি খালে পিঠিত ঢকিয়াই দিয়ে বুলিহে শিকিছিলো। আপোনাৰ video বোৰ চাই থাকোঁ। বহুত উপযোগী।
সুন্দৰ ছাৰ আপোনাক ভগবানে মংগল কাৰক সদায় ভালে ৰাখক ইয়াৰ পৰা সেৱা ৰাখিছোঁ মই । বহুত ভাল লাগে আপোনাৰ সৰু সৰু পৰামৰ্শ বোৰ । বেলেগ ৰ মুখত নুশুনা কথাবোৰ পৰামৰ্শ বোৰ আপোনাৰ মুখত শুনা পাওঁ । এদিন আপোনাক ওচৰত ৰ পৰা লগ পোৱাৰ বহুত আশা আছে বহুত কথা কব লগা আছে আপোনাক জীৱনত এবাৰ ওচৰত পৰা লগ পালে নিজকে ধন্য মানিম ।
বহূত দৰকাৰী কথা কৈছে ৷ অশেষ ধন্যবাদ ৷
মানুহৰ সকলো কামেই নিয়ন্ত্ৰণ হয় মগজুৰ দ্বাৰা ।আৰু মগজু পৰিচালিত হয় কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ দ্বাৰা ।গতিকে মই ভাবোঁ, মানুহ জনক যি কোনো উপায়ে কৃত্ৰিম ভাৱে অন্য মনস্ক diverted কৰিব পাৰিলে বাকী আনবোৰ চেষ্টাত অতি সহজে কৃতকাৰ্য্যতা লাভ কৰিব পৰা যাব ।-এইটো মোৰ নিজস্ব ধাৰণা ।কিমান দূৰ সত্য বা কিমান শুদ্ধ মই সঠিককৈ ক'ব নোৱাৰিম । তথাপি মোৰ ব্যক্তিগত ধাৰণাটো প্ৰকাশ কৰিলো ।ধন্যবাদ ।
Thank you sir 🙏. Today , because of this video of yours , I was able to cure my Mother . Thank you very much sir 🙏
বহুত ভাল লাগিছে কথা ভাল ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক
বহুত ধন্যবাদ চাৰ ,আপোনাক ভগৱানে সকলো ফালৰ পৰা কুশলে ৰাখক .....🙏
Very helpful information.thank you so much🙏👍
আপোনাৰ পৰামৰ্শ বোৰে মনত বহুত সাহস দিয়ে।
ধন্যবাদ দাদা।
Thank u sir....mor maar o praiyai anakuwa hoi...apunak osakh dhoinybad..🙏
Bahut barhia katha kale. Thanks sir.
Lot of respect n love to you sir, i am praying to god for your long n healthy life. Many many thanks.
বহুত বহুত ধন্যবাদ ছাৰ।ভগৱানে আপোনাক কুশলে ৰাখক ।🙏
বহুত ভাল লাগিল।
Thank you sir for sharing this great information...🙏🙏🙏
Bohut Bhal Kotha aji Janilu Sir Apunaloi Bohut Dhoiniobad Thakil
Bahut vl lagil videotu sai
Thank you sooo much sir ❤️you gave a great advice ..it happens with my father ..n this video is very very helpful for me n actually I'm searching for this topic that wht we should do at that time... God bless you sir .. you're doing a great job❤️
Thank you so much sir for your very important advice..
Sir, Dingi r hir dal tan hoi dingi to beka hoi jai aru vul boka aromvo hoi, aru hat vori kus khuai nia aru kotha but lena hoi jai aitu ki bemar aru eyar precautions ki asa jonabo
Bahut val lagil sir. Apuni sasai mahan.
Khub hundor bohut besi janibo loga ktha kole .
Good job.thanks.
বৰ সুন্দৰ দৰকাৰী উপদেশ এটা আগবঢ়ালে তাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ । 🙏🙏🙏
First view first like first cmnt good information sir 🙏 Love from nagaon 🙏 aru aguwai juwa tare kamonare full watch kori sai asu aru muku support koriba buli axa thakil 🙏
ভাল লাগিল ।
Bohut bhl lagil.apuni hoday anedore amak hohai kri jabo.
Upper abdominal thrust is the life saver for choking. Thank you sir its will help a lot.
THANKS ☺️.
Bhal lagil
Good advice bhal lagil thanks
Very helpful video
ধন্যবাদ sir. মোৰ দেউতাৰ প্ৰাইয়েই এইটো problem হয়। আজি আপোনাৰ video Search কৰি কৰি চাই আছো শেষত পালোগৈ। পোনৰ বহুত বহুত ধন্যবাদ লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।
Sir, যদি পানী হয়, তেতিয়াও একে প্রণালীৰ সহায় লব পাৰিনে?
Precaution is better than cure. পাণী পান কৰোতে প্রথমে তিনি বাৰ নিশাহ পেলাই তিনি বা ততোধিক ঢোকত পানি পান কৰিলে কেতিয়াও পাণী গাঠী নালাগে। একে বাৰে গটগট কৰি পান কৰিব নালাগে। পাণী থিও হৈ না খাই বহি পান কৰিব লাগে।
Bohut bohut val lagila
বৰ ভাল লাগিল আগলৈ এনে ভিদীয় দিব উ্ গুৱাহাটী।
বহুত ভাল পাইছো কিন্তু ময়ো এটা টেকনিক জানো ঈশ্বৰৰ কৃপাত। মোৰ এই ঘটনাটো প্ৰায় এ হয় ই চাগে ৰোগ আহাৰ খালে ১মে হয় এইটো।
গুৰুত্বপূৰ্ণ কথা জনালে আপোনালৈ ধন্যবাদ
Very informative video, thank you so much.
মই আপোনাৰ ভিদিঅ চাই বহুত অভিগতা পাইছোঁ চাৰ। মই বহুত সুখী
Sir Bhal Lagise video tu
Bahut bhal advice dise Sir apuni, God bless you.
Bohut val lagil
Bohut bhal kotha sekhale dada apuni..bohut bohut dhanyawad
Bohut.bhal.lagil
বহুত- বহুত ধন্যবাদ🙏
আপোনাৰ video বহুত ভাল লাগে,আপোনাৰ প্ৰতিটো video পৰা এটা নতুন নতুন কথা শিকিব পাৰো,ধন্যবাদ ছাৰ
Bhal gyanar babe bahut bahut thanks.
Good knowledge sir
Nice val lagil
বহুত দৰকাৰী video.
Sir ক বহুত বহুত ধন্যবাদ।
ধন্যবাদ । এই সমস্যাটো মোৰে আছে। কেতিয়াবা মৰিম যেন লাগে।
ধন্যবাদ দাদা,বহুত উপকাৰী ভিদিও।
ধন্যবাদ দাদা। আমাৰ দেউতাৰ মাজে মাজে লাগি ধৰে । আপোনাৰ পৰামৰ্শ পৰা উপকৃত হলো।
Thanks sir...apunar saklo video bhut mon di suni thko ..
Very important advice sir ❤️🙏🙏
বহুত ভাল কথা জানিলো চাৰ ,,,সৰু লৰা ছোৱালী যদি এনেকোৱা হয় তেতিয়া একেই কৰিব লাগিব নেকি জনাব
Iman dhuniyakoi bujai SAR
Vl lagil video to ❤❤❤
ভাল কথা এটা শিকালে আপুনি ,ধন্যবাদ চাৰ ।
ভগবানক দেখা নাই কিন্তু আপোনাৰ মাজতেই দেখা পাওঁ । সদায় কুশলে থাকক আনৰ উপকাৰৰ বাবেই 🙏
নমস্কাৰ ছাৰ , আপোনাৰ ভিডিঅ'চাই বহুতো নজনা কথা জানিবলৈ পায় উপকৃত হ'লো । আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ছাৰ 🙏🙏
ধন্যবাদ জনালো ছাৰ আপোনাক ভাল কথা এটা জনোৱাৰ বাবে মোৰ 2বছৰীয়া লৰা এটা আছে তাৰ প্ৰয়াই এনেকুৱা হৈ থাকে
Mojja explanation good teacher
বৰ সুন্দৰ কৈ কথা বুজাবলৈ জানে আপুনি । মই বুজি পালোঁ । বহুত ধন্যবাদ ।
Bht vl video DSE...bht nojona kotha janilu..aru bht interesting
Bohut dhonyobad apunaloi. Ru janibologiya kathabur amak jonai jabo buli akha korilu.
Very good sir
বহুত বহুত ধন্যবাদ
বহুত ধন্যবাদ আপোনাক ইমান এটা ভাল কথা চেয়াৰ বাবে।
Bahut bhal Advice 🙏
Bahut val lagil
বহুত ভাল কথা জানিলো আজি , ভাল লাগিল
বহু ত সুন্দৰ কথা ক'লে আপুনি ।।।🙏🙏🙏🙏🙏
Bhal lagil dhonyobad aguai jauk...
Thanks......SIR... Bahut.bhal lagil..
কি বুলি কম আপোনাক মই ভাষা বিচাৰি পোৱা নাই ছাৰ। বহুত বহুত বহুত ধন্যবাদ ছাৰ।
বহুত বহুত ধন্যবাদ ।শাস্ত্ৰত এষাৰ কথা পাইছিলো ,যে জগতৰ সুমংগল তুৱা গুন নাম হৰি জগত জীৱন ৰাম ।নিজেও তৰি আনকো তৰাব ডাকি বোলা ৰাম ৰাম ,কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
বেচিকৈ শুলে মাথাৰ কুহুম দুটা কিয়া ফুলি যায়?
কাৰ হয় এনেকুৱা জন্তুৰ নে মানুহৰ?
ভাল লাগিল মানুহক সহায় এটা। কৰিব পাৰিম.