সপোন দেখি বেয়া পাই নেকি অভিনেতা নয়ন নীলিমে? নয়ন নীলিমৰ বিয়া নপতাৰ ৰহস্য প্ৰকৃততে কি?
Vložit
- čas přidán 23. 02. 2024
- সপোন দেখি বেয়া পাই নেকি অভিনেতা নয়ন নীলিমে? নয়ন নীলিমৰ বিয়া নপতাৰ ৰহস্য প্ৰকৃততে কি? পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ সৈতে নয়ন নীলিমৰ আছুতীয়া সাক্ষাৎকাৰ
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
পোনপটিয়া প্ৰশ্ন আওপকিয়া উত্তৰ। হাঁহিটোৰো যেন বহু অৰ্থ আছে।এনে লাগিল যেন বৰদৈচিলা জাকে বৰ বেয়াকৈ তচ্ নচ্ কৰি গল হলেও এয়া প্ৰকৃতিৰে নিয়ম বুলি মানি লব লগা হয়, ঠিক তাৰ পিছতে প্ৰকৃতিয়ে যেনেদৰে নতুন ৰুপ লয় তেনেদৰে তেওঁৰ জীৱনলৈও পুনৰ বসন্ত নামি আহক তাৰে কামনা কৰিলো।
অসমীয়া ছবি জগতৰ মোৰ সকলোতকৈ প্ৰিয় অভিনেতা নয়ন নীলিম❤️🩹❤️🩹❤️🩹❤️🩹❤️🩹❤️🩹❤️🩹
চেহেৰাত দাগ থাকিলেও চিন্তা নকৰিবা, কিন্তু চৰিত্ৰত দাগ থকা আৰু বিশ্বাসঘাটকতা কৰা সকলৰ ওচৰলৈ দ্বিতীয় বাৰ নাযাবা ।
খুব সুন্দৰ অনুষ্ঠান, নয়নদাৰ কথা বোৰ ভাল লাগিল। নয়নদাৰ গীত শুণি ভাল লাগে।❤❤❤
মোৰ প্ৰিয় অভিনেতা জনলৈ অনুৰোধ আশা কৰো তেখেতক তেখেতৰ বৌ জনীৰ সৈতে দেখা পাবলৈ আগ্ৰহেৰে বাট চাই আছোঁ।
ঋতুস্মিন, নয়নৰ লগত কৰা অনুষ্ঠানটো চাই বৰ ভাল লাগিল। নয়নৰ যুগ্ম-জীৱনৰ বাবে কিবা এটা শেষ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। নয়নক বহুত ভাল লাগে, এতিয়াও জীৱনটো সঠিক দিশত আগবাঢ়ি যোৱাতো বিচাৰোঁ
ডেমফুল,, love you,, আমাৰ চাম সৰু আছিলোঁ আমি দেমফুল শব্দ টো প্ৰায়েই use কৰিছিলোঁ,
ঘৰত tv নাই বাবে আনৰ ঘৰত TV লগাব নি বুলি বুকা গচকি গচকি গৈছিলো চাবলৈ,,
কেতিয়াবা কাৰোবাৰ গালি খাইছিলো যদিওঁ,, গালি খাই হলেও চাওঁ জোনবাই,
তোমাক আৰু নেত্ৰ কাইটিক চাব খুব মন গৈছিল বাবে
The most talented and versatile actor "..
Nayan nilim" daa...❤❤🎉
Nayan da always young ❤❤❤
ফটা বাঁহ কোনেও জোৰা লগাব নোৱাৰে। বিফল হোৱা লৰাই কাৰোঁ লৈ ভয় নকৰে।কাৰণ তেওঁ লোক প্ৰতি খুজত বিফল হয় কিন্তু হলেও আগুৱাই যায়।কোনোবা থাকক বা নাথাকক মতলব নাই। সপোন আৰু লক্ষ্য উদ্দেশ্য জীবনৰ অমূল্য সম্পদ।নিজক সময় দিওঁতে সপোনক সময় দিওঁতে নিজৰ বিয়া পতা সময় পাৰ হৈ যায়।হয় জীৱন নিজৰ গতিকে নিজৰ মতে কৰিব লাগে আৰু ভাবিব লাগে।মনৰ কথা কলো।নীলিম দাৰ সকলো কথা মোৰ ভাল লাগিল।কাম মেইন।
প্ৰেম এবাৰেই হয় কাৰণ আমি মানুহ কুকুৰ মেকুৰী নহয়।সফল হওঁক সপোন আৰু মইও সম।
Ekdam hosa kotha koise...❤ bhal lagil huni kotha khini. Bohut motivational hoi apunar kotha khini. Hokolute bifol huwa manuhe karuloi bhoi nokore. Karon teuluk sobote bifol. Bifolotak neusi aguwabo pora jon he asol manuh 👍
Right
নয়ন দা ভাল মানুহ যেন ভাৱ হয়।
নয়ন দা, কথাবোৰ ৱৰ বহুত বহুত ভাল লাগে,,, । দেমফুল,,❤ । l love you nayan,
Nayan da karone like🤘🤘
জয় নয়ন দা
Mokkel ki joi nayan da@@bidyutdas4838
P
Nayan da amr childhood hero asil aru ajiu bht val lge...love u Nayan da❤❤❤
প্ৰথম প্ৰেমৰ জান্তনা ভুক্তভোগীৰে জানে
যি তোমাক প্ৰতাৰণাৰ কৰিছে সেই বোৰৰ বিষয়ত চিন্তাৰ কৰি নিজৰ জীৱন যৌৱন শেষ কৰি একো লাভ নাই ভাই । সময়ৰ কাম সময়ত কৰি যোৱাৰ
সময় কাৰো বাবেই ৰৈই নেথাকে । অকল শৰীয়া জীৱন কিমান জান্তনা বুঢ়াৰ হলে জানিবা ।
Misa kotha.sibore khetrot nohoi
Bhai akolhore thokar topoisha korile burha kalot dudinman akolhore thokatu dangor kotha nohoi
@@khaninofficialbohut val kotha koisa 👍
@@samarborah9160 ধন্যবাদ থাকিল ।
ভাল লাগে আপোনাৰ কথা ,কবিতা লগতে গান ❤
নয়ন দা❤❤ বাবে এটা লাইক
দেমফুল দা কিন্তু ভদ্ৰ ব্যক্তি বেচেৰাক দেখিলে বৰ দুখ লগেদেই
Second option nerakhile so atiya anekuwa emn din biya ni
নয়ন নীলিম দা ভাল লাগে । শিলৰ দৰে কঠিন জেদ স্বভাৱ আছে বাবে ভাল লাগে ।
Nayan da bht dhunia kontho😍😍😍😍Nayan dai first nhy baru...Ravi da i bht agr porai body bonoa
নয়ন খুব ভাল মনৰ মানুহ। কিন্তু জেদ ভাবটো এৰিব লাগিব।
😢
অতি সুন্দৰ নয়ন দা ❤❤❤❤❤❤
দেমফুলৰ চৰিত্ৰ অভিনয় ৰ দৰেই নয়ন দা বাস্তৱত হোৱাটো/থকাটো বিছাৰো।।
জোনবাই যেতিয়ালৈকে আকাশত থাকিব ,নয়ন নীলিম দাদাক সকলোৱে মৰমেৰে মনত ৰাখিব🙏❤️
চিয়ামন্তিকা ৰ লগত আজি কালি কটা পতেনে কি hudibo sun
সুন্দৰ কবিতা
জয় আই অসম❤❤❤❤❤❤ন দা
সুন্দৰ অনুষ্ঠান,দাদা,বিয়া খন পাতিব লাগিব।
Love you Nayan da
Great nayan da❤
Nayan da came back...jun bai❤
Tamam lagil voice tu , ajihe gom palu aitu song nayan dai gua
One like for Nayan da❤❤
Kabita tu huni Val lagise...❤❤ love you..
ৰহস্যময় প্ৰেম ❤❤❤❤❤❤নয়ন দা ❤❤❤❤ U
Bor Xundar Alusona 👌👌👌🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Tumi aguwai jowa Nayan daa❤
গীতটো বৰ ভাল লাগীল!
I love nilim daa ❤❤❤
The most talented and versatile actor " Nayan Nilim"Daa...
Love you nayan da❤
নয়নদাই দ্বিতীয়প্রেম হয়তো সমর্থন নকৰে ! যোগ বিয়োগ, আওঁপকীয়া উত্তৰ, সপোনক সহাঁৰি জনাই সময় আৰু সমাজক জীৱনসঙ্গী হিচাপে বাচি লৈ দিনবোৰ আগবঢ়াই নিব বিচাৰে ! সংসাৰ কোনেওঁ পাতিব নোৱাৰে, সংসাৰ হৈ যায় ! প্রেম, মানুহ আৰু সমাজক সচাঁ অৰ্থত যিয়ে ভাল পায়, তেওঁৰ বাবে বিবাহ হয়তো অৰ্থহীন কর্ম হয়তো শব্দহীন গান !
মোৰ প্ৰিয় অভিনেতা ❤❤❤❤❤❤❤❤
Nayan da. Demfull my fvrt actor .
Love you Nayan da ❤❤❤
Nayan da apuni 🔥🔥🔥❤
Nayan da kotha bur huni bhut bhal laga ,Love u Nayan da
নয়ন দা❤
Val lagil bohu donor murat Nayan nilim k dekha paai
নয়ন দা আপোনাক আকৌ আগৰ দৰে ছাব বিছাৰো
Hoi 😢
Love from Bangalore Nayan da... Apunak 2016'ot moi winner huwa Modelling show akhonot last log paisilu in Moran, Sibsagar. Apuni hodai bhalei thakok❤
All time favourite ❤❤❤❤
মোকো মাইনাই এৰি গুছি গৈছিল... হতাশ হৈছিলো.. মনৰ একোণত এতিয়াও আছা তুমি... তথাপিও নতুন সংসাৰ পাতি জীৱনটো নতুন উদ্যমৰে আগবঢ়াই নিছো... জীৱন তুমি অতি অনুপম....
Still looking handsome at this point of time ❤
An untold story and hidden pain, heartbroken soul can easily feel his pain💔💔
এইটো ব্যক্তিগত জীৱন।পৰিয়ালৰ স্বাৰ্থত নিজৰ ভাল লগাবোৰ নিজৰমতে উপভোগ কৰক নয়ন দাদা।
Nayan da❤❤❤❤❤❤❤❤ jasisu from chennai🎉🎉🎉🎉🎉🎉
Nayan nilim daak mur bohut vaal lage ...❤❤❤
Love you Nayan da .. kotha bor huni bahut Val lagile...❤❤
Nayan da love you❤
You are great🎉
Tumi bahut val dada
Mur bohut bohut priyo noyonda tekhetor mat kotha botora huni val lage ,teu jen hodai kukhole thakok ,❤❤❤
Nice. Thanks from andharpradesh nellore district. Meil.
Oti hundor
Mjja lgil Nayan daa
Bohut val lagil show tu sai ❤
Nice ❤️❤️
নয়ন নীলিম ছাৰক আমাৰ সকলোৱে আশীৰ্বাদ দিয়ক এই বছৰ তেখেত অতি শীঘ্ৰে বিয়া পাতিবলৈ 🎉❤💝😂👌💐
Bor val lge❤
Bhal lagil
Nice❤
ভাল লাগিল ❤
Damful was the fav dialogue 🥹❤️
Bhal lagil nayan daak dekhi
Nisoy kiba notun cenema aahi ase nayan da ❤❤.
Val lagil
তেখেতক এবাৰ হলেও লগ পাব মন গৈছে।
সকলো বাদ দি আকৌ অভিনয় কৰিলে আমি ভাল পাম দাদা
বিয়া পটাতো নিজৰ কথা। সময় জেতিয়া আহিব নিশ্চয় হব। অকল সৰিয়া জীৱন অতি সুন্দৰ মোৰ প্ৰিয় নয়ন নিলিম কথা বতৰা অতি সুন্দৰ মজা লাগে মই নয়ন নিলিমৰ কথা বতৰাত মুগ্ধ❤❤❤❤❤❤🎉🎉
Dada apunak Val Lage,
Only like and comments for Nayan Da ❤
সুন্দৰ ।
ভাল
Nayan Da Rock
Love u nayan da❤❤
নয়ন তুমি এজন বহুত ভাল মানুহ তোমাৰ বিয়া খন খাবলৈ আশাৰে বাট চাই আছোঁ দেই।:
Nayan dak thumbnail ot Dekhi Sabo ahisu ❤
Bohut val lage❤❤❤❤❤
Nayan da jajabor
Moja love u dada
Very nice ba and da
Nice ❤
অসমৰ চালমন..চালমন হওক কিন্ত অসমৰ আমিৰ নহলেই হল আৰু৷নয়নৰ শুভাকাংক্ষী মই৷
❤❤❤❤
Ritushmin Dar kotha bur best vl lge ❤❤❤
Bht vl lge song keita❤️
😊😊😊
bhal lagil Noyonok dekhi.....
Love you dada
Duniya ❤❤
Nayan da 💔😢