৮বিধ খাদ্য খালে কেতিয়াও ইউৰিক এচিড নাবাঢ়ে| DrRaineesHealthyWay| Health tips|
Vložit
- čas přidán 20. 04. 2023
- ৮বিধ খাদ্য খালে কেতিয়াও ইউৰিক এচিড নাবাঢ়ে| DrRaineesHealthyWay| Health tips|
Hello everyone hope you are doing well. Nowadays a common health problem is high uric acid. We can protect ourselves with the help of 8 foods. To know more please watch the video and share my video if you like.
#drraineeshealthyway
#uricacid
#healthtips
#foodtoavoid
#doctorstips
#tumeric
#vitaminc
#aloevera
#hibiscus
#chinarose
#punarnava
#peperomia
#bryophyllum
#fastfood
#coldrink
#fruitjuice
#salt
#apple
#banana
#cherry
#assamesehealthchannel
#assamesechannel
#ginger
#garlic
watch my playlist -How to stay fit - • How to stay fit
থলুৱা খাদ্যৰ ঔষধি গুণ - • থলুৱা খাদ্যৰ ঔষধি গুণ
Kitchen health - • Kitchen health
Skin tips -
• Skin tips
Hair tips and home remedies- • Hair tips and home rem...
Home remedies and health tips - • Home remedies and heal...
বনৌষধীৰ ঔষধি গুণ - • বনৌষধিৰ ঔষধি গুণ
ইউৰিক এচিড - • ইউৰিক এচিড
Piles and home remedies - • Piles and home remedies
পুনৰ্ণবা আৰু পনৌনোৱা - • পুনৰ্ণবা আৰু পনৌনোৱা
dr rainee healthy way
Birthday special - • Birthday special
Indoor and outdoor plants- • Indoor and outdoor plants
মহিলাৰ ৰোগ - • মহিলাৰ ৰোগ women's health
Oral care - • Oral care
টোপনিৰ কথা - • টোপনিৰ কথা ( sleep and...
ভাল লাগিল তোমাৰ বহু মূল্যৱান উপদেশ দিয়াৰ বাবে।❤ মৰম দিলোঁ তিনিচুকীয়া পৰা
বহুত ভাল লাগিল
ধন্যবাদ
অতি উত্তম দিহা
Khub bhaal laagil apunar kothakhini, bohut kotha janibo pari upokrito holu, thanks ❤
So informative video thanks Dr Rainee ❤❤
Val lagil mem.
বহুত ভাল পালো VDO টো পাই
ধন্যবাদ জনালো
ভাল লাগিছে।সুন্দৰ পৰামৰ্শ
Thank you so much
বহুত বহুত ধন্যবাদ বাইদেউ।
সুন্দৰ পৰামৰ্শ
সুন্দৰ পৰামৰ্শ । ভাল লাগিল জানি ।
আন্তৰিক ধন্যবাদ জনালোঁ
সুন্দৰ, মই অতিকৈ ভাল পালোঁ এই অউষধ কথা জনাই দিয়া ত,
আন্তৰিক ধন্যবাদ জনালো
ভাল লাগিল ।বহুত কেইটা কথা জানিলো বাইদেউ আগলৈ এনকুৱা টিপচবিলাক দি থকিব ।🙏
আন্তৰিক ধন্যবাদ জনালো দেই
Val diba diche dhanyabad frm
Ghy
Thank you so much
Mem bahut Val katha kale .thank u.
আপোনাৰ সুন্দৰ মনোমোহা পৰামৰ্শ ৰ বাবে বহুত বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ
আন্তৰিক ধন্যবাদ জনালো
ভাল লাগিল
Thanks
Bhaal lagil .Thanks
Thank you so much
ভাল কথা জানিব পাৰি ভাল লাগিল।
ৰঙিয়া,
Thank you
সুন্দৰ পৰামৰ্শ ধন্যবাদ বাইদেউ
ধন্যবাদ জনালো
অতি সুন্দৰ পৰামৰ্শ দিলে আপুনি ধন্যবাদ জনাইছোঁ
আন্তৰিক ধন্যবাদ জনালো
Most essential lesson for a healthy life. Thanks so much
Thank u so much
Val lagil
Thank you
Bohut bohut bhal lagil madam
Thank you
Val lagile videoto sai❤🎉 🙏🌄🌞🌅🙏
Thank you
ভাল লাগিল ।
ধন্যবাদ
অতি সুন্দৰ দিহা আগবঢ়ালে বা মোৰ মাৰে ইউৰিক এচিডৰ সমস্যা আছে পাই, এইখিনি তেওঁক জনাম😊
হয় নেকি? আজিকালি প্ৰায়বোৰ মানুহৰে এইটো সমস্যা থাকে সেয়ে বনালো video তো
Thanks for your valuable suggestions.
Thanks
Thank you❤🙏
Nice
Thank you
Thank You Sister
Thanks for your good information
thanks
Very nice Advise.
Thank u
Thank you ma'am ❤
Thank you
Nice👌👌
Thank u
বহুত ভাল লাগিল ধন্যবাদ
ধন্যবাদ
❤❤❤
আপোনাৰ পৰামশ'ৰ বাবে বহুত ধন্যবাদ।উৰিক এচিডত কিছমিছ খাব পাৰিনে বাইদেউ?
পাৰে মাজে মাজে খাব। dry fruits limit ত খালে একো অপকাৰ নহয়
🙏🙏🙏🙏🙏
Thanku for your suggestion.
Thank-you
Thank u mem.
Thanks
Thank you ma'am
Welcome
Val lage apunar video sai
Thank you
Thanks
🙏
বাইদেউ আপোনাৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ থাকিল।❤
আন্তৰিক ধন্যবাদ জনালো
Very very nice.
Thanks
Hi Rainee
Video tu sai bohut upokrito hoisu.Bhedailota khale high pressure hoi niki baru?
Thank you, nai tenekuwa nohoi, salt aru sorbi kom thoka bostuwe he pressure borhai
@@DrRaineesHealthyWay Thank you so much.Etu confusion ot asilu bohut dinor pora.
Baideo colestrol r oporot video bonabo
Oo ase video sabosun
Baideo Mur Anekuwa Dinot Proti Bosore Kan Poki pij Ulai thake.pisot Ako nije Val Hoi.Apunar pora kiba Ata poramorkho Pam ni Jonabosun.Plz Mem Hunkale Janibo pale Upokrito hm
এবাৰ ENT ডাক্তৰক দেখুৱাই লওক
P
বাইদেও জদি আমি ফতা গাখীৰ খাও তেতিয়া কিবা অপকাৰ হব নেকি
কেতিয়াবা অপকাৰ কৰিব পাৰে। পনীৰ বনাই খাব তেতিয়া অপকাৰ নহয়
Thank dii amar ghrt ase vedailta and pnr nuwa maje maje vedailta dalit di chutney kri khau
Ok বঢ়িয়া দেই। খাবা
Ba kunduli ki hoi nu... Please beleg nam ase jodi jonabo
অসমীয়াত কুন্ডুলি কয়। পিছে কিছুমান ঠাইত হয়তো বেলেগ নাম আছে। kunduru বুলি google ত চাবাচোন
Kindly medeciner nam kobo ki medecine khabo lagibo
Kola Dak juba val kiba ata kob sun.plz pimples or dak nohoi ane kola Dak pori se.
Val lage apunar video 📷 sai
Thank you
Baideu ponounua xak aru purnoba xak ai duibidh xak sini napau vldre bujai kobo nki
আছে এনেকুৱা video চাবচোন
Nice 👍
ধন্যবাদ জনালো
বহুত ধন্যবাদ।কলেএস্টল বাঢ়ি থাকিলে গাখীৰ খোৱাটো উপযুগী নে? জনাবচোন বাইদেউ।❤
সৰ নথকা গাখীৰ কেতিয়াবা খাব পাৰে। সদায় হে নাখাৱ
ধন্যবাদ বাইদেউ ❤❤
Mur Uricasid 8.9 ase bortoman .
Ayurvedic treatment কৰিব পাৰে
Baidow thyroide babe dib sn
Ok sure
মাহেকীয়া দিনবঢ়া আৰু গাড়ীত বমি নোহোৱা পিল একেলগে খাব পাৰিনে জনাবচোন নহলে কি কৰিব লাগিব জনাব মোৰ এফালে যাব লগা আছিল
বাইদেউ,পনৌনোবা আৰু পূর্ণবা শাকৰ উপকাৰিতা একেইনিকি
প্ৰায় একেই। কিন্তু পুনৰ্ণবা কিডনি ৰ বাবে best
@@DrRaineesHealthyWay এই শাক দুবিধ চিনিপোৱাত অসুবিধা হৈছে
পাতেগজা বা দুপৰ টেঙা খালে কিবা অপকাৰী হ'ব নেকি জনাব প্লিজ
পাৰিব একো অপকাৰ নকৰে। দুই তিনিখিলা পাতৰ ৰস পাৰে। বেছি হে নাখাব
Kidney gha lagise mar doctor titmen korisu vl ni pua ki korim baru
মোক ফোন কৰিব 7399114617
@@DrRaineesHealthyWay kiman timt cl krile kotha patib parim
Ñffllnrefi pe hu
Vori tola kihr karnt besi gorm hoi kob sun vidio atat
মাহেকীয়া দিন কমাব পাৰিনেকি জনাব
Mur ase mame
Ayurvedic medicine khale improve hoi
ইউৰিক এচিড থাকিলে ক'লাজামু খাব পাৰিনে ?
পাৰিব
ইউৰিক এচিড বাঢ়িলে গাখীৰ খাব পাৰিনে নোৱাৰি জনাবচোন।
পাৰিব কিন্তু সদায় নাখাব। কম পৰিমাণে পাৰি
কেঁচা হালধি খালে কি উপকাৰ হয় জনাব চোন।
Blood purifier, এলাৰ্জি আদিত ভাল
Tangamora aru purani jamu rosh ki kamot val janaba
Oo thik ase
Nice
ধন্যবাদ জনালো