Seng Sengiya - Mousam Gogoi | Niranjan Goswami | Mon Faguni 2024 | New Assamese Bihu Song 2024
Vložit
- čas přidán 8. 09. 2024
- Presenting #MousamGogoi's #SengSengiya exclusively on Mousam Gogoi Musical.
Mousam Gogoi Production Presents
Seng Sengiya
Singer: Mousam Gogoi
Album: Mon Faguni 2024
Lyricist/Composer: Niranjan Goswami
Music: Mousam Gogoi
Dhool: Lachit Baruah, Bishwajit Gogoi
Flute: Koilash Rabha
Melody: Bhadra Kanta Das
Taal-Pepa: Jaanmoni Phukon
Gogona: Biplab Gogoi
Mix-Master: Diganta Bordoloi @AudioholicStudio
Cover: Partha Jit Hira
Video: Hemen Nath
Stream:
Spotify: open.spotify.c...
JioSaavn: www.jiosaavn.c...
Wynk: wynk.in/u/prk6...
Digitally powered by Eikhon Axom Hoi Bhai Media
© ℗ 2024 Mousam Gogoi Musical. All Rights Reserved.
NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.
Seng Sengiya - Mousam Gogoi | Niranjan Goswami | Mon Faguni 2024 | New Assamese Bihu Song 2024
বৰ সুন্দৰ হৈছে গীতটো ❤❤❤ আপোনাৰ অনুৰাগী। বহাগৰ শুভেচ্ছা জনালোঁ ♥️♥️♥️
সুন্দৰ, আগলৈ সুন্দৰ সুন্দৰ বিহু গীত শুনিবলৈ পোৱাৰ আশা থাকিল
মন ফাগুনী আকৌ আহিল বহুত বহুত ধন্যবাদ মৌচম দা
মৌচম দাই যোৱা ফাগুন মাহত আমাৰ গাঁৱলৈ পঃৰাগ উৎসৱত আহিছিলে। সঁচাকৈয়ে তেওঁৰ গানবোৰ শুনি বহুত ভাল লগা।
Oaooiiiii....😊😊😊
❤❤❤❤❤bohut val hoise agr din burole mont pori goise❤hodai anekua gaan pai jam buli aakha rakhilu❤❤❤❤❤❤ from golaghat monjit boruah ❤❤❤❤❤❤ Best of luck ❤❤❤❤❤aji kali kisumanor gaan 3mahman he val lage huni❤❤❤
আকৌ মন ফাগুনী উফ❤ কি অপূৰ্ব ❤ মৌচম দা ভালে থাকক সদায় আৰু আগলেও এনেকুৱা অপূৰ্ব চিষ্ঠি চিৰসেউজ গীতসমূহ শুনিবলৈ পাম বুলি তাৰেই কামনা ❤❤❤
🙏🏻💐 শুভেচ্ছাঁ জনালোঁ ককাইদেউ
Moja kokai
পুনৰ জুবিন দাৰ লগ হোৱা মৌচুম দা সময় এতিয়াও আছে ❤😊
তাহানিৰ গীত সুৰ কথা শুনিলে কলিজা খনে নাচি উঠে অন্তৰত প্ৰেম জাগি উঠে❤😊🌹😍
বহুত ভাল লাগিল মৌচম দা❤❤
সুন্দৰ ককাই।
❤❤❤ লখিমপুৰ লালুকৰ পৰা মৰম………
Mozaa dada kerela pora ghorot goi aupunak log pam buli akha kori asu deii dada 😢
মন ফাগুনী সদায় মৌচম গগৈৰ কথা/সুৰতহে ভাল লাগে ৷ নিৰঞ্জণ গোস্বামী এতিয়া বিহুগীতৰ ক্ষেত্ৰখনত একঘেয়ামি হৈ গৈছে ৷ ইফালে চাবা নিৰঞ্জন, সিফালে চাবা নিৰঞ্জন ৷ এই একছেতীয়া লবীটোৱে অসমীয়া সংগীত ক্ষেত্ৰখন ধংস কৰি পেলালে ৷ তাহানিৰ বিমান বৰুৱা, মানস ৰবীন, ৰুবুল বৰা, ৰবীন বৰা, অনুপম শইকীয়া, মৌচম গগৈ, হেমন্ত ভূঞা, জনঞ্জয় শইকীয়া আৰু বহুতো…এওঁলোকৰ কথা/সুৰবোৰে আজিও খুন্দিয়াই থাকে বুকুত ৷ কিন্তু আজিৰ তাৰিখত চেকচেকী পৰুৱা/ভেকুলীৰ বিহু আদিবোৰ এবাৰতে আমুৱাই দেখোন ৷
সুন্দৰ হৈছে মৌচন দা ❤
মাজুলীৰ পৰা নিভাজ মৰম এগাল মান দিলোঁ ককাইদেউ।ভালে থাক সদায়,ভাল ভাল গীত আমাক দি যাবি।গান টো শুনা আগতে লাইক কৰিছোঁ❤❤❤❤
❤❤❤❤mojjjaaa
মৌচম দা ❤❤ Dhemaji পৰা এগালমান মৰম❤❤❤❤❤
সুন্দৰ ককাই 🎉
মৌচমলৈ জোনাইৰ পৰা বহুত মৰম যাচিলো
❤❤❤ মৌচম দা !
দাদা বেংগালোৰৰ পৰা ❤❤❤❤❤❤
দাদা আপুনাৰ গান সৰু কালৰ পৰাই প্ৰিয়৷
মৌচম দা আপুনি❤❤❤❤❤❤❤ আৰু 🔥🔥🔥🔥💖💖🥰
Mousum daa ❤❤
সুন্দৰ দাদা
❤❤❤❤❤
Hundor dada...bohut bohut vl lagil ❤❤❤❤❤❤❤
Oti sundar hoise dei, mon motoliya kora bihu❤❤
Mur priyo gayok..... MousAm❤❤❤
Dhuniya hoise Geet tu😊
Mousam daa bohut val lagil❤❤❤
You are my favorite bihu singer mousam da 😍🥰😍
❤ form Majuli
বহুত সুন্দৰ হৈছে।❤❤❤❤❤ মই বিহু ভাল পাওঁ আৰু আপোনাৰ গীত বোৰ❤❤❤❤
Val lagile
সুন্দৰ ❤
আজি বহু বছৰ পিছত পুনৰ আকৌ ধুল পেপাৰ বিহু শুনিলো , মনটো ভাল লাগি গল❤❤❤🤗🤗🤗🤗
Mousum da zindabad
বহুত ভাল লাগিছে মৌচম দা
বিহু আগত আৰু কেইটামান বিহুগীত দিব আশা কৰিলোঁ ❤❤❤
সুন্দৰ হৈছে মৌচম দা ❤❤❤
Ngok me'bom sunam ❤ Mousom daaa❤❤❤❤Nice song
🔥🔥🔥🔥
Mousam da favourite
Best of luck❤❤
Mousam da Moja 😊
Dhuniya ❤
ভাল লাগিল ❤
সুন্দৰ ৷
বৰ সুন্দৰ হৈছে মৌচম দা 💓👍
A.....moja dada apunar song moi bhut val paw❤
A mojja 👍👌❤❤❤❤
❤ Goalpara
মজা সদাই প্ৰিয় ❤❤❤
Kokai deu❤❤❤
Nice song from dhemaji Mausam daa
Agal man morom mousum daa ❣️
🎉🎉🎉
😍😍👍
Mojja song
Val lagil bandhu❤❤
Moza hoise dei ❤
Awesome song
খুব সুন্দৰ হৈছে দাদা ❤❤
❤ mousum da❤
Dada tumar bihu bur hosake ultimately morom loga❤❤❤❤🥰🥰🥰🥰🥰🕺🕺🕺🕺💃💃💃
Val lagil
সুন্দৰ মৌচম দা
মোৰ প্ৰিয় শিল্পী মৌচম দা। বৰ সুন্দৰ হৈছে বিহু গীতটো। ঢকুৱাখনাৰ পৰা মৰম যাচিছো।
❤❤❤❤❤❤❤ সুন্দৰ কন্ঠ
ককাই ধুনীয়া বিহু
Nice song
Moza
Mousom dadar gaan agor porai val pow bohut
🎉🎉🎉🎉 nice one
সুন্দৰ লাগিছে❤❤
Nice Mousom da❤
ভাল হৈছে।
❤❤
Bor val hoise dada
বিহু বিহু যেন লাগিছে দেই।
Apunar maattu akdom sweet lage ❤🥰😍😘
Ki j hundor bihu geetti
Hundor lagise
❤
Aponar song bahut vl lage
❤❤❤❤❤❤❤❤❤❤
Kakaidew bor dhuniya
❤ Love from sivasagar Mausam da
15 years r aagot xei din bur ghuri aahile Jen lagise,jetia bihu buli cassette kiniboloi roi thaku ..
You are unbeatable in assam.
Tumr bihu bur শুনিলে লৰালি দিনলৈ মনত পৰে
Nice❤❤❤
❤❤❤❤
জুই ❤❤❤
Nice song...
My fvrt singer, love you mousom da
Bohut vl lagise 🎉❤❤
Sweet Song💕Beautiful Musical Sounds🎷🎹🎻🎸🥁🎶Melody Voice🎤🎵New Subscriber Dada🙏💞🙂