OPS অনাৰ বাবে অখিল গগৈ বিশেষ মাত মা❗মন্ত্ৰী বিধায়ক সকলৰ দৰমহা বঢ়াৰ বাবে অখিল গগৈ খঙত জ্বলি আছে❗OPS❗

Sdílet
Vložit
  • čas přidán 12. 09. 2024

Komentáře • 30

  • @JayantaKalita-mt9zc
    @JayantaKalita-mt9zc Před 2 měsíci +6

    Akhil gogoi zindabad

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r Před 2 měsíci +7

    দৰমহা বঢ়াই সিহঁতে ই খাইথাকক এনপিএছ দি অবসৰ পোৱা সকল ক ভাতে মৰাৰ কাম কিয় কৰিছে। মানবীয় গুণ ইহঁতৰ নাই নে কি। ইহঁতৰ চেতনা কেতিয়াবা অবিহনে।

  • @vlog-ex3mr
    @vlog-ex3mr Před 2 měsíci +4

    BJP চৰকাৰে কৰ্মচাৰী সকলক উপলুঙা কৰাৰ ফল election ত পাই গৈছে। ইয়াৰ পাছতো যদি OPS ঘুৰাই নিদিয়ে, তেন্তে 2026 ত Assam চৰকাৰে দেখিব। OPS 1972 r বাহিৰে কোনো scheme আমি নলও। আমি আমাৰ প্ৰাপ্য ৰ কাৰণে কি কৰিব লাগে গম পাই হৈছোঁ।
    এই খিনিত এটা ডাঙৰ কথা কব খোজোঁ যে MLA, Minister সকলে নিজকে কিয় OPS ৰ পৰা মুক্ত কৰিব পৰা নাই, যদি NPS টো ভাল scheme হই।
    BJP চৰকাৰ ৰ কোনো lolly pop পুৰণা/নতুন কৰ্মচাৰীয়ে মানি নলয়।

  • @janardhantaid6455
    @janardhantaid6455 Před 2 měsíci +4

    Akhil Gogoi your Great ❤❤❤

  • @JugaSaikiaDas
    @JugaSaikiaDas Před 2 měsíci +2

    একেখন মুকলি আকাশৰ তলত বসবাস কৰা ২০০৫ চনৰ মন্ত্ৰী বিধায়ক সকলে O.PS ৰ পেঞ্চন পাই কিন্তু N.P.S ৰ অৱসৰ গ্ৰহন কৰা শিক্ষক তথা কৰ্মচাৰী সকলে কিয় পেঞ্চন নাপায় সংবিধান খন সকলোৰে বাবে একেয় নহয় নেকি মন্ত্ৰী বিধায়ক সকল কিয় N.P.S আওতালৈ অহা নাই সেইটোহে জানিব বিচাৰিছোঁ।

  • @user-sh1bs5kn1q
    @user-sh1bs5kn1q Před 2 měsíci +2

    আপোনাৰ দৰেই সকলো বিধায়ক হলে জনসাধাৰণৰ যথেষ্ট উন্নতি হব৷ কিন্তু বাকী সকলৰ মনোভাৱ “নিজৰ পেট ভৰিলেই হল” মনোভাৱৰ৷

  • @mintudas1018
    @mintudas1018 Před měsícem +1

    Vote for #OPS 2026🙏

  • @sumandeka9642
    @sumandeka9642 Před měsícem

    অসমত অঙ্গনাবাদী কৰ্মচাৰীসকলৰ দৰমহা অতি সোনকালে বাঢ়িব লাগে।কাম বহুত,দৰমহা হলে কম।🙏🙏

  • @BiplobhatiBaruah
    @BiplobhatiBaruah Před 2 měsíci +2

    বিজেপিৰ জবনিকা পৰিবলৈ বেছি দিন নাই।

  • @aynalhoque7789
    @aynalhoque7789 Před měsícem

    মন্ত্ৰী বিধায়কৰ পাঁচ বছৰ যদি পেঞ্চন পায় তেন্তে শিক্ষক কৰ্মচাৰী নোপোৱা কাৰণ কি

  • @anandachandrarabha2517
    @anandachandrarabha2517 Před měsícem

    Thanks Akhil

  • @debabratachakravarty6566
    @debabratachakravarty6566 Před 2 měsíci

    Excellent Akhila Gogoi

  • @desire3222
    @desire3222 Před měsícem

    পাঁছ বছৰ সেৱা কৰি গোটেই পৰিয়ালৰ বাবে টকা পাই ,কিন্তু ৩০-৩৩ বছৰ সেৱা কৰি একো নেপায় !!!! হায় !!!!

  • @natureearth6718
    @natureearth6718 Před měsícem

    M L A Dormaha ayen honghudhan kori borabo pare kintu Himontor ayen honghudhon koribo nuare karon ki

  • @jiarulhoque2404
    @jiarulhoque2404 Před měsícem

    Manohik pressure ata diya hb

  • @GulnaharBegum-vz9yk
    @GulnaharBegum-vz9yk Před měsícem

    Naes

  • @vlog-ex3mr
    @vlog-ex3mr Před 2 měsíci

    ৰাজ্যত যদি সৎ মন্ত্ৰী বিধায়ক আছে তেন্তে OPS ত্যাগ কৰি সততাৰ পৰিচয় দিয়ক। যি সময়ত দেশৰ কৰ্মচাৰী সকলৰ পেঞ্চন বন্ধ কৰি NPS প্ৰবৰ্তন কৰিছে তেনে সময়ত মন্ত্ৰী বিধায়ক সকলে 3/4 তা পেঞ্চন লোৱাটো জনবিৰুধি আৰু ৰাষ্ট্ৰ বিৰোধী।
    মন্ত্ৰী বিধায়ক সকলে নিজৰ power দেখুৱাই স্ব ঈশ্বাই নিজৰ দৰমহা বিৰ্ধি কৰাটো নিন্দনীয়। কৰ্মচাৰী সকলকো 8 pay commission kio diyo হোৱা নাই তেন্তে।

  • @purplecow873
    @purplecow873 Před 2 měsíci

    Thanks Akhil Gogoi

  • @music4you164
    @music4you164 Před měsícem

    Amak OPS lage

  • @nilakanatapatir969
    @nilakanatapatir969 Před měsícem

    Pap korile cancer haine Mama

  • @hemaprabhapegu2700
    @hemaprabhapegu2700 Před měsícem

    Okhil Gogoi MLA mohudoi thank to you.

  • @ajitnarah8887
    @ajitnarah8887 Před 2 měsíci

    Akhil Gogoi zindabad

  • @indirasarmah3405
    @indirasarmah3405 Před 2 měsíci

    Akhil gogoi sir! You are the best MLA

  • @bipulborah7778
    @bipulborah7778 Před 2 měsíci +1

    Akhil gogoi is Aman of moraliry in Assam but m,llmdie of hunger ormla. Will get high
    Level salary, theywill live long. Or the nps will 5:34

  • @bhularamborah1586
    @bhularamborah1586 Před měsícem

    I support Male akhil gogoi mal ex man sec aisf b my salary is 2961 p month

  • @hamashrisarma
    @hamashrisarma Před 2 měsíci

    School rahandhonie darmaha kiman