পুতলা নাচ।। Assamese Puppet Dance || Vlog 25|| Assamese vlog

Sdílet
Vložit
  • čas přidán 21. 06. 2021
  • পুতলা নাচ (ইংৰাজী: Marionette) হৈছে পুতলা বা পাপেট (Puppet)-সমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক কলা।পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়। পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মুলো হৈছে এই পুতলা।পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে। এই পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পদ বুলিও অভিহিত কৰা হয়।
    #Putola naas #Puppet dance #Theassamesevlogger
    Special Thanks- Nipu kakati

Komentáře • 33