Video není dostupné.
Omlouváme se.
NB NEWSৰ ষ্টুডিঅ’ত ভাইৰেল বোৱাৰী তবী খঙীয়া বৰা
Vložit
- čas přidán 7. 05. 2024
- NB NEWSৰ ষ্টুডিঅ’ত ভাইৰেল বোৱাৰী তবী খঙীয়া বৰা
বোৱাৰী নহয় জীয়ৰীৰ দৰে মৰম কৰা শহুৰ-শাহুৱে কেনেকৈ প্ৰেৰণা যোগায় তবীক?
বিহু নচা, অভিনয় কৰাৰ লগতে আৰু কি কি দিশত পাৰ্গত তবী?
#nbnews #nbnewsdigital #bihuwatibuwari #viralbuwari
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
বৰ সুখী পৰিয়াল❤️❤️এইদৰে মিলি জুলি থাকা সকলোৱে, বোৱাৰী ক ছোৱালী ৰূপত লোৱা শাহুবোৰ বহুত মৰমৰ ❤️❤️
বৰ ভাল লাগিলে চাই আদৰ্শবান পৰিয়াল এনেকুৱা শাহু শাহুূৰ পাবলে নাই আপুনি পাইছে ভাগ্য কৰি আগুৱাই যোৱা ভালকে থাকিবা❤❤❤🎉
ভাল লাগিছে আপোনালোকৰ বোৱাৰীৰ প্ৰতি সৎ ব্যৱহাৰ কৰা কাৰণে । বিশেষকৈ সংস্কাৰি শাহু গৰাকী লৈ ধন্যবাদ থাকিল ।
বীনোদ দা আৰু মলীকা বা বোৱাৰী বহুত ভাল লাগিছে
এই হাল তোমাৰ সাহু সহুৰ নহয় ভগৱান।আগ বাঢ়ি যোৱা 🎉
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। তবী তুমি মনৰ হেঁপাহেৰে সুখী হৈ থাকক। তবীৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
Amar Narayanpurr Gaurav❤Tate Malika ma'am as a teacher u bht moromial 😍😍
তোমাৰ দৰে পৰিয়াল পাবলৈ ভাগ্য লাগিব। তুমি খুব ভাগ্যৱতী তবী❤
বহুত বহুত ধন্যবাদ
অতিকৈ আদৰ্শ বান ব্যক্তি❤
সদায় দেখি আহিছো ঘৰ খন কিমান support কৰে মা দেউতাই মাইনা দা সঁচাকে tobee তই বহুত lucky. সদায় ভালে ৰাখক সকলো. তই আগুৱাই জা
ভৰি উঠাই বহা বাবে অকমান বেয়া দেখাইছে,,,,বাকি সকলো ভাল লাগিল 🙏
এই কথাটো মোৰও চকুত পৰিছে
সুখী হৈ থাকক সদায় ,,, গোটেই পৰিয়ালটো
আঐ দেহি মৰমৰ চকুলো উলাই উলাই গৈচে ❤❤
দেউতাক মাক দুয়োজনেই সুস্হ হৈ থাকক🙏🙏
Tobi agoraki hundor buwari.... Hokolu potivare adhikari moromial buwari.... Super...
আদৰ্শ পৰিয়াল ❤
সুখী পৰিয়াল ❤❤❤
শাহু গৰাকীলৈ অশেষ ধন্যবাদ।❤❤❤❤
আমাক pohua বাইদেউ গৰাকী বৰ ভাল বোৱাৰী জনি আগত কৈ vl হল বহুত সৰুতে অহা আছিল
শাহু গৰাকী প্ৰফেছাৰ আছিল
প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা দিয়াৰ বাৱে পৰিয়ালটিক ধন্যবাদ ।
বহুত দিনৰ মূৰত বাইদেউ k dekha palu hs r 1 st yr nd 2 nd yr r din bur monot পৰিল দেই বৰ ষ্টাইল লিছ আছিল কিন্তু বাইদেউ সঁচাই বৰ মৰমিয়াল আছিল ভালে থাকক বাইদেউ বোৱাৰী জনি ভালে পালে দিয়ক
Anekwa hahu pabo vaigo lagibo 🥰 apuni agiyai jawk
শাহু- শহুৰ ইমান মৰমীয়াল । বহুত ভাল লাগিছে
Anekuwa family dekhile monbur bor val lagi jai o❤❤❤
ইমান মৰম লগা পৰিয়াল❤❤❤
Bohut morom loga tumi logota tumr family hodi hukhi thaka❤
ভাল লাগিছে তেওঁৰ শাহু আমাৰ শিক্ষা গুৰু
ধুন সচা কৈ বহুত ভাল লাগিল!
পৰিয়ালৰ সকলোকে ধন্য বাদ দিছোঁ!আগুৱাই যোৱা, শুভেচ্ছা আৰু আৰ্শীবাদ থাকিল!
eman val sinta sorsa teulukor❤️eman moromial hohur hahu paboloiu vagya lagibo.vgbane vale rakhok hokolu jonoke❤🙏
বহুত বেছি ভাল লাগিল বা ❤ vdo টো কেতিয়া শেষ হল গমেই নাপালোঁ 😢
পৰিয়াল টোলৈ অভিনন্দন জনালো
Hundor voice hundor kontha hoklure arkhibad hodai ag barhi ja val lagil so to sai .....❤❤
Bwo joni iman cute hoi❤
বিহু প্ৰগেমটো কিমান বাৰ চালো হিছাব নাই।কিন্তু নিজৰ ঘৰ খনৰ কথা নকও এই অনুস্থানটিত অসমৰ ৰাইজ (বুলিয়ে কলো )দেখাকৈ সহু সাহুৰৰ সন্মোখত ভৰিৰ উপৰত ভৰি তুলাটোহে বেয়া লাগিল!
নিজৰ শাহু--শহুৰ বা অন্য ডাঙৰ মানুহৰ আগত ভৰি উঠাই বহিব নালাগে---এই কথাটো---শাহু--শহুৰে বোৱাৰী জনীক ক'ব লাগে ।
বহুত ভাল লাগিল ।
Tuma hahu hohu bohut vl aru age bahe juya God bless you❤❤❤❤❤
Hosa koi tumar Nas obhinoi sai emn val lagil ,tatkoi besi val lagil tobi tumar hahu ma deutai val ata adorkhoi uthi oha projonmok aguai nie tare vogobanr usort parthona jonalu,
ভাল লাগিল চাই ❤
Tobi bor hunkale biya hola
Tumar nas bohut dhunia.
Notun bihu samragi buror logot homane fer maribo parila heten. Imn dine bihu samragi hola hoi. Sobtke val tumare hoise. God bless u keep it ip
প্ৰতিভাৰ গৰাকী❤🥰🥰❤
Bohut val lagil sai ❤❤❤👍
সুন্দৰ পৰিয়াল এটি আদৰ্শ পৰিয়াল । যি সকলে চাইছে উপকৃত হব ।
শাহু বোৱাৰী নহয় একেবাৰে মা জীয়েকৰ দৰে এনেকুৱা ই হব লাগে মই লেপালো দূখ লাগে আপোনালোক আদশ হওঁক
ভৰি টো তলত থলে ভাল আছিল। ।মা '' দেউতাৰাই সুন্দৰ কৈ বহি আছে । বাকীবোৰ সুন্দৰ প্ৰদৰ্শন হৈছে ।
N B,News hokolu লৈ বহুত বহুত আশীৰ্বাদ আগ বাঢ়ি যাওঁক আৰু ভাল হওঁক ভগ বন্তই কৃপা কৰক আপোনালোকৰ জয় হওঁক কৃষ্ণ
Aaauuu Mallika ma'am 😲❤️ Ma'am xasakoie val..amak pohua hoi...gom pai val lagil
Bhut val lagil dei
Baideu hosako ATA homoyot mur bohut priyo asil,,vale thakok hoday,,,,
vori khon nomai rokhua hole ru val lagil hoi...bea napaba kua krne
Bht vl lgise de❤vle thakok hokolu
Nijor mak deutakot koyu bohut besi mrm valpuwa buwari poti, bohut bohut dhoinbad apunalukoloi, 🙏
Asolote khub Kom tenekua porial ase ba dekhisu buwarir proti khahu khohur jiarir morom valpua thoka ❤❤ Val lagil apunalukr porialtuk dekhi . khodai mili juli thakib lge khokolue❤😊
Adorsho family ..sadai Bhogobane kushole rakhok ..🙏🙏
অতি সুন্দৰ সুখী পৰিয়াল ভন্টি তোমাক ভগৱানে বহুত শক্তি দি
Bor khundor poriyal dai bohut vl lagil sai
বহুত ভাল লাগিল। পিছে ভৰিখন নমাই থোৱা।
Aiburhe sahur sahu anekuwa sakoluyei jodi hol haten akhet sakolor pora alop Gyan lobo lage manu bilake oboisye Mur sahur sahu u bor val muk suwalir nisina morom kore nijor ghorot thoka nisinai lage sobei sob kothate muk suport kore ase val manuhu bohut ase
Val lagil sai
Val lagil Sai.
Val lagil taulukor porealtu hodie adora thakea jan❤
বৰ ভাল লাগিলে চাই, আদৰ্শ পৰিয়াল ।
Mallika baideo apuni hosai bahut val.. schooltu amak bahut morom disile.. love u mam❤
Ideal family. Wishing a happy future life.
Oh ma eman dhunia family vale thakok
Happy family. God bless you
Mem bohut val
Hundor
Val Lagil dei
🎉🎉Ghorr manuhbur val ase
An ideal family.
সুন্দৰ
বহুত গুণৰ অধিকাৰী একে বাৰে খোলা মনৰ বহুত বহুত আশীৰ্বাদ আগ বাঢ়ি যোৱা আশীৰ্বাদ
আপোনালোকৰ দৰে যাতে সকলো সাজু সুহুৰ এনেধৰনৰ হ'ব লাগে।আপোনালোকক ধনয় বাদ।
Bhori khn uthua krne bea lagise...baki hokolu thike ase
Thik koise
Xahu agty anekoi thakib nlgy te apun pahora hoi nejabo baki axirbad korisu vl hk
@@NituHazarika-wd4vp❤❤❤❤❤❤❤❤❤❤❤❤
শাহু শহুৰ ক বিশেষ ভাবে সলাগিছো ।
শাহু-শহুৰ আৰু তেখেতৰ স্বামীক শতবাৰ প্রণাম জনালোঁ।ছোৱালীজনীক ইমান মৰমেৰে ৰাখিছে
Very good
Sahu gorakiloihe pronam aji teur karone aji tobi eman agbahi jabo parise
Val lagil
2mar hakalo val lagil kin2 hahu hohor agat vori oparat vori othale val nalage bea napaba koar babe
Apunai বিট্ৰিচৰ যুগৰ যেন লাগিল
ঠিকেই কৈছে আপুনি
এটি আদৰ্শ পৰিয়াল🙏🙏
Hahu hohu usorot bhori tuli nobohe baki bohut bhal lagise aguwai juwa
Lokhimpurr porialtu hosaky lekhot labolgia aru tobi kathabur bor bhal lage aru bhal nase hudar potibha moi dibrugarhpara tobily hubhesha jasilu dhanybad
Very very nice family ❤️❤️❤️👍
Best Wishes Thakil Tobi ❤
Bor bhal lagil de borbhal porial good
Nice family ❤❤❤❤❤
Nasoni baa tumi tu vale tumar porial tu aru Val aguwai juwa tumi hodai
Xundor ❤
আমাৰ tobee❤aguwai ja toi xodai
আদৰ্শ পৰিয়ালৰ পৰিচয় ৷ ভাল লাগিল চাই ৷
Tobee ba tumi jui
Sasu mais very beautiful
Happy family
Moza
Hosai bor val hahu hohur paisa tumi ❤❤❤
সুন্দৰ 👍
Very nice
Great 👌
ভাল লাগিল দেই নবৌ ❤❤সময় পালে মোৰ video বোৰো চাব
Moja
পৰিয়াল এনেকোৱা হব লাগে।