ছোৱালী চাবলৈ আহি বিধৱাক পছন্দ পুত্ৰৰ...................

Sdílet
Vložit
  • čas přidán 10. 09. 2024
  • ছোৱালী চাবলৈ আহি বিধৱাক পছন্দ পুত্ৰৰ//Assamese sad Video//Assamese short Video//Assamese short film//Assamese Video.
    About this Video
    আজি আপোলোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ লৈ আহিছো নাম ছোৱালী চাবলৈ আহি বিধৱাক পছন্দ পুত্ৰৰ.................... আশা কৰো আপোনালোকে চাই ভাল পাব।
    অভিনয় - ইন্দ্ৰমোহন বৰুৱা, ৰুহিত বৰা, ৰাইহান শ্বাহ আলম, আইমনি বৰা, দিশা বৰা, দীপালি বৰা
    চিত্ৰনাট্য - মফিদুল হক।
    মেকাপ - নিৰু বৰা।
    পোহৰ - উজ্জল বৰুৱা।
    বাহীঁ - প্ৰনয় বৰঠাকুৰ।
    পৰিচালনা-কেমেৰা-সম্পাদনা - মফিদুল হক।

Komentáře • 524

  • @AnilChandraBarman-vi6wo
    @AnilChandraBarman-vi6wo Před 8 měsíci +38

    কাহিনীটো বহুত বহুত ভাল লাগিল। ফুলতে বিধৱা হোৱা নাৰী সকলক যুৱক সকলে আদৰি ল'লে সমাজ নিশ্চয় সুন্দৰ হ'ব। সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।
    শিক্ষক (গণিত বিভাগ)।

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci +2

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ Sir

    • @saratboruah89
      @saratboruah89 Před 7 měsíci +1

      সুন্দৰ

    • @sandanrajbongshi6036
      @sandanrajbongshi6036 Před měsícem

      বহুত ভাল লাগিল

  • @ArabindaRoy-v6l
    @ArabindaRoy-v6l Před 8 měsíci +29

    এনেকুৱা মহত মানুহৰ দৃষ্টান্তই সকলোৰে আবেগত চকু পানী ওলাবই ।

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci +2

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

    • @GhanakantaGogoi-ux6cx
      @GhanakantaGogoi-ux6cx Před měsícem

      6
      Ououÿ8
      ....​@@bohagitv2250

  • @deepjyotihandique9915
    @deepjyotihandique9915 Před 8 měsíci +26

    বৰ ভাল লাগিল। সমাজক এনেকুৱা কিছু সংস্কাৰৰ প্ৰয়োজন হৈছে। এনেকৈ সমাজৰ কিছু কু সংস্কাৰৰ প্ৰতি মানুহৰ চকু খুলি দিয়ক । নতুন দিগন্তৰ সূচনা হওঁক। আজি কালি অৱশ্যে বহুত লোকৰ মন খুলা হৈছে। সমাজে আদৰি লৈছে।

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci +1

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

    • @mojiburrahman8662
      @mojiburrahman8662 Před 8 měsíci

      সচা কথা

    • @anupsharma569
      @anupsharma569 Před 8 měsíci

      Bahut Val haise, agaloi aru banaok.

    • @jatinbarik5286
      @jatinbarik5286 Před 2 měsíci

      ¹1¹¹¹5​@@bohagitv2250

  • @dhirendranathchoudhury86
    @dhirendranathchoudhury86 Před 8 měsíci +18

    অভিনৱ কাহিনী, সুন্দৰ উপস্থাপন

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

    • @romenjit7549
      @romenjit7549 Před 8 měsíci

      Very good idea

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Před 8 měsíci +60

    বহুত ভাল লাগিল 👍🙏

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci +8

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

    • @anjaliboro231
      @anjaliboro231 Před 8 měsíci +1

    • @biplabray8437
      @biplabray8437 Před 2 měsíci +2

      Good boy

  • @Sibanath75
    @Sibanath75 Před 2 měsíci

    Val lagil

  • @KalpanaRaaj-xi5wb
    @KalpanaRaaj-xi5wb Před 25 dny

    ❤❤❤val lagil

  • @ericmrtnz4454
    @ericmrtnz4454 Před 19 dny

    Excellent… vaal lagil sai 😊 🙏🏻🙏🏻🙏🏻

  • @bababoruah315
    @bababoruah315 Před 2 měsíci

    ভাল লাগিল।

  • @subratashome6393
    @subratashome6393 Před 22 dny

    Hasaiky bhal lagil

  • @cutegirl78674
    @cutegirl78674 Před 23 dny

    First time Assamese natok akhon bhal lagil

  • @prabitragogoi6316
    @prabitragogoi6316 Před měsícem

    ❤❤❤❤ bohut vl lagile

  • @kanaibaidya6625
    @kanaibaidya6625 Před 3 měsíci +1

    Bohut bhal lagil

  • @user-uz6jc8yr3w
    @user-uz6jc8yr3w Před 2 měsíci +2

    সচাকৈয়ে বহুত ভাল লাগিল। আমাৰ সমাজলৈ এটি সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে।

  • @user-pz1vy1jz6g
    @user-pz1vy1jz6g Před 15 dny

    Nice video .

  • @DimbeswarBora-je5sz
    @DimbeswarBora-je5sz Před 8 měsíci +2

    Kahini to. Bahut. Bhal. Lagil

  • @barashasaikia572
    @barashasaikia572 Před měsícem

    Vl lgil❤

  • @nirupomaborah1920
    @nirupomaborah1920 Před 8 měsíci +9

    বহুত ভাল লগা কাহিনী আৰু সকলোৰে সুন্দৰ অভিনয় ❤

  • @ajaykumarpk.8103
    @ajaykumarpk.8103 Před 29 dny

    So nice video

  • @babanath2452
    @babanath2452 Před 2 měsíci +2

    সুন্দৰ ভিডিঅ মভি। এনে সংস্কাৰী চৰিত্ৰৰ পুৰুষ সমাজ সংস্কাৰক,আমাৰ সমাজৰ সৎ চৰিত্ৰৰ প্ৰতীক।আন বহুতৰে এনে সুখৰ সংসাৰ স্থাপন হোৱাৰ কামনা কৰিলো

    • @bohagitv2250
      @bohagitv2250  Před 2 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @ManikaDas1969
    @ManikaDas1969 Před 8 měsíci +6

    কাহিনীটো অতি সুন্দৰ ❤

  • @user-qy9pb2ld1o
    @user-qy9pb2ld1o Před 7 měsíci +2

    Xundor kahini bohut bohut vl lagil sai 😊👍🙏🙏🙏

  • @RamjanAli-mh5ib
    @RamjanAli-mh5ib Před 20 dny

    Hundor

  • @siddadurrahman2574
    @siddadurrahman2574 Před měsícem +1

    Vaal lagil saai.❤

  • @shahabuddin253
    @shahabuddin253 Před 2 měsíci +2

    Bohut bhal lagil !

  • @lilybordolai9345
    @lilybordolai9345 Před měsícem +1

    সুন্দৰ কাহিনী টো আজিৰ সমাজ খনত প্রয়োজন

  • @debasishborah883
    @debasishborah883 Před 2 měsíci +1

    Hundor homajot enekua manuh thakibo lage good advice bohut val lagil

  • @ShahedulAli-sx6ph
    @ShahedulAli-sx6ph Před měsícem

    Mjjaaaa lagise de

  • @LipikaHazarika-t2t
    @LipikaHazarika-t2t Před měsícem

    Bohut bhal lagil 😭🙏

  • @rsd236
    @rsd236 Před 7 měsíci +3

    ভাল লাগিল ।যোগাত্মক চিন্তা ধাৰা কাহিনীৰ ।

    • @bohagitv2250
      @bohagitv2250  Před 7 měsíci

      ধন্যবাদ ছাৰ। সদায় চাই থাকিব লগতে গঠন মূলক পৰামৰ্শ দিব বুলি আশা থাকিল। আকৌ ধন্যবাদ।

  • @deeplibaruah3610
    @deeplibaruah3610 Před 3 měsíci +1

    bhut bhal lagil

  • @Sumiborborah
    @Sumiborborah Před 3 měsíci +1

    Bhal lagil

  • @jitulkalita4455
    @jitulkalita4455 Před 8 měsíci +3

    বহুত ভাল লাগিল কাহিনীটো চাই ,

  • @mamanisarma6690
    @mamanisarma6690 Před 2 měsíci

    সুন্দৰ

  • @ninabibasumatary4682
    @ninabibasumatary4682 Před 2 měsíci +1

    বহুত ভাল লাগিল।
    এয়া হে মানুহৰ সমাজ । বিধৱা জনীক উদ্ধাৰ কৰা কাৰ্যই, মানৱতাৰ নিদৰ্শন।
    ❤❤❤👌👌👌

  • @debojitgogoi2483
    @debojitgogoi2483 Před 8 měsíci +2

    সচাঁকৈ বহুত ভাল লাগিল

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @saranandad7952
    @saranandad7952 Před 7 měsíci +3

    Very Good

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Před 8 měsíci +7

    নিখুঁত অভিনয়। সুন্দৰ নীতি শিক্ষা।

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci +1

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @MampiShort1
    @MampiShort1 Před měsícem

    Nice video 🎉🎉🎉🎉🎉❤❤❤❤❤❤❤

  • @IAMINDIAN-v8m
    @IAMINDIAN-v8m Před 7 dny

    Good desision 👌🙏

  • @Sapanbaro
    @Sapanbaro Před 6 měsíci +1

    Bohut,bhal,lagisedài

  • @Animeshorts00755
    @Animeshorts00755 Před 6 měsíci +1

    Bohut val video

  • @মানচিত্রসংগীতপ্ৰৱাহ

    Dada, video quality manage koribo, olop shadow huwat main theme tu uluwat olop badha hoise

    • @bohagitv2250
      @bohagitv2250  Před 2 měsíci

      আগলৈ সৰ্তক হম | ধন্যবাদ |

  • @RashmiSanjibvlogs
    @RashmiSanjibvlogs Před 8 měsíci +3

    প্ৰথম কাহিনীত বাপেকৰ ৰূপ টোহে বেয়া লাগিল।।এনেকুৱা বাপেক থাকেনে।।
    বাকী ভাল লাগিল চাই

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      Thanks for comment

    • @BaharulIslam-sm5bx
      @BaharulIslam-sm5bx Před 8 měsíci

      দাদা, সেইটোৱে শিক্ষা। এনেকুৱা হ'ব নালাগে তাৰমানে।

  • @miduldutta8798
    @miduldutta8798 Před 8 měsíci +2

    সুন্দৰ অতি সুন্দৰ ❤❤❤ গুৰুত্বপূৰ্ণ ছবি ❤️❤️😘

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @aninditamahanta1426
    @aninditamahanta1426 Před 2 měsíci

    Vl lagil dei 😊

  • @abhilashbhuyan1599
    @abhilashbhuyan1599 Před měsícem

    Best video

  • @dipankarbaruah2088
    @dipankarbaruah2088 Před 8 měsíci +1

    বহুত ভাল লাগিল ।

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @jashodanandabhattacharjee2786
    @jashodanandabhattacharjee2786 Před 8 měsíci +2

    বৰ ভাল লাগিল।

  • @TankeTankeswar
    @TankeTankeswar Před 2 měsíci +1

    Xasake bhal lagil

  • @PH-wh1qv
    @PH-wh1qv Před 2 měsíci +1

    Hundor lagil

  • @sgdworld4581
    @sgdworld4581 Před měsícem +1

    অতি সুন্দৰ কাহিনী।

  • @monisaikia769
    @monisaikia769 Před 8 měsíci +2

    অতি সুন্দৰ কাহিনী

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @Sharat957
    @Sharat957 Před 3 měsíci +1

    যথেষ্ট ভাল লাগিছে, নাটক খনৰ বহুল প্ৰচাৰ অত্যন্ত জৰুৰী,
    হ'লে সমাজৰ মাজত বিশেষ গুৰুত্ব অৰ্জন কৰিব।

    • @bohagitv2250
      @bohagitv2250  Před 2 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @user-zv6rm9rw4h
    @user-zv6rm9rw4h Před 2 měsíci +1

    Anekua Val cinta kora manuh komei ase homajot..,,,

  • @munmoniduttasaikia5390
    @munmoniduttasaikia5390 Před 6 měsíci +1

    Bohut xundor

  • @sobinrabha1969
    @sobinrabha1969 Před 8 měsíci +2

    Bhal lagil.

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @debajitboro3185
    @debajitboro3185 Před 7 měsíci

    Very nice

    • @bohagitv2250
      @bohagitv2250  Před 7 měsíci

      বহুত বহুত ধন্যবাদ

  • @pratimadas4613
    @pratimadas4613 Před 2 měsíci

    Very good advice

  • @user-cg3fi6dh3u
    @user-cg3fi6dh3u Před 2 měsíci

    Good acting 🙏🙏

  • @মানচিত্রসংগীতপ্ৰৱাহ

    ৮:১০
    Absolute acting❤❤❤❤❤

  • @renulongchot7547
    @renulongchot7547 Před 8 měsíci +2

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভাল সিদ্ধান্ত দিয়াৰ বাবে 👍🏿👌

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @dilipsarmah3428
    @dilipsarmah3428 Před 3 měsíci +1

    A good lession to the soceity

    • @bohagitv2250
      @bohagitv2250  Před 2 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @nur9929
    @nur9929 Před 3 měsíci +4

    বহুত ভাল লাগিল

  • @user-kw6mh8gi7i
    @user-kw6mh8gi7i Před 2 měsíci

    ❤❤❤❤❤❤

  • @user-lx2ff1fh6n
    @user-lx2ff1fh6n Před 8 měsíci +2

    Moja Moja Koka

  • @chimpineog6730
    @chimpineog6730 Před měsícem +1

    😊 hundor

  • @digantadutta6221
    @digantadutta6221 Před 24 dny

    ❤❤❤❤

  • @babetoo627
    @babetoo627 Před 6 měsíci

    Greet.... Vedeo and desition

  • @sanowarabegum4481
    @sanowarabegum4481 Před 7 měsíci

    Bahut vl lagil .kintu sowalijonir deotakloi prathame mor khong uthisil .

  • @SarifulIslam-g9x
    @SarifulIslam-g9x Před měsícem

    Bohut val lagil

  • @ajitdutta2109
    @ajitdutta2109 Před 2 měsíci

    ভিডিওটো সছাকৈ বলিষ্ঠ আৰু সমাজৰ বাবে দাপোন স্বৰূপ ।এনেকুৱা সহানুভুতি থকা পুৰুষ পাবলৈকে টান ।

    • @bohagitv2250
      @bohagitv2250  Před 2 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @narenkumarsinging25881
    @narenkumarsinging25881 Před 2 měsíci

    Val kotha sinta re video ti bohut val lagile.

  • @RoyVaii
    @RoyVaii Před 6 měsíci

    Val

  • @konkon3774
    @konkon3774 Před 8 měsíci +3

    Nice ❤❤❤

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 Před 2 měsíci

    BAHUT BHAL lagil

  • @user-uq2rz7ur1p
    @user-uq2rz7ur1p Před 2 měsíci

    🙏🙏👍👍

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn Před 24 dny

    Khub bhal lagil,

  • @bobitasaikiasahu
    @bobitasaikiasahu Před 2 měsíci

    Bohut bhal lagil sai

  • @PJentertainment1212
    @PJentertainment1212 Před 2 měsíci

    bohut val hoise

  • @user-fg3bc5qf7l
    @user-fg3bc5qf7l Před 2 měsíci

    Val lagil sai

  • @user-wk4bc2fj9e
    @user-wk4bc2fj9e Před 28 dny

  • @basisthadeka7410
    @basisthadeka7410 Před 2 měsíci

    সঁচাকৈ খুবেই ভাল লাগিল আমাৰ সমাজ খণত যদিহে এনেকুৱা মানসিকতাৰ ব্যক্তি আছে তেতিয়া হলে আমাৰ সমাজ খন এদিন ভাল হব🙏

  • @user-gz5gw2dp5h
    @user-gz5gw2dp5h Před 2 měsíci

    Bohut val lagile

  • @kamalofdeka
    @kamalofdeka Před měsícem

    এই চমু কাহিনীটোৰ জৰিয়তে আপোনালোকে সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে । ধন্যবাদ জনাইছো। আগলৈ ভাল হওঁক ।

    • @bohagitv2250
      @bohagitv2250  Před měsícem

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @bidyabonrabha8709
    @bidyabonrabha8709 Před 8 měsíci

    Hsakoi a bhut val lagile story t......

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @FarhaHazarika
    @FarhaHazarika Před 2 měsíci

    Bor val lagil

  • @papumonihazarika9715
    @papumonihazarika9715 Před měsícem

    এখেতৰ অভিনয়টো বেছি ভাল লাগে।দেউটাৰ।

  • @frozenshadows1673
    @frozenshadows1673 Před měsícem

    বহুত ভাল লাগিল ৷

  • @KamalDas-gk3sz
    @KamalDas-gk3sz Před 8 měsíci +1

    Bhut bhut val lagise ❤❤❤

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @pakhilaboro8738
    @pakhilaboro8738 Před měsícem

    আপোনাকে সমাজৰ বাবে এটি সব সুন্দৰ বাৰ্তা দিছে ধন্যবাদ আপোনালোকলৈ 🙏🙏🙏

  • @asimbarman6362
    @asimbarman6362 Před měsícem

    Bhut val lagil

  • @bodolandstar4165
    @bodolandstar4165 Před 2 měsíci

    Nice

  • @gogoifarming6990
    @gogoifarming6990 Před 8 měsíci +3

    সুন্দৰ কাহিনী আৰু সুন্দৰ উপস্থাপন।

    • @bohagitv2250
      @bohagitv2250  Před 8 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

    • @sgdworld4581
      @sgdworld4581 Před měsícem

      অতি সুন্দৰ কাহিনী।
      সমাজলৈ সুন্দৰ বাৰ্তা!

  • @phulkumarisahu4277
    @phulkumarisahu4277 Před 2 měsíci

    Bahut bhal lagil

  • @anandakakati1521
    @anandakakati1521 Před 2 měsíci

    Bohut val lagil thanks

    • @bohagitv2250
      @bohagitv2250  Před 2 měsíci

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před 2 měsíci

    ভাল লাগিল

  • @probitrabora3844
    @probitrabora3844 Před měsícem

    আকৌ চাবলৈ পাম

  • @gauridevi6704
    @gauridevi6704 Před 2 měsíci

    কাহিনীটো ভাল লাগিল

  • @rajurajbanshi8727
    @rajurajbanshi8727 Před 2 měsíci

    Bhut vl lgil