Utpal Sarma AASU: Income, Relationship & TRUTH about the 'Chanda Culture' || Assamese PODCAST - 130

Sdílet
Vložit
  • čas přidán 9. 09. 2024

Komentáře • 419

  • @KaSiYali
    @KaSiYali Před 28 dny +94

    '"বসন্তত যদি বিশ্বাস আছে
    ফাগুনলৈ কিহৰ ভয়!
    সোঁতৰ সতে উটি যাবলৈ
    আমিতো মৰা মাছ নহয়!"-মোৰ যদি ভুল হোৱা নাই তেখেতে ক'ৰবাত এই পষ্টটো দিছিল।তেতিয়াৰ পৰা তেখেত প্ৰিয়।তেখেতনো কোন,কি কৰি আছে সেই বিষয়ে তেতিয়া একোৱেই নাজানিছিলোঁ কিন্তু তেতিয়াৰ পৰাই তেখেতক শ্ৰদ্ধা কৰোঁ।ব্যক্তিগতভাবে,
    শব্দক ভালপোৱা আৰু শব্দৰ উচ্চাৰণ শুদ্ধকৈ কৰা মানুহলৈ সন্মান জাগে।তেখেত সেয়ে ক'ৰবাত সুকীয়াকৈ আছে।

  • @jehirulhuda3147
    @jehirulhuda3147 Před 23 dny +28

    মই এজন ৫৯ বছৰীয়া শিক্ষক। শিৱসাগৰত
    আমি অসম আন্দোলনৰ লগত বিশেষভাৱে জড়িত আছিলো। সেইবাবে এতিয়াও ছাত্ৰ সন্থাৰ প্ৰতি দুৰ্বলতা আছে। গতিকে আজি গোটেই interview টো চালো। উৎপলৰ knowledge আৰু issue based কথনশৈলী বা উপস্থাপনক মই শ্ৰদ্ধা কৰো। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। লগতে অবয়বকো মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলো। জয় আই অসম।

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi Před 29 dny +34

    ইমানেই ধুনীয়াকৈ কথাবোৰ কয় শুনিলেই শুনি থাকিব মন যায় তাৰোপৰি আপোনাৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে , সদাই আমাৰ কণ্ঠ হৈ থাকক

  • @bibeksaikiaofficial5500
    @bibeksaikiaofficial5500 Před 29 dny +25

    উৎপল দাৰ মাত টো বৰ মিঠা লগতে শব্দৰ শৈলী বোৰ খুবেই ভাল লগা। মোৰ personally ভাল লগা এজন ব্যক্তি । খুব সুন্দৰ podcast 🤗
    মৰিগাঁও জিলাৰ যাদুৰ নগৰী মায়ং ৰ পৰা অৱয়ব দা লৈ মৰম যাচিলোঁ। ❤

  • @mintuallfriends7494
    @mintuallfriends7494 Před 28 dny +17

    ছয়গাঁও মহাবিদ্যালয়ত উৎপল শৰ্মা ডাঙৰীয়াৰ মই প্ৰথম ভাষণ শুনিছিলো সঁচাই বহুত ভাল লাগে তেওঁৰ কথাবোৰ 🙏❤️
    জয় আই অসম ❤

  • @RcS6930
    @RcS6930 Před 28 dny +14

    আজি এই podcast তো দ্বাৰা বহু কথা বুজিব পাৰিলো গতিকে ইমান এটি সুন্দৰ podcast দিয়াৰ বাবে উৎপল দা ❤ তথা আপোনালৈ অত্যন্ত ধন্যবাদ 😊❤️
    লগতে, লক্ষীমপুৰ বাসীৰ পৰা আপোনাৰ লগতে আপোনাৰ সমূহ কৰ্ম কৰ্তালৈ ভালপোৱা ❤
    জয় আই অসম ✊❤️

  • @pranjitkonch1924
    @pranjitkonch1924 Před 22 dny +5

    আজিলৈকে চোৱা সৰ্ব্বশ্ৰেষ্ঠ podcast... ইমান সাৱলীল ভাষা... অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ প্ৰতি প্ৰেম জাগ্ৰত কৰিব পৰা এক podcast.... 😍

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi Před 28 dny +39

    ইয়াতকৈ কি হব পাৰে তীব্ৰ ৰাগী
    যি প্ৰেমত মই বৈৰাগী🤍
    ইমান সুন্দৰ উত্তৰ

  • @shahrukhsultan8727
    @shahrukhsultan8727 Před 6 dny +1

    He has economic vision for Assam, understands business. Thats a great quality.

  • @pranjitঅসম
    @pranjitঅসম Před 27 dny +12

    মৰিগাঁও পৰা দুয়োজনলৈ মৰম যাচিলোঁ! উৎপল দাক লৈ আমি মৰিগাঁওবাসীয়ে সঁচাকৈয়ে গৌৰৱবোধ কৰোঁ❤

    • @Abeer-gv9ek
      @Abeer-gv9ek Před 18 dny

      মৰিগাঁওৰ নেকি ?

  • @rinjugogoi5969
    @rinjugogoi5969 Před 4 dny

    খুব ভাল লাগিল অনুষ্ঠানটো।ভাতৃসম উৎপল সুন্দৰ কঠন শৈলী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী। ছাত্ৰ নেতা হিচাপে অসমৰ বাবে ভাল ভাল কাম কৰি যোৱা। অনাগত দিনৰ বাবে দুয়োলৈ শুভেচ্ছা জনাইছো।

  • @user-iw6fc3jj3v
    @user-iw6fc3jj3v Před 28 dny +8

    খুব ভাল লাগিল , এনেকুৱা প্ৰতিভা বান ছাত্ৰ নেতাৰ হাতত আছুৰ ভৱিষ্যত উজ্বল হব বুলি আশা কৰিলো।

  • @pujasriborgohain3654
    @pujasriborgohain3654 Před 27 dny +7

    One of my favourite person is Utpal.
    One of the Nice episode.
    নিজক বিচাৰি পোৱা যেন অনুভৱ। আছু,কা,সকলো মোৰ বাবে এক আৱেগ। আছু মোৰ বাবে এক সত্বা🙏
    নতুন প্ৰজন্ম‌ই উৎপলৰ ভাষ্যবোৰ শুনা প্ৰয়োজন। উৎপলক অনুকৰণৰ বাবে নহয়..অসমীয়া ভাষাটো শুদ্ধকৈ ক'বৰ বাবে।
    সদায় ভাল ভাল কাম কৰি যোৱা🙂
    I m watching from Hyderabad 😊

    • @Abeer-gv9ek
      @Abeer-gv9ek Před 18 dny

      অসমীয়া বোলে অন্য ৰাজ্যত নাথাকে অসমৰ একাংশ দল সংগঠনৰ মতে 😂

  • @shreemoyeephukan7388
    @shreemoyeephukan7388 Před 26 dny +3

    ইমান সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে। আমাৰ ভাষাটো কিমান সুন্দৰ উৎপল শৰ্মা ডাঙৰীয়াৰ কথাৰ মাজেৰে অনুভৱ কৰিব পাৰি।

  • @SimantaSwarajGogoi
    @SimantaSwarajGogoi Před 25 dny +3

    মই লহ্মীমপুৰ পৰা উৎপল শৰ্মা ৰ কথা বার্তা বোৰে সচাঁ ই অনুপ্রাণিত কৰে। তেখেতক পুনৰ বাৰ podcast ৰ মজিয়াত চাব বিচাৰিছো। AASU ✊ long live

  • @dhrubajyotiborgohain2843
    @dhrubajyotiborgohain2843 Před 28 dny +17

    উৎপল দাৰ interview চাই ভাল লাগিল। কিন্তু Aboyob লৈ এটা request podcast ৰ time টো কমাব লাগে, আধা ঘণ্টাতকৈ বেছি হলে চাবলৈ ইমান হাতত সময় নাথাকে।
    ধন্যবাদ
    ড: ধ্ৰুৱ জ্যোতি বৰগোহাঁই

  • @Sanjibbora345
    @Sanjibbora345 Před 29 dny +59

    আমাৰ দাদা উৎপল শৰ্মা ❤
    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊🏼

  • @bhaktadeepchaliha700
    @bhaktadeepchaliha700 Před 29 dny +11

    Bhal uttar dise, Utpal Sarma. Aboyob, you should stand for the nation and its people, not for fleeting opinions or partial support of a particular political narrative.

  • @dharitryboruah9379
    @dharitryboruah9379 Před 28 dny +7

    উৎপল শৰ্মাৰ ব্যক্তিত্বৰ লগতে সুস্পষ্ট কথন শৈলীয়ে পডকাষ্টটো আকৰ্ষণীয় কৰি তুলিছে।
    বৰ্তমানলৈকে হোৱা ভাল পডকাষ্টসমূহৰ ভিতৰত এইটো অন্যতম।

  • @bhaijandas-ss7fg
    @bhaijandas-ss7fg Před 28 dny +7

    লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা 🙏✊
    সদৌ অসম ছাত্ৰ সন্থা✊
    ছাত্ৰ সন্থা কৰিবলৈ সাহস দিয়া এগৰাকী সবল সংগ্ৰামী নেতা উৎপল শৰ্মা দাদা🙏❤।

  • @shyamkanumahanta702
    @shyamkanumahanta702 Před 29 dny +6

    I am not directly an AASU supporter but utpal sharma da❤❤❤

  • @Lover-o5d
    @Lover-o5d Před 27 dny +7

    সুৰীয়া সুৱদী অসমীয়া ভাষাৰ মাধুৰ্য্যতাৰে পৰিপূৰ্ণ কথোপকথন আৰু এগৰাকী নেতাৰ পৰিপক্ক চিন্তাৰ পূৰ্ণ প্ৰতিফলন।

  • @dibakarmali5637
    @dibakarmali5637 Před 22 dny +1

    উৎপল শৰ্মাৰ কথাখিনি শুনি আপ্লুত হলো। ছাত্ৰ সন্থাৰ কৰ্মৰাজি অসমীয়া ৰাইজে নতুন দৃষ্টিৰে আঁকোৱালি লব বুলি আৰু সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।

  • @karabideka1305
    @karabideka1305 Před 29 dny +26

    ইমান Smartly হেন্দেল কৰিছে কথাবোৰ,ভাল লাগিল।
    (কেৱল ছাত্ৰ সন্থাৰ কৰ্মী বাবে কথাখিনি কোৱা নাই। )

    • @rajubarman4078
      @rajubarman4078 Před 28 dny +3

      Smarty handle? তেওৰ কথাখিনি শুনি কিবা লাভ হ'ল জানো?

    • @manashthakuria
      @manashthakuria Před 28 dny +1

      ​@@rajubarman4078🤣🤣🤣

    • @CmantaDka
      @CmantaDka Před 23 dny

      😅​@@rajubarman4078

  • @monikadas3103
    @monikadas3103 Před 24 dny +3

    তিনি ও জনৰ interview দেখিলো, অসমীয়া ভাষা সাৱলীল ভাৱে কোৱা সুন্দৰকৈ কৰা উপস্থাপন ভাল লাগে শুনি ভাল লাগে

  • @kalpanakataky9092
    @kalpanakataky9092 Před 26 dny +1

    শুনিলে শুনি থাকিবৰ মন যোৱা আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী উৎপল শৰ্মাৰ লগত podcast টো ভাল লাগিল। from nagaon

  • @abikdey2574
    @abikdey2574 Před 15 dny +1

    এজন নেতা হিছাপে তেওঁৰ আদৰ্শ সদায় সুকীয়া আৰু শ্ৰেষ্ঠ 🙏❤

  • @birantabarman2086
    @birantabarman2086 Před 24 dny +2

    Khub val lagil sai ....Apuni AASU k agor stan ghurai dibo buli aakaha thakil

  • @manashhazarika4744
    @manashhazarika4744 Před 23 dny +1

    পৰিপক্ক ,জ্ঞানী আৰু অনাগত দিনত অসমৰ ৰাজনৈতিক প্রেক্ষাপটৰ এজন উজ্জ্বল জ্যোতিষ্ক
    Podcast তোৰ মাথ্যমৰে এইয়ে উমান পোৱা গ'ল ।

  • @hridoybaruah8145
    @hridoybaruah8145 Před 28 dny +10

    অসমৰ নতুন সূৰ্য্য উৎপল শৰ্মা ✊

  • @Mrin_Moy411
    @Mrin_Moy411 Před 27 dny +4

    দাদা আমাৰ আবেগ আমাৰ উৎসাহ
    উৎপল দা জিন্দাবাদ
    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊✊✊

  • @pranabhaloi458
    @pranabhaloi458 Před 28 dny +2

    বহুত ভাল লাগিল সাক্ষাৎকাৰটি চাই । তোমালোকৰ গোটেই দলৰ সদস্য সকলক বহুত মৰম।❤

  • @lovelyassam9974
    @lovelyassam9974 Před 15 dny

    জীৱনত যদি, মই কাৰোবাক অনুসৰণ কৰো তেন্তে সেয়া হ’ল উৎপল শৰ্মা! দাদা ৰ কথাবোৰ শুনি বহুত ভাল লাগিছে তেখেতৰ কথা কোৱা শৈলী মন চুই যাই ❤️😌 We Love u Utpal daa 🙏🏻 জয় আই অসম ✊🏻

  • @Prince_deka123
    @Prince_deka123 Před 29 dny +9

    Utpal daa k xosake bht vl lge ... last month t Tihu t ahisil bht vl lgisil log pai

  • @PobitroBharali-ut5gt
    @PobitroBharali-ut5gt Před 27 dny +4

    জয় আই অসম ✊✊ সদৌ অসম ছাত্ৰ সন্থাৰ জিন্দাবাদ ✊✊ মই মাজুলী পৰা চাই আছোঁ 🙏🙏

  • @DigboiBorbil
    @DigboiBorbil Před 22 dny

    উৎপল দা আপোনাৰ কথা বোৰে মনবোৰ চুই গল।।।। কথা বতৰা ফালৰ পৰা আপুনি এজন যোগ্য ব্যক্তি।। আগুৱাই যাওঁক।
    From CHARAIDEO

  • @manjubarman8824
    @manjubarman8824 Před 28 dny +3

    মই মৰিগাঁও পৰা কৈছো উৎপল ভাইটীৰকথাবোৰ বহুত বেছি ভাল লাগিল। ভাষা শৈলীৰ গঠন বহুত বেছি ভাল। ভাইটী ৯ নম্বৰ ward ৰ ৰাস্তা বোৰ একদম অবস্হা নাই মানুহ ওলাব নোৱাৰি। দযাকৰি অপমান চোৱা হলে

  • @NUnicadventures
    @NUnicadventures Před 27 dny +3

    Greatest podcast I have seen really eman philosophy

  • @manashdeka7545
    @manashdeka7545 Před 28 dny +3

    আমাৰ সকলোৰে কথাবোৰ,মনৰ ভাৱবোৰ,চিন্তাধাৰাবোৰ এওঁৰদৰে হলে আমি ছাগে আজি বেলেগ এটা স্তৰত থাকিলো হয় !

  • @Lpd2516
    @Lpd2516 Před 26 dny +5

    ম‌ইনাটো, আনৰ টকা খৰচ কৰাৰ হিচাপ যেনেকৈ আলোচনা কৰিছা। এবাৰ ঘৰখনলৈ চোৱা, দেউতাৰাৰ দৰমহা আৰু সম্পত্তিৰ পৰিমাণ মিলাইচোৱাচোন।

    • @aboyobbhuyan
      @aboyobbhuyan  Před 26 dny +2

      @@Lpd2516 aiyooo, ITR mari sale pabo.. sob details diya thake 😘😘

    • @Lpd2516
      @Lpd2516 Před 26 dny +1

      @@aboyobbhuyan মিলি থাকিলে ভালেই

  • @manabdas4735
    @manabdas4735 Před 29 dny +9

    উৎপল ককাইদেউ ❤
    জয় আই অসম ✊
    তামুলপুৰ পৰা....❤

  • @bhumismitapatgiri9469
    @bhumismitapatgiri9469 Před 27 dny +2

    তেখেতৰ কথাবোৰ সদায় প্ৰিয়।। জয় আই অসম ❤

  • @bikramsarma7476
    @bikramsarma7476 Před 17 dny

    God bless you Utpal.Hodai jen Jatiyatabadi hoi thaka .

  • @ranjantamuly2942
    @ranjantamuly2942 Před 29 dny +5

    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ✊
    জয় আই অসম✊
    Next episode Punam gogoi mam r lgt lage
    ACS rank10. 2019 ❤

  • @user-fu9cm7rq1z
    @user-fu9cm7rq1z Před 27 dny +2

    বৰ ভাল লাগিল। উৎপল শৰ্মালৈ শুভেচ্ছা জনাইছোঁ।

  • @souravkalita8530
    @souravkalita8530 Před 11 dny +1

    এজন অসমীয়া হিচাপে AASU ওপৰত আমাৰ কোনো সন্দেহ নাই । কিন্তু এতিয়াও আপোনালোকৰ পিছফালে বহুতো AASU নেতাই pwd ৰাস্তাৰ কাম কৰা ঠিকাদাৰেই চান্দা নিদিয়া কাৰণে ঠিকাদাৰক খেদি পঠিওৱা কাৰ্য চলি আছে । বিচাৰোঁ আপুনি এই ground level reality বোৰত চকু দিব । জয় আই অসম 🌺

  • @sasankajyotisharma
    @sasankajyotisharma Před 27 dny +4

    বৰ ধুনীয়া বাৰ্তালাপ এটা চাবলৈ পালোঁ। হোজাইৰপৰা চাই আছিলোঁ।

  • @bedabikashsaikiamusical5625

    পূৰ্বে আছিল অসমীয়া ভাষাৰ মাজত দুই-এক ইংৰাজী শব্দ আৰু বৰ্তমান ইংৰাজীৰ মাজত দুই-এক অসমীয়া শব্দ😊 উৎপল দাক আকৌ এবাৰ নিমন্ত্ৰন কৰিব বুলি আশা থাকিল।এতিয়ালৈকে যিমান খণ্ড চালো,সকলোতকৈ ভাল লগা খণ্ড❤

  • @paragsway
    @paragsway Před 24 dny +2

    মোৰ‌ প্ৰিয় অনুষ্ঠান । উৎপল শৰ্মাৰ কথনশৈলী খুবেই আকৰ্ষণীয় । তেজপুৰ জামুগুৰিহাটৰ পৰা অনুষ্ঠান চাই আছোঁ ।

  • @dipakkurmi6545
    @dipakkurmi6545 Před 29 dny +6

    মৰিগাঁওৰ পৰা... দাদাক নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ

    • @sinmoysaikia8957
      @sinmoysaikia8957 Před 28 dny

      Dadaa morigaon loi sivasagar pra knke jbo pri

    • @nabajyotibora124
      @nabajyotibora124 Před 28 dny

      Bus, train t​@@sinmoysaikia8957

    • @rakeshdasmorigaon
      @rakeshdasmorigaon Před 28 dny

      গুৱাহাটী আহোঁতে এ গুৱাহাটী পোৱা আগতে জাগীৰোড বা আহঁতগুৰিত নামিব পাৰে​@@sinmoysaikia8957

    • @pranjeethazarika6821
      @pranjeethazarika6821 Před 26 dny

      ​@@sinmoysaikia8957 direct bus thake purple wings travels

  • @bijoybarman4358
    @bijoybarman4358 Před 29 dny +4

    সদাই ভালে থাকক উৎপল দা এইদৰে আগুৱাই যাওঁক

  • @bishalthakuria12345
    @bishalthakuria12345 Před 28 dny +1

    Utpal sarma ❤ joi aai axom AASU LONG LIVE ❤🙏🤝

  • @theindianswingtrader7480
    @theindianswingtrader7480 Před 24 dny +1

    ইহঁতৰ কথাবোৰ খুব ধুনীয়া হয় .....কথাতেই টো ভৱিষ্যত নিৰ্ভৰ কৰিব ।
    আছু কৰি বিলাসী গাড়ী কত পাই ইহঁতে ,অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰাৰ তেল কত পায় ? সংগো পাংগুবোৰক খুৱাই কেনেকে নিজে খাই কি?
    আছুৰ বিষয়ববীয়াই উত্তৰ দিব পাৰিব নে? কেইটা অসমীয়া ল'ৰাক আজিলৈকে APSC,UPSC বা আন আন সৰ্বভাৰতীয় পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰিছে ?
    কেইটা অসমীয়া ছাত্ৰক সংগঠিত কৰি নিয়োজনৰ পথ প্ৰশস্ত কৰিছে?
    অসমত আই টি , টুৰিজিম, স্পৰ্টছ আদিৰ আন্তঃগাঁথনি কিয় পয়ালগা? এইসমূহ কথাৰ বাবে কোনদিনা চৰকাৰৰ লগত বহিছে আলোচনাৰ মাধ্যমে ?
    চালে বেৰে ধুনীয়া ধুনীয়া স্ক্ৰিপ বনাই শ্ৰুতলিপি মতাৰ বাহিৰে কৰে কি এই বগা চাৰ্ট -কলা পেন্ট , চামৰাৰ জোতা পিন্ধা পৰজীৱী প্ৰাণীটোৱে ?
    বিগত ৪০ বছৰে এনেকুৱা বহুত আহিল বহুত গ'ল ...অসমখনক পিছ পৰি থকাত আটাইতকৈ যদি কাৰোবাৰ অৰিহণা আছে ইহঁতেই ।
    ইহঁতৰ ধান্দাই এটা মিনিমাম 10 বছৰ অসমৰ জনতাক ইমান আৱেগ ঢালিম ইমান আবেগ ঢালিম ধুনীয়া ধুনীয়া কথা কৈ লাগিলে কষ্টই হওঁক ,তাৰ পাছত টো আৰাম এ আৰাম MLA হৈ 🤘

  • @Boraanshu
    @Boraanshu Před 28 dny +2

    Utpal sharma kothat dom ase .. terrific 👍

  • @MasumChoudhury-tv4bi
    @MasumChoudhury-tv4bi Před 28 dny +7

    Infront of Utpal da Aboyob be like nursery children...😅😅 ....

  • @sivasiskashyap1194
    @sivasiskashyap1194 Před 10 dny

    Inorganic general person with a genuine nature

  • @kashyapburagohain6235
    @kashyapburagohain6235 Před 23 dny

    যাদু। ১ ঘণ্টা ২০ মিনিট সময় কেৱল ভাষা, যুক্তি আৰু উপস্থাপন শৈলীৰ ইন্দ্ৰজাল।

  • @khanindrathakuria289
    @khanindrathakuria289 Před 16 dny

    উৎপল দাদাৰ কথাবোৰ শুনি ইমানে ভাল লাগিলে, অনুষ্ঠানতো চাই থাকিলো।

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m Před 11 dny

    Uptill now you are the right president of aasu,accordingto me

  • @bonzo.lifestyel2077
    @bonzo.lifestyel2077 Před 28 dny +3

    আকৌ যদি যাব লাগে শৰাইঘাটলৈ
    লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ !
    জয় আই অসম ❤🫡

  • @pranabjyotisaikia7155
    @pranabjyotisaikia7155 Před 26 dny +1

    সুন্দৰ, কথাবোৰে মনটো চুই গল ।। বিশ্বনাথ চাৰিআলিৰ পৰা

  • @chinmoy_bora6915
    @chinmoy_bora6915 Před 16 dny

    Aasu t kiman din thakibo moi najanu kintu rajnoitik jogotot naamile ekhet bohut upar jaboloi xokhyom hobo kintu. vaal byoktito aru kotha kuwar style tu boht val !!

  • @gitanjalibaishya9831
    @gitanjalibaishya9831 Před 19 dny

    মানুহজনক খুব ভাল লাগিল। শুনি থাকিব পাৰি । তেওঁৰ ভাষা, উচ্চাৰণ খুব ধুনীয়া।

  • @ankitaborah5949
    @ankitaborah5949 Před 28 dny

    Aww,his voice .Just mesmerizing and at the same he's using some so best words of Assamese language. Had the opportunity of listening to his live speech at a bihu function.

  • @kandarpakumar8347
    @kandarpakumar8347 Před 26 dny

    মানুহ জনৰ কথা বতৰা বোৰ শুনি বহুত বেছি ভাল পালোঁ। ধন্যবাদ অবয়ব

  • @georgeronghang5038
    @georgeronghang5038 Před 28 dny +2

    বৰ ভাল পালোঁ। তেখেত এগৰাকী সুদক্ষ প্ৰতিনিধিৰ লগতে ভাল বক্তা।❤

  • @raineemedhi7211
    @raineemedhi7211 Před 22 dny

    Utpal mur classmate (tar monot nai sage baru), Morigaon MV t class 7 loike ekeloge porha., schooliya dinot dher kothoki asil e...mur logot tel paani type😂 anyways now he is a great guy.🎉 we are proud dude!

  • @miki9666
    @miki9666 Před 26 dny

    One of the best podcasts so far ❤ Utpal Sarma is so handsome and well spoken

  • @mintuchetia4668
    @mintuchetia4668 Před 29 dny +1

    ❤ from goa I am AASU supporter, joi Ai Axom✊️

  • @user-uj5fn4om9b
    @user-uj5fn4om9b Před 28 dny

    AASU long Live, Love from mankachar, General secretary of District AASU.. Utpal da mur priyo

  • @KutubuddinAhmed-ms6dr
    @KutubuddinAhmed-ms6dr Před 12 dny

    Ai postcast bhut val lagise aru utpal da voice tu bhut val lagil

  • @JugalDas-oo5ph
    @JugalDas-oo5ph Před 29 dny +3

    জয় আই অসম❤

  • @digitalplus4208
    @digitalplus4208 Před 28 dny +3

    Love from barpeta ❤

  • @parthaneog5549
    @parthaneog5549 Před 28 dny +1

    কথাখিনি শুনিলে শুনি থাকিব মন যায় @উৎপল শৰ্মা দা

  • @Vivekshorts8
    @Vivekshorts8 Před 27 dny +2

    সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা দাদা জিন্দাবাদ ❤

  • @dulumanirabha5496
    @dulumanirabha5496 Před 28 dny +2

    কথন শৈলী ইমান নিভাজ, নিখুঁত সঁচাই ভাল লাগিল❤

  • @avee506
    @avee506 Před 11 dny

    Dada apunr cinta dhara bahut bhal ❤

  • @anujkumarsaha0454
    @anujkumarsaha0454 Před 28 dny

    বহুতো নজনা কথা জানিব পাৰিলো, ধন্যবাদ উৎপল দাদা ❤ দল সংগঠনত আপোনাৰ নিচিনা জ্ঞানৰ প্ৰতি আকৰ্ষণ থকা ব্যক্তি অতিকৈ প্ৰয়োজন।

  • @deepjyotidas2397
    @deepjyotidas2397 Před 20 dny

    জয় জয়তে, জয় আই অসম ✊, অসমীয়া আৰু অসমি আইক জীয়াই ৰাখিবলৈ আমাৰ মানুহে যিয়েই নকৰোঁ কিও, জাতীয়তাবাদ সদায় আগত হব লাগে, মই এজন defence personal হয় কিন্তু মই ২৪*৭ জাতীয়তাবাদী ব্যক্তি, নিজৰ জাতিক লৈ বহুত সচেতন আৰু সচেতন হৈ জীয়াই থাকিম, জয় আই অসম ✊✊✊♥️♥️♥️

  • @munna2.075
    @munna2.075 Před 28 dny +1

    I LOVE GOHPUR ! KALMOWGURI ❤ THANK YOU🌹❤

  • @NAKASHORTS
    @NAKASHORTS Před 9 dny

    You should also do podcasts from all community’s leaders of north east

  • @ankitadeka5888
    @ankitadeka5888 Před 28 dny +1

    Utpal da r voice emn vl lge
    জয় আই অসম ✊✊✊

  • @Geetawaligogoi
    @Geetawaligogoi Před 28 dny +2

    লৰা হ'লে উৎপল শৰ্মা দা ৰ দৰে হব লাগে❤.... মোৰ জীৱনৰ সংগীজনো এনেকুৱাই হব লাগিব 🌝

  • @Pragjyotishpu
    @Pragjyotishpu Před 22 dny +2

    Bring Srinkhol Chaliha for interview

  • @gairikdeb.5701
    @gairikdeb.5701 Před 28 dny

    Mojaa hoisay deh...
    I think 3ta podcast or bhitorot etu best hoisay ....
    And agot u assuk bhal paw but ajir pora 1 step 🪜 besi bhal puwa start korelu ....
    Well deserving president of the organization

  • @navajyothinath1390
    @navajyothinath1390 Před 11 dny

    I am a big fan ❤utpol Sharma

  • @parikhitboruah440
    @parikhitboruah440 Před 27 dny +1

    জয় আই অসম ✊✊

  • @mahanandatalukdar9926
    @mahanandatalukdar9926 Před 10 dny

    সঁচা অৰ্থাৎ খুব ভাল লাগিল,মই এজন আবখৰি ......🌹

  • @MrinmoySarmw-lg6eh
    @MrinmoySarmw-lg6eh Před 23 dny +1

    খুব ভাল লাগিল কথাবোৰ শুনি❤️

  • @Onlysanchi
    @Onlysanchi Před 29 dny +1

    আচৰিত ধৰণে ভাল লাগিল...ইমান শুৱলা তেওঁৰ কথা...

  • @Kangkan.72
    @Kangkan.72 Před 29 dny +6

    উৎপল দাৰ ঘৰৰ পৰা মৰিগাঁও❤

  • @manashuttam911
    @manashuttam911 Před 28 dny +2

    "কথা শিল্পী" 💚

  • @junakiasom1231
    @junakiasom1231 Před 29 dny +1

    সুন্দৰ কথাবোৰ বহু ভাল লাগে ( তিনিচুকীয়া পৰা)

  • @dijubharali5881
    @dijubharali5881 Před 29 dny +3

    জয আই অসম✊🏻

  • @kaveripradhan4753
    @kaveripradhan4753 Před 28 dny +1

    Hundor
    Charaideo pora sai asu. Agoloi aru val val podcast saboloi pam buli akha korilu logote xuvesa jonalu 💐

  • @dibakarphukan8536
    @dibakarphukan8536 Před 24 dny

    Utpal da বৰ সুন্দৰ বিশ্লেষণ✊ 🔥

  • @dhonibrahma3942
    @dhonibrahma3942 Před 18 dny

    Tmk fust salu bhut val ktha kuwa bro❤❤❤❤

  • @khanindrabezbaruah9455

    Bohutei besi vaal lagil.. interview tu saai utpal dak ebar log koribo mon goise. Neta hisape nohoi,,nijor kokai vai bulihe.

  • @user-mv7qn7hd5k
    @user-mv7qn7hd5k Před 13 dny

    Thanks abhay

  • @JP_vlogs_0.2
    @JP_vlogs_0.2 Před 29 dny +1

    উৎপল দা ❤
    জয় আই অসম ❤️✊🏻