মাতৃস্নেহ (Matri Shneh) ll Assamese short film ll comedy Sagar ll
Vložit
- čas přidán 8. 09. 2024
- মাতৃস্নেহ
Assamese short film
naren sarma
nipen sarma
Dhareswar choudhary
Mridula choudhary
Bharat choudhary
Story direction -Naren sarma
Camera editing -Arup shiva
contact for live show- 97078-27500
অতি সুন্দৰ বাস্তৱিক কাহিনী। ভাল লাগিল।
বাস্তৱ জীৱনৰ সুন্দৰ কাহিনীৰ; কৰুণ ৰসেৰে পৰিপূৰ্ণ এখন জীয়া ছৱি। ধন্যবাদ জনালোঁ বন্ধুবৰ নৃপেন শৰ্মালৈ।
Thanks
🎉a naren da moja hoisi de vai
সুন্দৰ, বাস্তৱ কাহিনী
Val lagil sai ❤❤❤
বৰ দুখ লাগিল
অতি সুন্দৰ
Bhut Val lagil ,sai ,hoi xomajot anka manuh ase ,tirir koti seleka manuh,
সকলোৰে সুন্দৰ অভিনয়
এখন বাস্তৱ জীয়া ছবি কাহিনীৰ মাজেৰে প্ৰতিফলিত কৰা বাবে আটাইলৈ ধন্যৱাদ। ❤
"আইৰ সমান হ'ব কোন ? নৈৰ সমান বৱ কোন !"
Just one Word "মা" !
জীয়া কাহিনী। বাস্তৱ জগতৰ স্পৰ্শকাতৰ ঘটনা। বৰ বেয়া লাগিল।
লিখকলৈ অভিনন্দন জনালোঁ।
Nice ❤❤
বহুত দুখ লাগিল
Nx pirt
aji homajor bastob sobi. hosai bahut dukh lagil. Parile next part diboson sarma da.
Outstanding
🙏
আজিৰ সমাজত চলি থকা বাস্তৱ কাহিনীৰ আধাৰত নাট্যকাৰে বৰ সুন্দৰকৈ উপস্থাপন কৰিলে ৷ আটাইকেইজন শিল্পীৰ অভিনয় অতি সুন্দৰ নেচাৰেল ৷ বেছিকৈ ভাল লাগিল ডাঙৰ লৰাৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তিগৰাকীক ৷ ইমান সুন্দৰ অভিনয় ৷ দৰ্শকৰ মন জয় কৰিব পৰা প্ৰতিভা মোৰ দৃষ্টিত পৰিছে ৷ সচাকৈয়ে হৃদয় চুই গৈছে ৷ পিচৰ অংশ খিনি চোৱাৰ ওপেক্ষাত --------- ৷ এনেকুৱা কাহিনীয়ে সমাজক নতুন বাট্টা দিয়ে ৷ সচেতন হবলৈ শিকাই ৷ আগলৈ আৰু আশা কৰিলোঁ আন্তৰিকতাৰে 👌👏🙏👌
,Sundar Avinay.Sakalo avinetaloi dhanyawad janolo. Next part ketia pam?
তামাম ধুনীয়া হৈছে খুৰা ❤❤
Fine comedy
Very nice
Thanks
Bhuot vl lagil
Sarma dada আপোনালৈ বহুত ধন্যবাদ থাকিল
Ajir xamajor bastob xabi
At pressent real story
ধুনীয়া লাগিল ।বৰ্তমানৰ জিয়া চবি ।
🎉sarmada verry verry heart touchable story😅
😢😢😢😢
😢😢😢😢😢
অতি মৰ্মান্তিক 😪😪
Vare vare good sarma da
camera val lage
Nice
Pisor khine xunkala dbo
🙏
Very nice