যিকোনো প্ৰজন্মৰ ট্ৰেণ্ডত গীত লিখিব জানে দেৱজিত বৰাই !
Vložit
- čas přidán 2. 08. 2024
- প্ৰতিটো গীতেই কেনেকৈ হিট হয় দেৱজিত বৰাৰ ?
বহু জনপ্ৰিয় কন্ঠশিল্পীৰ ভাইৰেল গীতসমূহৰ কথা দেৱজিত বৰাৰ !
তাহানিৰ জোনবাইৰ পৰা আজিৰ কাংচিংলাগা ছোৱালীলৈ...
#baartalaap #chakrapaniparashar #assam #debojitborah #newassamesesong #guwahati
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
❤️❤️❤️❤️
গান লিখে কোনোবাই আৰু নাম হয় কাৰোবাৰ! ভাল লাগে দেৱজিৎ দাক।❤
Gan likhatu guli mar gan guwajan he favorite hoi
@@jintuborah1519 আপোনাৰ মতে কাক বেছিকৈ প্ৰাধান্য দিয়াতো উচিত ? নিজৰ মাথাটো খটোৱাই দিয়ে কষ্ট কৰি গান লিখে লগতে সুৰ কৰে তেওঁক নে অকল গান গোৱাজনক ?
@@jintuborah1519murkho duijonei main .. duitai lagibo
Very nice
কথাখিনি শুনি ভাল লাগিল।♥️সহজ সৰল মানুহ..একেবাৰে খাটি গাঁৱলীয়া ..❤️💕
শিৱসাগৰ গেলেকীৰ পৰা বহুত মৰম যাছিলোঁ দেৱজিত দা লৈ ❤️🤗
Me to
Debojit da hosai bor morom loga
বহুত ধুনীয়া লাগিল ❤️ দাদা 👍 লখিমপুৰৰ পৰা ❤️🙏🏻
সঁচা মনৰ মানুহজন......❤❤❤
ভাল লাগে মানুহজনক সহজ সৰল মনৰ ❤️🌝
Legend and so talent mal dada a 🥰🥰🥰🥰
Wow নগাবাট ৰ ছোৱালী হিচাবে তোমাক বহুত বহুত শুভেচ্ছা আগবাঢ়ি যোৱা ।
আপোনাৰ প্ৰতিটো অনুষ্ঠান চাও বহুত ভাল লাগে।debajit দা ইমান ভাল গান লিখে কিন্তু তেওঁক মানুহে কম জানে গতিকে তেওঁক মানুহৰ মাজত চিনাকি হব লাগে।
Hoi... Bhabile bya lage .
দেৱজিত বৰা সচাঁ অৰ্থত,এজন চহা প্ৰতিভাশালী শিল্পী
গানটো শিৱসাগৰ গেলেকীৰ প্ৰমোদ মনোৰনজে লিখিছিল।।তেওঁৰ নামটো এবাৰ ল'ব লাগিছিল।।
Hosa
দেৱজিৎ বড়া দাদাক মই নিচেই কাষৰ পৰা কেইবাবাৰো লগ পাইছো। একেবাৰে সহজ-সৰল, অমায়িক প্ৰকৃতিৰ মানুহজন, তেওঁ বহুত কষ্ট কৰে, যিমানে খং উঠিলেও প্ৰকাশ নকৰে কাকো বেয়াকে নকয়, সকলোকে সন্মান কৰে। মই চৰাইদেউ সাপেখাতি, উজনিকুৰিৰ পৰা দাদালৈ অলেখ মৰম আৰু শুভকামনা যাঁচিলো।
এই গানটো প্ৰথম আমাৰ শিৱসাগৰ গেলেকীৰ প্ৰমোদ মনোৰঞ্জন গগৈয়ে নিজে লিখি প্ৰথমেই গাইছিল বহুত বছৰ আগতে
Screen r left side t ulai thoka suali joni dhunia akoo😍
Next neel akashh 💖🙏
মোৰ আটাইত কৈ প্ৰিয় আৰু অটি মৰমৰ দদাই দৌ। মোৰ এটি সপোন দাইদৌৰ লগত এটি গীট কৰিবলৈ।মই বহোত আশা কৰি আছো।মই শিৱসাগৰে লৰা।নম্বৰতো পোৱা হলে ভাল আছিল কিছু কথা পাটিবলগা আছিলে।
বাৰ্তালাপ শ্ৰেণী কোঠাত নগাবাত অৰ্থাৎ বৰহোলা...আমাৰ ইয়াৰে ছোৱালী জনী দেখি খুবেই আনন্দিত সকলোলৈকে আগন্তুক ৰঙালী বিহু আৰু নতুন বছৰ শুভেচ্ছা জাচিলো
Love you debojit daa 🥰🥰🙏
গা বহুত বেয়া হলেও চাই মনতো ভাল লাগিল॥ আৰু সদায়ে চাই যাম॥
One of my favorite singer ❤️
মোৰ একমাত্র প্রিয় মানুহজন দেৱজিত ককাইদেউ । বৰ সহজ সৰল মানুহ জন দেই ।।।
Favorite singer ♥️
যি হলো আগৰ লাইনৰ মাজত বহি থকা ছোৱালী জনী কিন্তু বেলেগকৈ চাই থাকে থৰ লাগি সচাকৈ এবাৰ চাব আকৌ আপুনি দাদা
খুব সহজ সৰল মানুহ জন ❤
My favourite, evergreen singer,. We're proud of him. God bless you to all
Zubeen da lage❤❤❤
Bhal lagil debajit daar kotha khini....
Next episode achurjya barpatra. Please
Nogabat main 😌💗
VIDEO তো চাই থকাৰ মাজতে দেৱজিৎ ডাৰ VIDEO তো চালোঁ। বহুত আৰু বহুতে ভাল লাগিল
Bohut bhal lagil 👌♥️❤️❤️❤️
ভাল লগা গায়কৰ ভিতৰত এইজন এজন
Debojit daa Love you ❤
One of the best artists.
Love from Mariani Nagajanka ❤
Nice
Next episode bhaskar opswel
Love u debojit . . . Zubeen daa r pasot u r my best singer. Bihu boliya debojit . . .❤
Bah amr suwali u bartalap paisege dei...nogabat jui💥
Love from Sapekhati ❤️
Ai gantu r likhiya 5yr agt gan ata ulaisile
❤🎉
ভাল লগা মানুহজন ♥️
Bohut bohut morom😍😍😍😍
Debajit da hodai jui❤️
Mur val loga ejon dada Debojit da 👍👍👍
Legend ❤️❤️ .bohu vl song sistir aror Manuhjon🔥🔥
Moja ❤
Abar b boys matak sn chakra da❤ khatron ka Khiladi b boys 😮
Next Rekibul dak lage.. Tew hisap hin bhabe axomiya geet upohar dese
Fotua gaan bur he dise kio matibo ako. Debajit daar lgt olpu nimile rekibul
@@pritom777 hoi nkii.. Apuni tente xunai nai, tew r gaan keitamn example deso... Kajoli, rati ahe oi, lahe doi, kolia meghe, masore bhale paw.. Etc. Aibur jodi fotowa gaan moi gaan xunai bad dem
Legend Debojit da 💥
Eke bare muror baa joni dhunia lagise 😍🥰
Love you Debojit da
Hoisa bohut bohut val lge debojit da k ❤
❤❤❤❤
Mjaaa
Love from Nagabat❤..amr yar Borhollar xualijonir ktha bur vl lgil dhuniakoi bujai dixe❤
Really so nice❤
Debojit da mur bbe ata bhlll gan please dedicate kribo moi Dibrugarh r pora gan likhibo try koru nuwarua😢😢😅😅apunihe kiba ata korile hbo
Next Videoত' REKIBULক লাগে । কিয়নো বহুত শিল্পীক চিনাকি কৰি দিছে ৰেকিবুলে ।
চক্ৰ দা - Please Interview In Rekibul Hassan
My fvrt singer debojit bora next epsd deok hunkle
Legend ❤️
Love from charaideo sonari💓💓💓
One day i wl try to go in ur show. .
Love from jorhat❤❤
বাইদেউ হতঁৰ - টি আৰ পি উঠক-- তাৰে কামনা কৰো --
Live from nagabat ❤️❤️❤️❤️
Mojja❤
Nagabator kot ghor ba 2mar moi nahatiyar
ভাই জান -- কতে গৈ আছিলা-- বিহু ধেমেলীয়া -- হঠাৎ তে দেখা পালো -- দেখা পায় জানানে -- বিহু বিহু লাগিছে গাত -- অ দিলে জান -- দিলে জান -- কি যাদু কৰুি -- খোৱালা মোক-- খিলি পান-- সেই দিনে -- ধৰি ঘটিছে মোৰ অৱসান -- তোমাক সোন -- দিলে জান -- নাপাহৰো চিৰকাল ।
দেৱজিৎ দা লাজ লাজ হাঁহি তো কিন্তু বৰ মজা দে।।।👌👌
Dada tar baa ejoni bhut val lage ❤
মৌচম গগৈক লাগে
হাঁহিটো❤
I love nagaland ❤
❤❤❤
আপোনাক এজন শিল্পী হিচাপে বহুত ভাল পাওঁ ।
কাংগচিক লাগা ছোৱালী গানটো ক্ষেত্ৰত আপোনাক প্ৰমোদ মনোৰন্ঞ দায়ো বহুত সহায় কৰিছে কাৰণ আপোনি মুক্ত মনে কথাষাৰ মানিব বিচৰা নাই কিয় নাজানো কিন্তু বহুত বেয়া লাগিছে ।
আপোনি নকলেওঁ কিছু লাইন প্ৰমোদাৰ হয় ।তেওঁৰ আগৰ গানৰ লগত বহু খিনি মিল আছে ।
Romen danoh & Ridip rankitok lage
সহজ সৰল মনৰ ব্যক্তি জন ❤️
❤
Bhal lagi le
Moiu goi asu bartalap
Moja
❤️❤️
Dabajit da ar Assamese lyrics hiro.
Sunit daak lge
Kokaidew 😍
Dada amiu nagabat re hoi ba jonik sini paisu❤❤
Moi asu borholla nogabat❤️🥰
Big fan🥰 debojeet da 🥰
tanmay saikia কালাগে এবাৰ
গাড়ীত গৈ থাকোঁতে দাদাক এদিন টেঙাপুখুৰী তিনিআলিত দেখা পাইছিলো ৷
Next tonmoi saikia lagay❤
Kuna disa nokoi gan tu
Moro gaan gabo mon ase ....🥺🥺🥺
Moiu Nagabator hoy,,,Naginijuri❤