KORE PORA AHI | KAMRUPI LOKOGEET | কামৰূপী লোকগীত | JURMALAYA | BISHNU SARMA | FOLK SONG |
Vložit
- čas přidán 9. 09. 2024
- #kamrupilokogeet #assamesesong #folksong #assamesefolksong
কৰে পৰা আহি
কামৰূপী লোকগীত
কথা/সুৰ -- পৰম্পৰাগত
কন্ঠ -- জুৰমলয়া
সংগীত -- বিষ্ণু শৰ্মা
বাদ্যযন্ত্রী শিল্পী :
বাহী -- প্ৰদীপ ডেকা
তবলা /ঢোলক / ডগৰ -- নৱ চুতীয়া
দোতোৰা -- নাৰায়ণ কলিতা
পাৰ্কাচন -- নিকুঞ্জ মেধি
ডুমৰা -- নিৰ্মল দাস
পৰিকল্পনা -- জিতুমনি দাস
পোষ্টাৰ অংকন - নয়ন মিশ্র
সম্পাদনা - ৰতন কোৱৰ
KORE PORA AHI
KAMRUPI FOLK SONG
Lyrics/tune -- Traditional
Singer -- Jurmalaya
Music -- Bishnu Sarma
Flute -- Pradip Deka
Tabla / dhulak / Dogor -- Naba Chutia
Dotora -- Narayan Kalita
Percussion -- Nikunja Medhi
Domra -- Nirmal Das
Concept and planning -- Jitumoni Das
Cinematography and editing -- Ratan Konwar
Poster design -- Nayan Mishra
MUA -- Haimya Das
Heartful Thanks to
NAREN DAS SIR
Special thanks :
Bhupesh Ch Das
Hirak Jyoti sarma
Nayan Kumar Sarma
Suomi Bezbaruah
Dipanjali Das
Like, comment and subscribe my channel for more music videos.
অতি সুন্দৰ
হৃদয় চুই গল
😊😊😊😊
@@PUNAKONDasllll😊l
Bahun khundar 🙏🙏🙏
@@PUNAKONDas❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤😂
Adhyatmik lokageet .bohut val lagil ❤❤🎉❤❤
❤🎉 অতি সুন্দৰ প্ৰদৰ্শন বৰ ভাল পালো মন আকৰ্ষণ কৰে 😊 জয় শ্ৰী কৃষ্ণ ৰাম হৰি কৃষ্ণ 🔥🕉️🔥🌷🌲👌👍🤷🙏
গীতৰ কথা-সুৰ-সংগীত আৰু সুললিত কন্ঠৰ সংমিশ্ৰণত সোণত সোৱগা চৰাইছে । হৃদয় চুই গ'ল ।
বহুত ভাল লাগিছে আগলৈ আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ ভগবানৰ ওচৰত 🙏♥️🙏
জয় আই অসম 🚩🕉
ভগৱানে সকলোকে কুশল কৰক
সুন্দৰ আৰু শুনিও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপুনি গাই যাওক,,,,
❤❤❤❤❤❤🎉 বহুত ভাল লাগিল ❤❤❤❤❤
খুউব সুন্দৰ হৈছে মাজনী। অন্তৰ চুই যায়। শুনি থাকিবৰ মন যায় । দুটিমান ভক্তি গীত মোৰো আছে, গাবা নেকি? গোৱা যদি পঠাই দিম দে তোমাৰ ক ন্ঠত শুনি ৰাইজে বহুত শান্তি পাব ।
Val lagil geet tu huni vogobanr kripat ah bara❤😊😊❤
Bohut dhuniya hose
ঈশ্বৰচন্দ্ৰৰ ধৰ্মৰ লোক গীত আন্তৰিক ক্ষুভেছা জনালো
গোপাল গোবিন্দ,, জয় হওক আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ অতি সুন্দৰ পৰিৱেশন চাইও ভাল লাগিল,,,
সুন্দৰ প্ৰতিভা আপোনাৰ কৃষ্ণ ❤❤❤❤
Sundar kanthar adhikari apuni❤
লোকগীতটোৰ পৰিবেশন খুব সুন্দৰ হৈছে। কণ্ঠ হৃদয়স্পৰ্শী, গীতটোত কণ্ঠ সুন্দৰকৈ নিগৰাইছা। স্বনামধন্য বাদ্য যন্ত্ৰী সকলৰ লগতে তোমাকো আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনালো ❤️ মাত্ৰ শব্দ দুটা বুজি নাপালো। বাকী সকলো সুন্দৰ হৈছে।
Khubei Bhal Lagil Jurmalaya ❤ Tumar Konthot Eta Borgeet Xunar Hepah ase , Akha Koru Xunibole Pam 🤍
ৰূপে গুনে অতুলনীয়।
খুব ভাল লাগল ধন্যবাদ
বহুত বহু ত ধুনীয়া হৈছে ❤❤❤❤❤
Asadharan lagche thakurer gaan shune,jayguru
He Krishna ❤❤❤❤ super kantha
bhaal hoise , thanks
Val lagse
অতি সুন্দৰ
ধোনিয়া লাগিছে 🥰🙂🤗🔥👍
অতি সুন্দৰ কণ্ঠ । ভাল লাগিল--
সুন্দৰ
অ আই জননী হে,,! তোমাৰ কণ্ঠে আছে প্রাণী মোহনী।
সুন্দৰ গীত
বৰ ভাল লাগিল জুৰ মলয়া ❤
ধুনীয়া লাগিছে বাইদেউ ❤❤❤
Tumi aru aguai juar kamona korilu konth0 bor dhunia tumar
বৰ ভাল লাগিল।
অতি সুন্দৰ হৈছে জুৰমলয়া । মৰম আৰু আশীৰ্বাদ থাকিল ।
অতি.সোন্দৰ.গান.ধন্যবাদ.👌
ইমান ধুনীয়া মুকুতা জনী আৰু ইমান ধুনীয়া যাদুকৰী কন্ঠৰ লোকগীত পৰিৱেশন কৰিছে মন প্ৰাণ ভৰি গল আকৌ সুন্দৰ গীত শুনা ৰ বাবে শুভেচ্ছা জনালো
বৰ মধুৰ সুৰ বাৰে বাৰে শুনিও হেঁপাহ নপলাই❤
সুন্দৰ কণ্ঠ। মন আপ্লুত। সুন্দৰ ভৱিষ্যতৰ কামনাৰে......
Bahut val lagil xuni
সুন্দৰ কণ্ঠ
ধুনীয়া কন্থ ।
গীত টো খুব সুন্দৰ হৈছে । শুভেচ্ছা জনালোঁ ।
তোমাৰ কণ্ঠ আৰু আগুৱাই যোৱাৰ কামনা কৰিলো মা জনী ❤❤❤❤❤❤❤
অৰ্চনা ঠাকুৰীয়া নিজ নমাটি। নলবাৰী
Excellent👍
বহত ভাল লাগিল
Khundar, mai, krishna, ❤❤❤
Apurba Lokogeet..... Paribeshan
Khub'i Bhalo ❤️
👍🙏🙏🙏
খুব ভাল। উচ্চাৰণত অলপ গুৰুত্ব দিব। বহুকেইটা শব্দৰ উচ্চাৰণ শুদ্ধ আৰু স্পষ্ট হোৱা নাই।
Val lagise
Awesome ❤❤❤❤
Bharat Maata ki Jai 🙏
আ়্ঃ কি মধুৰ, হিয়া মন শাত পৰি গ'ল, আগতে শুনা নাই,
ভগৱানে কৃপা কৰক,😢🙏
Ati xundar kantha .tomar geet ar Sur xunibaloi bat chai thakim .Isware tumak arshibad karak .
Nice video tu song ❤️🙏
ইমান সুন্দৰ লোকগীত বহুত ভাল লাগিল ৷ভগৱানে কুশলে ৰাখক
Ati xundar kantha .Isware tumak arshibad karak. Ane dharanar geet aaru xundar aakharee .
অপূৰ্ব সুৰ আৰু কণ্ঠ । লোকগীত টিয়ে মন প্ৰাণ জুই গ'ল।আগলৈ এনেকৈ শুনিবলৈ পাম বাট ছাই ৰলো
Love from meghalaya Tura ♥️♥️ joy guru
BEAUTIFUL.HEART TOUCHING
Very nice.God will be bless you for a bright future.
Excellent💯❤
Very sweet and nice song
সচাকৈ সুগায়ীকা ।
Good production with classic instruments. Go on…
বৰ সুন্দৰ কণ্ঠ , তলৰ শব্দকেইটা আৰু অলপ বুজি পাব লাগিছিল
👌
God help you. 🎉 thanks from andharpradesh nellore district.
অতি সুন্দৰ হৃদয় চুই যোৱা গীত❤❤❤
❤ U ar beautifull & tha song is sweet. God bless u🎉
Beautiful ❤❤❤
Vary nice
Hriday sui jowa Loko git.kanthat jadu ase.🎉🎉🎉
Nice❤❤🙏🙋♂
Nice Song
Very Nice
ইমান সুন্দৰ কণ্ঠ পৰিৱেশন শৈলী ও ইমান সুন্দৰ হৈছে বাৰ বাৰ শুনি ও আমনি লগা নাই ❤
❤❤
Beautiful
Very very very nice
শুপ্ৰভাত বা সুন্দৰ লাগিল যে শুনিবলৈ মন যায়।
কনঠ সুৰ তাল আৰু লয় বহুত ভাল লাগিল
আপোনাৰ কণ্ঠই মন প্ৰাণ শান্তি দিয়াই দিলে ।সচাই বহুত ভাল লাগিল শুনি।
মন পৰশা সুৰ তাল লয়ে পাহৰাই দিয়ে দুখ ভাগৰ।মনত জনালে অনাবিল আনন্দ। আপুনি আগবাঢ়ি গৈ থাকক, শুভেচ্ছা সদায় থাকিব।
Very good
Val lagsi de
Valley gaisa arguing jowa aru God bless you
Lovely sweet voice sister .
Butfill😊❤😊
Maa, bar, khundar, ❤❤❤krishna, krishna,
God bless you. Xanskriti to aidare Raksha kariba lagib. Thanks
হ্নদয় চুই যোৱা গীত।❤️❤️❤️❤️❤️❤️❤️❤️
জুৰ পেলোৱা হৃদয়ৰ গীত।
❤Ati xundar gaisa dei antar Kandi uthise❤
Apurba,mon chhuye gelo,jayguru
Hridoy spoexi ❤
অতি সুন্দৰ। বহুত ভাল লাগিল। ৰাতিপুৱাৰ ভাগত কামৰূপী লোকগীত শুনা যায়েই। বেলেগ সময়তো শুনো।
ভাল লাগে যে আমাৰ প্ৰজন্মই লোকগীতৰ ক্ষেত্ৰখনত অতি সুন্দৰকৈ মনোনিৱেশ কৰিছে।
অগ্ৰজসকলে আশীৰ্বাদ কৰিব। আপোনালোকৰ পথনিৰ্দেশনাই আগুৱাই যোৱাত সহায় কৰিব।
So nice