My All time favourite actress. জীবনত এবাৰ হ'লেও লগ পাব খুব মন। কোনো কৃত্ৰিমতা নোহোৱা সহজ সৰল প্ৰস্তুতি বা. She is so down to earth, genuine and humble. Sending u loads of Love 💞
প্ৰস্তুতি বা আৰু বৰ্ষা বা দুয়োগৰাকীৰেই খুবেই প্ৰিয় । দুয়োগৰাকীয়েই অতুলনীয় । প্ৰস্তুতি বাৰ অভিনয় খুব ভাল পাওঁ । কিন্তু তাতোকৈ বেছি ভাল লাগে তেওঁৰ ব্যক্তিত্ব । প্ৰস্তুতি পৰাশৰ বুলি কʼলে মই আচলতে খুব সন্মান কৰোঁ । তেওঁক আজিলৈকে লগ পোৱাৰ সৌভাগ্য হোৱা নাই । তেওঁৰ লগত অভিনয় কৰিবলৈ খুব মন যায় । যদিও মই অভিনয় আজিলৈকে কʼতো শিকা নাই বা অভিনয়ৰ বিষয়ে বিশেষ একো নাজানো । কিন্তু থিয়েটাৰত অভিনয় কৰিবলে বা নাটক কৰিবলে খুউব হেপাহ । অভিনয় বা নাটক বস্তুটোক মই আচলতে খুব শ্ৰদ্ধা কৰোঁ । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে কেতিয়াবা অন্ততঃ এবাৰৰ বাবে হʼলেও মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা ওৰফে চিম্পা বাৰ লগত নাটক কৰিবলে মোৰ সৌভাগ্য হয় । থিয়েটাৰত অভিনয় কৰিবলে আচলতে মোৰ খুবেই হেপাহ । Love you Prastuti (Simpa) baa . Love from mirza ❤️
Bohut val lagil vdo tu Sai, prastuti ba r moii anuragi, tekhetor ovinoy Sai moii bohut val pao, abahan theatre khn mur bohut favourite... Jua bosoror Moi natok kora suali namor dorkhoni tu e ontor sui gol...Baa k log pua hepah ase abr...najanu ktia log pam...lots of love from Dibrugarh....❤❤

ইমান ডাঙৰ অভিনেত্ৰী হৈও ইমান সহজ সৰল কথাবোৰ বৰ ভাল লাগে ❤️আগবাঢ়ি যোৱা বহুত
মৰমী অভিনেত্রী জনীৰ দীর্ঘায়ু কামনা কৰিলো। গোৱালপাৰাৰ পৰা।
Bhal lagil ba
Bahut বেছি ধুনীয়া ঘৰ টো বা❤️লগতে আপোনাৰ মনটো ও বহুত ধুনীয়া
প্ৰস্তুতি পৰাশৰ বহুত খোলা মনৰ গৰাকী
মোৰ আটাইতকৈ প্ৰিয় আৰু মৰমৰ অভিনেত্ৰী প্ৰস্তুতি বা one of my favourite actress love you so much baa❤️❤️❤️❤️❤️❤️❤️
প্ৰস্তুতি বা❤️হাঁহিলো দেই।দলদোপ হেন্দোলদোপ ৰচি😍😍😆
Barsha Rani Bishaya and Prastuti Parashar are my most favourite and also the strongest and bravest Assamese Actress ❤️❤️
মৰম লগা অভিনেত্ৰী গৰাকী মোৰ🎉🎉
প্রিয় অভিনেত্রী ☺❤❤❤🤗কিমান ভাল পাওঁ ভাষা নাই বুজাবলৈ💓💓💓 ☺😘😘😍
প্ৰস্তুতি বা সদায় প্ৰিয়❤️😍তেখেত বেলেগতৈ অলপ সুকীয়া😊
My all time favourite actress prastuti baa aru barsha baa❤🥰
my fvrt actress alltime...love u simpa ba
My favorite actress😍Prastuti baa❤️
Prostuti ba voice2 mur. Bohut Val lage ❤❤
my all tym fvrt....she is vry pure❤❤😍😍😚😚😚
Assamese actress aigoraki baa ase jar abhinoy sale soku Pani ulai jai , 💕 joymoti theater khon sabole nuwarilu imn kandilu ❤️ love from tinsukia ❤️
All time favourite actress ❤️❤️
জীৱন ত এবাৰ লগ পোৱা হ'লে ভাল লাগিল হেঁতেন ।বৰ ধুনীয়া লাগে তেওঁ ক । আগুৱাই যাওক ।
Bohut val lage prastuti baak❤
Bohut val lagil vdo tu Sai, prastuti ba r moii anuragi, tekhetor ovinoy Sai moii bohut val pao, abahan theatre khn mur bohut favourite... Jua bosoror Moi natok kora suali namor dorkhoni tu e ontor sui gol...Baa k log pua hepah ase abr...najanu ktia log pam...lots of love from Dibrugarh....❤❤
Bohut Val lage prastuti baak❤
My favourite prastuti baa😍😘
Show room Jen lagise bahut dhunia ..val lagise....aaru ghor bilaku Sam dekhaba..
Mandha kata sabole roi aasu .
❤❤❤❤❤❤❤❤❤
One of my most favourite actress in Assamese Film Industry ❤
Prastuti baa video tu sai bohut bohut bhal lagil dei apuni aru aguwai jauk tare kamona korisu❤️❤️❤️
Love you prashtuti baa❤❤❤❤
Prastuti baak bohut bhal lage. Ghorkhon bor hundor aru atumtukarikoi ho jaise bor bhal lagil.
বা প্ৰিয় মোৰ ❤️❤️😘😘
Khub val lagil❤❤
Inspiration❤️
My favourite actress
My favorite actres ba God bless you
My fevoute actrees prastuti baa❤
All tym favourite
❤❤❤❤ my fvrt actres....bht morom lage bindas ktha koi....
Prastuti ba so beautiful ❤❤
ভাল লাগিল দেই ❤😊
Bohut val lagil Gortu aru Ba💖💖💖💖💖💖
তেখেতৰ অভিনয় চাই ভাল লাগে
আৰু বৰ মৰম লাগ।
Love u Prastuti ba ❤
Bohut val lagil sai❤❤ from Goalpara ❤
My favorite actress❤prastuti baa❤
আপোনাৰ জৰিয়তে প্ৰস্তুতি পৰাশৰ বাইদেউৰ সুন্দৰ ঘৰখন দেখা পায় বৰ ভাল লাগিল 🙏👌❤️❤️❤️❤️❤️❤️
Prastuti baa ❤❤
ভাল লাগিল দেই🥰
Mur priyo abhinetrii love you baa😘
Bohut bhaal lagil,bor khula ontoror,hokolukay aapun kori lobo paray,all the best
Bht bhal lagise video to
Bohut val lagil ❤️❤️
Eman dhuniya ghr khn😍
Bahut val lagile Vlog Baa 👍👍
Natural Beauty actress our Assamese film industry আমাৰ প্ৰস্তুতি বা ৷ ক্লাচ 4 মানত থাকোঁতে বাৰ প্ৰথম চিনেমাখন চাইছিলো মহাৰথী ৷ ওচৰৰে বাহঁতৰ লগত গৈছালোঁ বাছত উঠি যি ঠেলাহেঁচা আছিল বাছত😊 ঘৰত গম নিদিয়াকৈ গৈছিলোঁ আহি পিটন খাইছিলো 😊যদিও ভাল লাগি আহিছিল ৷😊তেতিয়াৰ পৰাই মই বাৰ অনুৰাগী হৈ পৰিলোঁ ৷ কি চিনেমা থিয়েটাৰ একো নেৰোঁ 😊
লখিমপুৰৰ পৰা মৰম
Val lagil video dei bahut😍👌❤️
Bahut val lagile vedeo tu...bahut val puwa ba joni ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Bht vl lgil ba❤
মৰমৰ অভিনেত্ৰী জনী
Bohut bhal lagil sai 🥰🥰🥰
So beautiful home 🏘️❤
তোমাৰ vdo চাবলৈ ৰৈ আছিলোঁ আৰু তোমাক মোৰ বহুত ভাল লাগে আৰু মোৰ তোমাক লগ পাবলৈ মন যায় লগতে প্ৰস্তুতি বা ক মঙ্গলদৈ পৰা মৰম দিছোঁ
Beautiful
prastuti is so natural .bold n beautiful.
Mojja 😍
All time favorite😍 baa vl lgil sai from lakhimapur
Bohut bohut val lagil 🎉
Bht vl lagy prastuti ba , love u ba
Bht vl lgil.... Bak bht vl lge ❤
খুব ভাল লাগিল
Moromor ba joni ❤
ধুনীয়া
Val lagil video to .ba bor val hoi janu .
Bhu besy val lagile... 😍
Bindass baa joni❤❤❤
First like and view baa ki khabar apunar. Love you so much .nice vlog
Prastuti baa r kotha bur xosai bohut vl lage❤
Val lagil dei video2 sai...nd bbak.....
Pa ba love you❤❤
আপোনাৰ কথা বোৰ একেবাৰে চিধাচিধি, ধন্যবাদ।
1st view still watching ❤
Bindas baa joni...seibbe bhut besi priyo....👑♥️
Prastuti ba r mntu khula karone bht val lage❤
ভাল লাগিল
Mojjaaa 😍🥰
Prastuti baa k bhut Val lage imn free ru mrm loga👌❤
Val lagil sai.
অতি সুন্দৰ ❤ভাল লাগিল মোৰ ফালৰ পৰা মৰম জনালোঁ ! From Lakhimpur 👍 0:18
Val lgile sai.Baak bhut val pao❤
Dhuniya lgise 🥰
Bahut bahut dhuniya lagile 👍🏻💕moi bahut besi Val pau 👍🏻💕 Manda kataloi jaboloi bahut mon ase
Lovely
Baa ruu baar ghor khon bohut baci dhuniya hoi❤❤
Vl lagill sai baa
Bhut vl lage video sai
Val lagil❤❤
Love from sivasagar
Love you baa❤
Being frank she is the realistic one, i love it hehe❤
mur bhut besi val loga abhinetri prastuti ba aru barsa baa ❤️❤️
Vl lagise ❤️