Video není dostupné.
Omlouváme se.
'আমাৰ ই-ৰিক্সা ড্ৰাইভাৰ খিনিক গুলীয়াই মাৰক। আমি কেনেকৈ জীয়াই থাকিম?'
Vložit
- čas přidán 23. 08. 2022
- 'আমাৰ ই-ৰিক্সা ড্ৰাইভাৰ খিনিক গুলীয়াই মাৰক। আমি কেনেকৈ জীয়াই থাকিম?' ই-ৰিক্সা চাৰ্জ দিবলৈ এতিয়াৰে পৰা ল'ব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ। চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ই-ৰিক্সা চালকৰ।
এই চৰকাৰে দুখীয়াৰ সকলো শেষ কৰিহে এৰিব।
Very good বাইদেউ ভাল কঠা কৈছে। ।
আৰু ভোট দিয়ক তাৰ ফল এইবোৰ দুখীয়া পৰিয়ালৰ
Oo akou vut dim b j p k aku beya kam kara naii
আকৌ এবাৰ মোডী চৰকাৰ, আকৌ এবাৰ মোডী চৰকাৰ ।
🤣🤗
Anaku nokaribo hadaro manuhar kata vabok Maa ji🙏🙏🙏🙏
Good 👍
👍 Baidau boriya kotha kwisya di 👐
Everyone has the right to earn his or her noble livelihood. E-rickshaws do not float pollution also. Why disturb them? Passengers are benefitted by these vehicles.
Thikai korise
Mem salute apunak
Baideu duniya Katha koise.
God 🙏🙏🙏🙏
Sob ka saath sob ka bikas
Ambani adanir sorkar
ই-ৰিক্সা এখনৰ মূল্য ১লাখ ৬০ হাজাৰৰ পৰা আৰম্ভ হয় । পঞ্জীয়ণ আৰু বীমাৰ নামত প্ৰায় ১০ হাজাৰ হয় । EMI ত ললে ডাউন পেমেণ্ট কমেও ৭০ হাজাৰ লাগে , পঞ্জীয়ন-বীমা মিলাই ৮০ হাজাৰ। আগতে বিদ্যুৎ মাছুল ৫০০/৭০০ আছিল। এতিয়া সেয়াও বাঢ়িব।
ভাল বেটাৰীৰ ফুল চাৰ্জত চাৰ্জত ১১০/১২০ কিঃমিঃ চলে । বেটাৰীৰ ৱাৰেণ্টী ১৫ মাহ, হলেও ভালকৈ চলালে দুটা বছৰ যাব। ঘণ্টাত ১৬/২০ কিঃমিঃ স্পীদ।
দৈনিক উপাৰ্জন ৪০০/৫০০/৬০০/৭০০ লৈকে হয়। ১২/১৩ ঘণ্টা চলালে কেতিয়াবা ৯০০/১০০০ টকালৈকেও হয় অৱশ্যে । সেয়া কিন্তু সদায় নহয়। চাবলৈ গলে গড় হিচাপে ৫০০/৫৫০ টকাতকৈ অধিক নহয়।
মুঠতে ১ লাখ ৭০ হাজৰ টকা বিনিয়োগ কৰি দৈনিক ৮/১০ ঘণ্টা ৰিক্সা চলায় মাহত ১৫/১৬ /১৭ হাজাৰ টকা উপাৰ্জন কৰাটো হয়। তাতো চৰকাৰৰ চকু।
ই-ৰিক্সা চালকৰ অৱস্থাটো বাছ বা ট্ৰেইনৰ পৰা নমা যাত্ৰী সকলে বেছি ভালকৈ জানিব' । চলি থাকিব পাৰে কিন্তু নিজৰ বিনিয়োগ ঘূৰি নাহে। বেটাৰী বিহীন ই-ৰিক্সা এখনৰ মূল্য ৩০/৪০ হাজাৰতকৈ বেছি নহয়।
সঁচা কথাষাৰ হ'ল.. ই-ৰিক্সাৰ চালক সকলে ৩/৪ বছৰ ভালকৈয়ে চলে, যদিহে সঞ্চয় কৰাৰ হেঁপাহ নাথাকে কিন্তু তাৰ পিছত...... নকওঁ দিয়ক
Bjp go back
Congratulations
Ai sorkare dukhiyak bht harahasti korise.....
A moja dci
Okl collection.
Sokare ata kotha apunalok... Koa ghore ghore goi miter bur porikha korok.. 1 kg mitre kimn bostu soli ase lost tar pai problem hoise... Apdcl... Mnuh bur goi abar saokk
Good
Nice 👍👍
Um 🙏🏻
Aru dee mama
Good dissiton sarkare bhalei korise 100 ta charge korile kiman current jai
Khati khuwa manuhok ses korim buli xopot loise neki sarkare.... Delhi Sarkaror pora alp xikok amar axom sarkare 🙏🙏🙏🙏🙏
Ei sorkar khone kaku baad nidiye dukhiya manuh khinik olop Chinta kori sabo
ভাতৰ কাহিঁ খন নিবলৈহে বাকী আছে এতিয়া ৷ এই চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত বহুত অত্যাচাৰ চলাইছে ৷ চৰকাৰ হাতত টকা নাই চৰকাৰ চলাবলৈ তাকে নকৰি কি কৰিব ৷
Aap ahibo day no tension
Aikhan amabani adani nirab Modi r dare pujipatir sarkar.... Dukhia r sarkar nohoi...
Kio poriborton korihe ase.jati mati bhetir sorkar.
এফালৰ পৰা শেষ কৰিব এতিয়া
BJP sarkaark aru vote diya.... Acha din aa gya 😂😂
Val din ahibo mem
Mridul class manuh khini sarkare marib khujise. Ba
Goribor oporot nirjaton. Town t solabo nideay. MVI dhorey. Thik kotha koisey baideu.Dealer bor bondh kori diok.
Sorkaror poisa nai oo
Aru Voot diya.. Sbke khabo Aikhn sorkare. Free free di dhar logay Atiya xuru xuru Salok bilakok marise. Iman paisa nhua hoise jodi MP.. MLA bilakor Tax kio nly.
Aru kora bjp jindabad 🤣🤣🤣🤣
😂😂🚩🚩🚩
E . Rikshaw ৰ পৰা টকা লোৱা মানেই ডকাইত । এইবোৰৰ ওপৰত চৰকাৰে action লব লাগে ।
Ako BJP k vote di joy jukta kare jen
Good
Ako aber bjp sorkar
Aary mama ei maiki tuk olop rehai diyok
MV i u sob garike dhori ase temputu magic sob dhori ase Kali baik akhn dhori m v i license nai karone 10000 toka loise bhut poblem di ase mvi gari bilak dhora bondho krok mvi u bhut pora hajar hajar toka loi ase kin2 poisa DTO office t nejai ami dukhiya manuh bilak kenekoi solim mvi e gari dhora bondho kribo lage
Tom tom t goi mojja lga... Tom Tom k freely solibo diok
E-rickshaw owners have been asked to apply for an additional LT-Electric Vehicle Charging category of power connection for charging the batteries of their respective vehicles by APDCL. Domestic Connection is not allowed or else SECTION 126 of the Electric Act, ACTION will be taken.
Blag gadi Katha nai . Sarkari sakori thaka xakale dormoha pai. Aru Tom Tom saluya xale. Ki bht bey kotha hoise.
Moi bahut dukh paisu.
Govment a bhal disition loise
Nibonuwa borhatu he bisare sorkare
Corruption থাকিবই আমাৰ অসমত।
Aponaluk a i vote de Sarkar bonai
বিজেপিক আৰু ভোট দিয়ক ।বিজেপি জিন্দাবাদ ।
E -rickshar battery keitar damtu tuliboiye tan tate akow currentor bill extra koi bhoribo loga hobo 😭😭😭😭
Solayio to gorib manyhkhiniye he 😯😯😮😮
@BN Gamer tarmane ?😯😧😮
. এই ব জে পি চৰকাৰে জাতীয় পতাকা খনো বেছি দিছে
BJP Sarkar khane state khun borbat Kari he arib. So Ami natun koi chinta karib lagib Kate future problem nahai. I think new sarkar lage
New india
Atia thanar policeok kunae dhoribo thanayae bulae ghusnoloy
Mamar sorkar jindabad 💪💪
Tax Tax only Tax
কিয় চিঞৰিব লাগে। দুখীয়াৰ চৰকাৰ চলি আছে। বিজেপিৰ চৰকাৰ। তহতঁৰ মোদী বাপেৰৰ চৰকাৰ। বাপেৰে তহতঁৰ দু:খ বুজিব নহয়। 2024 ত আকৌ আহিব। তহতঁৰ সমস্যাৰ সমাধান কৰিব। দৌৰি দৌৰি ধৌত উটি ভাহি গৈ ভোট দিবি সমস্যাৰ সমাধান কৰি দিব দে।
আকৌ এবাৰ মোদীৰ চৰকাৰ।
আকৌ এবাৰ মোদীৰ চৰকাৰ।
আকৌ এবাৰ মোদীৰ চৰকাৰ।
বৰ নাচি নাচি ভোট দিছিল। এতিয়া কিয় গল ফালিছ ।
All out bjp go back 🤗🤗🤗
aatsey din eai gaa 😁😁
petrol অটোৰ income নাই
Apunar dukh khini bugi paisu kintu aka ghro manuha 2/3 khone e riksa Sur kori charge dila voltage komi Jai oo baidau...apunalukor hubidha sala amar ghro fan Kai khona nughura hoi thaka...okole apunalukora pblm nohoi amaru hoi
Xihotor pra electricity bill lole voltage ahi jabo nki? transformer eketai thkibo tumalukor. eibilak sob side r pra toka luar technique.
সাধাৰণ মানুহৰ বাবে 1KW meter thake,,,, কাৰণ বেছি একোঁ ব্যৱহাৰ নকৰে,,,,,
2KW মিটাৰ থাকে যত electricity ৰ বেছি প্ৰয়োজন,,,, এতিয়া E-Rikswa বোৰক বেছি ভল্টো ৰ প্ৰয়োজন গতিকে তেওঁলোকে 2KW মিটাৰ লোৱাৰ খুবেই দৰকাৰ,,,,,,
Amar nesena nebonuwa guleai deya tu val hobo
বাইদেও মিটাৰ লক ।
আমিও সমৰ্থন কৰিছোঁ E richshaw চালকসকলক
Kosto kori khuwa manuhor kotha ki bujibo aei sarkar khone.
Vot diya aru baideo
কাৰেন্ত চোৰ কৰি লগাবি তহতৰ বিল ৰাইজক ভগাই দিয়ে ।গাড়ী কোনো কাগজত টকা নিদিয়াকৈ চলি থাকে তহতক আৰু সুবিধা লাগে
ই-ৰিক্সা এখনৰ মূল্য ১লাখ ৬০ হাজাৰৰ পৰা আৰম্ভ হয় । পঞ্জীয়ণ আৰু বীমাৰ নামত প্ৰায় ১০ হাজাৰ হয় । EMI ত ললে ডাউন পেমেণ্ট কমেও ৭০ হাজাৰ লাগে , পঞ্জীয়ন-বীমা মিলাই ৮০ হাজাৰ। আগতে বিদ্যুৎ মাছুল ৫০০/৭০০ আছিল। এতিয়া সেয়াও বাঢ়িব।
ভাল বেটাৰীৰ ফুল চাৰ্জত চাৰ্জত ১১০/১২০ কিঃমিঃ চলে । বেটাৰীৰ ৱাৰেণ্টী ১৫ মাহ, হলেও ভালকৈ চলালে দুটা বছৰ যাব। ঘণ্টাত ১৬/২০ কিঃমিঃ স্পীদ।
দৈনিক উপাৰ্জন ৪০০/৫০০/৬০০/৭০০ লৈকে হয়। ১২/১৩ ঘণ্টা চলালে কেতিয়াবা ৯০০/১০০০ টকালৈকেও হয় অৱশ্যে । সেয়া কিন্তু সদায় নহয়। চাবলৈ গলে গড় হিচাপে ৫০০/৫৫০ টকাতকৈ অধিক নহয়।
মুঠতে ১ লাখ ৭০ হাজৰ টকা বিনিয়োগ কৰি দৈনিক ৮/১০ ঘণ্টা ৰিক্সা চলায় মাহত ১৫/১৬ /১৭ হাজাৰ টকা উপাৰ্জন কৰাটো হয়। তাতো চৰকাৰৰ চকু।
ই-ৰিক্সা চালকৰ অৱস্থাটো বাছ বা ট্ৰেইনৰ পৰা নমা যাত্ৰী সকলে বেছি ভালকৈ জানিব' । চলি থাকিব পাৰে কিন্তু নিজৰ বিনিয়োগ ঘূৰি নাহে। বেটাৰী বিহীন ই-ৰিক্সা এখনৰ মূল্য ৩০/৪০ হাজাৰতকৈ বেছি নহয়।
সঁচা কথাষাৰ হ'ল.. ই-ৰিক্সাৰ চালক সকলে ৩/৪ বছৰ ভালকৈয়ে চলে, যদিহে সঞ্চয় কৰাৰ হেঁপাহ নাথাকে কিন্তু তাৰ পিছত...... নকওঁ দিয়ক
Apunar logt asomor sobe bujok
বিজেপিক ভোট দিবি
আৰু BJP ক ভোট দিবি ভাল হৈছে ।
um eta gote sobe guli kha . tar pist guli marile poisa khujibi . km lebl na 2har . jen helikeptar he loisa
Dhukhia manuhok uporot uthie jabo nidiye ,dhoni khine a dhoni hoi goi thakok
আকৌ এবাৰ মোদী চৰকাৰ
Kenai moza ne podum FULAI
Ai sorkarok Kebol paisa lage Jun more morok
Is kla current r bill k loiu guliai maribw lage blr ne maiki
E riska bhut hoise rastat....utpat bhut ..
Aru BJP vote diyak
Free ta sob lagila Anai hobo a
A G P kinda bad
Dileyarok bondo korok
Xklua vl ktha ke koise
আকৌ BJP ক vote dibone
Mama go back ...
Olp kmilyw kma val kya
Xodai je 700 toka income hoi ase xeitu kok
700 toka ple ki hbo e ricksha bohut nosto hoi thke
Morijuwa xomaj khon shafa hobo
Dhikkar are dhoni manuhok mar na shameful.
tampu belak kot jabo kam nai apunar
Tumi beleg kiba kora
BJP jinda baad 🤣🤣🤣🤣🤣
Sarkery goribk mari hy aribo
Kela BJP lage dekhon thtk atiya paisa
Baido.aponi.tek.koisa.
Mota manuhe he riksha solai
Baidewr style dekhi dukhiya jen loga nai oo😱
Buhut traffic kore o etu gari
অৰুণোদয়ৰ পইচা দিছে কিবা দিছে বুলি ভোট দিয়ক আৰু ৷ আমাৰে পইচা নি আমাকে দি আছে সবে বুজি পাওঁক ৷ ৰজাঘৰীয়াৰ মানুহে ইৰিক্সাত উঠিব নাহে নহয় ৷তেওলোকৰ কি আহে যায় ৷
Good