পশ্চিম বংগৰ এগৰাকী যুৱতীৰ বাবে পুনৰ পৰিয়ালে বিচাৰি পালে পীয়ূষক।

Sdílet
Vložit
  • čas přidán 1. 12. 2020
  • আজিও জীয়াই আছে মানৱতা! পশ্চিম বংগৰ এগৰাকী যুৱতীৰ বাবে পুনৰ পৰিয়ালে বিচাৰি পালে পীয়ূষক। গুৱাহাটী ভ্ৰমণলৈ আহি হঠাতে নিৰুদ্দেশ হৈ পৰিছিল নগাঁৱৰ পীয়ূষ শইকীয়া নামৰ যুৱকজন। ৬২ দিনৰ অন্তত এগৰাকী হৃদয়বান যুৱতীৰ বাবে পশ্চিম বংগৰ পৰা উদ্ধাৰ কৰিলে অসমৰ যুৱকজনক। পুনৰ নিজ সন্তানক ঘূৰাই পাই আনন্দিত পিতৃ-মাতৃ তথা পৰিয়াল।

Komentáře • 502

  • @PBVlogs23
    @PBVlogs23 Před 3 lety +92

    এইয়াই মানৱতা 👍👍👍👍

  • @mainasaikia926
    @mainasaikia926 Před 3 lety +17

    বহুত বহুত ধন্যবাদ এই সকললৈ।। নিজৰ সচাঁ‌ মন কেতিয়াওঁ‌ বেলেগৰ কাৰণে বেয়া কৰিব নালগে। বুজিলো সচাঁ‌ মনৰ মানুহ এতিয়াও আছে।

  • @rahulkalita4081
    @rahulkalita4081 Před 3 lety +125

    ধন্যবাদ নন্দিনী। আপোনাৰ জীৱনত মংগল হওঁ‌ক।

  • @pintusaha3378
    @pintusaha3378 Před 3 lety +37

    Deuta u r real father I m proud of u🙏🙏🙏

  • @Queen-mg7nq
    @Queen-mg7nq Před 3 lety +25

    Thank you নন্দিনী চৰকাৰ

  • @pragjotishpurbapan6308
    @pragjotishpurbapan6308 Před 3 lety +34

    সুন্দর পশ্চিম বঙ্গীয় মেয়ে

  • @linamonidas8980
    @linamonidas8980 Před 3 lety +23

    মানৱতা আছে হেৰাই যোৱা নাই , ভাল লাগিল বাতৰিটো চাই.......

  • @archanaray914
    @archanaray914 Před 3 lety +34

    Thank you so much Nandini mam😇😇😢😢😢❤️❤️

  • @achyutkrishnagogoi9286
    @achyutkrishnagogoi9286 Před 3 lety +80

    Nandini.. Thank you for setting a great example for humanity.

  • @amrithoroentertainment4168
    @amrithoroentertainment4168 Před 3 lety +44

    A true human being has a heart to feel and head to think for human being. Keep up the good work Nandhini. God bless you.

  • @AnowarHussain-eb9nd
    @AnowarHussain-eb9nd Před 3 lety +33

    নন্দিনী বা মোৰ চকুৰ পানী ওলাই গল ও thank you , good bless you

  • @imranpradhani
    @imranpradhani Před 3 lety +49

    This is the power off Social Media.Hatts off to Nandini sister🙏🙏🙏🙏🙏

  • @manojtalukdar6647
    @manojtalukdar6647 Před 3 lety +3

    🙏 বহুত বহুত ধন্যবাদ শ্ৰীমতী নন্দিনী শৰ্মা লৈ , মনৱতা এতিয়াও জীয়াই আছে তাৰেই জলন্ত প্ৰমাণ ।

  • @vcreation5929
    @vcreation5929 Před 3 lety +13

    Proud too bee a Bengali....lots of love from my side Nandini❤️

  • @muktinath5520
    @muktinath5520 Před 3 lety +26

    Nandini, like you kind and generous people are found very few in this world 🙏🙏🙏

  • @GEMOGamingyt
    @GEMOGamingyt Před 3 lety +32

    A true Bengoli ❤ .

  • @lachithazarika1142
    @lachithazarika1142 Před 3 lety +126

    নন্দিনীলৈ ধন্যবাদ। কিন্তু লৰাজনৰ দেউতাকৰ বন্ধুকেইজন কেনেকুৱা মানুহ? লৰাজনৰ সকলো অবস্থা জানিও কিয় ইমান অসাৱধান হৈছিল?

  • @bidyaprasadsahu7787
    @bidyaprasadsahu7787 Před 3 lety +6

    Excellent work done by Ms Nandini Sarkar. God always blessings you.

  • @KrishnaDas-nz9vo
    @KrishnaDas-nz9vo Před 3 lety +1

    ভাল লাগিল খবৰতো পায় । এইয়াই মানৱতা ননদিনীলৈ ধইনবাদ জনাইছো ভগৱানে মংগল কৰক তাকেই কামনা কৰিলো 🙏🙏🙏🙏🙏

  • @minhajuddin6351
    @minhajuddin6351 Před 3 lety +9

    I don't have any word to thank Nandani.... God bless you Nandani