ভূপেন হাজৰিকাৰ ঘৰুৱা পৰিবেশত গোৱা গীত ( দ্বিতীয় খণ্ড) সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

Sdílet
Vložit
  • čas přidán 4. 01. 2020
  • Hudba

Komentáře • 39

  • @medinitalukdar4873
    @medinitalukdar4873 Před rokem +1

    কি আচৰিত সৃষ্টি ভূপেন দাৰ...... ধন্যবাদ থাকিল ।
    ডেকা দা

  • @manoranjandeka8877
    @manoranjandeka8877 Před 3 lety +2

    বহুত বহুত ধন্যবাদ

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +1

    মনপৰশা অনুষ্ঠান। সুধা কন্ঠৰ ঘৰুৱা পৰিবেশত গোৱা গীত আৰু কথাবোৰ শুনি তেখেতক কাষতে পোৱা যেন লাগিল। তাৰোপৰি গীত কিছুমানৰ আঁৰৰ কাহিনীবোৰ জানিব পাৰিলোঁ। এনে অমূল্য সম্পদৰাজী ৰাইজৰ মাজলৈ উলিয়াই দিয়া কাৰ্য্যক শলাগিছোঁ।

    • @h34852
      @h34852  Před 2 lety

      ধন্যবাদ

  • @devajeetdas4320
    @devajeetdas4320 Před 4 lety +4

    অপূৰ্ব সংগ্ৰহ,,,, ভূপেন দাৰ কথা শুনি থাকিলে গান গোৱা যেন লাগে মোৰ, তেখেতৰ কথা বোৰে মোৰ বাবে গান, গানৰ মাজে মাজে কথা কৈ যায়, লগে লগে হাঁহিৰ খোৰাক দিয়ে শ্ৰোতাক, ভূপেন দাই এক মাত্ৰ আছিল,,, মোৰো এটা তেখেতৰ মঞ্চৰ Live অনুষ্ঠান তেতিয়াৰ "ফাইফ ষ্টাৰ বেলঙ্ক কেছেট"ত ৰেকৰ্ডিং কৰা আছে, গান আৰু কথাৰ সৈতে Non Stop, স্থান- পলাশবাৰী ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, ৮৩/৮৪ চনৰ হব,, আগলৈও যাতে এনেকুৱা সংগ্ৰহ আমি বোৰে পাই থাকো,, ধন্যবাদ জনালো👌👌

    • @h34852
      @h34852  Před 4 lety

      আপোনাৰ তাত থকা ভূপেন দাৰ অনুষ্টানটো upload কৰক

    • @jintudas9274
      @jintudas9274 Před 2 lety

      আপলোড কৰিব দাদা

  • @rajibdutta4699
    @rajibdutta4699 Před 2 lety +1

    Apurbo poribexon xosakoi,dhainya anubhob korisu dei

  • @rajibdutta4699
    @rajibdutta4699 Před 2 lety +1

    Bor dhunia

  • @sidhibharadhwaj7377
    @sidhibharadhwaj7377 Před 3 lety +1

    আপুনি মহান কাম কৰিছে।আমাৰ ভূপেন দাক আকৌ আমাৰ মাজলৈ লৈ আহিলে।

    • @h34852
      @h34852  Před 3 lety

      ধন্যবাদ্

  • @ranjitmajuli7477
    @ranjitmajuli7477 Před 4 lety +1

    আপুনি এটা মহান কৰ্ম কৰিলে।অশেষ ধন্যবাদ।

    • @h34852
      @h34852  Před 4 lety

      স্বাগতম্

  • @kabinbhagawati6455
    @kabinbhagawati6455 Před 3 lety +3

    আপোনাক বহু বহু ধন্যবাদ ---এনে অমূল্য উপহাৰ ৰাইজক দিয়াৰ বাবে ।

  • @mamonimahanta1058
    @mamonimahanta1058 Před 3 lety +1

    আপোনাৰ সংগ্ৰহক শতবাৰ প্ৰনাম 🙏🏻

    • @h34852
      @h34852  Před 3 lety

      ধন্যবাদ্

  • @chandicharangoswami2987
    @chandicharangoswami2987 Před 4 lety +5

    ডেকাদেৱ ভূপেনদাক যেন আপুনি সোঁ শৰীৰেৰে ৰাইজৰ মাজলৈ আকৌ লৈ আনিছে যেন লাগি গৈছে৷ ধন্যবাদ৷ এই গীতসমূহ শুনি গীত শিকাৰুসকলে ভূপেনদাৰ বা আন মহা গায়কসকলৰ গীতৰ অনুশীলন কৰিবলৈ উৎসাহ পাব৷

    • @h34852
      @h34852  Před 4 lety +1

      স্বাগতম্

    • @prafullahazarika6702
      @prafullahazarika6702 Před 4 lety

      @@h34852 bohut vl laage. aapunar prochesta r babe moi rini hoi rolu chirodin.0

  • @rajibdutta4699
    @rajibdutta4699 Před 2 lety +1

    Aii siroxeuj geet bur bisari diya babe Dhurbo da apuni mohan hol

  • @hirakdeka6082
    @hirakdeka6082 Před 4 lety +3

    ডেকাদেৱে আপোনাক ধন্যবাদ জনাবলৈ ভাষা নাই। আগলৈ এনেকুৱা গীত ভূপেন দাৰ কথা পাম বুলি আশা কৰিলো।

  • @kuladeepdeka3588
    @kuladeepdeka3588 Před 4 lety +1

    Thanks Deka da for collection of Bhupen da song

  • @jadabnath6830
    @jadabnath6830 Před 4 lety +2

    অতি সুন্দৰ, বহুত ভাল লাগিল, ধন্যবাদ

  • @dhingcollegeeventdiary9153

    words are few to compliment You Deka for sharing golden tunes of Bhupen da

  • @mahanandasarma8620
    @mahanandasarma8620 Před 4 lety +2

    Ai asil Amar mahan xilpi ..pranam

  • @nivabhuyan7439
    @nivabhuyan7439 Před 4 lety +2

    পুনৰ বহুত ধন্যবাদ

    • @prafullahazarika6702
      @prafullahazarika6702 Před 4 lety

      aapuni nijeu genious. heye genious k cini paale. ei geet buror healing touch ase. dhonybad

  • @Alexbhaiyt
    @Alexbhaiyt Před 4 lety +4

    1st view to mur falor pra

  • @debanansaikia5217
    @debanansaikia5217 Před 4 lety +2

    You are genius Deka deo .

  • @voiceofripon4214
    @voiceofripon4214 Před 4 lety +6

    সুৰৰ লগত শব্দ তথা ভাষা কেনেকৈ অথ সহ সংযোজন কৰি গান লিখিব পাৰি এই কথা উঠি অহা চামে নিশ্চয় গম পাব।

  • @champakkumarsarma7521
    @champakkumarsarma7521 Před 4 lety +2

    অপূৰ্ব

  • @sidhibharadhwaj7377
    @sidhibharadhwaj7377 Před 3 lety +1

    দুৰ্গেশ্বৰ বৰঠাকুৰৰ কথা পামনে?

  • @bipulkumardas9275
    @bipulkumardas9275 Před 4 lety +2

    দূৰ্লভ সংগ্ৰহ । ভাল লাগিল ।

  • @jayantadas5298
    @jayantadas5298 Před 4 lety +2

    Koboloi bakha nai, thank you

  • @tutumoni7970
    @tutumoni7970 Před 4 lety +2

    বৰ ভাল লাগিছে

  • @devakinkargoswami2587
    @devakinkargoswami2587 Před 4 lety +1

    অতি সুন্দৰ ।

  • @dhirendeka5745
    @dhirendeka5745 Před 4 lety +2

    Nice Deka

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 4 lety +2

    গীত সৃষ্টিৰ আঁৰৰ কথাবোৰ অতি গুৰুত্বপূৰ্ণ , যিখিনি কথা এই দুয়োটি ভিডিঅ চাই আয়ত্ব কৰিব পাৰি ,তাৰোপৰি ভূপেনদা আছিল অতিকৈ শব্দসচেতন " বিজুলী ফুল শুৱন ".......... ফুল কোমল নহয় বুলি শুধৰাই দিছে !গীত-সংগীতৰ এই গুৰুত্বপূৰ্ণ কথা বিলাকে নিশ্চয়কৈ তেখেতৰ গীত শুদ্ধকৈ গাবলৈ অনুপ্ৰাণিত কৰিব ।

  • @champakkumarsarma7521
    @champakkumarsarma7521 Před 4 lety +1

    কবলৈ ভাষা নাই...