MOINAPORIA NAMGHAR // নৃসিংহ মহাপ্ৰভূ খ্যাত ,মইনাপৰীয়া নামঘৰ//কথা/সুৰ/কণ্ঠ: জিন্টু দত্ত
Vložit
- čas přidán 3. 04. 2019
- ঐতিয্য মণ্ডিত ' মইনাপৰীয়া নামঘৰ ' ৰ ইতিবৃত্ত আধাৰত এনাজৰী প্ৰডাকচনৰ নিবেদনেৰে জিণ্টু দত্ত ৰ কথা - সুৰ - কণ্ঠ সংমিধ্যৰে , মনদ্বীপ বৰাৰ সংগীত পৰিচালনাৰে ( Dream House Studio )আৰু
প্ৰাঞ্জল ( চুম্পী ) - শ্যামল জিৎ ৰ কেমেৰা - ভিডিঅ' সম্পাদনাৰে ( Apex Studio )
" নৃসিংহ মহাপ্ৰভু খ্যাত মইনাপৰীয়া নামঘৰ "
শীৰ্ষক গীতটি ভিডিঅ' ৰূপেৰে আপোনালোকৰ মাজলৈ আগবঢ়াইছো । অডিঅ' প্ৰযোজনা অনিল বৰা আৰু অমিয়া বৰা । ভিডিঅ' প্ৰযোজনা প্ৰবীৰ বৰা । গীতটিত বাদ্য সংগতকাৰী , সহ- শিল্পী , অভিনেতা - অভিনেত্ৰী সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ । আপোনালোকে গীতটি আদৰি লব বুলি আশা কৰিলোঁ ।
কৃতজ্ঞতা :-
শ্ৰী শ্ৰী জগন্নাথ দেৱ গোস্বামী ( শ্ৰী শ্ৰী পটিয়ৰী সত্ৰ , মইনাপৰীয়া )
গীতটিৰ কথাংশ কৰিব বাবে দিহা - পৰামৰ্শ আগবঢ়োৱা চন্দন নেওগ ( সুশিল ) আৰু গৌতম বৰা লৈ
মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতি লগতে মইনাপৰীয়াবাসী ৰাইজলৈ
শেষত আমাৰ APEX STUDIO ফালৰ পৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
আপোনালোকে আমাৰ APEX STUDIO ৰ video খিনি চাই ভাল পায় তেন্তে লাইক , কমেণ্ট , চেয়াৰ , চাছক্ৰাইব কৰিব ...
##apexstudio_moinaporiyanamghar## - Zábava
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ বহুত বহুত সুন্দৰ লাগিছে কৃষ্ণ কৃষ্ণ
সুন্দৰ নাম ভাগ বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ
🙏🙏🙏🙏joi shri krishna nrighinga murti 🙏🙏🙏
ভাল লাগিল নাম তু সুনি
কৃষ্ণ কৃষ্ণ সুন্দৰ অভিনয়।অনুগ্ৰহ কৰি আমাৰ ভাগ চাপ কাইপ কৰিব কৃষ্ণ
দুৰ্লভ শ ইকীয়া ইমান ধুনীয়া এই হৰিনামটো
কৃষ্ণ প্ৰভু🙏🙏🙏
বৰ সুন্দৰ গীত কৃষ্ণ।
Jintu da khub vl lgl geet2 .moi bht bar hunisu xosai khub xundor
হে নৃসিংহ পৰভূ কৃপা কৰা
Good Assam Beuitful Nam ghorot horee nam moha deve songs I'm very happy. Dharama prem mondir. Jay shri krishna jai. Jay guru sonkho deve. Jay guru madhob deev. Jay guru anirudho jay guru gupal deev jay guru sotuvuj jai guru bistuvuj deev jay guru holiram deev jay guru damudor deev jay guru kisno kanto deev jay guru
নাম শুনি ভাল লাগিল।
সুন্দৰ
কৃষ্ণ প্ৰভু।
Krishna prabhu
🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿
Krishna brabhu
Assam totha jorhat Gourav Sri Sri Moina poriya Namghrar Mohima Aper .Jorhator Hoi Gorov Kori ahisu.joi provu 🙏🙏🙏
জয় গুৰু শঙ্কৰ।
সেৱা জনাছো কৃষ্ণন কৃষ্ণন ৰাম।
খুবেই ভাল লাগিল
জয় জয় নৰসিংহ মুৰাৰী প্ৰভু আপোনাৰ চৰনে শত শত কৌটি প্ৰনাম ।
Bohut val lagise
Dhainabad
💓
Kirpa koriba hori. 🙏🙏🙏🙏🙏🙏
বহুত ভাল লাগিল।
Sogs ❤
সুন্দৰ 🙏🙏🤗🤗
কৃপা কৰা মহাপ্ৰভু
সুন্দৰ.....
Dhainabad rid deep
Dhunia hoise jintuda.... Krishna
জয় শ্ৰী কৃষ্ণ।। জয় শ্ৰী নৃসিংহ মুৰাৰী।। জয় শ্ৰী মইনাপৰীয়া নামঘৰ।। হে ভক্তবৎসল সকলোৰে কৃপা কৰিবা।।। ধন্য ধন্য মইনাপৰীয়া বাসী
জয় মইনাপৰীয়া নামঘৰ।
কৃষ্ণ প্ৰভূ........👏👏👏
Bohut vl lagil
সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰিলোহেতেন চাবচোন চেষ্টা কৰি ইমানকে কলো,,,,
good song
Dhuniya hoisa
Krishna Krishna povu
Mojja dise
Krishna.....
Krishna.
Mojaaaaaaaa
Krishna
joy saree hari.kripa milua.krishna.
🙏🙏🙏
Bahut Val hoise,jintu da
নৃসিংহ মহাপ্ৰভুৰ চৰনত সেৱা আগবঢ়ালো, কৃষ্ণ 🙏
Moja......
Bor Val lagil ..Vogobane hokoluke kripar distire sauk..KRISHNA
Dhainabad
জয় শ্ৰী হৰি 🙏🙏🙏
Hosai khub hundor Namghor vag krisna....
সুন্দৰ জিন্তু দা।শুনি আৰু চাই বহুত ভাল লাগিল। কৃষ্ণ কৃষ্ণ 🙏🙏
🙏
Monor akha puron kora provu
এনে নামৰ যোগেদি নামঘৰ ভাগ মাজে মাজে দেখি থাকিম বুলি আশা কৰিলো।
Nirshingho mohaapravu r soronot hewaa jonaalu..
Nyc song
hundor
Nipu Borah thnku
সুন্দৰ হৈছে ।।
Hundor..👌👌
Krishna prabhu val lagil.
কৃষ্ণ প্ৰসাদ
Kishan
😃🤩
❤❤❤
Hsai bhut vl lgl..
Val lagise
Moja jintu da
Bohut val hoise...... Krishna....
moina poria namghor nai dekha jodiu geet ti suni aru dekhi ga mon jurai gol bhokti bora sewa jonai moinapuria namghororo sorbangin unnnoti babe esororo usorot parthona jonaisu .esore jodi kipa kore ai ovajone sewa koriboloi bodha porikor .Tooron vag dekhi sodai mur duwai jao jaate esoror kipadistri pao
.
Dhainabad
Mojaaa
Val lgise video 2
hewa jonaisu..krishna pravu
krishna aei namghar 2 kt ase bhut vl lagise eyat jabu parile sesta krim jabule
Jorhat ,lahdoigar sarialit turan akhn ase haifale ahile pabo
Krishna 🙏🙏🙏
কৃষ্ণ
Bohut Val lagil ..kunthai as
Jorhat lahdoigar usart
Nice
Krishna🙏🙏
so Nice
সুন্দৰ হৈছে
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Moi goisu bhut vl laga
moja
Gjjjjjjjjjjjj ima adddd
nice
MoojA desa
aru vl vl dibosun
বৈকুণ্ঠৰ হৰি নাম আহে ধিৰে ধিৰে মধুৰ ময় বিন্দ্ৰা বন মথুৰা যমুনা নৈ পাৰত শ্ৰী কৃষ্ণৰ বাঁহী সুমধুৰ কণ্ঠ শুনা গোপী গণ ক'ত গোপী ভানদ এৰি ক'ত গোপী চৰু এৰি আহে বিন্দ্ৰা বণে কৃষ্ণৰ মুৰুলী ধনী শুনি ক'ত যে গাঁথি বকুল ৰ মালা ববচা বনৰ মালা মোৰ গোসাঁই অ তোমাৰ আসন সোনেৰে সাজিলো ম ই বৰ দোৱা ধাম বৈৱকী নন্দনী অ হৰি চৰচে কমল প্ৰিয়া শ্মৃতিৰে চিৰ যোগমিয়া হয় যেন মোৰ হিয়াৰ পুথি অমৃত ময় মধুৰ আলয় ভাষাৰে ❤❤ দিছোঁ দেই বন্ধু
so jam jdi vgobane vale kosole rakhe
Monoloi jintur geet tua voktiroshr dhara ti anedore buai anile j tak koboloi vakha nai. Jintur pora aru akha korisu .
Dhainabad
Kot ase he namghor jona
Lahdoigar sariali pa pasim fale humai ahile turan dekha pabo
kt asa dada thai khnr nam kob
লাহদৈগড় চাৰিআলি , যোৰহাট । লাহদৈগড় চাৰিআলি আহিলে দেখিবই মইনাপৰীয়া নামঘৰৰ তোৰণ আছে সেইফালে সোমাই অলপ আহিলে নামঘৰ পাব ।
@@CHITRASHALA8800 thank you da
স্বাগতম
unlike kora kaita Bangladesh salan db lgb
Dhainabad
Nipu Borah Nice
কৃষ্ণ প্ৰভু🙏🙏🙏
সুন্দৰ
🙏🙏🙏
🙏
Krishna
🙏🙏🙏
সুন্দৰ
🙏🙏🙏
🙏🙏