এখন্তেক | A Day In Kanoi College (15 July 2019 )

Sdílet
Vložit
  • čas přidán 14. 07. 2019
  • Watch এখন্তেক today's special episode on a Day in Kanoi College @News18 Assam Northeast
    News18 Assam is one of the Assam’s leading news channel. Please follow up page to watch live and breaking news with latest videos added very hour.
    Please visit our website www.news18.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm

Komentáře • 20

  • @muskanhussain1738
    @muskanhussain1738 Před 5 lety +2

    Proud to be kannoian

  • @purnanandabharali213
    @purnanandabharali213 Před 5 lety +5

    "বাহিৰে ৰং-চং, ভিতৰে কুৱাভাটুৰী" হৈছে। তাতো ধ্যানটো দিলে অলপ ভাল হয়।

    • @manashigogoi3790
      @manashigogoi3790 Před 5 lety

      mne buji napalu....

    • @manashigogoi3790
      @manashigogoi3790 Před 5 lety

      @kou shik • 9K Views oo tnkua bli voba nslu.....klg khnr bixoyei vlkoiye xuni ahsu je

  • @bituhu2083
    @bituhu2083 Před 4 lety +3

    Sir hadai 5tat clg ahe kin2 11 bojathe amar office khule. 😊😊

  • @pallabipatiri4282
    @pallabipatiri4282 Před 5 lety +1

    Miss my college days

  • @shantanuchiring1255
    @shantanuchiring1255 Před 5 lety

    Amar college....♥️♥️♥️

  • @trailukyagogoi6920
    @trailukyagogoi6920 Před 5 lety +2

    মই এৰি অহা কলেজ খনৰ বিদ্যাঠি সকলে চিঠি লিখিব এৰিলে আৰু চিঠিৰ নামত কিবা কিবি কোৱাৰ ক্ষমা নাই ।
    মই প্ৰেমৰ এখন চিঠিৰ নমুনা দিলোঁ ।
    মৰমৰ নীলিমা,
    মৰম লবা । আজি বহু দি হল তোমাৰ পৰা চিঠি পত্ৰ নাপাই মন ব্যাকুল হৈ পৰিছে । তুমি কুশলে থকা মই আজীৱন তাৰেই প্ৰাৰ্থনা কৰি যাম নেদেখা জনৰ ওচৰত । জানা নীলিমা , তোমাক যিদিনাই মই প্ৰস্তাৱ দিলোঁ সেইদিনাই মই মোৰ মৰমৰ ভনী জনীক কলো যে "ঐ মই তোৰ বাবে বৌ এজনী চালো । তই তাইক কব লাগে আৰু মা- দেউতাক সৈমান কৰাব লাগে । যেতিয়াই মোৰ মৰমৰ ভনী জনীয়ে এই কথা মোৰ মা- দেউতাক জনালে তেওঁলোকৰ আনন্দৰ সীমা নাই । লগে লগে কৰ্মকাৰ সো নাৰীৰ দোকানলৈ গৈ আঙঠি বনালে আৰু তোমাক পিন্ধোৱাৰ দিন ধাৰ্য কৰিলে । নিৰ্দ্ধাৰিত দিনত মই তোমাক আঙঠি পিন্ধাবৰ বাবে গাঁওৰ বুঢ়া মেথা,মোৰ মাক লৈ তোমাক আঙঠি পিন্ধাবৰ বাবে তোমাৰ ঘৰত হাজিৰ হলো । নীতি নিয়ম খিনি কৰি বুঢ়া মে থাই মোক কলে এতিয়া আঙঠিটো পিন্ধাই দিয়া । মই লাজেৰে তোমাৰ অংগলীত বহু যত্নেৰে নিয়া আঙঠিটো যেতিয়া ৰাইজক সাক্ষী কৰি পিন্ধাই দিছিলো তেতিয়া তুমি কঁপিছিলা । তেতিয়া মোৰ গাবলৈ মন গৈছিল জ্যোতিপ্ৰসাদৰ সেই গীতটি " তোমালৈ আনিছোঁ জগতৰ শস্য এৰা অ নিমাতি মান " । সেই দিনটোৰ কথা মই কোনো দিনে পাহৰিব নোৱাৰিম ।সেইদিনা তুমি নীলা পাৰি দিয়া বগাা চাদৰ পিন্ধিছিলা । মোৰ এনে লাগিছিল তোমাক ভগৱানে সৃষ্টি কৰোতে বহুত সময় লৈছিল যাতে কতো একো খুঁটি নাতি ৰৈ নাযায় । সেই দিনা মই নিজকে বহুত সভাগ্যশালী বুলি
    ভাবিছিলোঁ আৰু আজিও ভাবো । অৱশেষত আমাৰ বিয়া ধুমধামেৰে হৈ গল । ৰাইজ আহি বুকু উজাৰি আশীৰ্বাদ দিলে । কি যে আমেজ ভৰা দিন আছিল মই আজিও পাহৰিব নোৱাৰোঁ ।
    অৱশেষত মোৰ সৈনিকৰ বছৰেকত পোৱা দুমাহ চুটি শেষ হল । যিদিনা মই চুটি শেষ হৈছিল জানা সেইদিনাই মোৰ জীৱনৰ আটাইতকৈ দুখৰ দিন আছিল ।এফালে মোৰ কৰ্ম জীৱনৰ ৰঙা চকু অন্যহাতে তোমাৰ মৰম । মই সেই দিনা সিদ্ধান্ত লব পৰা নাছিলো । কিন্ত তুমি যে কলা যিমান বিলাক সৈনিক চুটি আহিছিল সকলোকে পুনৰ ডিউতীত জইন কৰিব লাগে । মই সেইদিনা তোমাক এৰি আহিব বিচৰা নাছিলো । কিন্তু তুমি সেইদিনা মোক সৈনিক জীৱনৰ দায়িত্ব কি ভালদৰে বুজাই দিলা ।
    চিঠিখন বেছি দীঘলীয়া নকৰোঁ। সোন মইনা বোধকৰো এতিয়া খোজকাঢ়িব পাৰিছে । সোনমইনা তোমাৰ দৰে মৰম লগা হৈছে । হবই মাক যিদৰে মৰম লগা । সন্তান কিয়নো নহব? সোণমইনাৰ মুখখন চাবলৈ বৰ মন গৈছে । এটা কাম কৰিবা ,আজি কালি বোলে ৰঙীন ফটো উঠাব পাৰি । একপিত দহ টকা লয় হেনো । সোন মইনা খোজ কাঢ়িব পৰা হওক , তুমি দহ টকা দি চহৰৰ ফটো মৰা দোকানত মইনাৰ ফটো একপি মোলৈ ৰেজিস্ত্ৰী লফাফাট ভৰাই পঠাই দিবা ।
    অ চুটি পোৱা নাযাব বোলে । কামাণ্ডাৰ চাহাবে কৈছে । এতিয়া পৰিস্থিতি যুদ্ধৰ দৰে । শত্ৰু সেনা আমাৰ দেশত প্ৰৱেশ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে । পৰিস্থিতি ঠিক হলে দীঘলীয়া চুটি লৈ যাম।তোমাৰ দদাইদেও, মামাইদেও ঘৰলৈ আজিও যাবলৈ সময় নাপালোঁ । এই বাৰ চুটিত নিশ্চয় যাম বুলি আশা দিলোঁ।
    আৰুনো কি জনাম ? অ মা দেউতাৰ কোঠাটো এতিয়া বৰষুণৰ পানী পৰা নাই চাগৈ ? ভফিয়া ককাইয়ে ঘৰৰ ছাল কেইখন মেৰামতি কৰি দিলে চাগৈ । তাক কবা গাইজনী গাভিনী হৈ আছে, ঘাঁহ পানী ভালকৈ যোগাৰ কৰিব । এইবাৰ তাইৰ দমৰা এটি হলে ভাল হয় এথোন ।
    শেষত পুনৰ মৰম যাছিলোঁ । মা দেওতালৈ শ্ৰস্ধা, সোনমৈনালৈ মৰম আৰু আশীৰ্বাদ । ভদিয়া কাকাইলৈ বহুত মৰম ।
    উত্তৰ দিবলৈ পলম নকৰিবা । উত্তৰলৈ বাট চাই ৰলো ।
    ইতি
    তোমাৰ মৰমৰ
    এজন প্ৰাক্তন কানৈয়ান ।

    • @trailukyagogoi6920
      @trailukyagogoi6920 Před 5 lety

      অৱশ্যেই বানান ভূল হৈছে ইয়াত কোনো দ্বিমত নাই । যি কি নহওঁক এজন কানৈয়ানে যে মই লিখা বেবেৰিবাং খিনি পঢ়ি চালে তাতেই আমেজ এটি পালো কিন্তু । এটি কথা দেই Kou Shik , বানান ভূল হৈছে সঁচা কথা কিন্ত "Banan vul" হোৱা নাই দেই ।

  • @Nayanmbbs2024
    @Nayanmbbs2024 Před 5 lety +3

    CC TV aku kam naii.collegeat mobie use kore...

  • @tanjimhussain4612
    @tanjimhussain4612 Před 5 lety +5

    Jun jun aikhn clg t poha nai....enei ojotha comment ndibo....#kanoi❤️

  • @prahladbharali5232
    @prahladbharali5232 Před 5 lety

    My collage

  • @trailukyagogoi6920
    @trailukyagogoi6920 Před 5 lety +1

    Any way this is my college. I proud of myself that, I'm an ex Kanoian..

  • @mukundamadhavhazarika6203

    Simanta sakhor,bharoty dutta mamor kotha koboloi pahoryla

  • @Nayanmbbs2024
    @Nayanmbbs2024 Před 5 lety +2

    Moi tat goi dekhisilu dicipiline aku naii.khakalue cell phone classot use kore

  • @asgarahmed3753
    @asgarahmed3753 Před 5 lety +1

    Amar college....
    Feel blessed to be kanoi'n

  • @muskanqureshi5782
    @muskanqureshi5782 Před 5 lety

    My clg ❤😍

  • @chandandeepsaikia3828
    @chandandeepsaikia3828 Před 5 lety +1

    Sb bujilo aru..... CC TV r ans😂😂😂😂