Let's Debate ॥ মোবাইল ফোনে নৱপ্ৰজন্মক সুপথে পৰিচালিত কৰিছে নে বিপথে পৰিচালিত কৰিছে?Mrinmay Baishya
Vložit
- čas přidán 15. 03. 2022
- বি:দ্ৰ: এয়া তৰ্ক প্ৰতিযোগিতা নহয়৷ তৰ্ক প্ৰতিযোগিতাৰ নিয়ম সমূহ সম্পূৰ্ণ সুকীয়া৷ এইটো বিষয়ত মোৰ শিক্ষাৰ্থী সকলৰ মনোভাৱ কেনেকুৱা সেইটো জনাবলৈ চেষ্টা কৰিছিলো৷ মই ভাবো এই কথা খিনিয়ে আপোনাৰ মনটো কিছু চিন্তাৰ উদ্ৰেক ঘটাব অথবা এই বিষয়ক তৰ্ক প্ৰতিযোগিতা এখন দিবলৈ যাওতে উক্ত কথাখিনিয়ে আপোনাক সহায় কৰিব৷
#debate
#Assamesedebate
#assamese
#assam
#srijan_shikshalay
#mrinmaybaishya
বিপক্ষে দল val lagise point ase kotha khinit ✨🔥
''বিজ্ঞান দেৱতাও নহয় , বিজ্ঞান দানৱো নহয় '' বিজ্ঞান ক মানুহে দেৱতা কৰিলে দেৱতা হ'ব।দানৱ কৰিলে দানৱ হ'ব।কি কৰো জ্ঞান শ্ৰেষ্ঠ মানুহৰ হাততে নিৰ্ভৰ কৰিব। নিশ্চয় বুদ্ধি মান জ্ঞান শ্ৰেষ্ঠ মানুহে বিজ্ঞান ক দেৱতা হে কৰিব ।তাকে কৰাতো মনে প্ৰাণে কামানা কৰো আৰু পৰম শক্তিয়ে ও তাকে কৰিবলৈ সকলোকে মন , বুদ্ধি , জ্ঞান দিয়ে যেন।সকলোতকৈ উচ্চ আকাশ আকাশতকেও উচ্চ জ্ঞান। এই কথা পৃথিৱীৰ সব্ৰশ্ৰেষ্ট জ্ঞানী পুৰষ যুদ্ধিষ্টিৰে স্বগৰোহণ স্বৰাজ্যৰ শেষ ত অজগৰ ৰূপী পৃতৃ জম ৰজাক কৈছিল।সেয়ে হে আমি যিকোনো এটা কাম কৰিবলৈ হলে জ্ঞান ক কেইবাৰো সুধিব লাগে।
দুয়োপক্ষৰে উপস্থাপন শলাগিব লগীয়া..
কথা কোৱাৰ ভয় কমিছে..এনেধৰণৰ অনুষ্ঠানবোৰে আৰু উৎসাহিত কৰক..আগুৱাই যাওঁক সিহঁত,"সৃজন"ৰ সৈতে...
বহুত বহুত ধন্যবাদ 😊
@@mrinmay_baishya 🔥🔥
বহুত ভাল লাগিছে
সপক্ষে ভাল হৈছৈ
আপোনাৰ অনুষ্ঠান টি চাই ভাল লাগিছে। লগতে বিষয় বস্তু টো বৰ্তমান সময় উপযোগী হৈছে।
মোৰ দৃষ্টিত Mobile phone - নে নৱপ্ৰজনমক স-ুপথে পৰিচালিত হোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিছে।
অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ জাতীয় বীৰ লাচিত বৰফুকন সপক্ষে আৰু বিপক্ষে যুক্তি দিব নেকি
দিব লাগে
বিপক্ষে দলে ভালকৈ কব পাৰি ।
ছাৰ অনুষ্ঠানটো বৰ ভাল লাগিল।ভৱিষ্যতেও আৰু এনেধৰণৰ topic লৈ অহাৰ আশা কৰিলোঁ।God bless you sir.
বহুত বহুত ধন্যবাদ । 🙏
Bor val lagil sir aro jate val val and bur Ani thaka
আরো আনলে ভাল হামাক লাগবে।
ভাল লাগিছে
অনুষ্ঠানটো চাই খুবেই ভাল লাগিল😊
ধন্যবাদ।
সচাকৈ Video টো নৱপ্ৰজন্মৰ বাবে উপকাৰী
মইয়ো বহুখিনি শিকিব পাৰিছো ৷ধন্যবাদ ছাৰ
ভাল কাম কৰিছা good jod
ছাৰ এটা কথা ম'বাইল চোৱাতকৈ কিতাপ পঢ়িলে বেছিকৈ জানিব পাৰি/নোৱাৰে। 😊
বহুত ভাল লাগিছে সপক্ষৰ দল
Thank you so much sir 🙏👍👍👍👍👍🙏
Topic টোৰ লগতে পৰিচালনাক শলাগিব লগিয়া
ধন্যবাদ 😊
Manuhar jdi xikar hapa thakeobail nohowake o xikibo pare kitap prhi agr manu bilake kaneke prhisil tatiyato val prha manu asil gtike mobailtu ximan val bstu nhoy buli moi vabu
Thank u sir
Very nice
ভাল লাগিল চাই👍😊
Sir hokolu bos2re vl beya 2tai gun thke😊..hei2 amr nijr lgthe dipen kribo 🤔..vl 2 lole hodai vlei hbo..hei babe moi bepoykhyo dolok homorthon kprixu🙏🙏
🎉
Nice
Sir speaking skill bahut dhuniya hoise..... Very good 😊
Thank you so much 😊
Right
Sapekhe is good
Right hupoth
ব্যৱহাৰৰ ওপৰত ভিত্তি কৰিব ।
ব্যৱহাৰ কৰিব জানিলে আশীবাদ,
আৰু নাজানিলে অভিশাপ 🌼🌿val lagile Sai next level 🙏🍃
হয়। ধন্যবাদ
আমাৰ বিদ্যালয়ত এইটো বিষয়ত হৈছিল মই সপক্ষে হৈ দ্বিতীয় হলো।
*Good job keep up*
very nice debate....Well done all of you👍
Thanks Sri
Bhal laagise sir 👏
thank you 😊
This video was helpful for me 🙏🙏🙏 thanks to this channel
Mojja
Thank you
Very very good
বিপথে পৰিচালিত হব
Good job 👌👍
Poient topic sir
বনাই যাব । বহুত ভাল ভাল video পালো আপোনাৰ চেনেলত ।
ধন্যবাদ। উৎসাহ পালোঁ।
Sir নতুন video Pam বুলি ভাবিছোঁ mobile phone উপৰত
Beautiful video sir aru anekua video loi anibo buli asha korilu
Thank you so much sir🙏🙏🙏
🔥🔥🔥🔥
❤️❤️❤️❤️
ভাল লাগিল আপোনাৰ ভিদেওটো 💕💕💕
Tq
Bohut val lagil suni...
Sir this topic give me a lot of useful information Thank you Sir 👍👍👍👍👍🙏
🙏🙏👍👍
Very very nice
Very good step.
Bohot val lagil sai nakowa video aru Pam buli aasa korilo👌👌
very very nice
Nice sir
Borhiya 👍
Thank you 😊
Good
Your video is helpful to the younger generation Maybe.... and that's our hope
👍👍👍🙏🙏
Very interesting topic sir ☺️☺️ sai kine bht vl lgil
thank you 😊
👌👍👍👌
মোৰ মতে মোবাইল ফোনে আমাক সুপথে পৰিচালিত কৰিছে, কিয়নো মোৰ ক্ষেত্ৰত মই ক্লাছত কিবা বুজি নাপালে মোবাইলৰ পৰা বুজিব লাগে। মূলতঃ শিক্ষাৰ বাবে মোবাইল ফোনে মোক বহুত সহায় কৰিছে। আৰু বহুতো ক্ষেত্ৰত মোবাইল ফোনে মোক সহায় কৰে। Everything has a good and a bad side so does the mobile phones I accept that, but just like that brother said it's completely depend on us to protect ourselves or not.
Very good student binek
Thankyou
Welcome
Duiu ta dlare bahute bhal lagise sir
Very nice 😍😍
Nice 👌👌👌👌👌👍
বহুত বহুত ভাল লাগিছে সপক্ষৰ দল?
Bhal lagisei sir
Thank you
@@mrinmay_baishya aibar moi jam
Nice video
Very good video❤
I am getting ready for debate by watching this 😅
Best of luck.
Duita group a val ky kotha khinii koise .... Val lagil debate tu
Left❤
Tq sir kaile mane moi dim aitu protijugita 😊
Muk aji ai kotha khini a bohut upokar korile sir thank you
Welcome 😊
বিজ্ঞান দেৱত
Good job.keep up.
Thank you so much 😊
মই মোবাইলত চাই কালি debate ৰ কাৰণে ready হৈ আছু😂🤣
শুভেচ্ছা ।
Moi o
Same
moio 😂
Same condition
Borhia hoise topiktur alosona
Bipoikhe val lagise❤
বিপক্ষ দল ভাল হৈছে
Mobile phone not Additional 😊
বহুত ধুনিয়া
তৰোৱালতকৈ কলম শ্ৰেষ্ঠ ভিডিও বনাব চোন please
OK
Apunalukor tarka tu bhal lagise, aru moi bhabu je mobile a amak help korise hoi kintu bohut beya dikhotu loi goise, gatike aya Katha ami khokoluwe Janu aikarone ami nijei aya use karar uperat lakhya rakhibo lagibo.
dhonyobad🙏
Sir মই সপক্ষে দলত আছো অধ্যয়ন কৰিলে বেছি জ্ঞান অৰ্জন কৰিব পাৰি
Mor মতে বিপথে পৰিচালিত কৰিছে চাৰ
মই এটা কথা বুজি নাপাও মোবাইল ফোন বুলিলে অকল কিয় গেমৰ কথা কিয় ওলাই😂😂😂😂
🙂🙂
Mobile give us all knowledge, good or bad but school, teacher, book, newspaper, magazine,parants are always teaches us write knowledge
বিবেক জুই
Bipothe porisalito korise buli vabisu...karon moi iyar nije vuktovugi...🙏🙏🙏
Op in chat
good
thank you 😊
Dhuyua taye best ase sir
Sir mobaile fonok assamese ot ki buli koi?
Please reply me
Durvakh
#Slayypoith
Nice sir😅😅😅
❤️❤️❤️❤️🔥🔥
Hopokhe ...
Aji mur dibate ase 😂😂😂 tq for this sir
Welcome