বাৰে বাৰে অসাৰ মুখ্যমন্ত্ৰীৰ 'অসমীয়া ৰক্ষাকৱচ'

Sdílet
Vložit
  • čas přidán 11. 07. 2024
  • #graphiccontent
    বাৰে বাৰে অসাৰ মুখ্যমন্ত্ৰীৰ 'অসমীয়া ৰক্ষাকৱচ'। কলেজতে নহয়, অসম লোকসেৱা আয়োগতো হিন্দী বলয়ৰ প্ৰাৰ্থীৰ চাকৰি।

Komentáře • 10

  • @CS-jy9ix
    @CS-jy9ix Před 25 dny +3

    শৰ্মা ডাঙৰীয়াৰ লগতে বৰ্তমান অসমত বাস কৰি অহা কিছুসংখ্যক ব্ৰাহ্মণ মূলীয় লোকসকল উত্তৰ ভাৰতীয় মূলৰ। হয়তো সেয়েহে আজিও বহিৰাগত সকলৰ প্ৰতি মনত এটা বিশেষ দুৰ্বলতা পুহি ৰাখে। হয়তো প্ৰকৃত ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাহ'লে তেনেকুৱা নকৰিলে হয়। আহিবলগীয়া দিনবোৰ আৰু ভয়াবহ হোৱাৰ শংকা নুই কৰিব নোৱাৰি। লাহে লাহে ব্যৱসায় বাণিজ্য গল, মাটি ভেটি গল, এতিয়া মদপানী, ড্ৰাগচ, ভাঙ খাই আবতৰীয়া বতৰত বিহু মাৰি উটি ভাঁহি গৈ থাকক 🤣🤣

  • @ramchandradeka6315
    @ramchandradeka6315 Před 25 dny +3

    সদৌ অসম ছাত্ৰ সন্থাৰ ঠিকা লোৱা সকল ক'ত গ'ল এতিয়া।নে হিমন্তৰ জেপত সোমাল।

  • @premodharphukan1101
    @premodharphukan1101 Před 25 dny +2

    আমি কিমান যে মহান ভাৰতীয় তাকে কামেকাজে প্ৰমান কৰিছে আমাৰ BJP চৰকাৰে ৷

  • @utpalboraa9484
    @utpalboraa9484 Před 25 dny +3

    kun keijan officer nam prakash kariba lage

  • @TCF573
    @TCF573 Před 25 dny +3

    Himontoi tejtupa khale Akhomiyar ... E bule bor hobol dokhya CM pai.. Tar puhonia buror mote 😅😅😅😅

  • @user-hg3di5bz7w
    @user-hg3di5bz7w Před 25 dny +2

    Ee koi ata kore ata 😂 sur or jaat

  • @pinkisarmah8400
    @pinkisarmah8400 Před 25 dny

    E pariyolor babe he surokha kobos

  • @kimjennie5870
    @kimjennie5870 Před 25 dny

    কোবাব হল,

  • @digantadeka7201
    @digantadeka7201 Před 25 dny

    Ses korla axom khn taklai😂😂😂

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d Před 24 dny

    ই কয় এটা আৰু কৰে এটা