অসমীয়া ভাষা বিদ্বেষ নে অবিবেচকী সিদ্ধান্ত, চৰকাৰী বিদ্যালয়ত ইংৰাজী কিয়? | আজিৰ প্ৰশ্ন

Sdílet
Vložit
  • čas přidán 29. 07. 2022
  • কাৰ ভুল- প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণা নে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত?
    গণিত-বিজ্ঞানৰ শিক্ষা ইংৰাজীত কিয়?
    অসমীয়া ভাষা বিদ্বেষী নেকি হিমন্ত বিশ্ব শৰ্মা?
    ‘আজিৰ প্ৰশ্ন’ শিক্ষাবিদ বসন্ত ডেকাৰ সৈতে অনিৰ্বাণ পাঠক
    The Assam cabinet has approved the proposal for introduction of dual medium of instruction in state-run schools.
    This new policy of the Assam education department will be applicable for classes 6 to 12 in state-run schools.
    #assamcabinet #himantabiswasarma #govtofassam #govtschool
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

Komentáře • 92

  • @Hemanta826
    @Hemanta826 Před rokem +3

    ছাৰ, আপোনাৰ কথাবোৰ সঁচাই যুক্তিপূৰ্ণ। বহুদিনৰ মূৰত আপোনাক দেখা পালোঁ। ভাল লাগিল ।

  • @guptasarmah8949
    @guptasarmah8949 Před 2 lety +16

    হিমন্ত বিশ্ব শৰ্মা মহম্মদ বিন টোঘলকৰ দ্বিতীয় সংস্কৰণ।

  • @munindoley5195
    @munindoley5195 Před rokem +4

    ডঃ বসন্ত ডেকা ডাঙৰীয়াই অতি গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী বক্তব্য অতি সুন্দৰ ভাবে ওপ স্থাপন কৰিছে । অতি স্পষ্ট আৰু সৰলভাৱে কথাবোৰ বুজাই কোৱা বাবে ৰাইজে ভাল দৰে
    বিষয় টো অনুধাৱন কৰিবলৈ সক্ষম হব ।
    তেখেতলৈ আমাৰ ধন্যবাদ থাকিল ।

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před rokem +10

    এই মহাশয় জনে প্ৰকৃততে অতিশয় ভাল কথা কৈছে। তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।এনে ব্যক্তিসকল প্ৰকৃততে শিক্ষিত।

  • @manjugohain6786
    @manjugohain6786 Před rokem +3

    ধন্যবাদ ছাৰ । আপুনি যিবিলাক উপদেশ দিছে সেয়া বহুতো গুৰুত্ব পূৰ্ণ । অসমীয়া ভাষাৰ প্ৰতি চৰকাৰে পুণৰ বিবেচনা কৰক ।

  • @atulmurari4955
    @atulmurari4955 Před 2 lety +13

    অকল ভাষাতেই নহয়, অন্য বহু দিশত নিজ ইচ্ছামতে যি মন যায় তাকে কৰিবলৈ লৈছে।

  • @tankswargohain6701
    @tankswargohain6701 Před rokem +3

    চৰকাৰী বিদ্যালয়ত দুখীয়া ছাত্ৰ ছাত্ৰী সকলেহে পঢ়ে। গতিকে চৰকাৰক উপদেশ দিয়া সকলে চৰকাৰী বিদ্যালয়ৰ সমুহৰ উন্নতিৰ পৰামশ দিয়া উচিত। কেৱল চৰকাৰক তোষামোদ কৰাতে ব্যস্ত হৈ থাকিব নালাগে।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Před 2 lety +9

    এইবিলাক জলন্ত সমস্যা বোৰ তল পেলাবলৈ কৰা অপচেষ্টা বুলি কব পাৰি।

  • @manjusaharia857
    @manjusaharia857 Před 2 lety +9

    আমাৰ শিক্ষা মন্ত্ৰী ইমান দায়িত্বহীন। তেওঁ এলপি স্কুল ত েয বিজ্ঞান বিষয় টো নাই তাকো না জানে। গতিকে আমাৰ শিক্ষা কোন দিকে গতি কৰিছে।।

  • @girishbania8260
    @girishbania8260 Před 2 lety +11

    হিমন্ত‍ই নিজকে বিদগ্ধ পণ্ডিত বুলি ভাৱে ।তেওঁৰ superiority complex আছে ।সেই বাবে কোনো বিদ্যত মহলত আলোচনা
    নকৰাকৈ এনে সিদ্ধান্ত লয় ।সব জান্তা ভগৱান ।

  • @khalilurrahman847
    @khalilurrahman847 Před rokem +3

    ১০ বছৰ মান পিছত অসমৰ শিক্ষা ব্যৱস্থা টোৱে বেবেৰিবাং হৈ পৰিব যেন হে পাইছোঁ।

  • @gagandeka4188
    @gagandeka4188 Před 2 lety +8

    Veri good sar

  • @pranabbarman9255
    @pranabbarman9255 Před 2 lety +13

    অসমত অসমীয়া ভাষাকেই প্ৰাধান্য দিব লাগে...আৰু সকলো বিষয় অসমীয়াতেই শিক্ষা গ্ৰহনৰ দীৰ্ঘম্যাদী ব্যৱস্হা অসমীয়াই লোক সকলেই লবৰ হল...অন্যথা ক্ৰমান্বয়ে অসমীয়া ভাষাটো এলাগী হব

  • @DebojitkrboraBora
    @DebojitkrboraBora Před 5 měsíci

    ।।খুউৱ ধুনীয়া উপযোগী মনোগ্ৰাহী মন্তব্যৰ আলোচনা হৈছে।।

  • @gapalsaikia9491
    @gapalsaikia9491 Před 2 lety +6

    Very good sir

  • @fixon7230
    @fixon7230 Před 2 lety +12

    বহুত ভাল লাগিল আপোনাৰ অনুষ্ঠানটো!!!👍👍👍

  • @aminakhatun6018
    @aminakhatun6018 Před 2 lety +5

    Sir, it's attempt to murder of Assamese language , I am proud of to be an Assamese, we should always try to improve and broadcast our mother language by making it only official language and all signboards in Assam.

  • @jray2821
    @jray2821 Před rokem +1

    Thank you sir you are right.. God bless you

  • @ranjitbora734
    @ranjitbora734 Před 2 lety +4

    টোঘলকী নিতি। অসম শেষ কৰিহে এৰিব।

  • @juthikapatowary9077
    @juthikapatowary9077 Před 2 lety +3

    ঠিক কথা কৈছে ছাৰ!

  • @darpankonwar598
    @darpankonwar598 Před rokem +1

    Sir🙏🙏🙏🙏👍👍👍

  • @bolenrajbongshi2895
    @bolenrajbongshi2895 Před rokem +2

    Thank you sir

  • @bagoulla2442
    @bagoulla2442 Před rokem +1

    আমি বোৰে তেনেদৰে ইংৰাজী নাজানো ঠিক তেনেদৰেই ইংলেণ্ডৰ মানুহবোৰেও অসমীয়া ভাষা নাজানে । অসমীয়া ভাষা শক্তিশালী ভাষা ; অসমৰ অৰণ্য মানৱ মাননীয় মাধৱ পায়েং দেৱে বিশ্বদৰবাৰত গৈ অসমীয়া ভাষাতেই ভাষণ দিছিলে গৈ ।

  • @gaganrajbangshi9437
    @gaganrajbangshi9437 Před 2 lety +2

    Right adevyc ..🙏🙏🥰

  • @nitulgogoi9260
    @nitulgogoi9260 Před rokem

    Bahut val kotha koise aei sar jane

  • @gunakantabaruah6243
    @gunakantabaruah6243 Před rokem +2

    Majority of students are weak in Maths and Science in Assam.Me as a science student faced difficulty in understanding English words in science and Maths where no benefits is seen from recapturing Assamese alternative words .So in my opinion the new system will go towards benefits not in deficit .It useless to use old tools rather application of wide spheres English Language .

  • @amarjyotidoley2924
    @amarjyotidoley2924 Před 2 lety +2

    Yes sir

  • @mridulkumarrabha892
    @mridulkumarrabha892 Před 2 lety +2

    Good

  • @BabulPegu-lb7vg
    @BabulPegu-lb7vg Před 8 měsíci

    Thanks

  • @bikug1610
    @bikug1610 Před rokem +1

    Great person ❤️

  • @TC-nn6sn
    @TC-nn6sn Před 2 lety +2

    Tripuri hokolor nisina koriboloi goise neki

  • @bijoyhandique1035
    @bijoyhandique1035 Před 2 lety +2

    Bjp minister monti keyjan England r pora ahise neki??? Aikeyjan

  • @ilovemybharatdesh5697

    Well said.Assamese should be conscious. It is the time to identify the culprit of Assamese community.

  • @rupalidas2733
    @rupalidas2733 Před rokem

    মই তোমাৰ অনুষ্ঠানটো ভাল পাওঁ খুব ভাল ছাৰ। 👍👍👍👍

  • @lakheswarborah3046
    @lakheswarborah3046 Před 5 měsíci

    এই সাক্ষাতকাৰত ডেকা চাৰে যি খিনি অভিমত ব্যক্ত কৰিলে তাক মই সম্পুৰ্ণ শুদ্ধ বুলি বিবেচনা কৰিছোঁ , আৰু লগতে মই তেখেতলৈ সেৱা জনাইছোঁ ।

  • @Nichannip
    @Nichannip Před 2 lety +1

    Amar MLA 😂😂😂 amar minister 😂😂😂😂 Amazing 🔥🔥🔥🔥

  • @nareswarramchiary276
    @nareswarramchiary276 Před rokem

    Future planning for privatisation of government schools..

  • @mintusaikia8875
    @mintusaikia8875 Před rokem

    আচলতে অসমীয়া বুলি ফুটনি মাৰি মাৰি আমিবোৰ শেষ হৈ গলো। সেই কাৰণে অসমৰ গুণী জ্ঞানী ব্যক্তি সকলে ভাবি চোৱাৰ সময় আহি পৰিছে, নহলে পিছৰ প্ৰজন্মই চকুলো টোকিব লাগিব। চৰকাৰে যি সিদ্ধান্ত লৈছে , এয়া আদৰণিয়া ।

  • @chandramachiring9089
    @chandramachiring9089 Před rokem

    English medium t pohabo thikai ase, student r karone val. Kintu tar logota Assamese tu compulsory korebo laga tatea nejor vakha tu jeai thakibo . Amar CM kisuman khetrot assam r babe mughal bilakor dore kaam kore ase. Aitu in future assam r karone bipod nomai anibo

  • @karunadas4347
    @karunadas4347 Před 2 lety

    নিজৰ ৰাজ্যখনত নিজাৰ মাতৃ ভাষাটো চৰকাৰি, বেচৰকাৰি সকলো অনুষ্ঠান , প্ৰতিষ্ঠানত প্ৰজোয্য কৰিব নোৱাৰি নেকি? আৰু নিজৰ ভাষা ,সংস্কৃতিক বিশ্ববাসিৰ প্ৰতি আকৰ্ষণ কৰাব নোৱাৰি নে ? যেনেকৈ আমি আনৰ ভাষা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হও

  • @nkdas7082
    @nkdas7082 Před rokem

    school level Assamese medium is best for any subject but college level(+2+3) English medium is best.

  • @rgrg5472
    @rgrg5472 Před rokem

    নিজৰ লগতে জাতিটোক জহন্নাম নিব'লৈ চিন্তা কৰিছে-

  • @moniramdas4569
    @moniramdas4569 Před rokem

    Priya northeast channelt Shradhar Dr Basanta Dekadeve Assamiya bidyalayat matribhakha assamiya badhyataamulak haba lage buli kowato samaiupajugi haise, matribhakha jugedihe jikono bisayat bojat ati sahaj hai.

  • @durgeswarphukan8498
    @durgeswarphukan8498 Před rokem

    মাতৃভাষাহে মাধ্যম হব লাগে।

  • @sansumaboro5593
    @sansumaboro5593 Před rokem +2

    AAP jindabad.... BJP murdabad

  • @ashimboruah5261
    @ashimboruah5261 Před 2 lety

    Hikkhok hokolor logot kiyo alusona koribo, karon asomiya hikkhok hokolok otorai bohi raijyar pora teacher aani asomot hongsthapon dibo, asomiya jati hekh kora ata horojontro hoi,

  • @hirenmohan8200
    @hirenmohan8200 Před rokem

    পৰিৱেশ অধ্যয়ন ৰ পৰিবৰ্তে ভূগোল আৰু বিজ্ঞান প্ৰৱৰ্ত্তন কৰাৰ কথাও ভবা হৈছে বুলি ঘোষণা কৰিছিল নেকি? গতিকে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত বিজ্ঞানৰ কথা কবলৈ যাওঁতে আজিৰ তাৰিখ ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণী ৰ কথা কৈছিল জানো ?এই সাক্ষাতকাৰ চোৱাৰ পাছত confused.হৈছো । ইংৰাজী শব্দ প্ৰয়োগ কৰাৰ কাৰনে দুঃখিত।

  • @boidyasonowal4521
    @boidyasonowal4521 Před rokem

    B J. P Cam nai

  • @bipinch.thakuria2368
    @bipinch.thakuria2368 Před rokem

    এইখন চৰকাৰে অসমীয়া ভাষা আৰু জাতিটোক লাহে লাহে ধ্বংসৰ মুখলৈ ঠেলি আছে । বসন্ত চাৰে কোৱা কথাখিনি সচা। অসমীয়া ভাষী অসমীয়া আৰু অসম ষড়যন্ত্রৰ বলি হব নেকি বাৰু?

  • @prabhatteron5807
    @prabhatteron5807 Před 2 lety

    Dhoni bhahai kintu bohut horojontro Kori horu horu bhaha burok mrityur gorahloy theli jaboloy dhorise. Hongskrit bhahatu eta udahoron.

  • @syedforidhussain90
    @syedforidhussain90 Před rokem

    Karan he bengali tak bengali bhaba lage ?

  • @naturediscovery5640
    @naturediscovery5640 Před 2 lety +6

    এখেতৰ ঘৰৰ লৰা ছোৱালী বোৰ কত পঢ়ে কিয় নুশুধিলি 😡

    • @juthikapatowary9077
      @juthikapatowary9077 Před 2 lety

      ছাৰৰ একমাত্ৰ ল'ৰাই অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্তু পৰীক্ষাত স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল

  • @nitulgogoi9260
    @nitulgogoi9260 Před rokem

    Bahmon pondidt nahole ki habo tilinga bojai thagilu thagilu kuwa he teour

  • @shailendrasaikia5748
    @shailendrasaikia5748 Před rokem

    Mur usore pajorei dekhisu jibur Lora suwali Lp Up class English medium school t pohise hei Lora suwali bure Assamese tu vaal dore najane najane heitu baadei english tu vaal dore najane. Maane duiuta language ai aporipakka . usorore Assamese mediumt porha ajon Lorak xudhile toporai answer tu dibo paare.

  • @pranjitnath3659
    @pranjitnath3659 Před rokem

    Knowledge lesslecture

  • @indreswarnarzari1938
    @indreswarnarzari1938 Před rokem

    Nijor bhakhate bujinapai aru English

  • @TC-nn6sn
    @TC-nn6sn Před 2 lety

    Sir aibur pabot goja bostu he

  • @stargaming5507
    @stargaming5507 Před 2 lety

    আপোনাৰ লৰা ছোৱালী কি মিডিয়ামত পঢ়ি ছিল চাৰ

  • @dityagogoi8640
    @dityagogoi8640 Před 2 lety +3

    আজি অসমৰ অসমীয়া সকলে, ইংৰাজী ভাষাতো বিদেশী ভাষা বুলি, গ্ৰহন নকৰে, কিন্তু ধনী শিক্ষিত সকলে, আগৰ পৰাই ভিতৰি ভিতৰি ইংৰাজী মাধ্যমত পঢ়াই, কিন্তু দুখীয়া সকলে, টকাৰ অভাৱত অসমীয়াৰ মাধ্যমত পঢ়ি , চাকৰি পাবৰ নোৱাৰে, অফিচালি ক্ষেত্ৰত ইংৰাজী নহলেই নহয় । অসমীয়া এজন ব্যক্তিয়ে, বিদেশত কৰ্ণাটকৰ ৰাজ্যত ইংৰাজীত কব নাজানিলে, যিকোনো চাকৰি পাব নোৱাৰে । অসমলৈ বৃটিছ সকলে আহি, ইংৰাজী ভাষাটো দি থৈ গৈ, ভাল কৰিছিল, কিন্তু মানুহে গ্ৰহণ নকলে । আৰু ভাল গ্যানৰ কথা, জানিবলগীয়া অৰ্থ পূৰ্ণ কথা ইংৰাজীতহে ছপা হয়, আৰু ভাল গন্ঠকাৰ লিখক সকলে লিখা কিতাপ পোৱা যায় ।
    ইংৰাজীৰ মাধ্যমত মেট্ৰিক পাছ নকৰিলেও,বিদেশত কোম্পানীৰ সৰু চাকৰি পাই । কিন্ত অসমীয়াত মাধ্যমত পাছ কৰিলে, পাব জানো ? আমাৰ গুৱাহাটীত চাকৰি বিচাৰি গলে, এইটো কি বুৰ্বক আহিল বুলি কব ।

    • @priyamtaye7930
      @priyamtaye7930 Před 2 lety

      💯% true

    • @srigunajitsharma8282
      @srigunajitsharma8282 Před 2 lety

      100% ,☑️

    • @guptasarmah8949
      @guptasarmah8949 Před rokem +1

      তোমাৰ হয়তো জ্ঞানৰ পৰিসৰ তেনেই সীমিত। নহ'লে হয়তো এনে বেবেৰিবাং কথা নকলাহেতেঁন। তুমি হয়তো নাজানা বিশ্ব দৰবাৰত দপদপাই থকা প্ৰায় ৯০% অধিক অসমীয়া লোক অসমীয়া মাধ্যমত পঢ়া। উদাহৰণস্বৰূপে ড:দিলীপ কুমাৰ দত্ত আমেৰিকাৰ দৰে এখন উন্নত দেশৰ Universityৰ Mathematics ৰ Head, অসমীয়া মাধ্যমত পঢ়া ছাত্রই ইংলেণ্ডৰ Cambridge University ৰ সৰ্বোচ্চ সন্মান
      Ranglar লাভ কৰি খ্যাতি অৰ্জন কৰিছে। বিভিন্ন দেশৰ উচ্চাসন দখল কৰা সৰহ সংখ্যাকে অসমৰ পৰা অসমীয়া মাধ্যমত পঢ়ি যোৱা লোক। নাচিব নাজানি চোতালত বেকা বুলি কোৱা কথা। শিক্ষাৰ কেৰোণ হৈছে চৰকাৰৰ ভুল শিক্ষা নীতি। বিশেষকৈ সৰ্বশিক্ষা প্ৰৱৰ্তন কৰাৰ পৰা প্ৰাথমিক পৰ্যায়তে ছাত্র-ছাত্ৰী সকলক কলিতে মোহাৰি মষিমূৰ কৰি পেলোৱা হ'ল। সৰ্বশিক্ষা নহৈ যেন চৰকাৰে সৰ্বনাশৰ শিক্ষাহে প্ৰৱৰ্তন কৰিলে।

    • @prashantahira3310
      @prashantahira3310 Před rokem

      গ‍্যান মানে কি?

    • @prashantahira3310
      @prashantahira3310 Před rokem

      গন্ঠকাৰ মানে কি?

  • @paramanandabora1047
    @paramanandabora1047 Před rokem

    Himanta Biswa Sarma is neither a
    linguist nor has any quality to decide to
    to decide on the medium of education.
    in schools.He is a politician and an expert in the fall of non BJP government and motivate non BJP MLAS to join BJP party.. There are
    many reputed Assamese scholars
    eligible for deciding whether in schools
    Assamese or English is better for medium of instruction..In this regard
    people of Assam will be happy if our
    CM keeps himself absolutely silent in
    this regard..

  • @nitulgogoi9260
    @nitulgogoi9260 Před rokem

    Himonta ajnon pondite hoi teou a

  • @pabindas6525
    @pabindas6525 Před rokem

    Apunar Kathar babe Moi 100/ person samarthan kariso matri vasak alagi karato murkhar sin

  • @shivshankar-os3wd
    @shivshankar-os3wd Před rokem

    Yat laj pabole eku nai ji korise bhale korise...apunar nati Lora suali kun medium t pohe???Nijor Lora suali agbahi jaok ru Gaon r dukhiya Lora suali roi jaok ...this type of so called budhijibi will literally ruin the future of our Assamese medium student

  • @TC-nn6sn
    @TC-nn6sn Před 2 lety

    Dr Engineer IAS .r prokupot atyar pora Assamot hadharon manuh thakiboi nuwariba Khetiyok mastor Aiburok sage ujotiai loi jaba

  • @pranjitnath3659
    @pranjitnath3659 Před rokem

    English najana kaitak sikai dino na he

  • @gogoibaba8799
    @gogoibaba8799 Před rokem

    Apuni ki nejane Assamese language tu banglaadeshi language buli eman din goru asili atya to manu hobo hik emn poheli hikili mathat akua nai naki. Assamese language kuna hudhe tur Bangladesh aru WEST-BENGAL bahere Chal hata sale Assamese language. Nagaland, manipur, mizoram, meghaalay, arunacala ai bur state students agot amr nejore theo hobo laj lage Hehotau jane Assamese language ata Bangladeshi language buli 😳😳😳.

  • @PrakashKumar-rj8yb
    @PrakashKumar-rj8yb Před 2 lety +1

    BJP100%2026%

  • @pranjitnath3659
    @pranjitnath3659 Před rokem

    Mok english sika heaa

  • @srigunajitsharma8282
    @srigunajitsharma8282 Před 2 lety

    Time solani hol ,xo sarkare vll sindhanto loise .rajnite kori kotha nokai students bilakor kot lvv hoi seitu sokale vabi kuwa2 vll

  • @susenchetia1551
    @susenchetia1551 Před rokem

    Purbote.okhomoloi.oha.Bodon.otkoiu.Jongli.aei.BJP.Sorkar.neta.aru.Sala.Samunda.ondho.Vokto.bur.kio.eman.nilaj..bujike.pua.nai.kio.eman.Jati.Prem.nai.Vakha.birudhi.histasar.nojona.neta.burok.father.mother.a.ki.hikale.baru

  • @srigunajitsharma8282
    @srigunajitsharma8282 Před 2 lety

    Aamar dukhiya manuh bore 40% sarkari sakori apply koribo logat pore ,tar pisat jodi sakori2 Nepai kheti kora ,thela soluwa,dokan dia ,gulami khota kotha vabibo logat pore ,ayborar karon 1ta a ,amar language knowledge Assamese ,😂😂,jihe2 ami vll koi kotha kob a nejanu hb aru

  • @thepoliticalawareness1021

    *এইটো এটা মহা বুবক? চৰকাৰৰ সিদ্ধান্ত যথেষ্ট আদৰণীয়। চহৰৰ সকলো বিদ্যালয় ইংৰাজী মাধ্যমলৈ পৰিৱৰ্তন কৰিব লাগে। আজিকালি গাঁৱৰ ৰাইজেও চৰকাৰী বিদ্যালয়ত নিজৰ লৰা ছোৱালী পঢ়ুৱাবলৈ অপৰাগ, কেতিয়াবা উপায় নাই কাৰণেহে চৰকাৰী বিদ্যালয়ত নিজৰ লৰা ছোৱালীক নামভৰ্তি কৰে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত অসমৰ লৰা ছোৱালীয়ে শিকিব পাৰিব। উদাহৰণ স্বৰূপে:- বিজ্ঞান ইংৰাজীত আৰু ভোগোল আৰু বুৰঞ্জী অসমীয়াত। আজিকালি প্ৰায় বোৰ নামভৰ্তি পৰীক্ষা ইংৰাজীত হয়। All India Medical Entrance আদি। বেচৰকাৰী আৰু চৰকাৰী কাৰ্য্যালয়ত ইংৰাজী ব‍্যৱহাৰ হয়।*

  • @suhaibboss329
    @suhaibboss329 Před rokem

    Thanks

  • @ronjitbasumatary1908
    @ronjitbasumatary1908 Před 2 lety +1

    Good sir