Baghjanor kolija khon || New assamese song || Rajib sadiya
Vložit
- čas přidán 10. 09. 2020
- বাঘজানৰ ঘটনাত প্ৰাণ আহুতি দিয়া তেজাল অসমীয়া যুৱক
দুৰ্লভ গগৈ
তিখেশ্বৰ গোঁহাই
অৰ্ণৱ কিশোৰ বৰদলৈ ৰ লগতে বাঘজানৰ ক্ষতিগ্ৰস্ত দুৰ্ভগীয়া ৰাইজৰ হাতত উচৰ্গিত কৰিলোঁ
ৰাজীৱ শদিয়াৰ
"বাঘজানৰ কলিজাখন"
কণ্ঠ শিল্পী :
পথাৰ শিল্পী লোহিত গগৈ
ৰাজীৱ শদিয়া
কথা/সুৰ :
গণশিল্পী সূৰ্য দাস
ৰাজীৱ শদিয়া
Baghjanor kolija khon
Singer :- Rajib sadiya
Luhit gogoi
Lyrics:- Surya Das
Music :- Bikrom Chawrok
flute :- Bitupan konwar
Guitar:- Biren tanti
#Chawrok_Music
#Rajib_Rajib
#Luhit_Gogoi
#Baghjan
©All Copyright Reserved - Hudba
Hundor rajib da
Dhuniya
বৰ সুন্দৰ হৈছে গীতটি। বাঘজানৰ টেলখাদৰ হৃদয় বিদাৰক দুর্ঘটনাই গণশিল্পী গৰাকীৰ হৃদয়খন ভাঙি থৈ গ'ল...! সূৰ্য্যদাই প্ৰায়ে সেই দুখ মোৰ আগত ব্যক্ত কৰি আহিছে। প্ৰথম বাৰ দুখজনক বাতৰিটো পায়ে সূৰ্য্যদালৈ ফোন কৰোঁতে কৈছিল মোক..."বাঘজানৰ কলিজাখন কোনেনো জ্বলালে...?" সূৰ্য্যদাৰ মুখত প্ৰথম বাক্যশাৰী শুনিয়ে মই কৈছিলোঁ..."দাদা, এইটো দেখোন এটি সুন্দৰ গীত হ'ব...কলম চলাই যাওক...!" সূৰ্য্যদায়ো মোৰ অনুৰোধক উপেক্ষা নকৰিলে...। হৃদয়ৰ গভীৰ অনুভৱেৰে বাঘজান বাসীৰ দুখৰ সমভাগী হৈ তেখেতে এই গভীৰ অনুভৱৰ গীতটিৰেই বাঘজানবাসীৰ প্ৰতি সহমৰ্মিতাৰে গভীৰ সমবেদনা প্ৰকাশ কৰিছে। গীতটি সুৰ কৰিও সূৰ্য্যদাই প্ৰথম মোকেই শুনাইছিল...। তেখেতৰ উদ্দীপ্ত কণ্ঠত প্ৰথম শুনাৰ পৰম সৌভাগ্য মোৰেই হৈছে। আপোনালোক দুয়োৰে কণ্ঠত এই গীতটি শুনিও ভাল লাগিল... মুগ্ধ হ'লো শুনি। গীতৰ গায়কীত উজনি অসমৰ ঠাঁচ আহি পৰিছে...শব্দৰ উচ্চাৰণটো...। হৃদয় আলোড়িত কৰা এই গীতটি যুগমীয়া হৈ ৰ'ব...বাঘজানৰ কলিজাৰ বিননি গীতটিয়ে সদায়ে অনুৰণিত কৰি থাকিব... আমাৰ অন্তৰত...! গণশিল্পী গৰাকীৰ এটি সুন্দৰ উপহাৰ আমাৰ বাবে...। সুন্দৰ গীতটিৰ বাবে তেখেতৰ লগতে আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ...।।💐💐💐
সুন্দৰ গান ।
Hosakoi 😭😭 bhal hoisy song tu.. 🙏bhogoban usort atai parthona jolde hakh hok homoisa bur .🙏
মিউজিক একদম জুই😍😍 বিক্ৰম
ৰাজীৱদা সঁচাকৈয়ে আপোনাৰ এই গীতটো ও সমসাময়িক। মই আপোনাৰ গান খুবেই ভাল পাওঁ শুনি।
প্রিয় শিল্পী❤
সচাকৈ ইমান ধুনীয়া গান,আৰু তুমাৰ গান বীলাক বহুত বহুত ভাল লাগে মোৰ,তুমি আৰু বহুত আগুৱাই যোৱা, আৰু বাঘ জান বাশি ৰাইজক অতি সোনকালে আগৰ অবস্থালৈ ঘুৰি আহক ভগৱান অৰ ওছৰত প্রাথনা যনাইছো 🙏😭🙏
অনুপম,,,অপূৰ্ব,,,,
Maja
বৰ ভাল আপুনি আৰু আগুৱাই জাবলৈ আখিবাদ থাকিলে ইতি তুমাৰ ভাই
Khub Hundor Rajib Da
ৰাজীৱ সদিয়া এজন প্ৰকৃত দেশ প্ৰেমিক , প্ৰকৃত গানৰ গীতিকাৰ - সুৰকাৰ ♥️
ৰাজীব দাদা ❤❤
বহুত ভাল হৈছে গীতটো...লগতে বিক্ৰমৰ music বহুত ভাল হৈছে...
সুন্দৰ উপস্থাপন ৰাজীৱ দা😢😢
So nice song
ৰাজীৱ শদিয়া আৰু মহেন্দ্ৰ হাজৰিকা দেৱৰ কণ্ঠ❤️❤️❤️
লোহিত গগৈ
mahendra hazarika nhoi... ekei hunibole
Lohit gogoi
লুহিত গগৈ আৰু ৰাজীৱ শদিয়া হয়
সুন্দৰ ককাইহত।
Bohut dhunia hoise git to❤
Beutiful.song.kesa mati tezor gan. Bohut val lagil
Ati Hundorr 💓💓Kokaideu
Nice Rajipbaba
Hundor lagil.. ro new gan apunar hunibo mon thkil.. jai I axom
Music vl hoise bikrom da apuni aguwai jauk tare kamona........🌷🌷🌷🌷🌷🌷🌷
Super.......ki kom ......hajar bar hunileu apunar hur hepah nopolai Rajib Da.....Love from Sadiya.....
Bohut vl lagilll❤️❤️❤️
hundor hoise
Tumi hodai ❤️🔥🔥🔥😘😘❤️💙
❤️❤️.. Gitu2 Dhuniya lagise.. ❤️❤️
Ba ba gar rim rimai dei.....apunaloike 🔥🔥🔥🔥
Mojaaaaaaaa
🎧🎧🎧🎧🎧🎧
ৰাজীৱ দা আপোনাৰ প্ৰতিটো গানে অৰ্থ বহন কৰে লগতে সুৰটো বহুত ভাল লাগে
ককাই ভাল লাগিল
হৃদয়স্পৰ্শী
সুন্দৰ হৈছে ককায়দৌ
সুন্দৰ হৈছে
মজা।
Nice Rajip dada
বহুত ভাল লাগিল ৰাজিব দা
Val lagel gantu dada
Bhut Val lagise hunibole dada👍
সুন্দৰ ককাইদেউ
Bohut val lagise
Mon tu sui gol
hundor.song.apuni.aru.akbahi.jaok.
Bor dhunia hoise o gaan 2 kokai
ৰাজীৱ ককাইদেও🙏🙏🙏
সুন্দৰ ককাইদেউ ।।
Joi ai assam
Val lagisa Rajiv da
Bhut bhut vl lgil dada
গাৰ নোম শিয়ঁৰি উঠিছে,,,,শুনি শুনি
ককাই বৰ সুন্দৰ ,
Awesome
Nice
মজ্জাহ 👌👌👌👍
Great song
Nice Taupe dada
❤️🔥
Bohut Val lagil huni
Val lagil dada
Bht vl lagil dei rajib da
ৰাজীৱ দা আপোনাৰ মাজত মই/আমি সুধাকণ্ঠ জনক বিচাৰি পাওঁ।
Bohut val lagil bujai kobo najanu rajib daa.
I love rajib da
Vry nice song.....HRT...🙏👌
Bohut val lagil dada
Nice song
তেজেদি গান শুনিলে তেজ পিৰ পিৰাই যাই অই ককাই হত
Hundor 🙏
Mon sui gol gaantuye
hundar
👍🙏
Val lagil gan2 huni
বহুত ভাল লাগিছে আপুনাৰ গান হুঁনি আৰু আখা থাকিল পিছৰ গানতু সুনিব.....ককাই দেওঁ 😉😉😉
মজা
,ভাল. লাগিল শুনি ককাইদৌ😊😊
এনেধৰণৰ গীত শুনি থাকিব পাম বুলি আশা থাকিল
Hundor
Bujabo nwara vhakha hune hedoy vhage goise ow dada
Bor val lagil gitu huni.....
Joy I axom
My favorite Song nd singer.
🙏🙏🙏
Val hoisy kokai
💞💞😭😭
Very nice
Hunddor kokai
তোমাৰ গান মোৰ ভালেই লাগেই
তাতকৈ বেচি তোমা মাতটো বেচি ভাল লাগে কিয় নাজানো
100% like you
😢😢😢😢😢🙏🙏❤❤
Hundar kokaideu
Rajiv sodiya আমাৰ শদিয়াৰ গৌৰৱ
গাৰ নোম শিয়ঁৰি উঠে ঐ ককাই
Singer name?
Rajib sadiya & Lohit gogoi
Kobly vakha ni oo kiman kostor majot din bur par korib logia hoise kbl bagh jaan nhoi oo bahjaan r usrty thoka notun gaon khn u bht kosto t din par korise emn sound ru vumikompo kobly vakha ni
Nice Rajipbaba
সুন্দৰ হৈছে
সুন্দৰ ককাইদেউ
Bhut val lagise