নামঘৰ (Namghar) - Achurjya Borpatra | Pankaj Bora | Dhrubajyoti Dutta

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • Presenting নামঘৰ (Namghar) by Achurjya Borpatra exclusively on Achurjya Borpatra Official.
    শিল্প সংস্কৃতিৰ পৰিকল্পনাৰে
    আচুৰ্য বৰপাত্ৰৰ
    নামঘৰ
    কথা আৰু পৰিকল্পনা: ধ্ৰুৱজ্যোতি দত্ত (আদিত্য)
    সুৰ-সংগীত : পংকজ বৰা
    খোল/নেগেৰা/পাৰ্কাচ্যন: পংকজ বৰা
    মেলডী ডিজাইন: ভাদ্ৰকান্ত দাস
    টোকাৰী: গৌতম শইকীয়া
    সাব্দযন্ত্ৰী: ৰিপুঞ্জয় শৰ্মা
    শব্দ সংমিশ্ৰণ - দিগন্ত বৰদলৈ
    পোষ্টাৰ ডিজাইন: ৰিতুপৰ্ণ বৰা
    Label: AB Production
    Music Publisher: Eikhon Axom Hoi Bhai Media
    Special Thanks: মিন্টু বৰতামুলী, চন্দন বৰতামুলী, মিন্টু তামুলী,ৰূপতৃস্না দত্ত, মীনাক্ষী শৰ্মিষ্ঠা, ভাস্কৰ বৰা
    [SOCIAL]
    Achurjya Borpatra
    INSTAGRAM: / achurjya_borpatra
    FACEBOOK: / achurjyaborpatraofficial
    Digitally powered by Eikhon Axom Hoi Bhai Media
    Web: eahbmedia.in
    © ℗ AB Production. All Rights Reserved.
    #Namghar #AchurjyaBorpatra
    NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.

Komentáře • 543

  • @jyotikaboruah7255
    @jyotikaboruah7255 Před rokem +77

    যি গানেই নহওক কিয় আচুৰ্য দা সদায় প্ৰিয় 💝 তেওঁৰ গানবোৰৰত এক সুকীয়া মাদকতা আছে ❤️💝 বহুতো মৰম ধেমাজিৰ পৰা❤️🤗

    • @mdeditor7146
      @mdeditor7146 Před rokem +5

      Xosakoi

    • @DipankarChamuah-hn2bx
      @DipankarChamuah-hn2bx Před 11 měsíci

      ​@@mdeditor7146😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @SSV-CYCLE509
      @SSV-CYCLE509 Před 11 měsíci

      ❤❤❤❤❤❤❤❤❤❤❤❤1ককককক

    • @jahnobphukon
      @jahnobphukon Před 11 měsíci +1

      hoi da

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci

      @@SSV-CYCLE509 সচা আপোনাৰ যিকোনো কোনো গীততে সুন্দৰ এটা মাদকতা আছে, ইমানকে কও,,,,,,

  • @parthabaruah8627
    @parthabaruah8627 Před rokem +21

    সকলোকে পৱিত্ৰ ভাদ মাহৰ ভক্তিভৰা শুভেচ্ছা জ্ঞাপন কৰিলো । কৃষ্ণ শংকৰ ❤️🙏

  • @debeswarchetia6566
    @debeswarchetia6566 Před rokem +11

    ❤ সুন্দৰ হৈছে পবিত্ৰ ভাদমাহৰ শুভেচ্ছা জ্ঞাপন কৰিলো। কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @rinkudutta348
    @rinkudutta348 Před rokem +13

    হৰি গীত মোৰ সদায় প্ৰিয়,, ধন্যবাদ আচুৰ্য দাদা, আগুৱাই যাওক♥️ সদায় সুন্দৰ নিদৰ্শন লৈ

  • @babusaikia7886
    @babusaikia7886 Před rokem +21

    সুন্দৰ হৈছে ককাইদেউ ❤ পবিত্ৰ ভাদ মাহৰ সকলো ভক্ত প্ৰাণ ৰাইজলৈ বহুত বহুত শুভেচ্ছা জনালো 🙏🙏🙏🪔🕉️

  • @animekhchutia2514
    @animekhchutia2514 Před rokem +6

    কৃষ্ণ প্ৰভূ সকলোৰে ওপৰত কৃপা দৃষ্টি ৰাখিবা ।

  • @BtthFactsFun4u
    @BtthFactsFun4u Před rokem +7

    কোনে কোনে হৰিনামটো এবাৰতকে বেছি হুনিছে কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏জনাব !

  • @jibonjyotigogoijibonjyotigogoi

    ভাদ মাহৰ আৰম্ভ নিতে , অসমৰ জনপ্ৰিয় আচুৰ্য দায়ে এটা মধুৰ হৰিৰাম অসমৰ ৰাইজলৈ আগ বহলে.....সুন্দৰ হৈছে আচুৰ্য দা......❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 9 měsíci +2

    সুন্দৰ অতি সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক গীত শুনি মই অতিকৈ আনন্দ পাও সেয়ে, আপুনি গাই যাওক চোন আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ,,,

  • @saurabhkalita1343
    @saurabhkalita1343 Před rokem +2

    নামঘৰ আমাৰ বাবে সাহস, যেতিয়াই গাঁৱৰ নামঘৰ ভাগৰ আগে অহা যোৱা কৰু,বাতচৰাত সেৱা এভাগ কৰিলেই মনটো মুকলি হয়, জীৱনৰ বাকী চিন্তা ভাৱনা আঁতৰি যায়!
    কৃষ্ণ কৃষ্ণ

  • @Nobojyotikalita534
    @Nobojyotikalita534 Před rokem +17

    আচ্যোয দাৰ গীত সুনি বহুত ভাল লাগে আৰু তেওঁ গানলৈই বহুত মানুহ অপেক্ষা কৰি থাকে এই গীত টো সুনি বহুত ভাল লাগিল আশা কৰো মোৰ ভিদিঅ বোৰ আপোনালোকে চাব ধন্যবাদ জয় আই অসম

  • @motivesortz
    @motivesortz Před rokem +14

    পবিত্ৰ ভাদ মাহৰ শুভেচ্ছাৰে কৃষ্ণ কৃষ্ণ

  • @Bikikumardas230
    @Bikikumardas230 Před rokem +11

    ভাদ মাহৰ আৰম্ভনিতে এটি সুন্দৰ হৰিনাম, সুন্দৰ হৈছে❤

  • @BabyHazarika-bn3ts
    @BabyHazarika-bn3ts Před 2 dny +1

    কৃষ্ণ কৃষ্ণ❤❤❤❤❤❤

  • @anuragdeka8764
    @anuragdeka8764 Před rokem +4

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @jutraban_deka
    @jutraban_deka Před rokem +3

    সকলো লৈকে পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ কৃষ্ণ 🙏

  • @tulanguhain7094
    @tulanguhain7094 Před rokem +4

    ❤❤❤ Roi asu

  • @kamalnath4925
    @kamalnath4925 Před rokem +2

    কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে দাদা, জুবিন দাৰ পিছত যদি কোনোবা আছে আপুনি ❤❤হৰি নাম🙏🙏

  • @swapneeldas793
    @swapneeldas793 Před rokem +25

    ভাদ মাহৰ বিশেষ উপহাৰ 🙏❤️ ‌শুভকামনা থাকিল সকলোলৈ ✨❤️

  • @kangkandeka5890
    @kangkandeka5890 Před rokem +2

    কৃষ্ণ 🙏🙏জয় গুৰু শংকৰ🙏

  • @riturajnilimofficial6384

    দাদা আপোনাৰ গীত শুনি বহুত ভাল লাগে। বহুতো মৰম আশীবাদ কৰিছো আপুনি আৰু আগুৱাই যোৱা।
    কৃষ্ণ
    মই দৰংজিলাৰৰ হাপামাৰাৰ ,বুঢীনগৰৰ পৰা কৈছো।

  • @digantaburagohain3602
    @digantaburagohain3602 Před rokem +2

    বাঁহী বজোৱা জন কোন বাৰু,, শদিয়াৰ পৰা মৰম যাচিলোঁ দাদা কৃষ্ণ 🙏

  • @DipankarBorah740
    @DipankarBorah740 Před rokem +13

    প্ৰিয় কন্ঠশিল্পীৰ আকৌ এটি ভক্তিমূলক গীত ❤❤( Love You Achurjya Daa❤)

  • @kanakthengal1617
    @kanakthengal1617 Před rokem +1

    প্ৰবিত্ৰ ভাদ মাহত আপোনাৰ এই উপহাৰ সঁচাই সলাগ লবলগীয়া । আৰু আশা কৰো ❤❤❤❤

  • @dibakar022
    @dibakar022 Před rokem +5

    আচুৰ্য দাৰ গান সদায়েই প্রিয়❤❤❤

  • @Sumi3132..
    @Sumi3132.. Před rokem +2

    #সকলোলৈকে পৱিত্ৰ ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ❤️😍
    #কৃপাময়ে সকলোকে কুশলে ৰাখক🌼❤️🙏🙏🙏

  • @dpcreation3d
    @dpcreation3d Před rokem +6

    Krishno krishno kokaidaw ❤❤

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci

      সুন্দৰ আৰু পুৱা এনে গীত পৰিৱেশন কৰি লে মনতে সুখ অনুভৱ কৰো,, ইমানকে কও,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci

      হুম ঃ,,,সেয়ে, আপুনি গাইযাওকচোন,,,,ভগৱনতই নিশবই সৎ উদ্দেশ্যেৰে আপোনাৰ বাবে সুখদিব,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci

      সচাই নামঘৰ আমাৰ মানত শক্তি ৰআসন, আৰু ইয়াৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কামৰ বাবে বল পাও,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci

      সূনদৰ পুৱা তে এনে গীত পৰিৱেশন কৰি লে মনতে সুখ অনুভৱ কৰো আৰু ভগৱানৰহকত থকা বুলি অনুভৱ কৰো,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci

      সুন্দৰ অতি সুন্দৰ আৰু সচাকৈএই সুন্দৰ গীত টিত বহু কথাই কয়,,,সেয়ে একে সুৰতে মইআপোনাৰ শূভ কামনা জনালোঁ,,,

  • @souravsaharia7056
    @souravsaharia7056 Před rokem +2

    কৃষ্ণ কৃষ্ণ 🙏🙏😍 বৰ ধুনীয়া ❤️

  • @Chaolanghen
    @Chaolanghen Před 11 měsíci +1

    অনুপম হৈছে
    আপ্লুত হলো
    কৃষ্ণ কৃষ্ণ👏👏👏

  • @ankurchamuachannel5191
    @ankurchamuachannel5191 Před rokem +3

    কৃষ্ণ কৃষ্ণ❤❤🙏🙏🙏🙏🙏

  • @pbaxompuwali
    @pbaxompuwali Před rokem

    Hundor hurere hundor git ti gaise 2,3 bar huniyu hepah pola nai.......achurjya dar git bur huni bohut bohut val lage amar lakhimpur pora ❤❤❤❤❤❤❤

  • @ZuginRajBorah
    @ZuginRajBorah Před rokem +2

    Good morning kokaideu mozza kisno ram hori 🙏

  • @uttamcreation1593
    @uttamcreation1593 Před rokem +1

    সু প্ৰভাত 😇😍😍🙏 বহুত বহুত ভাল লাগিল হৰি নামটো শুনিব পাই তাতেই আকৌ আপোনাৰ কণ্ঠত।।

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏❤️

  • @jayantadas3028
    @jayantadas3028 Před 11 měsíci +2

    কৃষ্ণ 🙏🙏🙏🙏

  • @DDMUSIC560
    @DDMUSIC560 Před rokem +1

    কৃষ্ণ জয় গুৰু শংকৰ 🙏

  • @rituparnagogoi1950
    @rituparnagogoi1950 Před rokem

    Achurjya Dada❤️ শতকুতি.... প্ৰণাম...🙏🙏❤️.......

  • @dhunsaikiya8354
    @dhunsaikiya8354 Před rokem +1

    Hundor hoise achurjya da..💓💓💓

  • @user-jq6bs9xp1r
    @user-jq6bs9xp1r Před rokem +2

    জয় কৃষ্ণ❤️ সকলোকে ভগৱানে যাতে কুশলে ৰাখে 🕉️

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Před rokem +2

    ❤️🙏 কৃষ্ণ ❤️🙏

  • @parismitaborah5098
    @parismitaborah5098 Před rokem +2

    এনেয়ে তেওঁ প্ৰিয় তাতে আকৌ হৰি নাম উফ্❤️

  • @kalendas1935
    @kalendas1935 Před rokem

    Krishno krishno probhu🙏🙏🙏🙏🙏❤️❤️❤️❤️ dhoinyobad dada

  • @DeepjyotiNath-kq2ug
    @DeepjyotiNath-kq2ug Před rokem +5

    Waiting for song Achurjya da ❤❤ my favourite singer ❤❤

  • @rinkudutta348
    @rinkudutta348 Před rokem +2

    লগতে আপুনি দেৰগাঁও ৰ ভিনিহি শুভেচ্ছা যাচিলো,

  • @nilutpalofficial877
    @nilutpalofficial877 Před rokem +1

    🙏হৰিনাম মোৰ এনেও প্ৰিয় , তাতে আছুৰ্জ দাৰ কন্ঠত ওফ😗 । কি মজা হৈছে ।

  • @RahulGogoi-yv6lm
    @RahulGogoi-yv6lm Před rokem +1

    Apunak ki Kom aruuu Dada love from dibrugarh কৃষ্ণ কৃষ্ণ 🫶❤️‍🩹👍🙏

  • @ratulsaikia8998
    @ratulsaikia8998 Před rokem +2

    কৃষ্ণ❤🙏

  • @himrajphukan7466
    @himrajphukan7466 Před rokem +1

    Bor vall lagil dey horinam2 ❤️❤️❤️❤️

  • @richapriyabora9195
    @richapriyabora9195 Před rokem

    Adityar dara likhito achyujyar gantur huvo muktir hmyt uposthit thaki njoke dhanya manisu.thanks Aditya ru Achurjya❤❤.Bohut val lagil.gan tu u bor hundar hoise👌👌👌👍❤❤

  • @akankhyabora29
    @akankhyabora29 Před rokem +2

    ধুনীয়া হৈছে আচুৰ্য্যদা আৰু শুভেচ্ছা থাকিল খুৰা। আগলৈও যাতে আমি এনে সুন্দৰ সুন্দৰ গীত শুনিবলৈ পাও, আশা থাকিল।

  • @bitupanphukan9139
    @bitupanphukan9139 Před rokem +1

    বহুত বহুত সুন্দৰ দাদা,,,আপুনি বহুত ভাল ভাল দিহানাম আগবঢ়াই গৈছে ,,,এনেদৰে আগলৈও শুনিবলৈ পাবলে ঈশ্বৰে আশীৰ্বাদ কৰক,,,,

  • @bipulnath707
    @bipulnath707 Před rokem +1

    কৃষ্ণ কৃষ্ণ সুন্দৰ কণ্ঠ নিগৰাইছে সুনি ভাল লাগিল ❤

  • @MrXOmpran
    @MrXOmpran Před 7 měsíci +1

    Thumbnail অত আঠখেলীয়া নামঘৰ ❤🙏

  • @Dhuwasang222
    @Dhuwasang222 Před rokem +3

    জয় গুৰু‌ শংকৰ🙏🙏🙏💗💗

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Před rokem +1

    জুবিন দা❤ আৰু আচুৰ্য দাৰ ❤
    ভক্তিৰ গীতবোৰ
    ৰসাল।।

  • @debojit_s2004
    @debojit_s2004 Před rokem

    Bare bare huni thakibor mn goise ❤ati hundor ❤️❤ kishno ❤love from Golaghat ❤️🙏

  • @hirentamuly8614
    @hirentamuly8614 Před rokem

    সুন্দৰ হৈছে।কৃষ্ণ🙏

  • @bikashdasbd1389
    @bikashdasbd1389 Před rokem

    অতি কৈ প্ৰিয় আপুনি সুন্দৰ হৈছে ককাই লগ পোৱা আশা আছে ❤লগ হ'ম

  • @trishaaapathak2
    @trishaaapathak2 Před rokem +1

    বৰ ভাল লাগিল গান টো দাদা ধন্যবাদ 🙏

  • @debikachutia-lr9ni
    @debikachutia-lr9ni Před rokem +1

    Bohut Val lagil huni 👌👌😍😍🙏🙏🙏

  • @mridushmitakalitamridushmi1210

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před rokem

      Krishna,krishna ,,,hundar Hundar,, hoisey anedharanor Geet huniley monot bhagawanor prati bhakti bhaab aahey heye aapuni gaaojauksun,,,,, KrishnaBhagawaney nisoykoi aapunak,,,hohaikorib,,,,,,,,,

  • @parthaprotimbora4319
    @parthaprotimbora4319 Před rokem +2

    শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ❤️❤️❤️

  • @sharatgogoi869
    @sharatgogoi869 Před rokem

    Ji ganei nohok kiyo achurjya da konthot ata hukiya madokota ase aru mur babe achurjya da hodai priyo my favourite singer acharjya da ❤️ golaghator pora apunaloi morom aru akhirbad jonaisu ❤🙏🙏

  • @joyaiaxom5107
    @joyaiaxom5107 Před rokem +1

    Jogot Guru dre ai gaan tu xokolue jate akuwali loi 🌸
    Love from Nagaon ❤

  • @parthaborah4745
    @parthaborah4745 Před rokem +2

    Waiting 🎉

  • @reyanmanlong12
    @reyanmanlong12 Před rokem

    Krishna bohut val lagile sewa jonalu Krishna 💐💐💐🙏🙏

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před rokem

      hundar Hundar Hundar anekuwa Geet huniboloi paley jay monot bhagawanor prati manot khubei bhakti bhaab brahai atekey

  • @usharanirabha8158
    @usharanirabha8158 Před 26 dny +1

    হৰি হৰি 🙏

  • @prasantaboruah8513
    @prasantaboruah8513 Před rokem +1

    Bor hundor hoise bro 🎉💕❤❤

  • @jaydeepbhakat-rj6ke
    @jaydeepbhakat-rj6ke Před 11 měsíci +1

    Krishna Krishna 🙏🏻🙏🏻

  • @madhabboro2813
    @madhabboro2813 Před rokem +1

    ❤❤❤ Bohut dhuniya hoise bro ❤❤❤

  • @NibashDutta-pb6ux
    @NibashDutta-pb6ux Před rokem +1

    Jai shree Krishna ❣️

  • @psychotiger1789
    @psychotiger1789 Před rokem +1

    Krishna pravu ♥️♥️♥️🙏🙏🙏

  • @monzil724
    @monzil724 Před rokem +1

    মোৰ আপোন মানুহজন ❤️ আপোনাক যদি এবাৰ লগ পাওঁ তেনেহʼলে হাঁহি হাঁহি মৰিবলৈও সাজু মই ❤️‍🩹🫂

  • @swapnilkashyap535
    @swapnilkashyap535 Před rokem +1

    আমাৰ জিলা গোলাঘাটৰ সনমান তুমি। ❤

  • @funicegaming8972
    @funicegaming8972 Před rokem +3

    Next level 👀🔥🥂

  • @BituponKachari
    @BituponKachari Před 8 dny

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @rukminibaruah8665
    @rukminibaruah8665 Před rokem +1

    Xosakoi bahut vall lagil

  • @Pratikshagogoi-zy6zf
    @Pratikshagogoi-zy6zf Před 14 dny

    কৃষ্ণ কৃষ্ণ 🙏❤

  • @arupjyotibordoloi
    @arupjyotibordoloi Před rokem

    কৃষ্ণ🙏 জয় গুৰু শঙ্কৰ🙏

  • @Practiceassam3863
    @Practiceassam3863 Před rokem

    Dhunia lgise achurjya borpatro no 1

  • @user-nb3wy4kx1u
    @user-nb3wy4kx1u Před rokem +1

    Athkhelia r alekh morom dada 💝💫

  • @hirakentertainment2384

    Ram Ram ..love❤from jamugurihat🙏🏻💕💕

  • @assamesevawna8575
    @assamesevawna8575 Před rokem +2

    আজি শুভ মুক্তি দিনটোত থাকিব পাই সঁচাই ভাল লাগিল দাদা , সুন্দৰ হৈছে ❤❤

  • @rocktimsaikia3900
    @rocktimsaikia3900 Před rokem +1

    Val lagil xuni gan 2 ❤❤

  • @bhaskorassam1626
    @bhaskorassam1626 Před rokem

    Uf dada ki hundor ❤apunar matot hokolu ganei parn pai uthae❤❤

  • @PranabjyotiMahanta-ys3pw

    Krishna Krishna 🙏🙏🙏 next level 😍

  • @majulianboyjaydeep4158
    @majulianboyjaydeep4158 Před rokem +1

    বহুত ভাল লাগিল, ❤ জয় গুৰু শঙ্কৰ

  • @sasanka_deka
    @sasanka_deka Před rokem +1

    জয় গুৰু শংকৰ 🙏

  • @chinmoynath5414
    @chinmoynath5414 Před rokem +1

    Krishna ❤vishnu pravu🙏

  • @Pankajhazarika-Golaghat
    @Pankajhazarika-Golaghat Před rokem +2

    Wating dada

  • @utpalgogoi2music
    @utpalgogoi2music Před rokem

    কৃষ্ণ কৃষ্ণ ৰাম 🙏

  • @jintumonibora841
    @jintumonibora841 Před rokem +1

    কৃষ্ণ ❤❤

  • @EDUCATIONFORSTUDYJINTU

    জয় গুৰু শংকৰ 🙏🏻❤️

  • @nibeditabaruah7115
    @nibeditabaruah7115 Před rokem

    ভাল লাগিল শুনি।আকৌ এটি সুন্দৰ উপহাৰ দিলে দেই

  • @p.g.productionsmusical
    @p.g.productionsmusical Před rokem +1

    ❤❤❤ Krishna 🙏

  • @nilakhisonowal5032
    @nilakhisonowal5032 Před 16 dny

    Krishna krishna 🙏🙏🙏👏👏

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Před rokem

    🙏 কৃষ্ণ কৃষ্ণ 🙏

  • @kingkohli4856
    @kingkohli4856 Před rokem +1

    জুবিন dar পিছতে ভক্তিমূলক গীত গোৱা দ্বিতীয়জন ভালপোৱা মানুহজন achurjya দা আৰু এনেধৰণৰ ভক্তি মূলক গীত শুনিবলৈ পায় থাকিম আশা কৰিলোঁ।

  • @priyashi_chutia
    @priyashi_chutia Před rokem

    ❤bohut val lagil huni achurjya da ru khura💕

  • @songitaborah5305
    @songitaborah5305 Před rokem +1

    অতি সুন্দৰ শুনি বহুত ভাল লাগিল 🙏🙏🙏