ভাওনা || ম'হিৰাৱণ || Muhirawabon 🤩😱 || সকলোতকে ধুনীয়া প্ৰৱেশখন || vauna || Bhouna
Vložit
- čas přidán 27. 07. 2023
- #ভাওনা #vauna
ভাইৰেল প্ৰৱেশ।।মূহুিৰাৱণ।।ৰাইজৰ দৃষ্টিত আকৰ্ষিত সকলোতকে ধুনীয়া প্ৰৱেশ আগবহালো@bikash63148
ভাইৰেল হৈ পৰা প্ৰবেশ খন ।। সৌদ অসম ভাওনা প্ৰতিযোগিতা স্থান পোৱা ভাওনা খনৰ এখন মন জয় কৰা ভাওনা প্ৰবেশ ৰ video এটা আগ বহালোঁ।
আৰু এখন ধুনীয়া নাট ৰ ভাওনা চালে গম পাব🙏। সদৌ অসম ভাওনাৰ প্ৰতিযোগিতা ত স্থান পোৱা ভাওৰীয়া উৎপল দত্ত দাদা ৰ দুদান্ত অভিনয়। লিংক ( link ) 👇👇👇
• ভাওনা || নৃসিংহ মুৰাৰি...
ধন্যবাদ🙏🙏🙏
ভাওনা সংস্কৃতি
ভাওনা আৰম্ভণি গীত
ভাওনা যুদ্ধ
ভাওনা গীত
ভাওনা প্ৰতিযোগিতা
ভাওনা অসমীয়া
ভাওনা প্ৰৱেশ অসুৰ
ভাওনা সূত্ৰ
ভাওনা দৈত্য প্ৰৱেশ
#anupambitupan
#bumoni
#broklendboy
#vauna
#vaunavideo
#assam
#assamese
#ভাওনা
#vaunavideo
#গুৰুজনাৰ সংস্কৃতি
@Bikash63148
কন্ঠ ধুনীয়া.. ❤❤
ধন্যবাদ 😊🙏
😂😂😂
প্ৰৱেশতো তালত খোজ পৰা নাই একণমান শিকিৱ চেষ্টা কৰক ❤ From Bokakhat
CZcams ত upload দিলে তেনেকুৱা হয় কেতিয়াবা।
🙏🙏
Dhoinabad 🙏
First dakhilu aikhn probekh ❤ val lgisa.. ❤
ধন্যবাদ😊🙏
🔥🔥🔥🔥🔥🔥 bulihe kolu logote duhar🙏🙏🙏🙏
Anekua vawna CZcams t he dekha pai asu...Protokhyo vabe sabole mon jai ...Kun jegar hoi baru
Dhoinabad 🙏...enekuwa vauna sabloi amr channel tu lgt jorita thakib...competition vauna hoi namoni falr
majaa
Tnq brother ❤️
অভিনয় নিখূট আৰু যথাযথ হোৱাই
নহয় অতি মনোগ্ৰাহী হৈছে।ধন্যৱাদ।
হয়, সঁচাকৈ বহুত সুন্দৰ হৈছে।☺️আপোনাৰ মতামত পাই ভাল লাগিল ধন্যবাদ,লগতে আপোনাৰ লোকলৈ আৰু এনেকুৱা ভিডিও আগ বহাম 🙏❤️
Dhuniya, 💘, Great🎉
ধন্যবাদ☺️🙏
Bahut sundar abhinay. Bar dhunia pravesh korisa. Dhainyabad.
ধন্যবাদ 🤍🙏
Moja prabesh.dada kot hoi
ধন্যবাদ দাদা 🙏❤️।নামনি অসমৰ হয়,কম্প্তিছন ভাওনাৰ।
Kun jegar hoi
বিশ্বনাথ চাৰিআলি ৰ হয়।
Nice ❤
ধন্যবাদ ❤️😊
Kor hoi mane moi bea vabot kua nai ako amr fale enkua nhoi mane heibabe he hudhisu
মামণি অসমৰ বিশ্বনাথ ৰ হয় । বহুত ধুনীয়া হয় বাৰু জনোৱাৰ বাবে ধন্যবাদ দাদা 🙏❤️ আগলৈ যোগাযোগ থাকিব ভাওনা আহি আছে আৰু ভাল video দিম বুলি আশা কৰিছোঁ।
moi উজনি অসমৰ হয় মইও ভাওনা কৰো ভাল লাগিছে নামনি অসমৰ ভাওনা আমাৰ লগত বহুত বেলেগ চাব জাম এদিন ভাওনা তাত ভাল লাগিছে সুন্দৰ❤❤
হয়, দাদা আমিও ভাওনা কৰোঁ কিন্তু নামনি ফালে অলপ বেলেগ মই বহুত ভাল পাওঁ,আৰু জনোৱা ৰ বাবে অশেষ ধন্যবাদ দাদা ❤️🙏
Video2 mur channel t dibo parim neki
নিচিন্ত মনে দিব পাৰিব 👍
@@Bikash63148 thank you
Enekuwa khuror vauna sabo mon ase 🥺
নিশ্চয় পাবা চাবলৈ, আমৰ channel ৰ লগত জৰিত্ৰ হৈ থাকিব অনাগত দিনবোৰত মই গোটেই ভাওনা খনে upload কৰিম 🙏☺️
বিশ্বনাথ যাব লাগিব , তাত এনেকুৱা হৈ । Vall lagee
এইয়া আমাৰ বিশ্বনাথৰে
Nice
Thank you 🙏
Aikhon probekh ei hl ne...?
মোৰ দৃষ্টিত ভালে দেখিছোঁ আৰু মই বুলি নহয় বহুতে ভাল দেখিছে এতিয়া আপুনি বেয়া পাৱ পাৰে নেজনিম সকলোৰে choice একে নহ়য় বাৰু জনোৱাৰ বাবে ধন্যবাদ 🙏☺️
Ki vull pale ba apuni
প্ৰৱেশ হোৱা নাই এক তাল মিলা নাই
নেজানিম আৰু🤐
Ki pobeh korise he
ভাওনা প্ৰৱেশ হয়।
ভাওনা সংস্কৃতিৰ বিকৃত ৰূপ নিদিব। গুৰু জনাৰ সংস্কৃতি আমাৰ অতি প্ৰিয়। তেওঁ সংস্কৃতি ধৰি ৰখা তো আমাৰ কৰ্তব্য
মই আপোনাৰ কথাত সম্মত কিন্তু নামনি ফালে ভাওনা প্ৰৱেশ এনেকুৱা প্ৰাই একে আৰু আমি আমৰ সংস্কৃতি ধৰি ৰখা ৰ দায়িত্ব আছে, বহুতে ভাল দেখিছে আৰু বহুতে অলপ বেয়াও পাইছে মই আপুনি জনোৱাৰ বাবে ধন্যবাদ জনাইছো 🙏।ভুল হলে আগলৈ শুধৰাই দিব বুলি আশা থাকিল।
নামনিৰ নহয় এইয়া আমাৰ মধ্য অসম বিশ্বনাথৰ হয় ।
মোছন বেছি দেখাইছে ভাল লগা নাই ।
ভাওঁ লৈ কৰিব লগা হয়। উপাই নাই
Nat khnor namtu ki jonab
হনুমন্ত পাতল গম,মূহিৰাৱান বধ তেনেকুৱা কিবা এটা নাম আছিল অলপ পাহৰিছোঁ
Bace hoisa nake fotuya
অভিনয় হয় কৰবাত কম কৰবাত অলপ বেচি কৰিলে হে ভাল দেখাই।
ফালটো প্ৰবেশ।
জনোৱা ৰ বাবে ধন্যবদ 🙏
Vl loga nai,ki korise vori tu
এতিয়া দৰ্শকে জানিব ভালো হব পাৰে বেয়া ও হব পাৰে..। বিশেষ মই বেয়া দেশা নাই,অলপ নতুন চেষ্টা 🥺🥀
mur favorite hoi dada moi bohut bhal pao mai ato sadai sao 😊😊😊❤❤
Ki ai2 hahahahha
ভাওনা প্ৰৱেশ হয়।
Leora kela ..efale Gar mari disw