বিহু সম্ৰাজ্ঞীক লৈ বিতৰ্ক কৰিলে | সেই বিহুত ৫ বছৰৰ লৈ অংশ লব দিয়া নহব | বৰষাৰাণী বিষয়াই কি কলে |

Sdílet
Vložit
  • čas přidán 15. 04. 2024
  • বিহু সম্ৰাগ্ৰীক লৈ বিতৰ্ক কৰিলে | সেই বিহুত ৫ বছৰৰ লৈ অংশ লব দিয়া নহব | বৰষাৰাণী বিষয়াই কি কলে |
    #sk_jubahomaj
    📌গুৱাহাটী বিহু সন্মিলনীৰ ২০২৪ বৰ্ষৰ বিহু সম্ৰাজ্ঞী, বিহুৰাণী, বিহু কুঁৱৰীৰ ফলাফল ঘোষণা।
    📌ধেমাজিৰ শিৰোশ্ৰী শইকীয়ালৈ বিহু সম্ৰাজ্ঞীৰ সন্মান।
    📌ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাইলৈ বিহুৰাণী বঁটাৰ খিতাপ।
    📌ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসলৈ বিহু কুঁৱৰীৰ খিতাপ।
    📌চিৰঞ্জীৱ বৰ্মণে শ্ৰেষ্ঠ ঢুলীয়াৰ বঁটা, যদূমণি গগৈয়ে শ্ৰেষ্ঠ পেপুৱৈৰ খিতাপ লাভ কৰে।
  • Zábava

Komentáře • 35

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Před 2 měsíci +13

    বৰষা বা আপোনাক বহুত বহুত বেছি ভাল পাওঁ ❤ আপোনাৰ স্পষ্ট কথাবোৰৰ বাবে আপোনাক ভগৱানে মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🥰🙏🙏

  • @anuragkashyapcreation8060
    @anuragkashyapcreation8060 Před 2 měsíci +10

    কথাখিনি বৰ ভাল লাগিল শুনি বা । একেবাৰে সত্য।

  • @apurbadeka6823
    @apurbadeka6823 Před 2 měsíci +59

    তেতিয়াৰ কথা বেলেগ আছিল বা। কিন্তু আজিকালি আগৰ নিছিনা হৈ থকা নাই যেন অনুভৱ হয়। কিয়নো ঋতুৰ নাম কব নোৱাৰা জনীয়ে বিহু সম্ৰাজ্ঞী উপাধি পোৱাটো কিবা এটা মানি লব অলপ অসুবিধা হৈছে। যিটো প্ৰশ্নৰ উত্তৰ এজন সৰু লৰা বা এজনী সৰু ছোৱালীয়েও জানিব।

    • @sliceoflife1600
      @sliceoflife1600 Před 2 měsíci +1

      Okol proshno uttor sai nidie. Sirushree e bhal nasise

    • @rupusentertainment8050
      @rupusentertainment8050 Před 2 měsíci

      Tnte agr bsr qsn r babe ty u kyo roi gol jdi only nas r uprt dle hoi সন্মান tu lajr ktha ritu keitar nm Njna tu​@@sliceoflife1600

    • @apurbadeka6823
      @apurbadeka6823 Před 2 měsíci

      @@sliceoflife1600 যদি কেৱল বিহু নৃত্যৰ ভাল, বেয়া প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়ে ফলাফল দিয়ে। তেন্তে প্ৰশ্নৰ শিতান ৰখাৰ কোনো প্ৰয়োজনে নাছিল।

    • @JMVlogs526
      @JMVlogs526 Před 2 měsíci +1

      সচাকৈ 😊

  • @sushilkonwar7012
    @sushilkonwar7012 Před 2 měsíci +6

    মই কোন -- কেতিয়াও নকওঁ -- কিন্তু কাৰৰোঁ প্ৰতি -- আক্ষেপ নাই -- জানিও একো নাজানো -- বহুত দেখিলোঁ -- নিজৰ নিজৰ চিন্তাধাৰা --

  • @HopunorKareng-ih3ln
    @HopunorKareng-ih3ln Před 2 měsíci +6

    Bohut morom jasilu Borokha ba❤❤❤

  • @HopunorKareng-ih3ln
    @HopunorKareng-ih3ln Před 2 měsíci +6

    Val lagil ba

  • @monjurikagogoi1406
    @monjurikagogoi1406 Před 2 měsíci +5

    নেউঠনি কপাহ ৰ গুটি গুচোৱা যন্ত্ৰ। গছৰ পৰা কপাহ চিঙি আনি আমি নেউঠনী ৰ যোগেদি গুটি পৃথক কৰিছিলোঁ

  • @z..z1858
    @z..z1858 Před 2 měsíci +1

    যদি সচাঁকৈয়ে নিকা হয়, তেন্তুে বিছাৰকৰ মনত ভয় ভাব কিয় থাকে বৰষা বা?? আপোনাৰ সময়ৰ কথা বেলেগ আছিল, তেতিয়া সকলোৱে কিবা এটা পাবলৈ বহুত কষ্ট কৰিছিল। কিন্তু আজিকালি সকলো সহজলভ্য হৈছে যে।

  • @user-qc8op6co5j
    @user-qc8op6co5j Před 2 měsíci +1

    Bohut val lagil baa❤❤❤❤

  • @bhara898
    @bhara898 Před 2 měsíci +1

    Bohut vll lagil baa ❤

  • @machkhirud
    @machkhirud Před 2 měsíci +1

    val lagil tumak ba❤❤

  • @bokulboruah837
    @bokulboruah837 Před 2 měsíci +1

    Natasha,ba,Val,lagil

  • @jumandeka1818
    @jumandeka1818 Před 2 měsíci +1

    Happy rangali bihu bahut Val Iagil katha khani

  • @Lianafanpage
    @Lianafanpage Před 2 měsíci +10

    Apunr dinr ktha beleg asile hoitu tatya bias result ndiye but ajikali aibur common and aitu result r pora gom pua goise 💯 bias hoise result t

  • @karabidas-gn1iw
    @karabidas-gn1iw Před 2 měsíci +1

    Best host

  • @tanvimalakar825
    @tanvimalakar825 Před 2 měsíci +1

  • @godgaming636
    @godgaming636 Před 2 měsíci +1

    🙏🙏

  • @kumudphukan5640
    @kumudphukan5640 Před 2 měsíci +4

    সলসলিয়াকৈ কোৱা কথাখিনি শুনি ভাল লাগে ।কিন্তু শব্দ এটা অমুকাৰ ঠাইত অমুকী কোৱা হ'লে আৰু শ্ৰুতি মধুৰ হ'ল হেতেন ।

  • @meghalisenapati6498
    @meghalisenapati6498 Před 2 měsíci +1

    একেবারে সচা কথা

  • @HimaSarmah-dl2yv
    @HimaSarmah-dl2yv Před 2 měsíci +1

    Brasha ba

  • @hii01
    @hii01 Před 2 měsíci +1

    ঋতু r নামে নাজানে আৰু বিহু সম্ৰাজ্ঞী হব আহে😂😂😂

  • @MinodaHazarika
    @MinodaHazarika Před 28 dny

    Apunak kiba ata bhal lage❤😊🎉🎉 3:24 3:24

  • @ankurkalita7577
    @ankurkalita7577 Před 2 měsíci +3

    Kun sonot Barsha Bai bihu samragi t participate korisil baru??

  • @meghalisenapati6498
    @meghalisenapati6498 Před 2 měsíci +3

    অমুকা-অমুকী ।

  • @sumayaDM
    @sumayaDM Před 2 měsíci +2

    আমুকা নুবুলি আমুকি বুলিব...আমুকা পুংবাচক শব্দ

  • @GitaliBoruah-qt9vn
    @GitaliBoruah-qt9vn Před 2 měsíci +9

    Buji npalu ritu name kaita njona suali joni knakoi winer hol😢

  • @S.M.8439
    @S.M.8439 Před 2 měsíci +3

    অমুকী

  • @jiyandeka11
    @jiyandeka11 Před 2 měsíci +2

    ritu keitare nam kba nourilee kneke bihu samragi hoi

  • @karabidas-gn1iw
    @karabidas-gn1iw Před 2 měsíci +1

    Kio nohol