বিজেপি বিধায়কৰ সমালোচনা চৰকাৰক

Sdílet
Vložit
  • čas přidán 28. 06. 2024
  • ▶️ বিজেপি বিধায়কৰ সমালোচনা চৰকাৰক
    ▶️ সমস্যাৰে জৰ্জৰিত ৰাজ্য অসম : ৰূপজ্যোতি
    ▶️ বিজেপি বিধায়কৰ অকপট স্বীকাৰোক্তি
    ▶️ গৌৰৱ গগৈক সমালোচনা নে চৰকাৰৰ বিফলতাৰ খতিয়ান
    ▶️ কিয় যোৰহাটত জয়ী হব নোৱাৰিলে বিজেপি?
    ▶️ গৌৰৱ গগৈৰ বাবে কিয় অপেক্ষা কৰিছে যোৰহাটবাসীয়ে ?

Komentáře • 124

  • @hafijursikder9104
    @hafijursikder9104 Před 2 dny +32

    অব কি বাৰ 400 পাৰ । নাইডু আৰু নিতিশে কানত ধৰি ঘুৰাই আছে মোডিক।

  • @entertainmentandexercies415

    লাখপতি বাইদেউ বনাম কৈছিল চোন বিজেপিয়ে লগতে ১২৫০ টো পাইএ আছিল কিয় নিদিলে ভোট।যিবিলাক মানুহ সজাগ সচেতন সিহঁতে ভোট দিয়া নাই।যেনে-মই লগতে মোৰ পৰিয়াল,আত্মীয়-কুটুম লগতে বৃহত্তৰ অঞ্চলবাসী।২০২৬ ৰ বাবেও সাজু আছো আমি কঁকাল ভাঙিবলৈ।

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 Před 2 dny +24

    পাগলৰ প্ৰলাপ।

  • @iftekharhussain9069
    @iftekharhussain9069 Před 2 dny +22

    😅😅😅 Hosakei Pogola dei. Moriani raije kak j MLA bonale

  • @janardanbora2803
    @janardanbora2803 Před 2 dny +7

    ইয়াৰ টিকট কটা টো খাটাং হল আৰু 2026 চনত খতা খত 😅😅😅

  • @dipankarborah8718
    @dipankarborah8718 Před 2 dny +6

    যোৰহাট বাসী কি টোৰ দৰে মূৰ্খ পাইছ নেকি? ৮৫০০ টকা বিক্ৰী যাব যে ।

  • @pranabneog6382
    @pranabneog6382 Před 2 dny +11

    বে ..বে...বে..😮😮😮

  • @assam2006
    @assam2006 Před 2 dny +15

    আপোনালোকৰ চৰকাৰে সমষ্যা সমাধান কৰিব পৰা নাই নেকি?

  • @hanseali1924
    @hanseali1924 Před 2 dny +8

    এটা কথা সছা ইমানবোৰ সমস্যা থকাৰ পিছতো চি এম ছাহাবৰ মুখত মুছলমান মুছলমান ।মুছলমান শব্দ তো আটাইকৈ বেছি মুখত অনা চিএম হিছাবে বটাহ পাবলগিয়া চিএম ।

  • @bikashhatiboruah9553
    @bikashhatiboruah9553 Před 2 dny +9

    Aijonk aibar ticket dile b.j.p jorhatot haribo

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s Před 2 dny +9

    কথা মুৰত বটা পাই‌ কথা মুৰত বটা খাই।

  • @putuldutta3803
    @putuldutta3803 Před 2 dny +4

    Adorniyo kurmi sir
    Apuni jiman homalusona koribo
    Mariyani homostit apuna vote himane komi goi thakibo
    Dhoinowad

  • @pinkusarma7526
    @pinkusarma7526 Před 2 dny +6

    15lakh tokato dile neki aponaloke.

  • @arunchbora
    @arunchbora Před 2 dny +3

    তহঁতে কি কৰিছিলি ? অসমৰ সমস্যা তহঁতে কিয় সমাধান নকৰিলি ? যোৰহাটৰ ৰাইজক সন্মান কৰিবলৈ শিকা ৷

  • @axomcomedy4587
    @axomcomedy4587 Před 2 dny +5

    কথা ক'ব নাযানা জনক কিয় কেমেৰাৰ সন্মুখত আনা

  • @TKDeka454
    @TKDeka454 Před 2 dny +3

    বাকি বেজেপি মিত্ৰজোঁট ৰ ১১জন MP আছে সিহঁতে কি কৰে তাৰ উপৰত লক্ষ্যনীয় হ'ব। লগতে অসমৰ কি কি সুবিধা কৰিব পাৰে।

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Před 13 hodinami +1

      Asoni nlagee.....asoni di di sorkar r poisa nhowa hoi free bostu tu bht beya

  • @ashimkalita9666
    @ashimkalita9666 Před 2 dny +5

    Eituk kio vote die ....eman murkho

  • @prasantasaikia8758
    @prasantasaikia8758 Před 2 dny

    আপোনাৰ লোকৰ সাংসদ সকলে কিয় একো এটা সমস্যাত মাত মাতিব নোৱাৰিলে ।সংসদত গৈ টোপনি মাৰিবলৈ নিৰ্বাচিত কৰি পঠাইছিল নেকি অসমৰ জনগণে

  • @janardanbora2803
    @janardanbora2803 Před 2 dny +2

    এই পাগল টোৱে কি বকে পিছত প্ৰশ্ন কৰিলে নিজেই কব নোৱাৰিব 😅😅

  • @rlrajibhussain4244
    @rlrajibhussain4244 Před 2 dny +3

    Congress jindabad Gau rav jindabad

  • @mrinaldutta3949
    @mrinaldutta3949 Před 2 dny +3

    Ear murot ghura gubor ase

  • @bantidas2403
    @bantidas2403 Před 2 dny

    ঘেনতা কৰিব অন্ধ অন্ধ হৈই থাকিব চোৰে কিবা কৰিব পাৰিব চোৰ চোৰে হয় দকাইট টকাইটে হয় এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ এই ক্ষেত্ৰত এটা কথা ক ও অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় অসভ অসভ হয় এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ চৰকৰ ভবিষ্যত হয় মোদিৰ এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @user-fu7ej9sh3n
    @user-fu7ej9sh3n Před 2 dny

    We need You as Member for Upcoming Rajya sabha 🎉

  • @kishoridas6447
    @kishoridas6447 Před 2 dny +1

    অসমৰ সমস্যা সংসদত উপস্থাপন কৰিবলৈ ৰূপজ্যেতি কুৰ্মীক যোৰহাট বাসীয়ে সংসদলৈ এবাৰ পঠালে ভাল হ'ব যেন পাওঁ।

  • @liakathussain8769
    @liakathussain8769 Před 2 dny +1

    Right ai jon kar buja nai cm sir

  • @huntideka1067
    @huntideka1067 Před 2 dny

    নাই নাপায় , নাপায় মানে নাপায় এখেতে একেবাৰেই মৰিয়নিৰ পৰা টিকট নাপায় যিমান তেল মাৰিলেও এখেতে কিন্তু একেবাৰেই নাপায় ।

  • @sacindradeka8192
    @sacindradeka8192 Před 2 dny

    অসমৰনো কি সমস্যা? মামাৰ চৰকাৰ আছেই দেখোন।মানে এওঁৰ মামাৰ ওপৰত বিশ্বাস হেৰালেই?

  • @Surajjamanprodhani
    @Surajjamanprodhani Před 2 dny +1

    15 Lakh ketiya dibo

  • @ujjalkonwar2859
    @ujjalkonwar2859 Před 2 dny +2

    এই ডাল ধেঙৰ কথা মূল্য নাই

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut Před 2 dny

    Congress party zindabad Gourav Gogoi zindabad 100%

  • @jayantakumarsut5924

    ইয়াক তেজপুৰ মানসিক চিকিৎসালয়লৈ পঠালে সি ঠিক হৈ যাব।

  • @dilipmahanta8479
    @dilipmahanta8479 Před dnem

    তেতিয়াহ,লে নতুনকৈ নিৰ্বাচন এটাহে ৰাইজে পাতিব পাৰে

  • @BGogoi-ps7cj
    @BGogoi-ps7cj Před dnem

    Rupjoti kurmi sir val Kota koisa.
    BJP jindabad.joi joi shree ram.

  • @pgoswami5378
    @pgoswami5378 Před 2 dny

    তেখেতে মাজে মাজে আবোল তাবোল বলকি থাকে বুলি ৰাইজে জানেই,আজিকালি সেয়ে তেখেতৰ কথাত ৰাইজে গুৰুত্বই নিদিয়ে।

  • @MinakhiDoley-if9cl
    @MinakhiDoley-if9cl Před 2 dny

    তুমি কংগ্ৰেছত থাকোতেই হওঁক বা বিজেপিতেই হওঁক নিজৰ সমষ্টীৰ বাবে অসমৰ মজিয়াত কিমানো কি কৰিছা ? তাতেই নিজৰ দলৰ চৰকাৰ । গতিকে এজন নেতা হিচাপে সদায় লোকৰ কথাকে কৈ নুফুৰি ৰাইজৰ নেতা হিচাপে অন্ততঃ 5% মান হলেও গৌৰব গগৈৰ পৰা আদৰ্শ শিকাতো একো লাজৰ কথা নহয় ।

  • @user-gb8yi9id4n
    @user-gb8yi9id4n Před 14 hodinami

    😢

  • @dhrubajyotitalukdar3320
    @dhrubajyotitalukdar3320 Před 2 dny +1

    Nijr a laj lage eyar ktha xunib..

  • @AlauddinAhmed-wv7wm

    আপোনাক বি জে পি দলৰ পৰা বিদায় দিব বি জে পি

  • @abhijitboruah9558
    @abhijitboruah9558 Před 2 dny

    এইটো কথা শুনিলে কুকুৰে ভুকি থকা যেন হে লাগে।অকমন্য বিধায়ক।

  • @alid5818
    @alid5818 Před 2 dny

    যোৰহাট বাসিয়ে আগতে হে ভুল কৰিছিল তহতক ভোট দি !

  • @CB-mi3gi
    @CB-mi3gi Před 2 dny

    Thikei koise . Gaurav rahulok etia bisaribo Lage khatakhat poisabilak. Emergency ghuxona Kora doltue lukok xonbidhanor path die. Muthor uporot dhuburi Nagaon jorhator manuh ekei....

  • @chukafaphukan7521
    @chukafaphukan7521 Před 2 dny +1

    Manuhe mukhor pora bota pai n mukhor pora gota khai.....

  • @user-hu3qy9si2o
    @user-hu3qy9si2o Před 2 dny

    এইটো বিধায়কৰ যোগ্য নে বাৰু!

  • @roondas8962
    @roondas8962 Před 2 dny +1

    Sob record ulabo 26 t

  • @amiyabaruah3534
    @amiyabaruah3534 Před 2 dny

    আপুনি মাতৃৰ কথা ৰাখিব নোবাৰিলে ।

  • @debajitsaikia4319
    @debajitsaikia4319 Před 2 dny

    কেৱল ই পাগল নহয় মৰিয়নি সমষ্টিৰ ইয়াক ভোট দিয়া মানুহ খিনি ৰাম পাগল 😂

  • @girinbora7820
    @girinbora7820 Před 2 dny

    আপুনি কেনে ধৰণৰ বাতৰি দি আছে।

  • @deephazarika887
    @deephazarika887 Před dnem

    নিজেবুজি পায়নে কি কৈছে?বকিয়ে থাকে বকিয়ে থাকে বকিয়ে থাকে বকিয়ে থাকে বকিয়ে থাকে বকিয়ে থাকে বকিয়ে থাকে বকিয়ে থাকে বকিয়ে থাকে বকিয়ে থাকে

  • @sajidzamal3206
    @sajidzamal3206 Před dnem

    মোদীৰ ১৫লাখ দিম কোৱা মালটো দি দে চোন। তাৰ পাছত তোক প্ৰণাম, নমস্কাৰ,চেলুট দিম ।ফটা লেকচাৰ নিদিবি।

  • @hariprasadpegu436
    @hariprasadpegu436 Před 2 dny

    This man like beer coming out from jungle

  • @sanatankalita9086
    @sanatankalita9086 Před dnem

    প্ৰলাপ বকিছে। দদায়েকৰ গালিত থৰকাছুটি হেৰাইছে।

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m Před 2 dny

    15lac dim buli kowatu ki hol bjp sarkar r...

  • @basantaborgohain5372
    @basantaborgohain5372 Před 2 dny +1

    কথা কেইতা কবলৈ কোনে শিকাই দিলে, বা তোক।

  • @brothersglobe5706
    @brothersglobe5706 Před 2 dny

    ঐ পাগল, তোৰ দম আছে যদি এটা সমস্যা সমাধান কৰি দেখুৱা। ছিলঙৰ মানসিক হস্পিটেলত ভৰ্তি হৈ দুবছৰ মান থাকি আহিবি। তেতিয়া বুজি পাবি গৌৰৱ গগৈয়ে কি কি কথা কয়।

  • @sahi357
    @sahi357 Před dnem

    This fellow mad man

  • @bakulboruah2026
    @bakulboruah2026 Před dnem

    ছাগলীয়ে বেবাইছে।বাকী গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।দম আছে যদি তহঁতি দাদা বিগ্ৰেড পিযুছ, মল্ল, মানৱ,দিগন্ত, মাৰ্ঘেৰিটাহঁত লগ হৈ ৰখাই দেখা।

  • @mousamkonwar9185
    @mousamkonwar9185 Před 2 dny +1

    Amar dhenu kam nai

  • @kamal__22
    @kamal__22 Před 2 dny +1

    Ripjyoti pagal

  • @nayankumarpawe2671
    @nayankumarpawe2671 Před 2 dny

    ফলাফল ঘোষণা নোহোৱাৰ আগৰ বাতৰি পাগলৰ নিউজ কিয় দিছে। অসমৰ একমাত্ৰ পাগল বিধায়ক আছে যদি এওঁয়ে আছে নেকি?

  • @user-gb8yi9id4n
    @user-gb8yi9id4n Před 14 hodinami

    আৰে বাবা আৰম্ভনি হয় যে অলপ ধজয় ধৰ

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Před dnem

    আকৌ বেবাইছে

  • @baikunthabarman2623

    খতাখত খতাখত বে বে বে বে বে বে

  • @muned6442
    @muned6442 Před 13 hodinami

    ২০২৬ তোৰ পাখি কাটিব মৰিয়নি ৰাইজে

  • @nagengogoi4770
    @nagengogoi4770 Před 3 hodinami

    মুখ খুলিলেই জ্ঞানৰ গভিৰতা ধৰিব পাৰি ।

  • @bijusaikia5372
    @bijusaikia5372 Před dnem

    নগা খত্‌ গুলী খক পলাঔ খাত্‌

  • @manashsvlogs8194
    @manashsvlogs8194 Před 2 dny

    Neja to Congress are goisa ako ahebo besaresa kejan

  • @raihanafrinhussain
    @raihanafrinhussain Před 2 dny

    😅😅😅😅😅😅😅

  • @moinuddinchisty7456

    Ako congress gomonor mon

  • @kushalsaikia7176
    @kushalsaikia7176 Před 2 dny +1

    Nk news kiA pAgol tur kotha high light kore

  • @jyotishmansaikia1513
    @jyotishmansaikia1513 Před 2 dny

    Bjp jindabad

  • @pabitragogoi8654
    @pabitragogoi8654 Před 2 dny

    মূৰ্খ হে এইটো

  • @anjansaha-nn4qo
    @anjansaha-nn4qo Před 2 dny +1

    Tak harabo lage lecture Mari thake

  • @pororforfolopjofor
    @pororforfolopjofor Před 2 dny

    ভটভটি কুৰমি

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m Před 2 dny

    mokh khuliboloi bahut time ase..

  • @PadmaGogogoi
    @PadmaGogogoi Před 2 dny

    কথাবোৰ সচা নহয়

  • @user-mp4lc9nn9j
    @user-mp4lc9nn9j Před dnem

    Aituk kunubai tejpuroi loi juwa nhole aru pagol hoi porib

  • @Aminul512
    @Aminul512 Před dnem

    Pagol pagol pagol 😅😅😅😅
    Be be be be be be be be pagol pagol 😂😂

  • @intuphukon1851
    @intuphukon1851 Před 2 dny

    Sagoli korme tomalokor 1 to kehol pahorela neko

  • @NilutpolKhound
    @NilutpolKhound Před 2 dny

    পাগল ৰুপজ্যোতি কুৰ্মি

  • @its__me-
    @its__me- Před dnem

    Bjp dhankh Kariba 😂

  • @ratulboruah1274
    @ratulboruah1274 Před 2 dny

    Betel goat

  • @dipjyotisharma7802
    @dipjyotisharma7802 Před 2 dny +1

    Oi sagoli rupjyoti

  • @user-mp4lc9nn9j
    @user-mp4lc9nn9j Před dnem

    পাগলে নকই কি ছাগলিয়ে নাখাই কি 😂

  • @khokansarkar1483
    @khokansarkar1483 Před 2 dny +3

    যোৰহাটত গৌৰৱ গগৈয়ে একো কৰিব নোৱাৰে

  • @harenbaruah430
    @harenbaruah430 Před 2 dny

    ঐ পগলা ,তই কথা নকবি, তই কিমান পানীৰ মাছ ৰাইজৰ জনা আছে। অপদাৰথ MLA আছে যদি তয়েই আছ।

  • @user-uv1bk8lv4l
    @user-uv1bk8lv4l Před 2 dny

    Kun hoi e

  • @PinkuLoing-jy5iv
    @PinkuLoing-jy5iv Před dnem

    Sagli tu kor pora ahil. Nilaj tu

  • @TCF573
    @TCF573 Před 2 dny +1

    Thapor khabi . Toi

  • @tafiurhussain3276
    @tafiurhussain3276 Před dnem

    Aitok gibonot bhorai dibo lage

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před dnem

    ছাগলী দাদা 😂

  • @RikiBorah-gk7jx
    @RikiBorah-gk7jx Před 2 dny

    Pagolok nedekhabo

  • @BijoySarmah-pt9bm
    @BijoySarmah-pt9bm Před 2 dny

    Tohot ke koreso

  • @digantachangmai1076
    @digantachangmai1076 Před 2 dny

    ছাগলী ছাগলী

  • @girinbora7820
    @girinbora7820 Před 2 dny

    অতি শুদ্ধ কথা কৈছে ৰূপজ্যোতি কুৰ্মী কোন চৰকাৰে সকলো সমস্যা সমাধান কৰিব পাৰিব এইখন চৰকাৰে মিছা প্ৰতিশ্ৰুতি নিদিয়ে আৰু বহুত কাম কৰিছে তাক স্বীকাৰ কৰিব লাগিবই আৰু কংগ্ৰেছ দলৰ চৰকাৰে মিছা প্ৰতিশ্ৰুতি দিয়াত কোনো ত্ৰুটি নকৰে সেইটো সত্য।

  • @assamesecultureassamesecul673

    Aitur Kam nai faltu

  • @user-dy3fr6mu7q
    @user-dy3fr6mu7q Před dnem

    Bokra

  • @Mkhong703
    @Mkhong703 Před 2 dny +1

    Baaa baaaaa sagoli tur kam nai kela

  • @PalashHazarika-dm4qg
    @PalashHazarika-dm4qg Před 2 dny +1

    Be be be.sagoli

  • @voyager5015
    @voyager5015 Před 2 dny

    Jibor xomosya Congress-e 60 bosor xoxon korio xomadhan koribo nuwarile, BJP 8 bosorote-i koribo laage? Congress pora kimaan maal loise tohot-r channel tuwe.