LIVE | Guwahati Child Rescue Operation | হেৰাই গ'ল অবিনাশ | GMCHৰ মৰ্গত পৰিয়ালৰ কান্দোনৰ ৰোল | N18L

Sdílet
Vložit
  • čas přidán 5. 07. 2024
  • LIVE | Guwahati Child Rescue Operation | হেৰাই গ'ল অবিনাশ | GMCHৰ মৰ্গত পৰিয়ালৰ কান্দোনৰ ৰোল | N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #guwahatichildrescqueoperation #cmhimantabiswasarma #himantabiswasarmaoperation n18_live
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/desc-youtube এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk
  • Zábava

Komentáře • 538

  • @birenkonwar9666
    @birenkonwar9666 Před 19 dny +160

    অতি দুখ লগা ঘটনা। ভাষা নাই কবলৈ। অবিনাশৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাথনা জনালো।

    • @pranitadevideka1090
      @pranitadevideka1090 Před 18 dny +3

      অতি দুখ লগা ঘটনা, তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 🙏🏻

  • @bhadeswerchangmai9515
    @bhadeswerchangmai9515 Před 19 dny +46

    চকুলো আমাৰো সমানে বাগৰিছে।অবিনাশৰ আত্মাই শান্তুি পাওক

  • @anowara.begum23
    @anowara.begum23 Před 19 dny +19

    সন্তান হেৰুৱা বেদনা মাতৃয়ে হে বুজিব পাৰে 😭😭😭😭🙏🏻🙏🏻🙏🏻

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq Před 19 dny +29

    বৰ দুখৰ খবৰ , অতি সোনকালেই নলা এই সমস্যাৰ সমাধান কৰক চৰকাৰে,এই ঘটনাই সকলোৰে দেহ মন দুখ লগাই গ'ল ।🥹🥹😭😭

  • @rabindeka1185
    @rabindeka1185 Před 19 dny +18

    বহুত দুখ লাগিল নিস্পাপ শিশু টোক ভগৱানে চকু মেলি নেচালে । পৰিয়াল তোলৈ সমবেদনা thakil ।

  • @sibaninath8483
    @sibaninath8483 Před 19 dny +21

    হৃদয়বিদাৰক দৃশ্য। চকুৰপানী ধৰি ৰাখিব পৰা নাই। কিয় ইমান এটি নিস্পাপ শিশু ক লৈ গলা ভগৱান। কিয় ইমান নিস্থুৰ হলা তুমি?? অবিনাশ, তুমি যটেই আছা শান্তিত থাকা। তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক🙏

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f Před 19 dny +15

    কৃষ্ণ ভগৱান অতি হৃদয়বিদাৰক পৰিস্থিতি নাকান্দি থাকিব নোৱাৰিলো অন্তৰৰ পৰা চকুত চকুৰ পানী ৰখাব নোৱাৰিলো ৷ ভগৱান পৰিয়ালটিক সাহস আৰু ধৈৰ্য দিয়ক এইয়াই প্ৰাৰ্থনা৷

  • @ruhinigogoi827
    @ruhinigogoi827 Před 19 dny +147

    পৰিয়ালটোৰ পৰা প্ৰশাসনে সাংবাদিক সকলা আতঁৰাই ৰাখক । আৰু নজ্বলাব !!

  • @prodipbora2752
    @prodipbora2752 Před 19 dny +26

    অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো।

    • @AnjaliDevi-ce8sr
      @AnjaliDevi-ce8sr Před 19 dny +1

      অভিনাশৰ আত্মা ই শান্তি পাওক ভগবানৰ ওচৰত প্ৰাথনা কৰিছো। বেদনা দুখ কি ভোক্ত ভোগিৱেহে গম পায়।

  • @Flutist_Bornil_Hazarika
    @Flutist_Bornil_Hazarika Před 19 dny +14

    অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো 🙏🏻

  • @OpiMunuGogoi
    @OpiMunuGogoi Před 19 dny +29

    অবিনাশৰ আত্মাই শান্তি পাওঁক প্ৰভু😢

  • @beautymohan7216
    @beautymohan7216 Před 19 dny +12

    জীৱিত অৱস্থাত পাব বুলি ভাবি আছিলোঁ।ভগৱান ওচৰত প্ৰাথনা কৰিছিলোঁ।

  • @tutumanibarman5384
    @tutumanibarman5384 Před 19 dny +10

    বহুত দুখ লগা ঘটনা।এনে ঘটনা দ্বিতীয় বাৰ যাতে কাৰো লগত নকৰে ভগৱানে।চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ 😭😭😭😭😭মাক জনিক ধৰিবলৈ কোনো এগৰাকী মহিলা নোলালনে । কিছুমান ঘটনা চাই এনে লাগে ভগবান নাই ভগবান বৰ নিষ্ঠুৰ 😢😢😢।

  • @MinaBarman-yq3dx
    @MinaBarman-yq3dx Před 19 dny +6

    যতে আছা শান্তিৰে থাকএয়াই ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ মা টাটাৰ সাহস দিয়ক

  • @_axomia_lora_2624
    @_axomia_lora_2624 Před 19 dny +17

    যাৰ হেৰাই সেইজনে গম পায় হেৰুওৱাৰ যাতনা কিমান? এয়া ভগৱন্তৰ নিৰ্ণয়।এই পৃথিৱীত ভগৱন্তই মনুষ্যক যিমানটা উশাহ লবলৈ পঠায় সিমানটাই উশাহ লব তাতকৈ এটাও উশাহ বেছি লব নিদিয়ে। ভগৱন্তৰ সংবিধান কেতিয়াও সংশোধন কৰিব নোৱাৰে। মৃতকৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক।

    • @user-mt5kx4mq3e
      @user-mt5kx4mq3e Před 19 dny +3

      সচা কথা আৰু চিৰন্তন সত্য মইও যোৱা বছৰ মোৰ প ১৩ বছৰিয়া পুত্ৰক হেৰুৱাইছো আৰু এই মৰ্গতেই মইও পুত্ৰক ওলিয়াই আনিছিলো কৃষ্ণ তেও বৈকূণ্ঠত থাকক🙏

  • @robeendas3623
    @robeendas3623 Před 19 dny +11

    Bohut Bohut dukhdayok Durghotona.😢😢sokur paani dhori rakhibo nuwarilu😢😢.He Bhogowan ane Durghotona karu logotei hobo nalage.Om santi,Om santi,Om santi.

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před 19 dny +7

    সহ্য কৰিব নোৱাৰা দুখ ৷ সাংবাদিকসকলৰ এতিয়াও পৰিয়ালক প্ৰশ্ন সুধি শেষ হোৱা নাই , কি আচৰিত !!

  • @MonjulaDevi-du4te
    @MonjulaDevi-du4te Před 19 dny +4

    সান্তনা দিয়াৰ ভাষা নাই অবিনাশৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনা কৰাৰ লাগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
    এইদৰে কোনো এজনৰ মৃত্যু হ'লে আমি সকলোৱে কামনা কৰো যাতে এয়াই শেষ মৃত্যু হওক আৰু চৰকাৰ প্ৰশাসনক বাৰম্বাৰ বিহিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনোৱা হয় যদিও, চৰকাৰ প্ৰশাসনে মানুহৰ জীৱনক লৈ কোনো উদ্বিগ্নতা নাই নিবিকাৰ নিলিপ্ত। আশা কৰো ইয়াৰ পিছত চৰকাৰ প্ৰশাসনৰ সুমতি উদয় হ'ব।

  • @Xxhxjxjx
    @Xxhxjxjx Před 19 dny +2

    অতি হ্ৰদয় বিদাৰক কথা, অবিনাশৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনাৰে নেদেখা জনৰ প্ৰাথনা কৰিলোঁ আৰু GMD লৈ মোৰ কাতৰ অনুৰোধ যাতে ভৱিষ্যতে আপোনালোকৰ হেমাহিৰ কাৰনে আৰু এনেকুৱা দ্বিতীয় এটা অবিনাশ মৃত্যু মুখত পৰিব লগা নহয়৷

  • @bipulsaikia7415
    @bipulsaikia7415 Před 19 dny +5

    গুৱাহাটীৰ মহানগৰীত থকা লোক সকলৰ আমাৰ গাঁওত বাস কৰা লোক সকলোতকৈ নিৰাপত্তা নাই কিয় কাৰ সেমাহীৰ কাৰনে এনেকুৱা ঘটনা হৈ থাকে ভাবিব নোৱাৰো।শেষত সেই কনমানিতিৰ আত্নাই চিৰশান্তী পালক তাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু পৰিয়াল বগলৈ সমবেদনা জনালো কৃষ্ণ 🙏🙏🙏।

  • @mamoniborah8809
    @mamoniborah8809 Před 19 dny +21

    দুখলগা ঘটনা।অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক।

  • @shantanarajkhowa1566
    @shantanarajkhowa1566 Před 19 dny +2

    প্ৰশাসন তাৰ বাবে সম্পূৰ্ণ জগৰীয়া ,

  • @brahmanandadutta7357
    @brahmanandadutta7357 Před 19 dny +3

    এইয়াই অসমৰ প্ৰকৃত উন্নয়নৰ চবি, নলাৰ পানীত উটি এটি কনমানিৰ মৃত্যু।

  • @RojoniProvaBoruah
    @RojoniProvaBoruah Před 19 dny +35

    খবৰটো শুনি বৰ দুখ লাগিল।শ্লেপবিলাক নলাত দিব লাগে। মানুহৰ জীৱন লোৱালৈ ৰৈ থাকিব নালাগে।😭😭😭😭😭😭😭

    • @parishmitachoudhury930
      @parishmitachoudhury930 Před 19 dny +4

      Heitu Nola paharor pora Pani boi aha Nola tene nolat slap dibo nuwari jihetu paharor pora Pani tu boi ahi tat pore...

    • @simakalita1347
      @simakalita1347 Před 19 dny

      Saklo maak bape ki xabodhan howatu Val atlist banpanir time' t ..

  • @uvievlogs6010
    @uvievlogs6010 Před 18 dny

    Hey probhu abhinash baba tumi jote asa bhale thaka... Ako jonmo diye jen tumak bhogobane,... Om Shanti 🥹😭🙏 Radhe Radhe

  • @bibhadas5050
    @bibhadas5050 Před 19 dny +4

    কণমানি অবিনাশৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।ই অত্যন্ত দু:খ জনক ঘটনা,পুনৰ যাযে ঘটিবলৈ নাপায় চৰকাৰ আৰু জনসাধাৰণ সকলোৱে সজাগ হওক।

  • @snehalatabaro1603
    @snehalatabaro1603 Před 16 dny

    অবিনাশৰআত্মা চিৰশান্তি লাভ কৰক এয়ে ভগবানৰ ওচৰত কামনা কৰিলো

  • @Ankur66984
    @Ankur66984 Před 19 dny +11

    পৰিয়ালটোক শক্তি দিয়ক ঈশ্বৰে🙏

  • @user-dc6dd5he2x
    @user-dc6dd5he2x Před 19 dny +6

    ভাষা নাই ক'বলৈ, মৃতকৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰেই কামনা কৰিলোঁ ঔম শান্তি।

  • @sanjibnath9681
    @sanjibnath9681 Před 19 dny +7

    Om shanti 😭😭

  • @user-qg6te4xn5x
    @user-qg6te4xn5x Před 19 dny +12

    😭😭😭😭😭🙏🙏🙏🙏 বহুত আশা কৰিছিলো ল'ৰাটো জীৱীত অবস্থাত পাব বুলি বহুত প্ৰাৰ্থনা কৰিছিলো ভগৱানৰ ওচৰত ল'ৰা জন নাই বুলি এতিয়াও সহজ ভাবে মানি ল'ব পৰা নাই 🙏🙏🙏🙏😭😭😭😭

  • @rebotisaikia661
    @rebotisaikia661 Před 19 dny +1

    Om shanti.

  • @user-of8vx4ji5v
    @user-of8vx4ji5v Před 19 dny +4

    Om Shanti 🙏🙏🙏

  • @sunitadeka3189
    @sunitadeka3189 Před 19 dny +10

    Om shanti !

  • @pabitrakalita3979
    @pabitrakalita3979 Před 19 dny +1

    হে ভগৱান আপুনি ইমান নিষঠুৰ নহৱ প্ৰভু সৰু লৰাটো মাক দেউটাকৰ পৰা কাৰি লৈ গল ! আৰু কনো মাক দেউটাকৰ কলা শুধা নকৰিব প্ৰভু আপোনাৰ ওচৰত মিনতি কৰিলো প্ৰভু । ঔম শান্তি

  • @joligoswami3870
    @joligoswami3870 Před 19 dny +2

    Bht dukh lga ghotna ...sukur pani dhori rakhibo pra niii..maak deutakok bhagobane xakti diyok...omm shanti..🙏🙏🙏🙏

  • @mdhalaluddintapadar618
    @mdhalaluddintapadar618 Před 19 dny +4

    Allah avinask ka atma santi rakhe. Aur unka pitri. Matri ko bi dil ko santi rakhe

  • @vandyavlogs
    @vandyavlogs Před 19 dny +1

    এই ঘটনাৰ পৰা এটাই শিকিব লগীয়া কথা যে অতি মাত্ৰা বৰষুণত গুৱাহাটী বাসি গৃহ বন্দী হৈ থকাতো দৰকাৰ ।নহলে এনে ঘটনা সঘনাই হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে । কাৰণ প্ৰশাসনে পৰ্যাপ্ত সুবিধা দিব নোৱাৰে জনসাধাৰণক। মুক্ত নলা নৰ্দমা আদি বোৰ এতিয়া মৰণ ফান্দ সমগ্ৰ গুৱাহাটীতে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 19 dny +2

    জীবিত অবস্থাত নাপালেও মৃত অবস্থাত পোৱা গল। মৃতকৰ পৰিয়ালৰ"লগতে আমিও দুখৰ সমভাগী হৈছো।মৃত আত্মাৰ সদগতি কামনা কৰিলো।

  • @JurimaKhatun
    @JurimaKhatun Před 18 dny

    Bohut. Dukh. Lagil
    Abinash. Atmai. Shanti
    Pagol😭😭😭😭😭😭

  • @jyatiblogs8589
    @jyatiblogs8589 Před 13 dny

    😢 কৃষ্ণ 🙏
    বহুত দুখ লগা 😢

  • @tarundas7535
    @tarundas7535 Před 19 dny

    হে প্ৰভু দুখ যেতিয়া দিছাই সহ্য কৰিবলৈও আমাক শক্তি দিয়া। এনে দুখ যাতে কাকো পুনৰ নিদিয়া প্ৰভু।

  • @user-qi5dy1cw8j
    @user-qi5dy1cw8j Před 19 dny +1

    নাৰেংগীৰ পৰা পানীখাইতী হৈ চন্দ্ৰপুৰ ৰাস্তা টো গাত আৰু গাত, এইয়া গুৱাহাটী মহানগৰীৰ

  • @MithunMandalvlog
    @MithunMandalvlog Před 19 dny +10

    OK shanti

  • @barnalideka6511
    @barnalideka6511 Před 18 dny

    😭😭😭😭😭🙏হে ভগবান 🙏

  • @ruma_s
    @ruma_s Před 19 dny

    বর দুখ লাগিল আত্মাৰ সদগতিৰ কামনা কৰিলোঁ ওম শান্তি 🙏🙏🙏

  • @runuroy2560
    @runuroy2560 Před 19 dny

    Bhut bya lagil.. Kandi lb lga hl o.বাবুৰ আত্মাই শান্তি লাভ কৰক🙏

  • @ananyakakoti
    @ananyakakoti Před 19 dny +1

    Aum Shanti 🙏🏽🌸🌸🌸

  • @JMRsmaya
    @JMRsmaya Před 19 dny

    কিমান মৰ্মাহত দৃশ্য চাই নিজকে বুজাব পৰা নাই ,ভাষা হেৰাই গৈছে। অবিনাশ তুমি যতেই থাকা তোমাৰ আত্মাই চিৰশান্তি পাওক🙏🙏🙏

  • @shayanikakalita4960
    @shayanikakalita4960 Před 19 dny

    Om Shanti 🙏 😢

  • @MinuKoch-oj5vd
    @MinuKoch-oj5vd Před 19 dny

    অবিনাশ ৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো 🙏🙏🙏

  • @satyajitphukan9790
    @satyajitphukan9790 Před 19 dny +1

    মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো

  • @pranitadas2910
    @pranitadas2910 Před 19 dny

    বহুত কন্দিলো।

  • @pratimakurmi4965
    @pratimakurmi4965 Před 19 dny

    বৰ দুখ লগা ঘটনা, অবিনাশৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো।

  • @ponchmikarmakar9256
    @ponchmikarmakar9256 Před 19 dny

    , ভাষা নাই কব লগা বৰ দুখ লগা ঘটন 😭

  • @user-zg1or9ho3e
    @user-zg1or9ho3e Před 19 dny +1

    বহুত দুখৰ কথা। মোৰো দুখ লাগি চকু পানী ওলাই গৈছে। ইয়াৰ বাবে চৰকাৰ সম্পূৰ্ণ জগৰীয়া। চৰকাৰে নলাৰ ওপৰত পকা প্লেটবোৰ লগাই দিব লাগিছিল। তেতিয়া সুৰক্ষা হয়।

  • @sumitdas2700
    @sumitdas2700 Před 19 dny

    🥺 Om Shanti 🥺

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi Před 19 dny

    ভাষা নাই সমবেদনা জনাবলৈ ! কি মৰ্মান্তিক ঘটনা !!

  • @porideka6957
    @porideka6957 Před 19 dny +1

    Konmani tu jotei asa vale thkok.bht bya lgil news to sai.

  • @user-wh1gs7cf2f
    @user-wh1gs7cf2f Před 19 dny +3

    Hari Om shanti

  • @user-cb8qt6sy5k
    @user-cb8qt6sy5k Před 19 dny

    অতি দুখৰ বিষয় প্ৰভু ভগৱান সহপৰিয়ালক সহায় কৰাক😢😢😢😢।

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc Před 19 dny +1

    বৰ দুখ লগা ঘটনা।অবিনাশৰ আত্মাই চিৰ শান্তি লাভ কৰক।
    কান্দি গলো।

  • @momisengupta1709
    @momisengupta1709 Před 16 dny

    Om shanti

  • @anjaligohain2061
    @anjaligohain2061 Před 19 dny

    Om Shanti

  • @debojanihazarika3628
    @debojanihazarika3628 Před 19 dny

    Om santi om santi om santi

  • @monuranjan5311
    @monuranjan5311 Před 19 dny

    বৰ দুখ লগা ঘৰ্তনা

  • @mriduladeka5815
    @mriduladeka5815 Před 19 dny

    হে ভগৱান কোনো মাতৃক যেন এনেকুৱা আৰু দুখৰ নেদিয়ে।

  • @SinjibKalita
    @SinjibKalita Před 19 dny

    Om Shanti 💐

  • @vltHero999
    @vltHero999 Před 19 dny

    Bhogvane maak aru dewtak shahox diyok .Abinashr atmai siroshanti lavkork🙏🙏

  • @nilimanath9708
    @nilimanath9708 Před 18 dny

    Om santi.

  • @SarajuDevi-ch7bx
    @SarajuDevi-ch7bx Před 19 dny +1

    ৰাজপৰিয়ালৰ সন্তানৰ লগত এনেকুৱা ঘটনা হলেহে বুজি উঠিব ।

  • @padmasaikia5624
    @padmasaikia5624 Před 19 dny

    বৰ দুখ লাগিল দেই এনেকুৱা ঘটনা আৰু যাতে কাৰো নঘটে ভগবান। অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো। ৰাতি দহ বজাত ঘটনাটো নোহোৱা হ'লে ল'ৰাটো বিচাৰিব পৰা হ'ল হেঁতেন।

  • @rinakakoty5355
    @rinakakoty5355 Před 16 dny +1

    very sad news .rest in peace❤😢

  • @binitamahanta7567
    @binitamahanta7567 Před 18 dny

    Ki kom vakha ny kabaloi. Abinash atmay shanti powk tarei kamona korilo 🙏🙏🙏

  • @pranitatalukdar8127
    @pranitatalukdar8127 Před 19 dny

    হৃদয. বিদাৰক. ঘটনা😪😪😪😪😪😪😪

  • @moshmibarman7661
    @moshmibarman7661 Před 19 dny

    Powerfull sarkar

  • @nikhilnath7840
    @nikhilnath7840 Před 17 dny

    Vogobane anekua ghotona karu lgt nokoruk ru ovinasor aatmai shanti pauk 🙏🙏🙏😥

  • @tapatideb5515
    @tapatideb5515 Před 19 dny

    🕉Shanti.

  • @sunmoninath6327
    @sunmoninath6327 Před 19 dny

    Bohut dukh lagise montu abinasor atmai khanti pauk 😢😢😢😢😢😢😢😢😢😢😢😢rip

  • @sarbeswargogoi2781
    @sarbeswargogoi2781 Před 19 dny

    Blessing of smart city.

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 Před 19 dny

    হে ঈশ্বৰ সহিব পৰা নাই 😢

  • @jitakalita5034
    @jitakalita5034 Před 18 dny

    Oh vogban kiyo iman nisthur bisar kiyo nokora🙏🙏

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i Před 19 dny

    Bhagabanay Santit Rakhak . Jatai Thaka Tumi .. Om Shanti ..

  • @SunilDas-ju4cc
    @SunilDas-ju4cc Před 19 dny

    Om santi

  • @user-bf7bm4tk4t
    @user-bf7bm4tk4t Před 18 dny

    অতি দুখ লগা ঘটনা, এই ঘটনা যাতে আমাৰ অসমৰ অন্তিম ঘটনা হওঁক..😭😭😭

  • @santusroy7388
    @santusroy7388 Před 19 dny

    om santi..

  • @statusworld3267
    @statusworld3267 Před 19 dny

    ইমান দুখ লগা ঘটনা, চাব পৰা নাই। ঈশ্বৰে কণমানি টিৰ আত্মাক চিৰ শান্তি দিয়ক। 🙏🙏🙏

  • @MadhabBordoloi-mf3kb
    @MadhabBordoloi-mf3kb Před 19 dny +1

    ইয়াত কৈ বেদনাদায়ক আৰু কি হব পাৰে, ভগৱানক। প্ৰাথনা জনাইছোঁ তাক যাতে সদগতি প্ৰদান কৰে কৃষ্ণ,

  • @pujagogoi6931
    @pujagogoi6931 Před 19 dny

    Om Shanti 🙏😭😭😭😭

  • @niyorgamer8824
    @niyorgamer8824 Před 19 dny

    Om Shanti.Abinashr aatmaai siroshanti Pai jen

  • @dkonwar427
    @dkonwar427 Před 19 dny

    Om shanti om shanti 🙏🏻

  • @induprabhabordoloi6256

    🙏
    ওঁম শান্তি , শান্তি, শান্তি

  • @manojchakraborty7241
    @manojchakraborty7241 Před 18 dny

    Let His Soul Rest in Peace, thanks all🙏🙏🙏

  • @DilipDas-wk2fy
    @DilipDas-wk2fy Před 19 dny

    Om shanti🙏🙏

  • @junuboruah-jl4ls
    @junuboruah-jl4ls Před 19 dny

    অবিনাশ ৰ আত্মাই শান্তি পাওক বহুত দুখৰ খবৰ

  • @HRITIK_05
    @HRITIK_05 Před 19 dny

    অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক ওম শান্তি 🙏

  • @morningmeditationnirmalassam

    O RAM😢😢😢

  • @junalibhuyan8819
    @junalibhuyan8819 Před 19 dny

    Bahut dukh lagil।anekoa jate aru Karu lgt nahai।Abinash atma xanti paok😢।

  • @user-nu3bf8wb1z
    @user-nu3bf8wb1z Před 19 dny

    Bohut dukh lagi jai dai

  • @kamalatahbildar4148
    @kamalatahbildar4148 Před 19 dny

    অতি দুখ লগা ঘটনা