সপোনত মৰা মানুহ দেখিলে লাভ কৰিব ৭টা সংকেত | সপোনৰ ফল | Dreams Sanket | Motivational Video |
Vložit
- čas přidán 10. 05. 2024
- সপোনত মৰা মানুহ দেখিলে লাভ কৰিব ৭টা সংকেত | সপোনৰ ফল | Dreams Sanket | Motivational Video |
#assamese #motivationalvideo #dream
About This Video
আমি সকলোৱে আমাৰ মৃত আত্মীয় স্বজনক সপোনত দেখা পাওঁ। আমাৰ সেই মৃত আপোনাজনে সপোনৰ মাধ্যমেৰে আমাক কিছুমান সংকেত প্ৰদান কৰে। যিখিনি আমি বহুতেই বুজি নাপাওঁ। সেই বাবে এই ভিডিঅটোত মৃত মানুহ সপোনত দেখিলে কি সংকেত পোৱা যায় সেই সমূহ বিষয় উল্লেখ কৰা হৈছে।
Your Queries
সপোনত মৰা মানুহ দেখিলে কি হয়
mora manuhor xopun dekhile ki hoi
hopunot mora manuh dekhile ki hoi
hopunot jiyai thoka manuh mora dekhile ki hoi
hopunot manuh mora dekhile ki hoi
rati hopunot mora manuh dekhile ki hoi
মৰা মানুহৰ সপোন দেখিলে কি হয়
manuh mora hopun dekhile ki hoi
nije morar sopno dekhle ki hoy
morar sopno dekhle ki hoy
সপোনৰ ফলাফল
hopunor folafol assamese
hopunot ki dekhile ki hoi
hopunot morihali dekhile ki hoi
assamese sapna falafel
assamese motivational video
অসমীয়া ভিদিও
#motivationalspeech #krishnabhuyan
#motivational #motivation #motivationalstatus #motivationalquotes
#dreams #bepositive - Zábava
Vl lagil
Video tu sai val lagil . Aguwai jauk .
Very nice. thanks.
Om namah shivay
বহুত বহুত ভাল লাগিলে জানিবলে পায় 👌👌
Apunar Video sai Bohut Val Lage Dada Xuni Bohut Val Lage Dhuniya koi Buji pwo Dei 😊New Subscriber hoi
Bhal lagil
❤❤❤❤❤🎉🎉🎉🎉🎉
Bhall lagil
Oti sunder kahini sopunot I mrito dehor sopun dekha paw and sopunot jowno Milan hoi thakea logo tea birjo ba mal Pani ulai Jai kihor karone and ki hobo parea.muk jonabo .apunar chanel 2 Val lage.gd mng.
বহুতেই ভাল লাগিল মোৰ ভিডিঅটো আপোনাৰ🥰❤️🙏
har har mahadev
❤❤
Har har mahadev
Moi mur deutak dekhu.. Deuta dhukua 4 mah hoise.. Sini paboi deutak sonariati siva bhuyan
❤❤❤
😊❤
Best
😢😢😢😢😢
Apon athasa apria mrita manuhak saponat dekhar fal janabason.
Vallagil
Judi hoponot moyur dekapai tar orto ki hoi brother?
Apuni lecture tu bxe deye
Mur mhanujone hopunot ahe kintu moi khota napate
মৃতকে দেখা নিদিলে কিহৰ সংকেত হব পাৰে । জানিব পাৰিম নে ......
মোৰ মাৰ মৃত্যু হোৱা ১৯ বছৰ মান হ'ল মাজে সময়ে মোক দেখা দিয়ে আৰু জীয়াই থাকোঁতে থকাৰ দৰে সাধাৰণ ভাৱে মোৰ লগত দেখা দি থাকে। মই তেওঁক সদায় স্মৰণ কৰোঁ ভগৱান বুলি ভাবোঁ। দুবছৰ মান আগতে মোৰ এটা ডাঙৰ বিপদ হৈছিল। তেতিয়াৰ পৰাই তেওঁ মোক ঘনাই দেখা দিয়ে। আৰু মই ৰাতি শুওতে তেওঁক দেখা দিবলে ক'লে মোক দেখা দিয়ে। এদিন মোক সপোনত কৈছে মই আছো নহয় তোৰ লগত । মই অন্তৰৰ পৰা ভাবিলে তেওঁক সপোনত দেখো । এই কথাখিনি পঢ়ি মোক ভাল নে বেয়া জনাবচোন অনুগ্ৰহ কৰি ।
Apon mrita baktia moor anyai Kara saponat dekhar fal ki ? Janabason
Hopunt morihali dekhile ki hoy
আমাৰ ঘৰৰ ওচৰৰে মানে একেবাৰে ওচৰত নহয়।এক কিলোমিটাৰ মান আতৰৰ মানুহ এজন এক্সিডেণ্ট হৈ ঢুকাল।তেওঁ পুৰোহিত কৰে আৰু চাকৰিও কৰে।আমাৰ লগত ইমানো সম্বন্ধ নাই।আজি কৃষ্ণা সপ্তমী তিথিত ৰাতিপুৱা ৪মান বজাতে সপোঁনত দেখিলোঁ।মানুহজন বহি কথা পাতি আছে গোটেই কপালত তেজ।তেওঁ সেই জেগাতেই দোষ পাইছিল।মোৰ মনটো গোটেই দিনটো ভয় ভয় লাগি আছে।ভাল নে বেয়া
Manuh jolai diya sai dekhile ki hoii
মিতকে সপোণত কিবা দিলে টকা পাইছা। ইয়াৰ অৰ্থ কি বুজায়।
Vl lagil