ভৰিত ধৰিলেও জীৱনত ৩ জন মানুহক ভুলতো ক্ষমা নকৰিব | best heart touching assamese motivational quotes

Sdílet
Vložit
  • čas přidán 11. 09. 2024
  • ভৰিত ধৰিলেও জীৱনত ৩ জন মানুহক ভুলতো ক্ষমা নকৰিব | best heart touching assamese motivational quotes
    এই ভিডিঅ'টোত চোৱাৰ পিছত আপুনি আৰু কেতিয়াও বিপদত নপৰে
    আপুনি কোনো কামতে বিফল নহয়
    যদি সেইমতে আগবাঢ়ে
    এইটো ১০০শতাংশ নিশ্চিত
    other videos 👇👇👇
    কথা কোৱাৰ কলা শিকিব বিচাৰে যদি তলত দিয়া লিংকত ক্লিক কৰি ভিডিঅ’ দুটা চাই লওক
    নিজৰ ব্যক্তিত্ব গঢ়ি তুলিব পাৰিব
    যি ব্যক্তিত্বই সকলোকে প্ৰভাৱিত কৰিব
    আপোনাৰ প্ৰতি সকলো আকৰ্ষিত হ’ব
    • ৫টা কথা শিকি লওক | আপো...
    • চতুৰালীৰে কথা কেনেকৈ ক...
    your queries-
    জীৱনত ৩ জনক ক্ষমা নকৰিব
    ৩ জনক সদায় মনত ৰাখি
    best heart touching assamese motivational quotes
    assamese motivational video
    Youe Queries-
    #chitraranjannath
    #chitraranjannathmotivationalvideo
    #chitraranjannathvideo
    #motivationalvideo
    #inspirational
    #assam
    #assamese
    #quotes
    #motivationalquotes

Komentáře • 1,4K

  • @chitraranjannath
    @chitraranjannath  Před rokem +23

    আপোনালোকৰ প্ৰতিটো Comment পঢ়ি মই বহুত বেছি এনাৰ্জী পাওঁ। সকলোৰে জীৱনটো যাতে ভাল হয়, সকলোৱে যাতে সৰু ডাঙৰ ভুলবোৰ বুজি মুক্ত মনে আগবাঢ়িব পাৰে, তাৰবাবেই নিৰন্তৰ প্ৰয়াস কৰি আহিছো । আশাকৰোঁ মোক এইদৰে মৰম দি যাতে আপোনালোকে সদায় উৎসাহ দি যায়। বহুত বহুত ধন্যবাদ সকলোকে। ❤❤

  • @pratapdas-so2ex
    @pratapdas-so2ex Před rokem +3

    বহুত সুন্দৰ উপদেশ দিয়াৰ বাবে ধন্যবাদ থাকিল।

  • @dimbeswarrajbongshi8900
    @dimbeswarrajbongshi8900 Před rokem +15

    অতি গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে, বহু ধন্যবাদ জনালোঁ

  • @marymahanta9342
    @marymahanta9342 Před rokem +2

    বহুত ভাল লাগিল কথা খিনি শুনি

  • @promodekumarsarma9202
    @promodekumarsarma9202 Před rokem +18

    অতি সাৰুৱা আৰু বাস্তৱ কথাৰ অৱতাৰণা কৰা বাবে শুনি ভাল লাগিল। পৰামৰ্শ বোৰ মানি চলিব পাৰিলে জীৱন ধাৰণ কৰাত অসুবিধা নহব বুলি ভাবো । ধন্যবাদ ।

  • @manujkumarnath-bj8bu
    @manujkumarnath-bj8bu Před rokem +1

    Khubei vl lagil kotha khini.
    Khuni aru porhi.

  • @bharatiborah7046
    @bharatiborah7046 Před rokem +6

    অতি সুন্দৰ কথা খূব ভালো লাগিল

  • @begumnarjee5046
    @begumnarjee5046 Před rokem

    বহুত সুন্দৰ নিদৰ্শন ডাঙি ধৰা বাবে আপোনাক ধন্যবাদ ।

  • @rgrg5472
    @rgrg5472 Před rokem +17

    মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় কথা-

  • @anjolikondho5194
    @anjolikondho5194 Před rokem +1

    Hundr anekua ata likhonir Dara jibnot akbarhi juar hujuk pai bhut vl lagile🙌🤞🤞🤞👌

  • @manomatideka7546
    @manomatideka7546 Před rokem +8

    বহুত সুন্দৰকৈ বৰ্ণনা কৰি শুনালে । আগলৈ এনে বাণী শুনিবলৈ পাম বুলি আশা কৰিলো । ভগৱানে মংগল কৰক আপোনাক ।ওঁম্‌ শান্তি ।

  • @sajidabegum5547
    @sajidabegum5547 Před rokem

    বহু ভাল‌ লাগিল‌ এই খিনি কথাৰ ওপৰত মানি চলিম বুলি আখা কৰিছো

  • @Hunter-zd5tm
    @Hunter-zd5tm Před rokem +20

    অতি সুন্দৰ 🙏❤️ I লগতে আপোনাৰ কন্ঠস্বৰ

  • @sewali723
    @sewali723 Před rokem

    আপোনাৰ কথা বোৰ বহুত ভাল লাগিল মানি চলিব পাৰিলে আৰু ভাল হ'ব

  • @tuleswarsonowal1070
    @tuleswarsonowal1070 Před rokem +5

    Val lagil video sai 🙏🙏🙏

  • @mukibulhussain2622
    @mukibulhussain2622 Před rokem

    আজি ৰাতিপুৱা বিচনাৰ পৰা উঠি আপোনাৰ এই ভিডিঅ টো চালো সচাঁই বহুত ভাল লাগিল আপোনাক ধন্যবাদ

  • @soulmaribihdiajajikona4607

    বহুত ভাল লাগিছে,নজনাটো শিকিলোঁ, ভবিষ্যত আৰু শুনাৰ আশাৰে, God bless you

  • @colourful-World...12
    @colourful-World...12 Před rokem +1

    Bohut val lagil kotha bilak xuni...

  • @subhashhazarika5509
    @subhashhazarika5509 Před rokem +7

    অতি মনোগ্ৰাহী , শ্ৰুতিমধুৰ উত্তম জানিব লগীয়া নীতি কথা ৷ পিচে খাৰখোৱা (মই নিজেও) কেলেহুৱা অসমীয়াৰ কিমানে ইয়াৰ পৰা শিক্ষা লৈ নিজৰ জীৱন পৰিশোধিত কৰিব সেয়া সন্দেহৰ আৱ’ত্তত ৷ মনোৰঞ্জক হিচাবে একানে শুনি ইকানে ওলিৱাব ৷ প্ৰমান ? মোৰ দৃষ্টিত এই পৃথিবীত মাত্ৰ এজন পুৰুষেই বহু আৰু বৃস্তিত অধ্যয়নৰ পাচত সাৰ কাঢ়ি আনি essence of life কি বস্তু তাক প্ৰাঞ্জল ভাবে পাতে পাতে লিখি থৈ যোৱাৰ পাচতো “ “খাৰখোৱাই“ আজিলৈকে নিচিনিলে , তাৰ পাচত এইবোৰ শুনি কি উপলদ্বি হব ? সেই মহান বহুমুখী প্ৰতিভাধৰ পুৰুষক কেৱল ধম্ম’ গুৰু সজাই বুতমগু আৰু মনিকুটৰ কেচুমতাৰ মাজত আজিও ভৰাই থৈছে ৷ সেই কৃপালু গুৰুজনাই জীৱন কি আৰু থকা দিনকেইটা কি ধৰনে কটাবা , অকল মনুষ্যই নহয় তৃণ তৰু লতাৰ পৰা পোক পৰুৱালৈকে আমি ক কৰা উচিত তাৰ নিদ’শন দেখুৱাই থৈ গল , আমি মানিলোনে নিজেই বিচাৰ কৰক ৷ এই ভিদিয়টোৰ প্ৰয়াসক অৱজ্ঞা কৰা নাই মাথো আধুনিক কালৰ ভোগবাদী মানসিকতাৰ বলিহৈ মানবীয় প্ৰমুল্যক বিসজ্জ’ন দিয়া সৰহসংখ্যক খাৰখোৱাৰ মানসিকতা দেখি ক্ষোভ উজাৰিছো ৷ শেষত “অপাৰাধ বিনাষণ“ ৷

  • @himraj5336
    @himraj5336 Před rokem

    বৰ সুন্দৰ কৈ কথাখিনি উপস্থাপন কৰিছে বহুত বেছি ‌ভাল লাগিল

  • @hemantadutta2854
    @hemantadutta2854 Před rokem +9

    বহূত সূন্দৰকৈ বৰ্ণনা কৰি দিলে ! বুজাৱ নোৱাৰা এটা মিঠা অনুভূতিয়ে হ্ৰদয় জোকাৰি গল , ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤❤

  • @munmoniduttasaikia5390

    খুব সুন্দৰ হৈছে কথাখিনি। ধন্যবাদ জনালোঁ।

  • @ritamoniassamesevlogs689

    মন চুই গৈছে 👌👌👌

  • @purabidihingia8784
    @purabidihingia8784 Před rokem

    বহুত ভাল লাগিল শুনি । মনটো ভাল লাগি গল।ধন্যবাদ।

  • @bontiborah7476
    @bontiborah7476 Před rokem +6

    ইমান ভাল লাগিল আপোনাৰ কথা বিলাক শুনি।🙏❤️

  • @deepulthakuriya2168
    @deepulthakuriya2168 Před rokem

    অতি সুনদৰ কথাবোৰ জানিব পায় বহুত ভাল লাগিল

  • @dr.renubhuyansaikia8904
    @dr.renubhuyansaikia8904 Před rokem +19

    অতি সুন্দৰ অনুভব, স্পষ্ট আৰু মধুৰ কণ্ঠস্বৰে সোণত সুৱগা চৰাইছে। ধন্যবাদ, আকৌ লগ পাম।

  • @mrajithborojaan3530
    @mrajithborojaan3530 Před rokem

    আপোনাৰ এই Vedio টোপনি চাই সচাকৈ বহুতো ভাল লাগিল ধন্যবাদ

  • @kolpochitra3869
    @kolpochitra3869 Před rokem +8

    ভাল লাগিল, আপোনাৰ কথাই হৃদয় চুই যায়। অশেষ ধন্যবাদ ৰ লগতে শুভ ৰাত্ৰি জনালোঁ। 🙏

  • @pradipkumarboruah8256

    অতি সুন্দৰ লাগিলে । আগলৈ আৰু পাম বুলি আশা থাকিল ।

  • @bipulraj9022
    @bipulraj9022 Před rokem +11

    যেতিয়া ভাল পোৱা জন আকৌ নোকোৱাকৈ গুচি jai ।। কেনেকৈ মন টোক বুজাই লব লগে দা plzz ভিদিও এটা বনাব চু plzzz😢💔

  • @lakhimiborthakur7893
    @lakhimiborthakur7893 Před rokem

    বহুত মূল্যৱান ভিডিঅ৷যথেষ্ট উপকৃত হ’লোঁ ৷আগলৈ আশা কৰিলোঁ৷

  • @subhashdas118
    @subhashdas118 Před rokem +16

    অতি উত্তম মহোদয় , আৰু এনেকুৱা সাৰাংশ দি থাকিব বুলি আশা কৰিলো , প্ৰতিটোপুৱা যাতে এনেকুৱা অমৃত বাণী শুনিবলৈ পাওঁ

  • @ghanak.hazarika7203
    @ghanak.hazarika7203 Před 11 měsíci

    বহুত ভাল কথা পালো, আপোনালৈ অশেষ ধন্যবাদ জানালো ।

  • @PallabiChetia-mz1jz
    @PallabiChetia-mz1jz Před rokem +3

    Bohut bhal lagil huni hanti palu🙏🙏🙏🙏🙏🙏

  • @prodipkhanikar7242
    @prodipkhanikar7242 Před rokem +1

    বহুত ভাল লাগিল ধন্যবাদ

  • @surjitcht3177
    @surjitcht3177 Před rokem +4

    সুন্দৰ অনুভৱ প্ৰকাশ কৰি আমাক অনুপ্ৰেৰণা যোগালে । বহুত ভাল লাগিল 🙏🙏

  • @user-bs4py7js7h
    @user-bs4py7js7h Před rokem +1

    Vl lagil besi hoita aru hosa মানুহক অনেও কোনো vl নাপাই 😢😊

  • @bnzo94
    @bnzo94 Před rokem +6

    বহুত বহুত ধৈন্যবাদ দাদা ভগৱানে আপোনাৰ মঙ্গল কৰক। Touch in my heart.🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🎊🎊👌👌👌

  • @nazneenwahab2146
    @nazneenwahab2146 Před rokem

    Ati hundar khub bhal lagile nijor jivanar logot bhtt mil khuwa

  • @animablogs1726
    @animablogs1726 Před rokem +9

    শ্ৰীকৃষ্ণই গীতাৰ বানী কোৱা দৰে বহুত ভাল লাগিল । ধন্যবাদ 🙏

  • @jyotsnaborabordoloi8673
    @jyotsnaborabordoloi8673 Před rokem +1

    Aponar kotha xini shree krishna banir dore lagil..thank you..

  • @ddhemali2.040
    @ddhemali2.040 Před rokem +13

    খুবেই ভাল লাগিল আজিৰ ভিডিঅ'টো।
    বিশেষকৈ আপুনি কোৱা এটা বিশেষ শাৰীয়ে মোৰ মন চুই গ'ল,,,‌
    " কাৰোবাৰ সুখৰ গল্প লিখিবলৈ ভাল পেঞ্চিল হ'ব নোৱাৰিলেও এডাল ভাল ৰবৰ হ'ব লাগে, যাতে তেওঁৰ দুখবোৰ মচি দিব পাৰি" ।❤️

  • @jimsonboro5279
    @jimsonboro5279 Před rokem

    ভাল লাগিল।মন টো বেয়া লাগি আছিল। ভেদিও টো চাই অলপ মন টো ভাল লাগিল। শেষলৈ চালোঁ।

  • @atulbora8515
    @atulbora8515 Před rokem +8

    🙏 কৃষ্ণ বৰ সুন্দৰ কথা, ঈশ্বৰে আপোনাক মঙ্গল কৰক,,, অতুল চন্দ্ৰ বৰা, গোলাঘাট টাউন চান্দ মাৰি 🙏🌷🪔🌷

  • @hemantakumarnath9132
    @hemantakumarnath9132 Před rokem

    অতিসুন্দৰ কথাবোৰ। ভাল লাগিল।

  • @chitraranjannath
    @chitraranjannath  Před rokem +96

    আপোনালোকৰ মৰম আৰু সঁহাৰিয়ে মোক বহুত শক্তি আৰু সাহস দিছে।
    এইদৰেই মৰম আৰু সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ ❤❤

    • @gopalhazarika3593
      @gopalhazarika3593 Před rokem +4

      AaaàaaaaAaaaaaaa

    • @viralworld7595
      @viralworld7595 Před rokem +4

      মন চুই যাই সঁচাকৈ দাদা আপোনাৰ কথা বোৰে ❤️🙏

    • @rgrg5472
      @rgrg5472 Před rokem +3

      কণ্ঠ আপোনাৰ নিজৰ নেকি ? সুধাৰ বাবে বেয়া নাপাব, সুমধুৰ বাবে জানিবৰ মন গ'ল-
      নতুন subscriber হ'লো-

    • @gitashreebaruah5509
      @gitashreebaruah5509 Před rokem

    • @user-pk7ur6ro5y
      @user-pk7ur6ro5y Před rokem +1

      ❤❤❤

  • @swapnalikolita8024
    @swapnalikolita8024 Před rokem +1

    বৰ ভাল লাগিল।

  • @puwaliharzarika
    @puwaliharzarika Před rokem +4

    বহুবাৰ শুনিলো
    সঁচাকৈয়ে আপ্লুত হ'লোঁ।

  • @monalishamaut3443
    @monalishamaut3443 Před rokem +7

    বৰ্তমান সময়ত এয়া জনাটো অতিকৈ গুৰুত্ব ,,,,,এটা হলেও মানিব পাৰিব এই মহৎ কথা বোৰ শুনি থাকিলে,,,, আশা কৰোঁ আগলৈ আৰু এনেকুৱা vido বোৰ পাবলৈ,💕

  • @pinkyborah6912
    @pinkyborah6912 Před rokem +1

    Bhut val lagile apunar video tu sie

  • @rajadaimary4408
    @rajadaimary4408 Před rokem +7

    Your effort is very good,young generation will inspire.I request all who heard this teaching should share this video to near and dear .

  • @rahimakhatunkhatun7325

    ভাল লাগিল ভিডিঅৰ কথা খিনি।

  • @jyotsnabordoloi899
    @jyotsnabordoloi899 Před rokem +3

    Very nice video 👍👍

    • @geetikasarma1757
      @geetikasarma1757 Před rokem

      ক্ষমা কৰিব নলগা তিনিজনৰ কথা গমেই নাপালো দেখোন

  • @sunilborah8326
    @sunilborah8326 Před 10 měsíci

    সচাকৈ আপোনাৰ ভিদিঅ চাই বহুত ভাল লাগে। 🙏🙏

  • @gitikarabhaboro
    @gitikarabhaboro Před rokem +4

    কৃতজ্ঞতাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আপোনালৈ।

  • @M17-f5l
    @M17-f5l Před rokem +5

    নমস্কাৰ মহাশয়৷ পেৰণা দায়ক কথা বতৰাই মানুহক অনুপ্ৰেৰণা যোগাই কিছু আগবাঢ়ি যোৱাত৷ পুণৰ আশাৰাখিছো লগ পোৱাৰ আশাৰে৷🙏

  • @SameerAli-ob4ty
    @SameerAli-ob4ty Před rokem +1

    Bohut val lagil kotha khar xuni

  • @namitabaishya1275
    @namitabaishya1275 Před rokem +4

    Very very nice. ❤️❤️❤️ 🙏🙏🙏

  • @biswasenapati1429
    @biswasenapati1429 Před rokem +1

    বঢ়িয়া

  • @littlegenius6824
    @littlegenius6824 Před rokem +3

    Kotha khni a mn sui gol😒

  • @digantaborgohain7503
    @digantaborgohain7503 Před rokem

    ভাল লাগিল মন চুই গৈছে

  • @Cupidnice_44556
    @Cupidnice_44556 Před rokem +1

    অতি সুন্দৰ

  • @jyotsnaborabordoloi8673
    @jyotsnaborabordoloi8673 Před rokem +1

    Bohut val lagil xuni..aru di thakib

  • @poraghandique6020
    @poraghandique6020 Před rokem

    বঢ়িয়া কথা কলে ধন্যবাদ জনালোঁ ।।

  • @elimabegum3304
    @elimabegum3304 Před rokem

    Vidio .. to huni bor Val lagil enekua vidio agoloi ..u .huniboloi Pam buli akha thakil .thank you

  • @JimeeKhandakar-om6nq
    @JimeeKhandakar-om6nq Před rokem +1

    Thank u so much dada .Bht bht bhal lagil apunar ai valuable ktha khini khuni👍

  • @kiranfenang4468
    @kiranfenang4468 Před rokem

    Bohut bhal lagil kisuman nojona kothao janilu dhanyabad aru anedore bhal bhal kothabure di thakibo.

  • @user-uy9fp8dx9n
    @user-uy9fp8dx9n Před rokem

    খুউৱ ভাল উপদেশ কিছুমান পালোঁ বৰ ভাল লাগিল ।

  • @aruneebharali2610
    @aruneebharali2610 Před rokem

    খুব সুন্দৰ। ভাল লাগিল।

  • @dhananjaysdaxom9594
    @dhananjaysdaxom9594 Před rokem

    Hosake emn ভাল লাগিছে ❤ বহুত শিকিব পাৰিছো

  • @DharjyaChoudhury-sz8bq
    @DharjyaChoudhury-sz8bq Před 11 měsíci

    Bhal lagil video to nishoi share korim

  • @pompikalita8277
    @pompikalita8277 Před rokem +1

    সুন্দৰ ❤

  • @majnudavi80
    @majnudavi80 Před rokem

    আপোনাৰ লিখনি পঢ়ি সচাকৈয়ে বহুত ভাল লাগিল।আশা কৰো আগলৈও এনেধৰণৰ ভিদিয় পায় থাকিম।

  • @manjugohain6786
    @manjugohain6786 Před rokem

    অতি মূল্যৱান উপদেশ দিয়াৰ বাবে ধন্যবাদ ।

  • @madhuridevi1725
    @madhuridevi1725 Před rokem

    অতি সুন্দৰ ভাল লাগিল

  • @gautammahanta7851
    @gautammahanta7851 Před rokem

    বহুত ভাল লাগিল। আপোনাৰ পৰা আগলৈ এনেকুৱা পৰামৰ্শ আশা কৰিলোঁ।

  • @sdasassamesesong3616
    @sdasassamesesong3616 Před rokem +1

    বহুত ধুনীয়া কথা

  • @Alexwasnot
    @Alexwasnot Před rokem +1

    Hidoy sui gol .Akdom right kotha.

  • @user-pf5hk1fb1e
    @user-pf5hk1fb1e Před rokem +1

    Val lagil VDO xuni❤❤

  • @dharitriborah3273
    @dharitriborah3273 Před rokem +1

    সুন্দৰ

  • @sitaramdoley3222
    @sitaramdoley3222 Před rokem

    সুন্দৰ আৰু মূল্যৱান কথা ।

  • @dibakardas2717
    @dibakardas2717 Před rokem +1

    Dada bohou bohut val lagile video tu sai ❤❤❤❤❤❤❤❤

  • @user-ql1su6wc5l
    @user-ql1su6wc5l Před rokem

    বৰ ভাল লাগিল। তাৎপৰ্যপূৰ্ণ

  • @pranamiofficial3472
    @pranamiofficial3472 Před rokem

    ভাল লাগিল। আগলৈও এনেকুৱা মহৎ কথা জানিব পাৰিম বুলি আশা ৰাখিলোঁ।

  • @DipikaSharma-pq2rz
    @DipikaSharma-pq2rz Před rokem

    Dada.Apunar.Vidiotu.hasai.bahut.2.val.lagil.Thanks.

  • @user-sn8vs3gy8i
    @user-sn8vs3gy8i Před rokem

    Bohut bhal lagil ai juktipurna kotha bur huni.

  • @user-qt1ox6kc8q
    @user-qt1ox6kc8q Před rokem +1

    Khub sundar Kotha kale apuni

  • @ranjitadas3749
    @ranjitadas3749 Před rokem

    কথা খিনি শুনি বহুত ভাল লাগিল

  • @paruldevi8789
    @paruldevi8789 Před rokem

    Sundor anubhob, bohut bhal lagil . Dhanyabad thakil.

  • @gitanjalimalakar6441
    @gitanjalimalakar6441 Před rokem +1

    Aamar logot kisu mil ase khotha bilak thank you so much dada ❤️ bohut val lagil xuni 😊😊

  • @sanjibpegu5834
    @sanjibpegu5834 Před rokem

    বহুত বহুত ধন্যবাদ। ভাল লাগিল।

  • @karabidas3580
    @karabidas3580 Před rokem

    Bhut vl lagise video tu sai..mr lgt howa kisuman xoru xoru ghotona milise..

  • @kushalbora4823
    @kushalbora4823 Před rokem

    Hundar niti kotha huni amoni nalage dhanyabad.

  • @kalpanasaikia5605
    @kalpanasaikia5605 Před rokem

    ভিডিঅটো চাই ভাল লাগিল ❤

  • @joynalabedin6181
    @joynalabedin6181 Před rokem

    মন চুই গল ভিডিও টো চাই কিনে
    ধন্যবাদ sir।

  • @hemkalita5841
    @hemkalita5841 Před rokem

    বহুত ধুনীয়া লাগিছে

  • @padumihazarika6406
    @padumihazarika6406 Před rokem

    Bahut bhal lagil aru pabar babe axa thkil.

  • @monowarakhatun3346
    @monowarakhatun3346 Před rokem +1

    Bht val lagil apunar kotha khini.❤

  • @minukalita547
    @minukalita547 Před rokem

    বহু ত‌ ভাল লাগিল আপোনাৰ কথা বোৰ