Ti Ti Tita Pat By Neel Akash || Kussum Kailash || Luit Neel || Mrinmoy Mrittwik || Bihuwan 2022

Sdílet
Vložit
  • čas přidán 10. 01. 2022
  • Album : BIHUWAN 2022
    Song : Ti Ti Tita Pat
    Singer : Neel Akash
    Music : Ujjwal Aarong
    Lyrics & Tune: Luit Neel
    Additional lyrics & Tune: Mrinmoy Mrittwik & Kussum Kailash
    Mix & Master: Ibson Lal Baruah
    Backing Vocals: Dorothy Bordoloi
    Recorded at studio Sristi (The Creative Eye) & Studio Fusion
    Guitar: Bikash Gogoi
    Flute: Bitopan Konwar
    Digital Market & Media Director
    Junaak Milon (‪@DhwaniMusic‬ )
    Lyrical Video Editor
    Biman Boruah Axomiya
    Special Thanks : Bharat Saikia, Bull Baruah, Rajiv Sarmah, Ghana Hazarika, Binod Baruah, Dinesh Kai, Chintu Pathak, Meer Deep, Nitikesh, Sanat, Manab Gogoi, Biplov Konwar, Jogot Gogoi, Jayprakash, Bhargav, Gojo and Nancy Phukan.
    Lyrics
    তি তি তিতা পাত
    মুখৰ কি মিঠা মাত
    চকুত চকু পৰিলে
    মিচিকিয়াই হাঁহিলে
    বিজুলী যেন লাগি যায় গাত
    যি তি ভাবনাত
    জ্বলে পোৰে মোৰ গা
    সপোনতো দেখিছো
    দিঠকতো দেখিছো
    পগলা যে হলো মই চা
    সেই দেখি পেটলৈ নাযায় ভাত
    শুনিছ'নে মুখৰো নোলায় মাত
    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
    চিন্তা জ্বৰ উঠিছে গাত ৷৷
    পাহাৰে পাহাৰে বগাই গৈ আনি দিম
    পাহাৰীয়া কপৌফুল,
    তাতে, তয়ো সোন যাচিবি ফুলামকৈ বিহুৱান
    সানি লৈ কলিজাৰ বোল
    সেই দেখি পেটলৈ নাযায় ভাত
    শুনিছ'নে মুখৰো নোলায় মাত
    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
    চিন্তা জ্বৰ উঠিছে গাত ৷৷
    মইনাজান পালিনে উমান
    বুকুত তোৰে ঢৌ
    সাগৰৰ সমান
    মোৰে মইনাজান আৰুনো কিমান
    থাকিম তোলে ৰৈ
    ভাঙি অভিমান
    সেই দেখি পেটলৈ নাযায় ভাত
    শুনিছ'নে মুখৰো নোলায় মাত
    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
    চিন্তা জ্বৰ উঠিছে গাত ৷৷
    #Ti_Ti_Tita_Pat#Neel_Akash#Bihuwan7
  • Hudba

Komentáře • 2,5K

  • @PRANDEEPMUSICAL
    @PRANDEEPMUSICAL Před 2 lety +906

    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে🔥,
    বৰ ধুনীয়া ভাইটি দা❤️

    • @manobjyotimusic9355
      @manobjyotimusic9355 Před 2 lety +12

      ভোগালী বিহুৰ শুভ কামনা জনালোঁ

    • @mytrends5874
      @mytrends5874 Před 2 lety +13

      আপোনাৰ গান তুলৈ অপেক্ষা....কৰি আছিলোঁ দাদা।।। 25 বাৰ মান শুনিলো

    • @rahuldoley8872
      @rahuldoley8872 Před 2 lety +10

      আমিবোৰ এনেকুৱা ই আৰু ভাবি ভাবি চিন্তা জ্বৰ উঠিছে।

    • @Rahulvlog311
      @Rahulvlog311 Před 2 lety +5

      Pran deep da apuna gaan katia ahibo
      Apuna gaanor babeu wait kriasu? 😍😍😍😍😍🙏🙏🙏🙏

    • @Rahulvlog311
      @Rahulvlog311 Před 2 lety +3

      Xarodiyo Ghugali bihu te apunaloi olakh Xuvessa jasilu

  • @meerdeepmusical4673
    @meerdeepmusical4673 Před 2 lety +280

    পাহাৰে পাহাৰে ❤️
    বগাই গৈ আনি দিম ❤️
    পাহাৰীয়া কপৌ ফুল ❤️
    Favorite 🥰🥰🥰 Congratulations Neel Daa and বিহুৱান Team 💐💐💐

  • @Manashreebordoloi
    @Manashreebordoloi Před 2 lety +89

    বিহুৱানত সদায়েই নতুনত্ব, বাকী আৰু কি ক'ম ভাষা নাই ইমানেই ধুনীয়া হৈছে গানটো, বিহুৱান আমাৰ আবেগ🥰🙂শুভেচ্ছা থাকিল নীল দা, উজ্জ্বল দা, লুইত নীল দা, মৃন্ময় দা আৰু গীতটি ৰ লগত জড়িত সকলোলৈকে🙂

  • @xhao_biju
    @xhao_biju Před 2 lety +39

    Kussum দাৰ গান Disco লৈ বহুত অপেক্ষা কৰি আছো🤗🤗and আপোনাৰ বিহুৱান এলবামৰ সকলো গানেই জুই and মৰম লগা🥰🥰🥰

  • @viralduniya5809
    @viralduniya5809 Před 2 lety +190

    নীল দাৰ কাৰণে এটা এটা তিপ চহী মাৰি যোৱা...❤️মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে নীল দা আপোনালৈ ❤️

  • @bijitborpatra3670
    @bijitborpatra3670 Před 2 lety +201

    ককাইদেউ বহুত ধুনীয়া লাগিল দেই গীত টি ❤️ এতিয়া সকলোৱে ভেলাঘৰত ৰাতি 10 টা বজালৈকে নচাৰ হে কথা কিন্তু আমিহলে গোটেই ৰাতি নাচিম দেই 😋🤘 । ❤️💥
    - Bijit Borpatra

  • @raktimchiring
    @raktimchiring Před 2 lety +19

    Bohut hundor hoise dada ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @nirabjyoti4924
    @nirabjyoti4924 Před 2 lety +17

    ভাল লাগিল নীল দা গান টো❤️ বৰ সুন্দৰ এবাৰ বিহুত ফলি দিবা ❣️

  • @manobjyotimusic9355
    @manobjyotimusic9355 Před 2 lety +56

    বিহুৱান মেইন , ভোগালী বিহুৰ শুভ কামনা জনালোঁ নীল দা ❣❤️❤️❤️❤️❤️

  • @dipankardeka7178
    @dipankardeka7178 Před 2 lety +275

    বিহুৱান ৰ প্ৰতিটো গীতেই ধুনীয়া হয়,,,,,,❤️❤️❤️ বিহুৱান ৰ সমূহ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল
    Lv u Neel da

  • @mainadas6332
    @mainadas6332 Před 2 lety +24

    বিহুৱানৰ প্ৰতিটো গীত য়ে মোৰ ভাল লাগে🥰ধুনীয়া❤️❤️❤️
    ভাৱি ভাৱি চিন্তাৰ জ্বৰ উঠিছে গাত 🤒🥰🥰🥰🥰🥰❤️..........

  • @Success_With_Me
    @Success_With_Me Před 2 lety +2

    Neel Akash da ৰ song এটা বিহুৰ আগত মুক্তি নাপালে, বিহু বিহু নালাগে গাত । মই বৰ্ণনা কৰিব নোৱাৰিম যে neel Akash dar গান কিমান ধুনীয়া লাগে শুনি । এনেকৈ আমাৰ মাজত এনেকুৱা গান প্ৰেৰণ কৰি আমাক আনন্দিত কৰে যেন সদায় নীল দা।

  • @Thagit1
    @Thagit1 Před 2 lety +114

    নীল দা আপোনাৰ এনেকুৱা এটা গান নাই যিটো মোৰ মনত নাই, মনত নোৰোৱালৈকে মই শুনি এ থাকো আৰু আমনিও নালাগে 🥰
    নীল দা তুমি জুই 🔥💛
    LOVE FROM BANGALORE KARNATAKA

  • @AnuragXaikia
    @AnuragXaikia Před 2 lety +19

    Finally ahigol aru dei ❤️ Eman dhuniya hoise Neel da . Aibar Magh Bihut aituke bajibo aru .

  • @jahnobeekohar8224
    @jahnobeekohar8224 Před 2 lety +9

    ভাল লাগিছে পায় 😘❤️😍 আগুৱাই যোৱা ককাই ❤️😘
    গোলাঘাটৰ পৰা মৰম দিলোঁ ❤️😘

  • @ANKURNATH07
    @ANKURNATH07 Před 2 lety +17

    প্ৰত্ৰেক ভোগালিত আপোনাৰ এটি গীতলৈ বৰকৈ অপেক্ষা থাকে🤗, আৰু সেই অপেক্ষাৰ অন্তত এটি সুন্দৰ গীত পাই বহুত ভাল লাগে❣️,কাইলৈ ভেলাঘৰ হিলিব আৰু আপোনাৰ গানত🔥⭐

  • @Podcast_Shorts_05
    @Podcast_Shorts_05 Před 2 lety +71

    ধুনীয়া লাগিল দাদা❤😍
    সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাঁ জ্ঞাপন কৰিছোঁ 🥰😍❤

  • @optyson4448
    @optyson4448 Před 2 lety +68

    এক মাহৰ পৰা অপেক্ষা কৰি আছিলোঁ এই গান টো শুনিবলৈ বহুত সুন্দৰ গান নীল দা
    ♥️♥️♥️♥️♥️♥️♥️

  • @ashikAr005
    @ashikAr005 Před rokem +4

    নীল দাৰ মাতটোত কিবা এটা যাদু আছে শুনি থাকিলে কেতিয়াও আমনি নালাগে।জুবীন দাৰ পিছত আপোনাকে বহুত ভাল পাওঁ

  • @jumonigogoi5947
    @jumonigogoi5947 Před 2 lety +7

    অপেক্ষাৰ অন্তত ❤।বিহুৱানৰ অবিহনে মাঘ বিহু আধৰুৱা ।এতিয়াহে ভাল লাগিছে ।উৰুকা নিশা নচাৰহে কথা আৰু এতিয়া ❤❤❤❤

  • @mudoimix8015
    @mudoimix8015 Před 2 lety +58

    কিমান দিনৰ পৰা অপেক্ষা কৰি কৰি আজি পাই গলো, গা- মন ৰাই -যায় কৰি গৈছে তোমাৰ সুৰত, নীল দা তোমাৰ কণ্ঠত এটা সুকীয়া সোৱাদ বিচাৰি পাওঁ,❤️❤️❤️🎶

  • @sourav_chutia_0.1
    @sourav_chutia_0.1 Před 2 lety +25

    অতি সুন্দৰ ❤️🥀Sop গুলিমাৰু 11, 12,01,02,03,04,05 টা বজাটো loud speaker ৰত বাজীৱ গীতটো, মুঠতে বিহু মেইন❤️

  • @cuteboyff0781
    @cuteboyff0781 Před 2 lety +28

    Neel da আপোনাৰ কণ্ঠত গীত শুনিলে মোৰ সেই অতিতৰ কথাৰোৰ আকৌ মনলৈ উভতি আহে🙃

  • @richavsarma6736
    @richavsarma6736 Před 2 lety +8

    বহুত অপেক্ষাৰ অন্তত ❤️ love you neel daa❤️

  • @Babu..Lyricxzz
    @Babu..Lyricxzz Před 2 lety +36

    ককাই অসম হিলিব ....💥 পতি বাৰৰ দৰে! ৰৈ আছিলোঁ ৩১ December ত কিন্ত্ত নাহিল মনটো বেয়া লাগিছিল .. হলেও এতিয়া পালোঁ বিহু ভেলা ঘৰত কঁপাই থাকিম ⚡....😍💖

  • @mrigankanath2865
    @mrigankanath2865 Před 2 lety +23

    নীল দাৰ গানৰ তুলনা নাই ❤️🔥
    হয়নে ৰাইজ 👍

  • @abhijitkonwar6036
    @abhijitkonwar6036 Před 2 lety +9

    বহু অপেক্ষা ৰ শেষত আকৌ এটা সুন্দৰ গীত। ❤️ধন্যবাদ নীল দা

  • @nabagaming5467
    @nabagaming5467 Před 2 lety +12

    আই অ মা । কি j ধুনীয়া লাগিছে শুনি । শুনি আমনি লগা নাই । আপুনি বহুত প্ৰিয় মোৰ ❤️❤️😗😗💖💗💖

  • @Anshumankaushik
    @Anshumankaushik Před 2 lety +20

    এইবাৰ হে বিহুৱান ❤🔥

  • @palvlogs3919
    @palvlogs3919 Před 2 lety +160

    ভোগালীৰ আনন্দ কেৱল বিহুৱানৰ সৈতে ❤️🥰

  • @RIDIPNIBIRMusical
    @RIDIPNIBIRMusical Před 2 lety +6

    সেইদেখি পেটলৈ নাযায় ভাত
    শুনিছনে মুখৰো নোলায় মাত । মজা❤👌👌

  • @bharatduttaentertainment6110

    নীল আকাশৰ এই গীতটি চেয়াৰ কৰা সকলে 🥰🥰🥰🥰 এটা লাইক 👍👍👍👍আৰু কেনে পালে কমেণ্ট কৰক।🥰🥰🥰🥰🥰🥰🙏

  • @assamesestatusentertainmen7551

    জুবিন গাৰ্গ ৰ পিছত অসমীয়াৰ 💝🖤 হ'বলৈ গৈ আছে । Aedvnce Congratulations 🌸

  • @bhargabsarmavreegu4874
    @bhargabsarmavreegu4874 Před 2 lety +18

    বহুত আশাৰ ফলত আহি গল বিহুৱান🌺🌹,,,আপোনাৰ সকলো গানৰ লগতে আপুনি ও বহুত প্রিয় হয় মোৰ,,,I love you neel daa❣️❣️

  • @nihrikagogoi2776
    @nihrikagogoi2776 Před 2 lety +8

    ভাল লাগিল দাদা গানটো আৰু ভোগালী বিহু শুভেচ্ছা জনালোঁ শদিয়াৰ পৰা

  • @bhargabkalita2960
    @bhargabkalita2960 Před 2 lety +12

    Neel Aakash is best bihu singer in Assam. He is 2nd you tuber in Assam . Happy bhogali bihu all of Assam. He is so handsome boy..✨🥳🥳🥶💉😜💖💖❤️🤟

  • @RcRanjan22
    @RcRanjan22 Před 2 lety +25

    🇳​🇪​🇪​🇱​দা মানেই জুই 🔥🔥❤️

    • @arundeka3550
      @arundeka3550 Před rokem

      Jui Neel Da 😘💝😘💝😘😍😍😍😍😍😍❤️❤️💝✌️❤️✌️

  • @jupitora
    @jupitora Před 2 lety +27

    সুন্দৰ নীল দা বহু আশাঁৰে বাট চাই থাকো আপোনাৰ বিহুৱানৰ বাবে ।।।গানবোৰ শুনিলেই মনলৈ প্ৰেমৰ অনুভৱ লৈ আহে যেন লাগে। 💓🔥

  • @nibhadutta312
    @nibhadutta312 Před 2 lety +6

    Next level নীল আকাশ দা ধেমাজি পৰা মৰম দিলো

  • @lipikasarmahlipi2268
    @lipikasarmahlipi2268 Před 2 lety +21

    নীল দা আপোনাৰ সকলো গান হৃদয় চুই যায় ।

  • @IndraNeelDas123
    @IndraNeelDas123 Před 2 lety +10

    ৰাতিপুৱা শুই উঠিয়েই ৰঙা চাহ কাপৰ লগত নীল দাৰ গানৰ জুতি।
    It Has An Amazing Taste.❤️

  • @madhuryaborah414
    @madhuryaborah414 Před 2 lety +19

    নীল দাৰ গান সদায় প্ৰিয় আৰু সদায় প্ৰিয় হৈ থাকিব 😘❤️

  • @junmonidas3653
    @junmonidas3653 Před 2 lety +5

    Imagine getting from a heart ❤️ to Neel Daa 🥰🥰.... Mojja lagise bihu song tu xuni... 😊😘😘

  • @ahom_prince01
    @ahom_prince01 Před 2 lety +13

    💦নিয়ৰ সৰা গধুলি🌚 মাঘ মাহৰ জাননী🙈 মেজিৰ তলৰ ধেমালি 🥳চোৱা আহি পালে ভোগালি ।।😍 ভোগালি বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলো ।। 🥰🙂মোৰ ৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।😚 সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে 😌...মেজিৰ প্ৰৱিত্র জুইয়ে তোমাৰ হৃদয় উমাল কৰি তোলক ।🤌 ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক🥳 । ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ প্ৰৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওঁক 🍂| ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে🥳❤️🥳❤️
    ❤️HAPPY BHUGALI BIHU ❤️

  • @RcRanjan22
    @RcRanjan22 Před 2 lety +52

    বহুত বেছি অপেক্ষা কৰি আছিলো মৰমৰ বিহুৱানটিলৈ । এতিয়াহে মাঘ বিহু হিলিব 😍🔥🔥🔥

  • @ArijeetGallery
    @ArijeetGallery Před 2 lety +17

    অতি হেঁপাহেৰে সকলোৱে বাট চায় থাকে এই বিহুৱান খনিলৈ। আৰু প্ৰতিবাৰে ন ন ৰূপেৰে লৈ আহে এই বিহুৱান খন। এইবাৰো তাৰ ধাৰা অটুট ৰাখি সুন্দৰকৈ এক নতুন ৰূপত আগ বঢ়ায় দিয়া হৈছে। বিহুৱান পৰিয়ালৰ সদৌতিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @sanjayboravlogs1299
    @sanjayboravlogs1299 Před 2 lety +7

    সুন্দৰ হৈছে বিহু গীতটি নীলদা, লগতে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ❤❤❤

  • @rahulaxom1.068
    @rahulaxom1.068 Před 2 lety +7

    শুনি বহুত ভাল লাগিছে।কন্ঠৰ লগত লিখাটো বহুত ভাল লাগিছে।।love frome gohpur ❤️❤️

  • @hazarikajorhat1784
    @hazarikajorhat1784 Před 2 lety +19

    দাদা বহুত আশাৰে বাত চাই আছিলো আপোনাৰ এই গীতৰ বাবে। অবশেষত আমাৰ সকলোৰে মাজলৈ আগবঢ়াই দিলে । Thank you দাদা।👌

  • @bhreegurayofficial2415
    @bhreegurayofficial2415 Před 2 lety +29

    আগতীয়াকৈ ভোগালী বিহুৰ বহুত বহুত শুভেঁচ্ছা জ্ঞাপন কৰিছো গীতটোৰ লগত জড়িত সকলোখিনি মানুহকে ❤️

  • @brogamingassam5493
    @brogamingassam5493 Před rokem +13

    🥰 নীল দাৰ এই গানটোৰ ভিডিঅ'ৰ বাবে কোনে কোনে অপেক্ষা কৰি আছা । 👍লাইক কৰাচোন ...

  • @poorgaming6054
    @poorgaming6054 Před 2 lety +6

    যেতিয় ভিডিঅ'গানটো দেখি download কৰি আজি ৰাতিপুৱাৰ পৰা শুনি আছোঁ কিন্তু তথাপিও কৈছোঁ কি মজা লাগিছে। 🥰🥰🥰 শুনি থাকিবলৈ মন যায় ❤️💗 #নীল__দা

  • @29k..
    @29k.. Před 2 lety +14

    অপেক্ষা অন্ত পৰিল,আৰু নীল দাৰ নতুন গীত তো পালো বিহুৱানৰ ।
    বিহুৱান ৭ ।❤
    LOVE FROM DIBRUGARH ।।

  • @SAIKIAFAMILYJOI
    @SAIKIAFAMILYJOI Před 2 lety +12

    বহু অপেক্ষাৰ পাছত গীতটি শুনিবলৈ পালোঁ আপোনাৰ কণ্ঠত, 💥ভাল লাগিল নীল দা, 😍আৰু লাগে এনেধৰনৰ গান, এতিয়া ৰাইজে বিহু বিহুৱানৰ সৈতে উপভোগ কৰাহে কথা আৰু

  • @dhirajsarania6679
    @dhirajsarania6679 Před 2 lety +4

    বহুত ভাল হৈছে গীতটো নীল দা ।ভোগালী বিহুৰ শুভ কামনা জাচিলো।

  • @ApurbaDaimariVlogs
    @ApurbaDaimariVlogs Před 2 lety +2

    Neel Dar Bhuwan Album Xodai Super Hit♥️♥️♥️

  • @PRANJAL_ROCK_Official
    @PRANJAL_ROCK_Official Před 2 lety +8

    Olop deri koi holeu palu aru mozaa hoixe 🔥🔥🔥🔥🔥
    Agontuk magh bihutit kunu badha bighini nohauk aru tare kamonare 🙏🙏🙏
    HAPPY VOGALI BIHU
    hamuh akhom bakhiloi

  • @mrigankajyotydutta4711
    @mrigankajyotydutta4711 Před 2 lety +15

    মাঘ বিহুৰ উপহাৰ ❤️
    নীল দা এটা ৰিকুৱেস্ত আছিল।চেনীমাইৰ নিচিনা হিট গান উলিয়াব লাগে।। চেনীমাই 2.0 লাগে এটা। চেনীমাইৰ আমেজেই বেলেগ আছিল

  • @kochparakaawcchhaygaon5581

    Aibar Bihu balag hobo da super duper hit of Assam Bihu singer is best Assam Neel Akash da falidibo
    Da ar jai ai axom

  • @sharmalee407
    @sharmalee407 Před 2 lety +9

    One of my favorite singer 🎤😍💕Love from Tripura

  • @khurjo99
    @khurjo99 Před 2 lety +36

    মজা গান । ❤
    আপোনাৰ শুনিলে মোৰ মন পগলা হৈ যায় আৰু লগতে আপোনাক মাহৰ বিহুৰ শুভেচ্ছা থাকিল 🥰🥰

  • @pobagourab6900
    @pobagourab6900 Před 2 lety +7

    💚💚💚 মুখৰ মাত বন্ধ হৈ গৈছে শুনি শুনি দাদা god bless you.....

  • @nitulbaruah
    @nitulbaruah Před 2 lety +4

    Mojja MP3 song

  • @ApurbaDaimariVlogs
    @ApurbaDaimariVlogs Před 2 lety +7

    My favourite songer néel da♥️♥️😘😘😘

    • @arundeka3550
      @arundeka3550 Před 2 lety

      Same to you bro Love you 😘💝💝💝💝💝💝💝✌️👆

  • @pranjalbaruah4919
    @pranjalbaruah4919 Před 2 lety +7

    বহু অপেক্ষাৰ অন্তত finnely আহিল বিহুৱানখন😍🔥

  • @RishavSonowal
    @RishavSonowal Před 2 lety +18

    Finally aitu hey main 🔥🔥😍😍😍

  • @sewaligohain5043
    @sewaligohain5043 Před 2 lety +3

    মাঘ বিহুৰ সময়ত আপোনাৰ গীতেই উজনি নামনি খলকনি সৃষ্টি কৰে 😘😘👌👌

  • @dipgogoi827
    @dipgogoi827 Před 2 lety +4

    Dhuniya 😍😍

  • @rinki2933
    @rinki2933 Před 2 lety +33

    ভোগালী বিহুৰ আগতীয়াকৈ শুভ কামনা জনালো নীল দা 🙏❤️❤️ ভাল লাগিল গান টো

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music Před 2 lety +26

    The most awaited album in every year ❤️🔥

  • @lunaboruah5284
    @lunaboruah5284 Před 2 lety +4

    জুবিন দা পিছতেই প্ৰিয় ❤️ গায়ক জন

  • @SumankrNath
    @SumankrNath Před 2 lety +23

    It's never comparable to others new year Assamese Songs as Lyrics has immense joy dedicated to everyone's heart...❤️

  • @kunwarchungkrang6503
    @kunwarchungkrang6503 Před 2 lety +379

    মাঘ বিহু আগতে যে আপোনাৰ বিহু গীতটো শুনিব পাই বৰ ভাল লাগিল love you নীল দা 💕💕💕💕💕💕💕💕💕💕💕💕👍👍👍👍👍

  • @riyaboruah5682
    @riyaboruah5682 Před 2 lety +6

    সুন্দৰ ❤️❤️🔥ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো সকলো লৈকে

  • @neehajeyfree1639
    @neehajeyfree1639 Před 2 lety +7

    ভাল লাগিলে তোমাৰ গানটো 🤘I love Neel da

  • @tulikaborah4479
    @tulikaborah4479 Před 2 lety +8

    Nice song and nice voice ❤️

  • @BidraAmsong
    @BidraAmsong Před 2 lety +8

    বহু অপেক্ষাৰ অন্তত 🥰🤩

  • @kamalborah98
    @kamalborah98 Před 2 lety +11

    সেই দেখি পেতলৈ নাজায় ভাত
    মোখৰো নোলাই মাত ... 🔥🔥 অপেক্ষাত আছিলো , কেইবা বাৰু শুনি দিলো ।
    সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা দিলো।

  • @rahulchirang6777
    @rahulchirang6777 Před 7 měsíci +1

    Neel dar gn ...biya ....bhugali bihu .... January...meji tolot ......hokoluteiii buli kom ..... heavy lge ...box pura volume ❤❤❤❤di

  • @pras_tuti
    @pras_tuti Před 2 lety +7

    বিহুৱান সদায় হিট✨✨✨❤️❤️❤️❤️🌻🌻🌻🌻
    Lyrics 🔥🔥🔥🔥🔥🔥

  • @bijit_creation_6870
    @bijit_creation_6870 Před 2 lety +22

    বিহুৰ বতৰত ইমান সুন্দৰ গান আগবঢ়ালে। ধন্যবাদ ❤️❤️....lots of love from nalbari ❤️❤️

  • @asomiyageet2024
    @asomiyageet2024 Před 2 lety +144

    গীতটি যদি ভাল লাগিছে অনুগ্ৰহ কৰি সকলোৱে এটা লাইক কৰি দিব ❤️👍... লগতে আগতীয়াকৈ সমূহ অসমবাসীৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ 🙏

  • @pankajdutta8260
    @pankajdutta8260 Před 2 lety +5

    🙏Apunar song bur ati hundar jubin da pisate apuni heavy titiya singer 🙏🙏🙏❤️❤️❤️

  • @dhirajmusical4055
    @dhirajmusical4055 Před 2 lety +5

    Zubin daai agote koi thoise "Neel akash da ajn jnpriyo singer hb ".atya Hoi asei. Axomr bahireo uttr bharat aru dakshin bharatt Neel da bht jnpriyo. Zubin da papon dar pste ao Mr priyo.

  • @hritishachetia6264
    @hritishachetia6264 Před 2 lety +25

    নীল দা আপোনাৰ গীত টি শুনি খুব ভাল লাগিল দেই 😍। আৰু মোৰফালৰ পৰা আগতীয়াকৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জাচিলোঁ 🙏❤️।

  • @arpanachangmai2615
    @arpanachangmai2615 Před 2 lety +9

    নীল গীতটো ধুনীয়া হৈছে। বিহুৰ শুভেচ্ছা জনালোঁ

  • @DREAMTODEVINEFEELOFMUSIC

    Huni amoni nologa geet bur apunar ...... My favourite singer neel daa .... Love you ....

    • @atomicff006
      @atomicff006 Před 9 měsíci

      Neel dar song bur amoni nalage ❤

  • @farhanayasmin4935
    @farhanayasmin4935 Před 2 lety +5

    My favorite singer 🥰🥰

  • @dipankarhazarika1601
    @dipankarhazarika1601 Před 2 lety +11

    ভোগালী বিহুৰ শুভেচ্ছা থাকিল ককাই আপোনাৰ বিহুৱানৰ কাৰনে সকলো ৰৈ থাকে আশাৰে আৰু এটা অনুৰোধ আপুনি যি তি গীত নাগাব
    শোভা নপাই
    Luv you ককাই ♥️♥️♥️

  • @sawvlog6974
    @sawvlog6974 Před 2 lety +6

    গানটো শুনি বিচনাতেই চৈয়ৰ মাৰি দিছো ।বহুত বেচি ভাল হৈছে । জয় পুৰৰ পৰা মৰম যাচিলো

  • @adityagogoi2559
    @adityagogoi2559 Před 2 lety +5

    মাঘ বিহু আগতে যে আপোনাৰ বিহু গীতটো শুনিব পাই বৰ ভাল লাগিলে I Love you নীল দাদা আগুৱাই নিবা দে নীল দাদা ১০০০০০০০০০০০০০

  • @pankajkalita9970
    @pankajkalita9970 Před 2 lety +3

    I love you Neel da 🥰

  • @barashathakuriya4500
    @barashathakuriya4500 Před 2 lety +16

    ধুনীয়া লাগিল দাদা ❤️ Thank You So Much 😌🔥

  • @mr_indian36
    @mr_indian36 Před 2 lety +10

    সুন্দৰ গীত নীল দা আখা কৰো এনেকুৱা সুন্দৰ সুন্দৰ গীত আপুনি আমাক উপহাৰ দি যায় যেন ।❤️❤️❤️❤️

  • @user-oo9jo2pw6q
    @user-oo9jo2pw6q Před 2 lety +2

    বহু অপেক্ষাত 😍😍😘 আজি ভেলা ঘৰত আপোনাৰ গানে অকল বাজি থাকিব 😍😍 happy vugali bihu

  • @bharatduttaentertainment6110

    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে গাত ..... বৰ সুন্দৰ লাগিছে ....

  • @ElectroMusic-c
    @ElectroMusic-c Před 2 lety +14

    উৰুকাৰ কাহিলি পুৱা হিমচেচা শীতৰ সেমেকা পৰিবেশত আপোনালৈ/আপোনাসবলৈ জনাইছো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। ♥️🥀

  • @lakhyaha4659
    @lakhyaha4659 Před 2 lety +16

    😘বহুত বহুত অপেক্ষাৰ ফলত আমাৰ মাজত
    (বিহুৱান)টি আহি গ'ল।
    😘আৰু আমাৰ সকলোৰে ফালৰ পৰা বহুতো🤩 মৰম তথা শুভেচ্ছা থাকিল ।
    😘Neel Akash Jinabad 😘

  • @nanditachoudhury5316
    @nanditachoudhury5316 Před 2 lety +2

    Love from Gopalpara . xosakoi apunk bujaboloi vakha ni ❤️❤️❤️

  • @apurbadaimarimusical
    @apurbadaimarimusical Před 2 lety +1

    Neel Dar Bhuwan Album সদাই Super Hit ♥️