জুবিনৰ দ্বাৰা অনুপ্ৰাণিত এগৰাকী ছাত্ৰী, নিজৰ ঘৰৰ মাটিডৰাতে পাৱাৰটিলাৰ লৈ নামি পৰিছে খেতি কৰাত

Sdílet
Vložit
  • čas přidán 17. 08. 2020
  • #NewsLive #ZubeenGarg #Khumtai #Sikhamoni #AssamNews
    জুবিনৰ দ্বাৰা অনুপ্ৰাণিত এগৰাকী ছাত্ৰী। জুবিন গাৰ্গে অসমৰ কৃষিক্ষেত্ৰৰ বিকাশৰ বাবে ব্ৰেণ্ড এম্বেচাদৰ হোৱাৰ বাতৰি শুনিয়েই জুবিন অনুৰাগী এইগৰাকী কলেজীয়া ছাত্ৰীয়ে নিজৰ ঘৰৰ মাটিডৰাতে পাৱাৰটিলাৰ লৈ নামি পৰিছে খেতি কৰাত। গোলাঘাট জিলাৰ খুমতাই সমষ্টিৰ শিখামণি বৰা নামৰ এইগৰাকী ছাত্ৰীৰ এই উৎসাহক ৰাজহুৱাকৈ প্ৰশংসা কৰিছে বিধায়ক মৃণাল শইকীয়াইও।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 97