তই হেনো ভৈয়ামৰ মই পাহাৰী || সন্ধ্যা মেনন || Cover Version: Bismoyee Borah || Assamese old song

Sdílet
Vložit
  • čas přidán 19. 02. 2024
  • সন্ধ্যা মেনন বাইদেউৰ তই হেনো ভৈয়ামৰ মই পাহাৰী" শীষক গীতটি Bismoyee Borah ই গাবলৈ প্ৰয়াস কৰিছে। গীতটিত সংগীত পৰিচালনা আৰু সংমিশ্রণে সজাইছে মানস প্ৰতিম বৰাই। গীতটি সকলোৱে আদৰি লয় যেন।
    আশা কৰিছোঁ আপুনি নিশ্চয় গীতটি উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত কওঁক । আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব । আমাৰ লক্ষ্য পুৰণি কৃষ্টি সংস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া । তাৰ বাবে আপোনালোকৰ সহায় ৰ প্ৰয়োজন । আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেণ্টত বক্সত জনাব । ধন্যবাদ ।
    ***বিনা অনুমতিত এই গীতটিৰ Audio আৰু Video যিকোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । কেৱল এই Video টোৰ CZcams ৰ লিংকটোহে প্ৰচাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ল।
    যোগাযোগৰ ফোন নম্বৰ :- 7635979496, 7896676225
    #assamesesong
    #oldassamesesong
    #bismoyeeborah
    #xopunmusic
    #assamesesong2024
    #সন্ধ্যা_মেনন
  • Hudba

Komentáře • 26