ভাগৱত পাঠ।পদ্ম কাকতি বাসগৃহ।

Sdílet
Vložit
  • čas přidán 13. 09. 2024
  • #bhagawatpath #padmakakoti

Komentáře • 315

  • @mahanpuja7915
    @mahanpuja7915 Před 6 dny +1

    Krishna Krishna Krishna Krishna........🙏🙏🙏🙏

  • @junmonigogoi-bt8hh
    @junmonigogoi-bt8hh Před měsícem +4

    সদায়েই শুনি থাকিবলৈ মন যায়। কৃষ্ণ কৃষ্ণ।

  • @pulindrapatowary1541
    @pulindrapatowary1541 Před 20 dny +1

    Krishna Krishna

  • @BidikhaTamuli-pw4vz
    @BidikhaTamuli-pw4vz Před 9 měsíci +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @BashtapHajorika
    @BashtapHajorika Před 11 dny +2

  • @KALPANABORAH-v1j
    @KALPANABORAH-v1j Před 7 dny +1

    খুব সুন্দৰ, শ্ৰৱণ কৰি খুবেই আপ্লুত হলো | সহস্ৰ প্রণাম,,,,, 🙏🙏

  • @BiswajitBorgohain-m8y
    @BiswajitBorgohain-m8y Před 14 dny +1

    🙏🙏🙏🙏🙏🙏

  • @utpaldas1065
    @utpaldas1065 Před 4 měsíci +3

    OUM NAMAHA BHAGAWATE BASUDEBAYA:. KRISHNA ,KRISHNA .❤❤🙏🙏🙏🙏❤❤

  • @purbajyotiburagohain4243
    @purbajyotiburagohain4243 Před 25 dny +1

    Krishna 🙏🙏🙏

  • @Himangkhu-HB1.
    @Himangkhu-HB1. Před 17 dny +1

    কৃষ্ণ❤🙏🙏

  • @dipaksaikia5100
    @dipaksaikia5100 Před 4 měsíci +5

    অতি সুন্দৰ ❤️
    বিশেষ ভাৱে, বাঁহী ব্যৱহাৰ নকৰা বাবে শ্ৰুতিমধুৰ হৈছে ।।

  • @jagatnamrup3941
    @jagatnamrup3941 Před 15 dny +1

    🙏🙏🙏🙏

  • @nripenburagohain
    @nripenburagohain Před 2 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @PadmeswarPhukan-nv2wn
    @PadmeswarPhukan-nv2wn Před 7 dny +1

    Krisnkrisna

  • @RanjanaGogoi-i7f
    @RanjanaGogoi-i7f Před 2 měsíci +1

    OM Nomah bhagabwate Basudebawa

  • @nabajyotinath7511
    @nabajyotinath7511 Před 9 měsíci +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mamoniborah1080
    @mamoniborah1080 Před 4 dny +1

    Krishna

  • @tarusaikia657
    @tarusaikia657 Před dnem +1

    ❤❤❤

  • @TankesharBorah-u3l
    @TankesharBorah-u3l Před 7 dny +1

    Best

  • @ajitbakalial970
    @ajitbakalial970 Před 15 dny +1

    কৃষ্ণ কৃষ্ণ.ভগৱন্তলৈ‌‌ সেৱা জনালোঁ।

  • @bituponboraassam9322
    @bituponboraassam9322 Před rokem +5

    ওঁ নমো ভগৱতে বাসুদেৱায় 🙏

    • @RONTU684
      @RONTU684  Před rokem +1

      কৃষ্ণ ৰাম।

  • @pronitakakotiborah
    @pronitakakotiborah Před měsícem +2

    কৃষ্ণ কৃষ্ণ🙏
    অতি সুন্দৰ 🙏🙏🙏🙏🙏

  • @niranbora9076
    @niranbora9076 Před rokem +1

    কৃষ্ণ কৃষ্ণ

  • @dibyagogoi7823
    @dibyagogoi7823 Před rokem +3

    কৃষ্ণ কৃষ্ণ বাপ দুজনা 🙏।আমি মূঢ়মতি বৃদ্ধা শ্ৰৱণেহে গতি বাপ সমস্ত। আপোনাসৱৰ মুখপদ্মৰে ভাগৱত ভাগী পাঠে আমাক পৰম কৃতাৰ্থ, আপ্লুত, উপকৃত ও আনন্দিত কৰিলে। আপোনাসৱক ভগৱন্তপুৰুষে কৃপা কৰিছে। আৰু কৃপা কৰক ,তাকে কামনা কৰিছো। কৃষ্ণ কৃষ্ণ মাধৱ সেৱা জনাইছো দুয়োজনাৰ পদপংকজত 🙏🙏🙏🙏🙏

    • @RONTU684
      @RONTU684  Před rokem +1

      কৃষ্ণ। আন্তৰিক ধন্যবাদ জনালোঁ।

  • @MR__DAS__07
    @MR__DAS__07 Před 3 měsíci +5

    Oum namu Bhagawate Basudebayo 🙏🏻❤

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Před 4 měsíci +3

    সত্য টো সত্য ই সদায়। সত্য টোৰ বেলেগ বেলেগ হ'ব ই নোৱাৰে। জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ ভাগে ভাগে সত্য নাথাকে। সত্য বিচাৰ কৰা ন্যায়াধীশ কেইজনহে অ সত্য। বিধে বিধে সত্যৰ বিছাৰ কৰে। সত্য টো এক বা এটাই হ'ব নিশ্চিত। মানুহটো প্ৰতি সমাজ খনৰ প্ৰতি দেশ খনৰ প্ৰতি চৰকাৰৰ প্ৰতি সত্য বেলেগ বেলেগ হ'ব নোৱাৰে। সেই বাবেই জগত খনত ইমান জাতি ধৰ্ম বৰ্ণ লিঙ্গ হ'ব নোৱাৰে। হ'লে ও ই মিছা মায়াৰ ভ্ৰম অস্থায়ী বিনাশ শীল প্ৰকৃতিৰ কলা চছমা। জগতত উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি চেতনা বা আত্মা ব্ৰহ্মৰেই প্ৰতিবিম্ব মাএ। গতিকে জগতত ইমান বিলাক জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্য আহিল কৰপৰা? আন কি চাৰি মুঠি আত্মা জীৱ শ্ৰেষ্ঠ মানৱৰ ‌বাদে ও মহা পুৰুষ মহিষী অৱতাৰী পুৰুষ দৈৱিক গুণ কম্ম সম্পন্ন ঐশ্বৰিক গুণ কম্ম সম্পন্ন ব্যক্তি আনকি স্বয়ং ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। ব্ৰহ্ম সত্য জগৎ মিথ্যা। সেই কাৰণে জগত খন এই চকুৰে দেখা কানেৰে শুনা হাতেৰে স্পৰ্শ কৰা মুখেৰে মাতবুল কৰা মনেৰে কল্পনা কৰা সকলো মায়াৰ ভ্ৰমৰ প্ৰাকৃতিক জগত।যিখন বিনাশ শীল মিথ্যা মহা প্ৰলয়ত এদিন বিনাশ হৈ যাব। গতিকে জগতত ইমান বৈষম্যতা বিভেদ কিয়? ব্ৰহ্ম এক সত্য এক ধৰ্ম এক জগত মিথ্যা। মিছাত লাগিব নে সঁচাচ লাগিব ? জগতত কিমান জাতি লিখিবনোৱাৰা ধৰ্ম বৰ্ণ লিঙ্গৰ টোৰ কোনো কথা ই নাইকীয়া। উপদেশ উপদেষ্টা ‌ ধৰ্ম গ্ৰন্থ সমুহ ৰচনা কৰিছিল মহাপুৰুষ মহিষী সকলে অৰণ্যাশ্ৰম পাতিছিল মানুহক আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা বিৱৰণৰ বাবে। কিন্তু জীৱ শ্ৰেষ্ঠ মানৱ হ'ল পশুতো অধম। মনত পাপ চিন্তা গেলা ভাৱনা কামনা বাসনা। হ্নদয়ত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী অতীন্দীয় অলৌকিক পাৰমাথিক চিন্তা চৰ্চা চেতনা বিপৰীতে আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল শোষণ নিস্পেষন অমানুষিক অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ কূটনীতি হিঙসা খিয়াল অহ্ঙকাৰ আদি অসৎ চৰিত্ৰৰ হৈ জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ হকে কাম নকৰে বাধা প্ৰদান কৰে। । সাম্প্ৰতিক কালত জগতত যিবিলাক ধৰ্ম অথ কাম মুক্ষ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ ভেদ সমাজৰ ৰূপ ৰেখা এই বিলাক দুৰ্নীতি গ্ৰস্থ মানুহক ঈশ্বৰে সহায় নকৰে। প্ৰদীপ গগৈ। গুৱাহাটী।

    • @RONTU684
      @RONTU684  Před 4 měsíci +1

      কৃষ্ণ।আপোনাৰ বহুমূলীয়া কথাষাৰ আজিৰ সমাজৰ বাবে বহুত গ্ৰহণযোগ্য।আপোনাক প্ৰভু ভগবন্তই কৃপা কৰক।

  • @MafuBorah
    @MafuBorah Před 3 měsíci +1

    Kishna kishna pravu🙏🙏🙏🙏

  • @dipakborah893
    @dipakborah893 Před rokem +1

    কাকতি আৰু বৰুৱা বাপ আপোনালোকৰ দুয়ো জনক পোন প্ৰথমে অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ। আপোনালোকে ইমান সুন্দৰ কৈ ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমাক শুনাইছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ম ই প্ৰতিদিনে আপোনালোকৰ ভাগৱত শ্ৰৱণ কৰি আছোঁ। বহুত আনন্দিত হৈছো। কৃষ্ণ 🙏🙏🙏

    • @RONTU684
      @RONTU684  Před rokem

      আন্তৰিক ধন্যবাদ।কৃষ্ণ।

  • @rupalidas1570
    @rupalidas1570 Před rokem +3

    Krishna Krishna🙏🙏🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 Před rokem +1

    পৰম সুখকৰ পাঠ ভাগ। অন্তৰত ভক্তিৰ ৰস বৈ আহে। প্ৰভু ইমান সুন্দৰ।হতাশা আহিলেই আপোনাৰ পাঠ শ্ৰৱণ কৰি সুখ অনুভৱ।কৰো।পুণৰ বাৰে সেৱা জনাও।

  • @LakhimiGohain
    @LakhimiGohain Před 2 měsíci +1

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @konmaiboruah1943
    @konmaiboruah1943 Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ আপুনহবলৈ ভক্তি ভৰা সেৱা জাচিলো

  • @prasantabora4735
    @prasantabora4735 Před rokem +1

    সদায়ে গধূলি আপোনাসৱৰ কীৰ্ত্তন শুনি মনটো ভাল লাগি যায়।ইমান সুন্দৰকৈ কীৰ্ত্তন কৰি আহিছে কবলৈ ভাষা নাই বাপ সমস্ত ।এইয়া ভগৱানৰ আশীৰ্বাদ আপোনাসৱৰ ওপৰত ।সদায়ে যেন শুনিবলৈ পাম।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনাসৱৰ সুস্থ সবল শৰীৰৰ মনৰ অধিকাৰী কৰি ৰাখে যেন ।কৃষ্ণ কৃষ্ণ

    • @RONTU684
      @RONTU684  Před rokem

      আন্তৰিক ধন্যবাদ।কৃষ্ণ।

  • @Miduldutta
    @Miduldutta Před rokem +2

    ইমান ধুনীয়া লাগিছে ঘৰত থকা দৰে লাগিছে যেন সম্মুখত শুনি আছো,
    তাতে এচাতি সুন্দৰ বতাহ লাগি আছে প্ৰকৃতিৰ বুকুত,
    জয় শ্ৰী ৰাম 🙏🙏🙏
    জয় গৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ
    এনেদৰে শুনিবলৈ পায় অতি আনন্দ লাভ কৰিছো 🙏🙏🙏

    • @RONTU684
      @RONTU684  Před rokem

      আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।

  • @phuleswarrabha6142
    @phuleswarrabha6142 Před 28 dny +1

    বৰ সুন্দৰ কণ্ঠেৰে বৰ সুন্দৰ ভাগৱত পাঠ৷

  • @munindragogoi2586
    @munindragogoi2586 Před 8 měsíci

    কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ভাগৱতৰ পৰম অমৃত কথালৈ

  • @AmlanduAmlandu
    @AmlanduAmlandu Před rokem +2

    কৃষ্ণ কৃষ্ণ বাপ। ভগবানে কৃপা কৰক।

  • @mamonidas1659
    @mamonidas1659 Před rokem +1

    Krishna probhu pronam 🙏🙏🙏🙏

    • @RONTU684
      @RONTU684  Před rokem

      আন্তৰিক ধন্যবাদ।

  • @sumibonia5092
    @sumibonia5092 Před rokem +3

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @____-xd4yr
    @____-xd4yr Před rokem +1

    Khosakoi kholag labo logiya 🙏🥰🌍mur Pravo khokol khosakoi bht uporat 🙏🙏🙏. Pravoye jiyai rakhile adin khanmukhar pora apunalukak dekha pam buli parthona korilu eyar porai.🙏💞.

    • @RONTU684
      @RONTU684  Před rokem

      কৃষ্ণ। আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।

  • @ProbalKhataniar
    @ProbalKhataniar Před 2 měsíci +1

    ভগৱানময়,হৰি ৰাম🙏🙏

  • @rushanburagohain6803
    @rushanburagohain6803 Před rokem

    ভাগৱত মোৰ প্ৰাণ।সুন্দৰ পাঠ হৈছে। তপ ণ,শিৱসাগৰ।

    • @RONTU684
      @RONTU684  Před rokem

      কৃষ্ণ। অশেষ ধন্যবাদ জনালোঁ।

  • @munindraborgohain6054
    @munindraborgohain6054 Před 8 měsíci +2

    Hadyii.sraban.kari..thaku.tathpi.amani.nalaga.🙏🙏🙏🙏🙏🙏🙏🎉

  • @deepagogoi4312
    @deepagogoi4312 Před 11 měsíci +1

    Krisna krisna ❤❤❤

  • @kandorpabora5465
    @kandorpabora5465 Před rokem +1

    Krishna Prabhu Ram Krishna Krishna

  • @adhyatmikaxom
    @adhyatmikaxom Před 2 měsíci +1

    অতি মনোৰম ।।।।।শ্ৰৱণ কৰাই পৰম কৃপা কৰা হৈছে ।।

  • @trishnabora2679
    @trishnabora2679 Před 5 měsíci +2

    সদায় শ্ৰৱণ কৰিলেও আমনি নালাগে। কৃষ্ণ, কৃষ্ণ।

  • @KakaliGogoi
    @KakaliGogoi Před 6 měsíci +3

    Krishna soronot hewa dhorisoo

  • @Balamurali8039
    @Balamurali8039 Před 3 měsíci +1

    🙏🏾🙏🏾🙏🏾Jai shree krishna krishna Ram Ram Hari Hari ❤

  • @mrigankagogoi1276
    @mrigankagogoi1276 Před 10 měsíci +1

    কৃষ্ণ🙏 কৃষ্ণ🙏

  • @kanakneog1877
    @kanakneog1877 Před rokem +1

    কৃষ্ণ কৃষ্ণ৷ ভগৱানে সৱাৰো মংগল কৰক৷

    • @RONTU684
      @RONTU684  Před rokem

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @ProdipGogoi-zq7yc
    @ProdipGogoi-zq7yc Před 3 měsíci +1

    Provoo. Hotkootibar. 🙏 Pronaam jonaisoo

  • @akhilgogoi1869
    @akhilgogoi1869 Před rokem +1

    Krishna Krishna bhal bhal Krishna Krishna.

  • @jatinbhuyan4826
    @jatinbhuyan4826 Před 4 měsíci +1

    ও নমো ভগৱতে বাসুদেৱ নম

  • @kamalphukan1365
    @kamalphukan1365 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ 🙏
    হে বাপ সমস্ত
    আপোনাসবৰ বৈষ্ণৱী কণ্ঠৰ সুৰে
    আমাৰ হৃদি-প্ৰাণত কৃষ্ণ প্ৰেমৰ অশ্ৰু নিগৰাইছে!!
    ভগৱৎ প্ৰেম আৰু বাণীৰে মানৱ তথা সমাজ সংস্কাৰমুখী - ঈশ্বৰমুখী যাত্ৰা অবিৰত থাকক !
    প্ৰভূ ভগৱন্তৰ কৃপা হ‌ওঁক 🙏
    আমি দুয়ো গৰাকী বৈষ্ণৱ প্ৰাণলৈ ভক্তি ভৰা প্ৰণিপাত নিবেদন কৰিছোঁ !
    কৃষ্ণ কৃষ্ণ

  • @user-sq3lh1dm6i
    @user-sq3lh1dm6i Před 6 měsíci

    Krishna probhu pronam korisu hori ram❤

  • @dulumonibora671
    @dulumonibora671 Před 11 měsíci +1

    Krishna Krishna ❤❤❤❤❤

  • @jayantachetia4488
    @jayantachetia4488 Před rokem +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ভক্তি ডৰা সেৱা পাঠক দ্বয়লৈ হৃদয় স্পষী সুন্দৰ কণ্ঠ আগলৈ কৃষ্ণ কীওণ
    শুণাৱ ধণ্যবাদ।

    • @RONTU684
      @RONTU684  Před rokem +1

      আন্তৰিক ধন্যবাদ।

  • @pradipkalita9933
    @pradipkalita9933 Před 9 měsíci +2

    KRISHNA KRISHNA

  • @pranabjyotisarmah896
    @pranabjyotisarmah896 Před 9 měsíci +1

    মইও বৈকুণ্ঠৰ কল্পতৰু ভাগি পাঠ কৰোঁ কিন্তু বাপ আপোনালোকক প্ৰভুৱে ঐশ্বৰিক শক্তি দিছে । সুন্দৰ উপস্থাপন ।

  • @buddhaboruah3008
    @buddhaboruah3008 Před rokem +1

    Krishna krishna krishna❤❤❤ 🙏🙏🙏

  • @jitendranathsaikia9341
    @jitendranathsaikia9341 Před rokem +1

    Oti hundar
    🙏🙏🙏🙏🙏🙏🙏🙏

  • @rajuboruah6384
    @rajuboruah6384 Před rokem +1

    কৃষ্ণ কৃষ্ণ ‌🙏🙏🙏🙏

  • @jitulhazarika1197
    @jitulhazarika1197 Před 5 měsíci

    Krishna Krishna Krishna Krishna

  • @DuluBora-y6t
    @DuluBora-y6t Před 2 měsíci +1

    Krishna bap❤❤❤❤❤❤2

  • @baneswarpanging7727
    @baneswarpanging7727 Před rokem +1

    🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @miduldutta8798
    @miduldutta8798 Před 9 měsíci +1

    মন ভাল যোৱা ভাগৱত
    কণ্ঠ ,
    এই জীৱন ভাগৱতৰ বিনা একো নাই,
    জয় ৰাম 🙏শ্ৰী ৰাম🙏 জয় জয় ৰাম 🙏

  • @pranrider2023
    @pranrider2023 Před rokem +1

    ৰাম কৃষ্ণ 🙏🙏🙏

  • @dndeb3576
    @dndeb3576 Před rokem

    কৃষ্ণ কৃষ্ণ -------🙏 🙏 🙏

  • @abmonty7274
    @abmonty7274 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏অমৃত পান কৰালে প্ৰভুসকল সেৱা জনালো, 👋👋👋

    • @RONTU684
      @RONTU684  Před rokem

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @PuspaBorah-i4k
    @PuspaBorah-i4k Před 2 měsíci +2

    Mor doyojan pathak বাপলৈ pranam জনাইছোঁ kisna

  • @Jayanta_Chetia
    @Jayanta_Chetia Před 8 měsíci

    কৃষ্ণ কৃষ্ণ 🙏🏿🙏🏿

  • @sumibonia5092
    @sumibonia5092 Před rokem +2

    🙏🙏🙏🙏🙏🙏🙏

  • @traditionalsongassamese6480

    সচাকৈয় জীৱনত যিমান দুখ নাথাকক কিয় এবাৰ শুনিলেই গা সাত পৰি যায়,, দুখ নাইকীয়া হৈ পৰে 🙏🙏🙏🪔🪔🪔

  • @papubora4531
    @papubora4531 Před 2 měsíci +1

    Krishna bap bohut hundhor khotha🙏🙏

  • @robinphukan1170
    @robinphukan1170 Před měsícem +1

    Krishna, Jai Guru Shrimanta Shankar Dev, 🙏🙏🙏🙏

  • @bijoysaikia1405
    @bijoysaikia1405 Před rokem +1

    কৃষ্ণ, ভাল লাগিল।

  • @sukhamtamuli5759
    @sukhamtamuli5759 Před rokem +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏

  • @jamunahazarika4374
    @jamunahazarika4374 Před rokem +1

    Krishna bohut dhunia lagise

  • @thunugogoi4801
    @thunugogoi4801 Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ 🙏ইমান সুমধুৰ কণ্ঠ,মন হৰি নিয়া সুৰীয়া কণ্ঠ ।ভক্তি ভৰা সেৱা যাচিলোঁ ভকত দুজনাৰ দীৰ্ঘায়ু কামনা কৰি ।ঔঁম কৃষ্ণ কৃষ্ণ 🙏🙏

  • @bipulborah7778
    @bipulborah7778 Před 10 měsíci +6

    So sweet voice bap pairs in bhagawat.

    • @RONTU684
      @RONTU684  Před 10 měsíci +2

      কৃষ্ণ।

  • @babitagogoiphukan8568
    @babitagogoiphukan8568 Před 11 měsíci +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাক দুয়ো জন কে শ্বৰণ পঙ্কজত কূটি কূটি প্রণটি প্র নাম জনালো আপোনাক সৱক ভগৱন্ত ই কৃপাৰ কৰক ৷

  • @kalpanahazarika7631
    @kalpanahazarika7631 Před rokem +1

    Provu homosto .bor sundor.hapah nopolie.krishna.

    • @RONTU684
      @RONTU684  Před rokem

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @bijithazarika7363
    @bijithazarika7363 Před rokem +1

    কৃষ্ণ কৃষ্ণ বাপ ।rupa borgohain vlog

    • @RONTU684
      @RONTU684  Před rokem

      কৃষ্ণ ৰাম।

  • @sumibonia5092
    @sumibonia5092 Před rokem +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 পৰভু

    • @RONTU684
      @RONTU684  Před rokem +1

      কৃষ্ণ।

    • @sumibonia5092
      @sumibonia5092 Před rokem +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 👍👍🤳🙏💖🗨️🗨️🗨️🗨️🗨️🗨️💗🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻👏👏👌👌

    • @RONTU684
      @RONTU684  Před rokem

      ❤️

  • @ajitsaloi5253
    @ajitsaloi5253 Před 11 měsíci +1

    কৃষ্ণ কৃষ্ণ ।আপোনালোকৰ কণ্ঠস্বৰ বহুত ভাল লাগিছে ।

  • @user-tx5dq8ck3k
    @user-tx5dq8ck3k Před 8 měsíci +1

    Gukhai bor bhunia mat

  • @binodbaishya7261
    @binodbaishya7261 Před 6 měsíci

    KRISHNA 🙏🙏🙏🙏🙏🙏

  • @pranjalkalita1804
    @pranjalkalita1804 Před 2 měsíci +1

    ❤❤❤❤❤

  • @abmonty7274
    @abmonty7274 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 অপুৰ্ব

  • @mridulkumarrabha892
    @mridulkumarrabha892 Před rokem +1

    কৃষ্ণ কথা শুনি ভাল লাগিল।

  • @wheelwithwings1794
    @wheelwithwings1794 Před rokem +1

    কৃষ্ণ। অতি সুমধুৰ ।

    • @RONTU684
      @RONTU684  Před rokem

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @physicsisanemotion
    @physicsisanemotion Před rokem +2

    আপোনালোকলৈ সেৱা জনালোঁ,সুন্দৰ কণ্ঠ

    • @RONTU684
      @RONTU684  Před rokem +1

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @JagannathBoruah-o2p
    @JagannathBoruah-o2p Před měsícem +1

    Val lagisa❤❤😂😊

  • @ashimhazarika2798
    @ashimhazarika2798 Před rokem +1

    কৃষ্ণ 🙏🙏🙏 ।

  • @paspagogoi2808
    @paspagogoi2808 Před 8 měsíci

    Jai... krishna... krishna... krishna....🙏🙏🙏🙏👍👍

  • @mouchumigogoi5024
    @mouchumigogoi5024 Před rokem +1

    আপোনাৰ পাঠকৰা শুনি আছিলোঁ প্ৰভু ইমান ভাল লাগে ভগৱানে কৃপা কৰক আপোনাক

    • @RONTU684
      @RONTU684  Před rokem

      আপোনাক ধন্যবাদ জনালোঁ।

  • @user-pg8hu3zr9s
    @user-pg8hu3zr9s Před 4 dny +1

    Krishna bap ,oti humodhur kontha

  • @lakheswarbora4825
    @lakheswarbora4825 Před 11 měsíci +2

    কৃষ্ণ সুন্দৰ কণ্ঠ 🙏🙏🙏

  • @bulbuligogoi7889
    @bulbuligogoi7889 Před 6 měsíci

    কৃষ্ণ 🙏🙏🙏🙏🌹🌹