Iftar organized at Gurdwara in Guwahati
Vložit
- čas přidán 1. 06. 2019
- সমন্বয় আৰু ভাতৃত্ববোধৰ অনন্য নিদৰ্শন। মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ সমীপৰ পাঞ্জাৱী কলনিৰ গুৰুদ্বাৰত আয়োজন কৰা হয় ৰমজান মাহৰ ইফতাৰৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ এইদৰে গুৰুদ্বাৰত আয়োজন কৰা হয় ইফতাৰৰ। শিখ আৰু ইছলাম ধৰ্মী লোকৰ এই ইফতাৰে স্থাপন কৰিছে মৈত্ৰী আৰু ভাতৃত্ববোধৰ ব্যতিক্ৰমী নিদৰ্শন ।
#NewsLive #AssamNews
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
ধন্যবাদ ৰাজনীতিৰ পৰা আতৰি যে এটা যোগাত্মক বাতৰি দিলে ধন্যবাদ
I real Allah bless for all people long Live.
Mash Allah,,,, love my India 🇮🇳 all people long live,,,,,
Thank you News live, আমি সকলোৱে এনে কুৱা পৰিবেশ দেখিবলৈ চাও, কিন্তু কিছুমান ৰাজনৈতিক দলে আমাৰ মাজত দুই ভাগ কৰে,
If this thinking continues than we will see a new India ... A better india.. A developed India ...
ভাৰবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।
Wow Great job...unity is diversity....proud to be Indian
Massallah ..i have teared in my eyes
শিখ ধৰ্মালম্বীৰ লোক সকলে প্রায়ে সময়ত শান্তি আৰু সম্বনয়ৰ বাৰ্তা বিলাই আহিছে, এয়া চাই সচাই আপ্লুত হ'লো I এনে যোগাত্মক বাতৰি পৰিবেশন কৰাৰ কাৰণে নিউজ লাইভকো ধন্যবাদ জনাইছো I
Thanks for news live এনেকুৱা News দিয়াৰ বাবে আল্লাহ তুমি সকলকে জ্ঞান দান কৰা যাতে আমাৰ মাজত কোনো বিবেদ নাথাকে হিন্দু, মুসলিম,শিক.জৈন সকলো জাতি মিলি থাকিব পাৰো। আমাৰ এটাই পৰিচয় হোৱা উচিত আমি অসমীয়া I'm proud to be an assames
Masallah
হৃদয় অনাবিল আনন্দৰে ভৰি পৰে এনে সম্প্ৰিত্তী দেখিলে
جزاک اللّہ خیر
mash Allah
It's the real humanity
Anekua aibr Assam ot hoise val lgise ami xokolu bur mili thakibo lge.. Bt axomor bahirot anekua hoise dubait enekoi panjabi luke guruduarot iftaror babe khana aiujon kre ru sobe mili akelge khai.. Bt ai2 kotha j anekua ketiau j hua nai he2 nhoi.. Anekua hoise apunaluke njoke prathome buli kole nhobo na..
ৰাজনৈতিক এৰি মিলাপ্ৰীতিৰ এক অনন্য দৃশ্য এয়া
A borhiya..Yaat k aru bhal khobor hoboi nuwari
great
Masha Allah .