কটনৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে ক'ব বহু ভিতৰুৱা কথা

Sdílet
Vložit
  • čas přidán 8. 10. 2022
  • কটনৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে ক'ব বহু ভিতৰুৱা কথা#cotton_college#cotton_university#srimant_motigator

Komentáře • 43

  • @anjumonikakoti7250
    @anjumonikakoti7250 Před rokem +4

    ইমান সুন্দৰ বাৰ্তালাপ । মন্ত্ৰমুগ্ধ হৈ পৰিলো
    মেধাৱী ছাত্ৰীগৰাকীৰ সৰ্বতোভাৱে উৎকৰ্ষতা আৰু অগ্ৰগামী যাত্রাৰ বাবে আন্তৰিক শুভকামনা যাচিলোঁ ।

  • @mayuridas4157
    @mayuridas4157 Před rokem +5

    Nice show

  • @sushilkonwar7012
    @sushilkonwar7012 Před rokem +5

    অসমৰ সন্মানীয় উচ্ছ শিক্ষা অনুস্থান কটন কলেজ । যদি এখন নাম জলা শিক্ষা অনুস্থানত পঢ়াৰ সুবিধা লাভ কৰে, নিজকে গৌৰৱ অনুভৱ হয় । আমাৰ ছোৱালী বিলাকে যি কোনো ক্ষেত্ৰত পাৰৰ্দশীতা দেখূৱাব পাৰিছে । ইয়াতে কথা হল নিজকে সংযত্নে আগ বঢ়াই নিব লাগিব । সেই ক্ষেত্ৰত সফল হব পাৰিলে ভাল ফল নিশ্চয় পাব । ধন্যবাদ ৰিম জিম ভূঞাঁ তোমাৰ ভৱিষ্যত উন্নতি কামনা কৰিলো । লগতে এনে ভিডিঅ দৰ্শকৰ বাবে আগবঢ়োৱা কাৰণে ।

  • @karabidutta1418
    @karabidutta1418 Před rokem +5

    খুব সুন্দৰ বাৰ্তালাপ। ৰিমলিম(বনু) তোমালৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ থাকিল। আগুৱাই যোৱা ।

  • @babitatamuliborah7986
    @babitatamuliborah7986 Před rokem +5

    বৰ মনপৰশা কথা বাৰ্তা। বহুত ভাল লাগিল ভিডিঅ'টো। M N D P হোষ্টেলৰ বাসিন্দা হৈ আমাৰ বৰপুত্ৰইও কটনিয়ান হিচাপে গ্ৰেজুৱেচন কমপ্লিট কৰিছে এই খন ঐতিহ্য মণ্ডিত মহাবিদ্যালয়ৰ পৰা। বহু খিনি কথা পুত্ৰৰ জৰিয়তে কটনৰ কথা জানিব পাৰিছিলো।আজি আকৌ সুন্দৰ ভিডিঅ'টো চাই আপ্লুত হ'লো।

  • @tikumoni2145
    @tikumoni2145 Před rokem

    Bahut val lagise

  • @rashmigogoi5076
    @rashmigogoi5076 Před rokem +4

    বহুত ভাল লাগিল ,ৰিমলিলৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ 😘💐

  • @jayantasonowal5243
    @jayantasonowal5243 Před rokem +4

    Bohut val lagile kothabur huni 💞

  • @manjularxadhukothaarukobit3697

    খুব ভাল লাগিল👏🏻👏🏻❤️❤️

  • @debikaborpujari6748
    @debikaborpujari6748 Před rokem +5

    বৰ ভাল লাগিল।
    মই নিজেও বহু যুগৰ আগৰ কটনিয়ান আছিলো। আমাৰ দিনত অকাশলংঘা নম্বৰৰ প্ৰয়োজন নাছিল বাবে হয়তো চিট পাইছিলো 😊 মেধাবী ছাত্ৰী গৰাকীলৈ শুভেচ্ছা থাকিল।

  • @chandramahandique7386
    @chandramahandique7386 Před rokem +1

    বৰ সুন্দৰ বাৰ্তালাপ , ভাল লাগিল। মেধাৱী ছাত্ৰী গৰাকীলৈ আন্তৰিক শুভ কামনা থাকিল ।

  • @maryborah3224
    @maryborah3224 Před rokem +1

    সাক্ষাৎকাৰটি যথেষ্ট ভাল লাগিল, ৰিমলি কথনভঙ্গী বৰ সুন্দৰ । মেধাৱী ছাত্ৰী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @pinkidutta5031
    @pinkidutta5031 Před rokem +1

    খুব সুন্দৰ বাৰ্তালাপ।শুনি আপ্লুত হ'লোঁ আৰু বহুত কথা জানিব পাৰিলোঁ।

  • @RajAssam-uy9nl
    @RajAssam-uy9nl Před rokem +1

    Bohut val lagil.....huvessa jonalu......

  • @sangeetadassaikia3969
    @sangeetadassaikia3969 Před rokem +1

    Bahhut bhal lagil.

  • @abhigyanborahanuhazarika167

    Nice👌👌👌

  • @binagohain9329
    @binagohain9329 Před rokem +1

    Vl lagil apuner kotha bilak huni

  • @SOMOLOY
    @SOMOLOY Před rokem

    ভাল সাক্ষাৎকাৰ।

  • @pritirekhasaudkakoty9571

    বৰ ভাল লাগিল।ৰিমৰিমলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

  • @rupanjalidutta8159
    @rupanjalidutta8159 Před rokem +1

    ভাল লাগিল

  • @BishalDas-cd7sf
    @BishalDas-cd7sf Před rokem

    Bhut vaal lagil

  • @kabitabhuyan9507
    @kabitabhuyan9507 Před rokem +1

    আমাৰ কনমাণি জনী ❤️❤️
    দুয়োৰে কথোপকথন বৰ ভাল লাগিল ।
    তোমালৈ শুভকামনা সদায়েই আছে ।আগুৱাই যোৱা তোমাৰ নিৰ্দিষ্ট লক্ষ্যত 👍❤️

  • @tutuborah4801
    @tutuborah4801 Před rokem

    সুন্দৰ কথোপকথন। ৰিমলিমৰ ভৱিষ্যত জীৱন সুন্দৰ হওক

  • @chinmoy1839
    @chinmoy1839 Před rokem +1

    খুব ভাল লাগিল দাদা 💕🙏💕

  • @ranjumonibora5588
    @ranjumonibora5588 Před rokem

    ইমান সুন্দৰ বাৰ্তালাপ 🌹🙏
    বহুত বহুত শুভকামনা জনাইছো দেই

  • @malobikagogoi8727
    @malobikagogoi8727 Před rokem +1

    বৰ ভাল লাগিল।ৰিমলিমৰ বাবে শুভ কামনা জনাইছোঁ।

  • @Sarthak_0680
    @Sarthak_0680 Před rokem

    বহুত ভাল লাগিল

  • @deniananya826
    @deniananya826 Před rokem

    বৰ ভাল লাগিল। ৰিমলিমৰ সাক্ষাৎ সুন্দৰ হৈছে। বহু ধন্যবাদ।

  • @anjalibaruah7669
    @anjalibaruah7669 Před rokem +3

    বহুত ভাল লাগিল ৰিমলি💖আৰু আগবাঢ়ি যোৱা, আমাৰ আশীর্বাদ সদায় আছে তোমাৰ লগত 🥰

  • @gyanashreekalita4978
    @gyanashreekalita4978 Před rokem

    Rim ba you are just awesome ❤

  • @nayanadevi1238
    @nayanadevi1238 Před rokem

    আৱেগ✨️❤️

  • @akashdeepkalita2785
    @akashdeepkalita2785 Před rokem

    Big Fan Ma'am

  • @mintuchetia5109
    @mintuchetia5109 Před rokem +1

    Same class....Same major😍

  • @bgdimensions8378
    @bgdimensions8378 Před rokem +1

    কথাখিনি জানিবলৈ পায় ভাল লাগিলে

  • @bharotihazarika5468
    @bharotihazarika5468 Před rokem +4

    remli bar kotha bur eman val loga❤️❤️

  • @ritakalita6066
    @ritakalita6066 Před rokem +3

    বহুত ভাল লাগিল ❤️

  • @saratmedhi3923
    @saratmedhi3923 Před rokem +1

    ভাল লাগিছে ,এসম‌ৰ কটনিয়ন আছিলোঁ । সেই বাবেই হয়তো বহু কথাই আজি মনলৈ আহিছে , ভাল লাগিছে । ৰিমলিনালৈ শুভেচ্ছা জনালোঁ ।

  • @xormadarsuali
    @xormadarsuali Před rokem

    Amar Rimlim baa ako❤️❤️🦋

  • @saradasaikia4649
    @saradasaikia4649 Před rokem

    ভাল লাগিল

  • @monishagogoi4596
    @monishagogoi4596 Před rokem +4

    বহুত ভাল লাগিল