-ধেৎতেৰি- এক অচিন বেমাৰ (Assamese Comedy Video)

Sdílet
Vložit
  • čas přidán 10. 09. 2024
  • ধেৎতেৰি এক অচিন বেমাৰ (Assamese Comedy Video)//Assamese sad Video//Assamese short Video//Assamese short film//Assamese Video.
    About this Video
    আজি আপোলোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ লৈ আহিছো নাম ধেৎতেৰি এক অচিন বেমাৰ (Assamese Comedy Video) আশা কৰো আপোনালোকে চাই ভাল পাব।
    অভিনয় - ইন্দ্ৰমোহন বৰুৱা, ৰুহিত বৰা, আইমনি বৰা, দীপালি বৰা, সৌৰৱ বৰা
    চিত্ৰনাট্য - মফিদুল হক।
    বাহীঁ - প্ৰনয় বৰঠাকুৰ।
    পৰিচালনা-কেমেৰা-সম্পাদনা - মফিদুল হক।

Komentáře • 11

  • @nirupomaborah1920
    @nirupomaborah1920 Před měsícem +1

    So funny n so nice video ❤❤❤❤❤❤❤❤❤

  • @debasishborah883
    @debasishborah883 Před měsícem

    Hundor oviony hokolure

  • @dipalibora9217
    @dipalibora9217 Před měsícem

    😅😅😅❤❤❤

  • @NituChangmai-ml5uq
    @NituChangmai-ml5uq Před měsícem

    PANJ creatore ene eta vedio kori goisil keidinman agot..tarei copy type jen lagil.Baru suveswa thakil

    • @bohagitv2250
      @bohagitv2250  Před měsícem

      আপুনি যি খন চেনেলৰ কথা কৈছে তেখেতসকলে কৰ পৰা কপি কৰিছে জানেনে, ৰূপহী টিভিৰ পৰা কৰিছে ।ৰূপহী টিভিত এই ভিডিঅটো এতিয়াও আছে। সেই ৰূপহী টিভি আমাৰ আছিল।বতৰ্মান ৰূপহী টিভিক বহাগী টিভি লৈ ৰূপান্তৰ কৰা হৈছে।কপি আমি কৰা নাই ।বেলেগৰ পৰা কপি কৰা আমাৰ উদ্দেশ্যে নহয়।

  • @NituChangmai-ml5uq
    @NituChangmai-ml5uq Před měsícem

    কি এইবোৰ অৰ্থ নাইকীয়া??

    • @bohagitv2250
      @bohagitv2250  Před měsícem

      আগতেই কৈছো মনোৰঞ্জনৰ বাবেহে

    • @NituChangmai-ml5uq
      @NituChangmai-ml5uq Před měsícem

      যিহৰ বাবে নহ'লেও কাহিনীৰ আৰত কিবা গুৰুত্বপুৰ্ন ফেক্টৰ থকা দেখাব পাৰিব লাগিছিল :