Gonga Silonir Paakhi --- Landmark Assamese Flick ( Must Watch )

Sdílet
Vložit
  • čas přidán 16. 07. 2020

Komentáře • 24

  • @BristichayaGogoi
    @BristichayaGogoi Před měsícem +1

    আগৰ দিনৰ অসমৰ পৰিবেশ বৰ ভাল লাগে

  • @GAUTAM_GB
    @GAUTAM_GB Před 3 lety +8

    এখন কালজয়ী চিনেমা। উপন্যাসখন পঢ়ি আৰু মজা পোৱা যায়।

  • @manishamedhi1024
    @manishamedhi1024 Před 3 lety +1

    One of the masterpiece of Assamese film industry.. ❤️

  • @user-vu5be3yo4d
    @user-vu5be3yo4d Před 10 měsíci +1

    কিতাপখন‌ পঢ়াৰ পিছত আৰু ৰৈ থাকিব নোৱাৰিলো চাবলৈ বহুত মন‌ গ'ল ❤ 😢

  • @brindaban4
    @brindaban4 Před 7 měsíci

    সুন্দৰ চিনেমা। হৃদয় চুই যায়।

  • @rickman4782
    @rickman4782 Před rokem

    অলপো বিৰক্তি নোপোৱাকৈ চালোঁ । নিভাঁজ গাৱঁৰ সাঁচ থকা কথাবোৰে মন চুই গ'ল

  • @neville695
    @neville695 Před rokem +1

    এনেকুৱা গাওঁবোৰ ২০০৫ মানৰ পৰা লাহে লাহে নোহোৱা হৈ গ'ল। এতিয়া সকলোতে কৃত্ৰিম আধুনিকতা মাথোঁ। সকলো প্ৰতিযোগীতাত ব্যস্ত।

  • @jyotirmoymedhitikaan9088

    Classic Assamese movie.
    And one of the best.

  • @abheekmazumderbengalipandi4190

    💞

  • @mrinalthakuria1930
    @mrinalthakuria1930 Před 3 lety +3

    💚

  • @mirumiyum4748
    @mirumiyum4748 Před 2 lety

    Old is gold, jui

  • @excursionistthakuria73

    Vaal lagil sai..🖤

  • @mamonimahanta1058
    @mamonimahanta1058 Před rokem

    আকাশবাণী গুৱাহাটী ৰেডিঅ'ত বীনা বাৰুৱতীয়ে কোৱাৰ পিছত ছবিখন চাবলৈ বৰ মন গল, তেওঁৰ প্ৰথম ছৱিত কৰা অভিনয়, ভাল লাগিছে🙏

  • @Rumadas5193
    @Rumadas5193 Před 3 lety +1

    ভাল লাগিল

  • @nikatha12300
    @nikatha12300 Před 2 lety

    ইমান যে ভাল লাগিল,আৰু পোৱা হ'লে❤️dislike কৰা জন কোন জানিব পৰা হ'লে

  • @Karnadas2456
    @Karnadas2456 Před 3 lety +1

    Meghmukti khon dibo

  • @bagoulla2442
    @bagoulla2442 Před rokem +1

    চিনেমা খন ৰঙিন কৰিব নোৱাৰি নে ?

  • @madhujya007
    @madhujya007 Před 2 lety +1

    নষ্টালজী হৈ পৰিলো👍👍

  • @lupamudrahazarika9216

    💗

  • @priyankakakati5858
    @priyankakakati5858 Před 2 lety

    💚💚💚

  • @monuromagoswami2178
    @monuromagoswami2178 Před 3 lety

    💙🤍💙
    ❤️

  • @rudratrisul2786
    @rudratrisul2786 Před 2 lety +1

    বসন্তি এই ফাফৰে খোৱা কুকুৰ বোৰৰ আগত নানাচিবি 😂🤣😂