বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইমান ধুনীয়া পৰিবেশন কৰে ❤❤❤🙏🙏🙏
কবলৈ ভাষা নাই বান্ধৱ সকল ৷ধুনীয়া হৈছে দেই ৷মোৰ ঘৰ ওডালগুৰিত আৰু আগুৱাই যোৱা৷কৃষ্ণ
🙏কৃষ্ণ কৃষ্ণ বহুত ধুনিয়া লাগিছে হেমন্ত আৰু বিদূত তোমাৰ লোকৰ লগতে দৌলটিৰ উজ্জল ভবিষ্যত কামনা কৰিলো 🙏
❤❤❤❤❤❤shocake mon jur pore jai
hosakoi bohut dhunia hoise, enekoi aru aguai jabo.. vogoban a hokolu ke mongol korok, god bless you
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ঈশ্বৰে আৰু সুমতি দিয়ক। আপোনালোকৰ প্ৰচেষ্টাৰে আমি ঈশ্বৰৰ আশীৰ্বাদ লভীছো ।
RADHE RADHE ❤️🙏...JAY SHRI KRISHNA 🙏❤️...
Bohut val lagise dada ...... outstanding performance.......how beautiful ❤️❤️❤️😍
Bhut besi val lagile.Thank you so much.. Eman dhunia nam ti upovug korar chance dia babe. Krishna 🙏
বহুত ধুনীয়া হৈছে আগুৱাই যোৱা দাদাহত। লগ পাম দিয়া From Dhemaji.❤
Bhout dhuneya hwese
Apunak bhut dhnbad disu.. Amar aitar hokamr video tu yutbt diyar babe.. ❤❤❤
Val ligise
❤❤❤❤❤❤
Hari bol
🙏🙏🙏
অতি সুন্দৰ প্ৰদৰ্শন।
এনেদৰে আমি আৰু শ্ৰৱণ কৰিব পাম বুলি আশা কৰিলো । কৃষ্ণ
এনেকুৱা পৰিবেশনে আমাৰ দৰে মহা পাপী বোৰকো ভক্তি ৰ দিশে আকৰ্ষণ কৰে।কৃষঞ।
ধন্যবাদ❤
গ্ধটফজগ শ অথবা ইহঁতৰ আকাৰ আৰু আকৃতিৰ 😅