স্বামীৰ পৰিয়ালে কিয় আকোৱালি লোৱা নাছিল দিব্যাশ্ৰীক || Bihuwati Buwari || Round-2, Ep-6, P-1

Sdílet
Vložit
  • čas přidán 9. 06. 2024
  • স্বামীৰ পৰিয়ালে কিয় আকোৱালি লোৱা নাছিল দিব্যাশ্ৰীক
    NB Newsৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ দ্বিতীয় ৰাউণ্ডৰ ষষ্ঠ খণ্ডৰ প্ৰথম অংশ
    #nbnews #nbnewsdigital #bihuwatibuwari #realityshow #bihu #dance
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 17

  • @MintuMintubaishya-sv6ep
    @MintuMintubaishya-sv6ep Před měsícem +14

    দিব্যাশ্ৰী বা ইমান মৰমলগা নাচনী 💚 সৰু বিহুৱতী যেন লাগিছে,মাতটো ইমান কোমল, বহুত মৰম আৰু শুভেচ্ছা পঠিয়ালো বা ,এনেহেন বোৱাৰী আৰু পত্নী পাবলৈ সাধিব লাগিব 💚এই যাত্ৰা অবিৰত থাকক সদায় বা,মৰম মাথোঁ 💚❣️💐💐💐💚💚

  • @trishnaburagohainborgohain6394

    Dibyashree tumak kot dekhisilu monot pelai pelai aji monot porise tumi reogoni t akhon serial korisila... Khub ভাল লাগিছিল....

  • @user-jo4df5xf2h
    @user-jo4df5xf2h Před měsícem +13

    N B news jaloi bohut bohut dhonybad. Mur bor lage👍🙏🙏🙏

  • @renuteli3818
    @renuteli3818 Před měsícem +1

    পোনা লোকক মোৰ এটি অনুৰোধ আমাৰ আবেগ অতি চেনেহৰ গামোছা খন যাতে পিঠিত আৰামৰ বাবে নলৈ সন্মান সহকাৰে আকোবালী লবলৈঅনুৰোধ জনালো ।মোৰ এই অনুৰোধ যাতে সৰু মানুহৰ কথা বুলি গুৰুত্ত্ব নিদিয়াকৈ নাথাকে । কাৰণ এই গামোছা খনেই হৈছে অসমীয়াৰ সন্মান আবেগ মৰম । সেই বাবে এই বস্ত্ৰ ভাগিক সন্মান দিয়াতো বিচাৰো । মই আমাৰ ঘৰত ভৰি মচিবলৈকো নিদিও ।ভুল হব পাৰে কোৱাৰ বাবে ।

  • @jibanbora6004
    @jibanbora6004 Před měsícem +5

    পুৰবী বাক চাবলৈ সদায় ৰৈ‌ থাকো

  • @rubidevi2364
    @rubidevi2364 Před měsícem +4

    Bor dhuniya ❤💃🏻👌🏻

  • @rupamchetia5845
    @rupamchetia5845 Před měsícem

    Bihuwa jonor Konthotu imn huwola oo huni thakiboloi mon jai hobdor utsaron iman kumol ❤

  • @manjuroy3151
    @manjuroy3151 Před měsícem

    ❤❤❤

  • @paharidas
    @paharidas Před měsícem

    Purobi bak bohut val lage 😂❤

  • @MonjuSonouwal
    @MonjuSonouwal Před měsícem +2

    Hii❤❤❤❤

  • @ImbolChutia-js7tm
    @ImbolChutia-js7tm Před měsícem

    NB news ata anurudh bihuwa kejon ki bihut teneke ukibai ni bohut val val bihuwa ase bihukhon nasoni joni kiman hepa loi ahise bihuwa kejone bihu kon futi kori bihukhonpokabor lage uiii ahhh ki hebur deboshi dhuniya aguwai juwa

  • @PrasantaBordoloi-sh3qo
    @PrasantaBordoloi-sh3qo Před měsícem

    Mor pore 💯

  • @romensaikia6653
    @romensaikia6653 Před měsícem +1

    অসমীয়া বিছাৰক সকলে অসমীয়া গামোছাখন কয় ছকিৰ পিছফালে ৰাখে

  • @_s.w_ranjita_
    @_s.w_ranjita_ Před měsícem

    N b news❤❤❤

  • @user-vh9xb3tt2o
    @user-vh9xb3tt2o Před měsícem

    ❤❤❤❤ মোৰ পৰা গোলাঘাট

  • @minapatiri7350
    @minapatiri7350 Před měsícem +2

    Queen konwar ketiya nasib jonab.